অসহিষ্ণু বিজেপিৰ হাস্যকৰ কাণ্ড! ভৱেশ কলিতাৰ ভূমিকাক লৈ বাতৰি কৰা সাংবাদিক বিপদত!

  Рет қаралды 10,359

NorthEast Now

NorthEast Now

Күн бұрын

⛔অসহিষ্ণু বিজেপিৰ হাস্যকৰ কাণ্ড!
⛔ন-বিজেপি, পুৰণি বিজেপিৰ সংঘাত ৰোধ কৰিব নোৱাৰা ভৱেশ কলিতাৰ ভূমিকাক লৈ বাতৰি কৰা সংবাদ মাধ্যম বিপদত!
⛔স্বতন্ত্ৰ-নিৰ্ভীক নিউজ পৰ্টেল নিউজ নাওৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিলে বিজেপিয়ে!
⛔ন-পুৰণিৰ মাজৰ বিসম্বাদ নিয়ন্ত্ৰণ কৰিব নোৱাৰি অৱশেষত সংবাদ মাধ্যমক নাকি লগোৱাৰ ষড়যন্ত্ৰত নামিল বিজেপি!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 25
@dipakbaruah8987
@dipakbaruah8987 Ай бұрын
বৰ্তমান গোটেই ভাৰততে bjp ৰ যে শোচনীয় অবস্থা সকলোৰে জ্ঞাত গতিকে যাকে তাকে আক্ৰমণ কৰাটো তেওঁ লোকৰ একোটা পুৰণি অভ্যাস । সেয়ে সকলোৱে কিছু দিন অলপ আঁতৰত অৱস্থান কৰাই ভাল বুলি মই ভাবোঁ ।
@BHADRABORA-g3c
@BHADRABORA-g3c Ай бұрын
Val hoise
@medinitalukdar4873
@medinitalukdar4873 Ай бұрын
❤❤ ধন্যবাদ অখিল গগৈ
@ranjitdas6507
@ranjitdas6507 Ай бұрын
Jonotar urdhot kuno hobo nuware....samayot jonotay uttar dibo
@bipulgoswami5176
@bipulgoswami5176 Ай бұрын
BJP SEKH
@deepjyotihrishikesh
@deepjyotihrishikesh Ай бұрын
They want to destroy the democratic freedom
@user-nw5ol5ek7v
@user-nw5ol5ek7v Ай бұрын
Nilaz
@kakoligayan2065
@kakoligayan2065 Ай бұрын
বিজে পিয়ে কি যানে তাৰ বাহিৰে বিজেপি মুণ্ডটোত O
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
ভবেশ কলিতা ডাঙৰীয়া আপুনি ভূল কৰিছে নেকি ? আপুনি নিজকে কি বুলি ভাবিছে ? আপুনি বগৰাহে, ৰব আৰু কেইটামান দিন কুকুৰেও বাত এৰি নিদিয়া হ'ব। গৰমহৈ আছে ? আগৰ নেতা বোৰক দেখা নায় ? কিমান ভতূৱা কুকুৰে ভুকাদি ভুগিছিল ----।
@girishchtalukdar2574
@girishchtalukdar2574 Ай бұрын
Kalita is a fool
@deepjyotihrishikesh
@deepjyotihrishikesh Ай бұрын
Godi media hobo laga sobe Destroyed the democratic freedom
@bhaskarkalita2451
@bhaskarkalita2451 Ай бұрын
Bhabes kalita Akhil Gogoir pora xiki lo
@pranjaldinhingia4431
@pranjaldinhingia4431 Ай бұрын
ভৱেশ বুলাটোৱে ভাবিছে ছাগে যি মন যাই কৰিব পাৰো বুলি সংবিধানৰ চতুৰ্থ ইস্ত ম্ভত হাত দিছে তাতোকৈ লজ্জাজনক কথা কি হৱ পাৰে
@purnaborah2910
@purnaborah2910 Ай бұрын
Akhil Gogoi silen
@dhanjitrabha5809
@dhanjitrabha5809 Ай бұрын
Raije maribo koffinor cesh gogal
@AbulSarkar-zw7js
@AbulSarkar-zw7js Ай бұрын
ভবেশ কলিতা নিকা চৰিত্ৰ বান লোক।বেচেৰাৰ মুখ খন ক'লা পৰা দেখিলেই মোৰ মৰম লাগে।
@pratimasarma1737
@pratimasarma1737 Ай бұрын
এইবোৰ নিকা মানুহ নহয় দেই। ক্ষমতা লাভ কৰাৰ পৰিকল্পনা কৰা কোনোয়ে নিকা নহয়।
@user-lm6fq8yx7q
@user-lm6fq8yx7q Ай бұрын
Kam nai aidal fotua tu kela
@nipandas5010
@nipandas5010 Ай бұрын
ফটুৱা চৰকাৰ এইখন
@pratimasarma1737
@pratimasarma1737 Ай бұрын
লাহে লাহে পোহৰ লৈ আহিছে।
How I Did The SELF BENDING Spoon 😱🥄 #shorts
00:19
Wian
Рет қаралды 37 МЛН
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 164 МЛН
I Took a LUNCHBAR OFF A Poster 🤯 #shorts
00:17
Wian
Рет қаралды 6 МЛН