Ojaantric || Assamese Podcast ft. Tarali Sarma || Ep.50

  Рет қаралды 106,393

Oasis Motion Films

Oasis Motion Films

2 жыл бұрын

DOWNLOAD WINZO 👇
winzo.onelink.me/VS3O/b91dcf5f
Tarali Sarma's KZfaq Channel...
• Matilei nami oha junak...
Bishrut Saikia's KZfaq Channel...
• Bishrut Saikia - Upoha...
For business inquiries you can mail us at: oasismotionfilms@gmail.com
Our contact number : 8133836648
#TaraliSarma
#ojaantric
#assamesepodcast

Пікірлер: 674
@OasisMotionFilms
@OasisMotionFilms 2 жыл бұрын
DOWNLOAD WINZO 👇 winzo.onelink.me/VS3O/b91dcf5f
@renuborah8910
@renuborah8910 2 жыл бұрын
Sanjib borahak ebar mataksun val lagibo amaru hope koru matibo buli thank u ojantic.
@BishrutSaikia
@BishrutSaikia 2 жыл бұрын
Blessed ❤️ Thank you Ojaantric for all the love.
@pranjanakashyap9642
@pranjanakashyap9642 2 жыл бұрын
Apunar gan xosai bahut val lage @Bishrut dada 🥺❤️
@BishrutSaikia
@BishrutSaikia 2 жыл бұрын
@@pranjanakashyap9642 thank you 💝
@kaushikrabha2228
@kaushikrabha2228 2 жыл бұрын
Apuni xunkale ahok ojaantric t❤....
@parashmoninath5785
@parashmoninath5785 2 жыл бұрын
Tumar kam bur ekdm vintage!! Gaan gai juwa..aru val gaan upohar di juwa amak🙌❤️
@mohand9935
@mohand9935 2 жыл бұрын
Upohar ultimate bro
@tonmoyjyotidutta742
@tonmoyjyotidutta742 2 жыл бұрын
সংগীত আৰু প্ৰজ্ঞাৰ ভৰত দোঁ খাই থকা এক ব্যক্তিত্ব~তৰালী শৰ্মা 💚
@haridarshan6388
@haridarshan6388 2 жыл бұрын
বিশ্ৰুত দাৰ সৰ্বমুঠ ৬ এটা গান এতিয়ালৈকে KZfaq প্লেটফৰ্মত release হৈছে...শুনি চাওঁক মাত্ৰ,নিৰাশৰ প্ৰশ্ন বহু দূৰৈত ৰ'ব...😍
@plabitanath1332
@plabitanath1332 2 жыл бұрын
অসমৰ সংস্কৃতিৰ এগৰাকীৰ উজ্জ্বল নক্ষত্ৰ । বহুত ধন্যবাদ যাঁচিলো আপোনালোকক 😊
@upasananath1700
@upasananath1700 2 жыл бұрын
Ojaantric knows what we actually want📌.Thanks for bringing her in the show❣
@ishanjyotiborah7758
@ishanjyotiborah7758 2 жыл бұрын
মাতিলেই নামি অহা জোনাক, বহুত বাৰ শুনিলো, এতিয়াও শুনি থাকো... Evergreen💚 তৰালি শৰ্মা কথাবোৰ শুনি থাকিলে শুনিয়েই থাকিম যেন লাগে ❤️
@dharitryboruah9379
@dharitryboruah9379 2 жыл бұрын
তৰালি বাৰ সেই বিশেষ গ্লেমাৰটোৱেই আপোনাক অন্যৰ পৰা পৃথক কৰি ৰাখিছে ❤️❤️❤️❤️❤️
@anjandas4324
@anjandas4324 2 жыл бұрын
ভাৰ্চিটিৰ জীৱনে আপোনাক বহু কাষলৈ লৈ আহিলে বা। প্ৰতিটো পলতে ক্ৰান্তিকা বাৰ ইমান আদৰৰ কিয় হয়, সেইয়া অযান্ত্ৰিকৰ বুকুত বুজি পালো। 💚
@kishorekangkan4343
@kishorekangkan4343 2 жыл бұрын
ইমান মধুৰ মূহুৰ্ত এটাত বাইদেউক পোৱা নাছিলো ৷ মই যেন এইমাত্ৰ বাইদেউৰ লগতে আছো ৷ “অযান্ত্ৰিক” ত আৰু এটা প্ৰিয় episode সন্নিৱিষ্ট কৰি ল’লো। ❤️ Ud দাৰ দৰে মইও লোভ এটা বঢ়াই ল’লো বাইদেউক লগ পোৱাৰ 😊 ভালে থাকক বাইদেউ❤️ ৷ Thanks brothers ❤️
@heeyamanirabha27
@heeyamanirabha27 2 жыл бұрын
মাতিলে নামি অহা জোনাক গীতটি মন চুই গৈছে 💕💕💕 অপ্ৰকাশ ✨✨ আজি লৈ কিমান বাৰ শুনিলো হিচাপ নাই । প্ৰতিটো দিনৰ আৰম্ভণি আৰু শেষ তৰালী বা ৰ গানেৰেই হয় 💕💕 কুশলে থাকক এয়াই কামনা 💕💕💕
@moonmoon3925
@moonmoon3925 2 жыл бұрын
তৰালী শৰ্মা বা ব্যক্তিগত ভাবে মোৰ বাবে সদায়েই প্ৰিয় এগৰাকী নাৰী। বা, সচাকৈয়ে আপোনাৰ কথাবোৰ শুনিলে শুনিয়েই থাকিব মন যায় একদম আমনি নালাগে, গীতবোৰৰ দৰেই ইমান ধুনীয়া, ইমান মিঠা আপোনাৰ কথাবোৰ, সঁচাকৈয়ে আপোনাৰ কথাবোৰে সাহসী কৰে। এনেকৈয়ে সদায়ে মনৰ পৰা ধুনীয়া হৈ থাকক,কুশলে থাকক ❤️❤️❤️ আপোনালোকলৈ বহুত বহুত বহুত মৰম Udy দা & Oasis দা💕💕💕
@nilkamalbhuyan9507
@nilkamalbhuyan9507 2 жыл бұрын
এইগৰাকী শিল্পীক চাবলৈ আশা কৰি আছিলো এই অনুষ্ঠানত, বহুত ভাল লাগিল। এগৰাকী সম্পূৰ্ণ শিল্পী।
@abhinandahatiboruah8320
@abhinandahatiboruah8320 2 жыл бұрын
মোৰ ৰাতিপুৱাটোয়ে সুন্দৰ হৈ গ'ল... আপুনি বহুত ধুনীয়া তৰালী বা আপুনাৰ ব্যক্তিত্ব ই বিৰাট আকৰ্ষণ কৰে... অযান্ত্ৰিক লৈ অশেষ ধন্যবাদ আৰু বহুত মৰম যাচিলো ।
@simantakalita97
@simantakalita97 2 жыл бұрын
"Keeps you grounded, মানুহ হৈ থকাত সহায় কৰে" বাৰ কথাষাৰ ❤️ বৰ ভাল লাগিল তৰালী বাক আমন্ত্ৰণ জনোৱা ৰ বাবে, আজি বহু কেইটা episode ৰ আগতেই মই অনুৰোধ কৰিছিলোঁ তৰালী বা আৰু মলয়া গোস্বামী বাইদেউক Ojaantric ত পাবলৈ, সঁচাকৈয়ে দৰ্শকৰ কথা ইমান গুৰুত্ব দি সন্তুষ্ট কৰোৱা টো ইমান সহজ নহয় । কিন্তু দেখিছোঁ প্ৰাই সকলোৱে সুখী Ojaantric ৰ সৈতে ।
@amiyamoran6608
@amiyamoran6608 2 жыл бұрын
প্ৰিয় ব্যক্তি গৰাকীক নিমন্ত্ৰণ কৰা বাবে সকলোকে ধন্যবাদ জনালোঁ। Rediot' আপোনাৰ সাক্ষাৎকাৰ শুনি খুউব ভাল লাগিল।।।
@surajitneog5464
@surajitneog5464 2 жыл бұрын
বহুত বেছি ভাল লাগিল । অজ্বান্ত্ৰিকৰ এইটো সৰ্বশ্ৰেষ্ঠ খণ্ড । Her words made me realise that it's more on you how you see the colours of this world rather than what others showing to you. Her thinking standard is on another level. I will admire her forever.
@buliborah4698
@buliborah4698 2 жыл бұрын
বহুত বেছি ভাল লাগিল । মাতিলেই নামি অহা জোনাক released হোৱা দিনাৰ পৰা শুনিয়ে থাকো । Ojantric alwaus Rocks 💕🎊🎊🎊🎊
@rumisharma2540
@rumisharma2540 2 жыл бұрын
"Matilei nami oha junak" one of my favourite songs. Loved it. Tarali Baa U are really my lady love🥰
@gitikaborah4886
@gitikaborah4886 2 жыл бұрын
50th Episode সঁচাকৈয়ে বহুত বেছি ভাল লাগিল। তৰালী বাৰ ব্যক্তিত্ব খুব আকৰ্ষণীয়, কথাবোৰ খুবেই সুন্দৰ।
@jyotikasonowal9670
@jyotikasonowal9670 2 жыл бұрын
তৰালী বাৰ হাঁহি 💓 তৰালী বাৰ কণ্ঠ 💓💓 লগতে" আহিবা তুমি " 💓💕💕💓
@AninditaKashyap-AM
@AninditaKashyap-AM 2 жыл бұрын
Just look at her eyes when she talks about the love for music... Damn she's truly in love with music ❤❤❤
@PoojaSharma-yo8zz
@PoojaSharma-yo8zz 2 жыл бұрын
Best episode .. Episode টো চাবলৈ আৰম্ভ কৰাৰ আগত মনটো খেলিমেলি হৈ আছিল ... এতিয়া যেন শান্তি পাইছোঁ .. Lots of love to Tarali Ba and Ojaantric 💗
@debojitray1050
@debojitray1050 2 жыл бұрын
তৰালী শৰ্মা বাৰ মাতিলেই নামি অহা জোনাক গীতটি আগতে শুনিছোঁ বহুত ভাল লাগিছে।😍😍😍😍😍
@swapnabhuyan9146
@swapnabhuyan9146 2 жыл бұрын
Her way of talking is therapeutic! I think for the first time in the show Oasis is touched by each and everything she spoke! Full of depth, positivity, love and beauty of life
@BituponMahanta
@BituponMahanta 2 жыл бұрын
Ud Da Last time i have given you a bad compliment about your interference in guest talking, now it's time for a compliment about you what I love the most, that is you make an introvert into an extrovert in your show. Also you should have name voice talukdar into On Point Talukdar. ❤❤❤
@joyshreeborah2372
@joyshreeborah2372 2 жыл бұрын
তৰালী বাৰ ইনচেণ্ট চেহেৰাটো আৰু তেখেতৰ কথা কোৱা ধৰণটো। উফ শুনিলে শুনিয়ে থাকিব মন যায়। বেছি ভাল লাগে তেখেতৰ মুখৰ শব্দৰ লগতে চকু দুয়োটাইও কথা কয় হাঁহি থাকে। Love you ba. Ojaantric Zindabad ❤️❤️
@ppcycleridervlogs2895
@ppcycleridervlogs2895 2 жыл бұрын
তৰালী বাৰ প্রতিটো কথাই, প্রতিটো expression ৱেই মানে কিবা এটা প্ৰেম প্ৰেম ভাৱ জগাই তোলে। বৰ ভাল লাগে। তৰালী বা খুব প্ৰেমিক মানুহ। She's very sweet, and also her songs that UD daa said about .
@himadreedeka6138
@himadreedeka6138 2 жыл бұрын
Its true
@jitpoemstories3092
@jitpoemstories3092 2 жыл бұрын
সংগীতৰ ৰাণী ❤️ LOTS OF LOVE TARALI BAA❤️
@relax8840
@relax8840 2 жыл бұрын
Torali Sarma Geet , Kotha Xunile Kiba Ata Sristy koriboloi mon Jai...❤️❤️❤️
@deepshikhaboruah7175
@deepshikhaboruah7175 2 жыл бұрын
Matilei nami oha junak is actually a very very very heart touching song.. And Tarali ba u are love
@dikchanchoudhury3689
@dikchanchoudhury3689 2 жыл бұрын
My first crush upon voice since childhood ❤️Tarali Sarma❤️
@poojabordoloi903
@poojabordoloi903 2 жыл бұрын
বা সদায় প্ৰিয় তুমি মোৰ!❤️ আহিবা তুমি গীতটি খুব গাও মই কাৰন সেই গীতটি মোৰ মাৰো সুব প্ৰিয়!এতিয়া মাতিলে নামি অহা জোনাক গীতটিৰ শুনাৰ পৰা সেই গীততি মুখত লাগিয়ে থাকে মোৰ ইমান যে ধুনীয়া গাইছা তুমি ভাষাৰে বুজাব নোৱাৰো মই।ধন্যবাদ অযান্ত্ৰিক বা ক শুনাৰ সুবিধা দিয়াৰ বাবে😍
@uddipbora9596
@uddipbora9596 2 жыл бұрын
৩০ চেকেণ্ডৰ ভিডিও চাই অভ্যস্ত মানুহ বোৰক আপোনালোকে ১ ঘণ্টা বান্ধি ৰাখিব পৰিছে যেতিয়া মই ভাবো আপোনালোক সফল হৈছে।আগলৈও এনেদৰেই আগবাঢ়ি যাওক তাৰে কামনা।
@luishlemaboruah5064
@luishlemaboruah5064 2 жыл бұрын
Best Episode, শেষ নকৰাকৈ comment লিখিছোঁ। তৰালী শৰ্মা লৈ সন্মান ভালপোৱা বাঢ়ি গৈছে।।ইমান সুন্দৰ ব্যক্তিত্ব
@tapashjyotiborgohain7545
@tapashjyotiborgohain7545 2 жыл бұрын
কথা বিলাক শুনি থাকিলে শুনি থাকিবলৈ মন যায়।
@deepagogoi392
@deepagogoi392 2 жыл бұрын
Khub bhal lagile 💕👍...... Hepah thaki gol moi u zodi Torali Sarma r dore holu heten ...... Hosa geet guar hepah thaki gol 😢.....
@trishnasaikia1242
@trishnasaikia1242 2 жыл бұрын
Matilei naami aaha junak Already bohut baar hunisu Bohut besi bohut besi dhuniaa ❤️❤️❤️❤️
@radhemalik6349
@radhemalik6349 2 жыл бұрын
She don't need any introduction ❤️ আপোনাৰ ব্যক্তিত্ব সদায় বিশেষ। মনৰ মানুহৰ ভিতৰত আপুনি অন্যতম।ভালে থাকক💌
@gangulymili783
@gangulymili783 2 жыл бұрын
Hoi
@monosreegogoi5157
@monosreegogoi5157 2 жыл бұрын
তৰালী বা❤ হৃদয় চুই যোৱা তোমাৰ প্ৰতিটো গীত 'মাতিলেই নামি অহা জোনাক' বহুবাৰ শুনিলোঁ। ধন্যবাদ অযান্ত্রিক💚
@upankargoswami1540
@upankargoswami1540 2 жыл бұрын
Superrb episode....❤❤ Adil hussain sir k adin matibosun
@parthapdutta5905
@parthapdutta5905 2 жыл бұрын
ধুনীয়া মনৰ মানুহবোৰ সঁচাকৈয়ে ধুনীয়াই হয় ❤️❤️
@lakhmihomekitchen4951
@lakhmihomekitchen4951 2 жыл бұрын
তৰালী শৰ্মা বাইদেউয়ে কথাখিনি ইমান‌ মৰম লগা কৈ কৈছে। সছাকৈ বাইদেউৰ ব্যক্তিত্বটো দেখি ভাল লাগিল, ইমান যোগাত্মক তেওঁৰ দৃষ্টিভংগীবোৰ। বহুত মৰম যাঁছিলো আপোনাক, আৰু আগুৱাই যাওঁক।God bless u....
@bornaliborgohain5336
@bornaliborgohain5336 2 жыл бұрын
তৰালী বাৰ গানবোৰ যেনেদৰে মিঠা কথাবোৰো মিঠা। কিৱা এটা ভাল লাগি যায়...💖
@pranjalkakoti2790
@pranjalkakoti2790 2 жыл бұрын
গানবোৰ,গানবোৰৰ কথাবোৰ যিমান ধুনীয়া তাতোকৈ অধিক ধুনীয়াকৈ তৰালী বাই কথা কয়। ইমান শুৱলা আৰু সুৰীয়াকৈ কথাবোৰ কৈছে এই ভাললগাটোও সুকীয়া। তেওঁৰ অন্তৰখন পঢ়িব পাৰিছো তেওঁৰ কথাবোৰেই। ইমান বেছি সাহস পোৱা যেন লাগিছে, ইমান বেছি সুখ অনুভৱ কৰিছো এই খণ্ডটো চাই। পুনৰবাৰ তৰালী শৰ্মা বাইদেউক এই অনুষ্ঠানত দেখা পোৱাৰ আশাৰে। অ' তেওঁৰ নতুন গান" মাতিলেই নামি অহা জোনাক" শুনিলো বিৰাট ভাল। তৰালী শৰ্মাৰ কামক বিচাৰ কৰাৰ আমাৰ যোগ্যতাই নাই। বহুত ওপৰত তেওঁ। লগতে অযান্ত্ৰিক দীৰ্ঘায়ু হওঁক। প্ৰতিটো ক্ষেত্ৰৰ বিশেষ মানুহসকলক যেন এই অনুষ্ঠানত দেখো। ❤️❤️❤️❤️
@sponditaneog4851
@sponditaneog4851 2 жыл бұрын
One of the best episodes. Tarali Ba is so humble and soft spoken. She is pure ❤️ When she speaks u just feel like to keep listening forever.
@kritishmitakalita195
@kritishmitakalita195 2 жыл бұрын
Eman dinor murot .... Logot priyo manuhgoraki😍.... Thank you ojaantric
@ridipdutta4846
@ridipdutta4846 2 жыл бұрын
" মানুহ হৈ থাকিবলৈ সুবিধা কৰি দিয়ে ৷"❤️
@Thisisme1411
@Thisisme1411 2 жыл бұрын
Eibar episode kintu dhamaka dei. Khub besikoi bhal lagil, speechless! Xosakoi positive aura ase. Thank you Ojantric.
@anishkashyap4801
@anishkashyap4801 2 жыл бұрын
She's such a humble personality...Every word said by her is so constructive❤️ Want Shyamontika Sharma , Barsha Rani Bishaya on Ojaantric❤️
@user-bu7uw7ci6p
@user-bu7uw7ci6p 2 жыл бұрын
অযান্ত্ৰিক ৰ সকলোকে অশেষ ধন্যবাদ এনেকুৱা এটা আদ্দা লৈ অহাৰ বাবে, বহুত দিনৰ পৰা বাট চাই আছিলো অসমীয়া আদ্দা এটা চাবৰ বাবে, খুব মন যাই এটা অনুস্থান ত থাকিবৰ বাবে নিজৰ একো প্ৰতিভা নাই কিন্ত খুবেই ভাল লাগিছে মনে ভাল লগা মানুহবোৰ ৰ কথাবোৰ জানিব পাৰি..উদয়ন দা আপোনালোকে বহুত অনুপ্ৰেৰণা যোগায়।
@EXAMINSIGHTSwithBarnali
@EXAMINSIGHTSwithBarnali 2 жыл бұрын
For the whole episode there was a smile on my face. I have never seen so soft spoken personality. Listening to her is like meditating❤
@labadeka8843
@labadeka8843 2 жыл бұрын
Already listend multiple times "মাতিলেই নামি অহা জোনাক" is something different..❤️
@kamalkrishnagogoi2746
@kamalkrishnagogoi2746 2 жыл бұрын
তৰালী বাৰ কথাখিনিয়ে হৃদয় চুই গল💚💚💚
@AngshumanBezbaruah
@AngshumanBezbaruah 2 жыл бұрын
This episode can cleanse one's soul. Such is her aura, such is the level of positivity she radiates !
@mamtabasumatary277
@mamtabasumatary277 2 жыл бұрын
কিমান বেছি ভাল লাগিল বুজাব নোৱাৰো। মুঠতে অযান্ত্ৰিকে যান্ত্ৰিক জীৱনটো জীপাল কৰি তোলে। Specially today's episode is outstanding.. Actually I waited for her in my most favorite Ojaantric. Love you so much Tarali Ba❤️
@palkimahanta3566
@palkimahanta3566 2 жыл бұрын
Such a charming personality 🥰 Thank you ojaantric
@denishwary3612
@denishwary3612 2 жыл бұрын
Dada... Toralobaak 1st time toralibaar eman free hoi kotha huni vl lagil.. Karon apur lukor karone toralibaar voice Tu huni vl lagoil.. Biggest thnk you... Baa assam Or nayan.. 😘😘
@upomanyubaruah9753
@upomanyubaruah9753 2 жыл бұрын
Finally eman kuwar pasot bak anile ... thank you
@solotripper8326
@solotripper8326 2 жыл бұрын
One of the best episode of ojaantric.. Big fan of tarali sharma ba... What a charming personality!!!.. Feeling very motivated !! Thanq ojaantric
@throughthenarrowroadwithha7323
@throughthenarrowroadwithha7323 2 жыл бұрын
She is full of positive energy! Very loving and inspiring! Loved the episode!❤️
@axomiabio
@axomiabio 2 жыл бұрын
Such a depth in her converstaion..Tarali Baa love u soo much...waiting for ur new songs...
@jayshreegogoi6399
@jayshreegogoi6399 2 жыл бұрын
Thanku both of you for bringing such a good show Ojaantric, moi notun koi saisu etu show, bohut bhal lagise sai artist burok, teo lukor kotha botora aru tumalukoru dhemali bur, aru torali sharmar kotha kinu kom everyone knows her, she is a fabulous singer, melody Queen of Assam. The simplicity she has is amazing.
@kavitabaruah7081
@kavitabaruah7081 2 жыл бұрын
An epitome of beauty,her thoughts reveal what a gem of a person she is.Thank you Ojaantric for this wonderful interaction. 🙌🙌
@sangeetasaikia8687
@sangeetasaikia8687 2 жыл бұрын
প্ৰথম episode ৰ পৰা চাই আছো । like কৰো , কিন্তু কমেণ্ট আজি প্ৰথম কৰিছো । অসমীয়া youtube ৰ best show , মোৰ ব্যক্তিগত মতামত । ud হওঁক তালুকদাৰ হওক বাকী অতিথি হওক মুঠতে এটা অযান্ত্ৰীক অনুষ্ঠান , মই কৈছো চাবলৈ মোৰ surrounding ৰ মানুহখিনিক , নাজানো কি কৰিছে । কিন্তু সঁচাকৈয়ে মনোগ্ৰাহী অনুষ্ঠান । শুভেচ্ছা আৰু শুভকামনা তোমালোকলৈ .....
@hirakjyotibaishya8876
@hirakjyotibaishya8876 2 жыл бұрын
I think this is the best episode till date with so much knowledge about music, entertainment, fun and motivation. Thank you Tarali ba, thank you Ojaantrik.
@chitrajitlahon6500
@chitrajitlahon6500 2 жыл бұрын
Upohar song2 huni ahelu majote,,,,,♥️♥️♥️🔥
@arjunboruah
@arjunboruah 2 жыл бұрын
Such a great and humble personality she is ❤️
@parishmitabordoloi9720
@parishmitabordoloi9720 2 жыл бұрын
The great personality Tarali baa. Thank you so much Ojantric🙏
@kapilsekhar7338
@kapilsekhar7338 2 жыл бұрын
Tarali sharma is heart of assamese music... So sweet she is, her voice is.. I always like to listen to her
@gayatrisarmah7645
@gayatrisarmah7645 2 жыл бұрын
Mur khub val loga singer...Thanks Ojantric for inviting her.
@thegitzdib
@thegitzdib 2 жыл бұрын
Congrats Ojaantric on reaching episode 50! You're doing a great job.
@dimpebarman5100
@dimpebarman5100 2 жыл бұрын
বৰ ধুনীয়া লাগিল চায়। কথাবোৰ বৰ সুন্দৰ 🥰🥰
@ranjankashyap2029
@ranjankashyap2029 2 жыл бұрын
🥺😱thanks both of you Udayan and Osasis da ......for inviting one of my favourite singer ❤️❤️
@dipanjalidas8505
@dipanjalidas8505 2 жыл бұрын
Best episode ever😍.. I watched two times...thank you for bringing her
@tapobrata1000
@tapobrata1000 2 жыл бұрын
Such a graceful personality! Beautiful interview. Great job UD da and Oasis da! Tarali ba sosake Assam nahai India r treasure! This is the perfect combination of casual interview with some great information and Tarali ba’s insight! UD you were on point in this interview. Keep growing guys👍 I play the guitar a bit. Except that moi dur dur loike music r logot related nahai. But Tarali bar kotha bur khuni enekua lagil jen teuk ebar log pai dui ghanta man kotha patu. !!
@chinmoygogoi9666
@chinmoygogoi9666 2 жыл бұрын
Iman dhunia koi koise❤ rte 3,15 bojat aii olp sai morning sam vabiselu bt atia loike saisu bohut vl lagise ai tu episode... Aru ba gn moi bohut horu pora huni diouta logot radio📻 aot... Love you ba and thanks Ojanntrac ❤❤
@mozoomdar.
@mozoomdar. 2 жыл бұрын
Hahitu j, tarali bar hahitut a odbhut positive vibes eta ase. Aru dekhilei gom pai baa bohut moromiyal hoi... Bhale thakok baa.. and thank you UD & Oasis...
@biswajithaloi7047
@biswajithaloi7047 2 жыл бұрын
One of the best artist of Assam..so gentle and full of love
@smitabaishya8122
@smitabaishya8122 2 жыл бұрын
Matilei nami oha junak gaan tu bht vl lge ❣️ Love u Tarali ba ❤️Ur my favourite
@bhargabsaikia5866
@bhargabsaikia5866 2 жыл бұрын
Amazing episode 😊❤️..Tarali ba e episode tut gaan ata gabo buli a gueti episode tu salu..and finally in the 50th min😌❤️ ..Thanks ojantric👍🏻
@RK-ze6zf
@RK-ze6zf 2 жыл бұрын
1st interview I have ever seen of tarali baa. Such a great personality she has.
@juribarman7887
@juribarman7887 2 жыл бұрын
Thanks for bringing her ❤️❤️
@luku557
@luku557 2 жыл бұрын
Vibes of a great personity.. Without a doubt the Best episode of ojaantric. Kudos to torali ba.
@simantaboruah4438
@simantaboruah4438 2 жыл бұрын
তৰালী বাৰ কথা কোৱাৰ ধৰণ টোৱে ইমান মৰম লগা কোনোবা সৰ্গৰ এগৰাকী পৰী...সঁচাই....আৰু udi দাই যিমান কথা কলেও কোনোবা ঘৰৰ মানুহে কৈ থকা যেন..লাগে..নেদেখা জনৰ ওচৰত সদায়েই প্ৰাৰ্থনা কৰিম...আৰু আগবাঢ়ি যাওঁক আপোনালোক...soo much love..
@nocturnal0315
@nocturnal0315 2 жыл бұрын
Tarali baa❤️ Next rupam bhuyan daak matibo sn.
@himakhinath4550
@himakhinath4550 2 жыл бұрын
One of the best episode of ojantric..pride of our Assam "tarali baa"❤️
@jayashreekashyap8934
@jayashreekashyap8934 2 жыл бұрын
I was filled with this episode decorated with the words of my beloved woman... Thank you very much to everyone associated with ojaantric for bringing Tarali Sharma 'Ba' as a guest in this episode💚❤️💚
@leenachangmai8430
@leenachangmai8430 2 жыл бұрын
Bohut val lagil episode tu.apunalukor jugedi bohut val Val manuhok bohut usoror pora janibo parisu.bishrut saikiar upohar gaantu mur prothom hunia favourite listot thoisu aru video tua khub nostalgic feelings dise.tekhetok sabo pam apunalukor platform t hunkale akha korisu...
@digantadas7961
@digantadas7961 2 жыл бұрын
May be the best episode. She has a wonderful personality. Very talented and genuine person( tarali sharma)
@nilimarabha8840
@nilimarabha8840 2 жыл бұрын
Tarali baa r gaan bohut val lage..Ahiba tumi gaan khub besi vl lage.. Bohut vl lagil episode to sai... Awesome
@rahulmadahi8836
@rahulmadahi8836 2 жыл бұрын
মনেই নভৰিল। তৰালী বাৰ কথাবোৰ ইমান মিঠা। সচাই তৰালী বাক লৈ গৌৰৱ কৰো। আৰু বহুত বাকী থাকিল। শুনিলে শুনিয়ে থাকিবলৈ মন যায়চোন।
@munmihazarikabaruah2013
@munmihazarikabaruah2013 2 жыл бұрын
ভিডিওটোৰ লগত জড়িত নহয় যদিও ইয়াতেই comment কৰিছোঁ। covid হৈ home quarantine ত থকাৰ পৰাই Ojaantric ৰ নিচা লাগিল। Ojaantric ৰ পৰা জানিয়েই আজি " Rhino Express " চালোগৈ। বহুত দিনৰ পিছত বহুত হাঁহিলো। UD ৰ অভিনয় খুব সুন্দৰ। " Ojaantric ৰ দাদা"টো মাজতে ক'ত নাইকিয়া হ'ল বুলি মোৰ ল'ৰাটোৰ চিন্তা হৈ গৈছিল দেই🤭। কেতিয়াবা KK দাকো মাতিব বুলি আশা থাকিল।
@subhadraborah2999
@subhadraborah2999 2 жыл бұрын
এগৰাকী সুন্দৰ ব্যক্তিতৰ অধিকাৰী তৰালী বা... গানৰ কথা নকওঁয়েই .. wahhhhh
@leenachutia515
@leenachutia515 2 жыл бұрын
All episodes of Ojaantric are awesome
@devikagogoi2898
@devikagogoi2898 2 жыл бұрын
অযান্ত্ৰিক আধাতে এৰি বিশ্ৰুতৰ গান টো শুনিলো আকৌ অযান্ত্ৰিক ......
@mousumjyoti2897
@mousumjyoti2897 2 жыл бұрын
The best episode for me. Thank you
@amiyamadhuribora2242
@amiyamadhuribora2242 2 жыл бұрын
Jar gan huni mur ratipua arombho hoi .....Torali baa❤️❤️
@hazarikamani
@hazarikamani 2 жыл бұрын
Such a sobre, yet so humble show.. Long live Ojaantric
@juannitakonwar4041
@juannitakonwar4041 2 жыл бұрын
Awesome episode till now. Congratulations to both of u💐💐
Ojaantric || Assamese Podcast ft. Namita Bhattacharyya  || Ep.93
1:03:01
Oasis Motion Films
Рет қаралды 38 М.
Sigma Kid Hair #funny #sigma #comedy
00:33
CRAZY GREAPA
Рет қаралды 37 МЛН
Женская драка в Кызылорде
00:53
AIRAN
Рет қаралды 484 М.
How Many Balloons Does It Take To Fly?
00:18
MrBeast
Рет қаралды 191 МЛН
Matilei nami oha junak | Assamese Modern Song | Deuka | Tarali Sarma | Windsongs
10:19
125 in RIHDIL kan ride | mi 5 in singruk chuang man thil kan ei!!!
50:02
Malsawmaphotography
Рет қаралды 7 М.
ARDHA AKASH | AN INTERVIEW WITH TARALI SARMA
24:44
DD ASSAM
Рет қаралды 4 М.
Ojaantric || Assamese Podcast ft. RJ Pahi || Udayan Duarah || Ep.24
47:37
Oasis Motion Films
Рет қаралды 610 М.
Ojaantric || Assamese Podcast ft. @SubasanaDutta || Ep.78
1:11:49
Oasis Motion Films
Рет қаралды 206 М.
Ojaantric || Assamese Podcast ft. MOUSAM GOGOI || Ep.55
1:04:11
Oasis Motion Films
Рет қаралды 187 М.
EVOLUTION OF ICE CREAM 😱 #shorts
0:11
Savage Vlogs
Рет қаралды 7 МЛН
Мыла наелся
0:21
Pavlov_family_
Рет қаралды 3,5 МЛН
Во сколько смотришь? Заливаю в 10-22😉
0:36
Юлия Смирнова
Рет қаралды 2,6 МЛН
Did you see the photo?
0:20
Women Power
Рет қаралды 9 МЛН