No video

এফালে চাকৰি প্ৰত্যাশীক Confused; আনফালে মুখ্যমন্ত্ৰীৰ ভয়াবহ স্বীকাৰোক্তি!

  Рет қаралды 14,232

NorthEast Now

NorthEast Now

Күн бұрын

🔴বাৰেপতি Live ত আহি তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীক কনফিউচড কৰি আছে মুখ্যমন্ত্ৰীয়ে!
🔴বিপৰীতে শণিবাৰে পুৱা ফেচবুক পোষ্ট দি চুড়ান্ত ঘোষণা মুখ্যমন্ত্ৰীৰ!
🔴মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তিত পোহৰলৈ আহিছে অসমৰ ভয়াবহ নিবনুৱাৰ ছবিখন!
🔴তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি এটা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰা বুলি অকপট স্বীকাৰোক্তি মুখ্যমন্ত্ৰীৰ!
🔴মুখ্যমন্ত্ৰী হিমন্তবিশ্বক উভতি ধৰিলে শিক্ষক ভিক্তৰ দাসে!___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 27
@jadavgogoi944
@jadavgogoi944 Ай бұрын
এওঁৰ কথাৰ বিশেষ মূল্য দিব লগীয়া একোৱেই নাই।
@darpandeka5141
@darpandeka5141 Ай бұрын
বিজেপিৰ চৰকাৰে ৰাইজৰ কথা শুনিব বিচাৰে বুলি কোৱা কথাষাৰ হিমন্ত বিশ্বৰ তথা মূখ্যমন্ত্ৰীৰ মূখত শোভা নাপায় ।
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
এইজনক সেই বাবেই জেললৈ প্ৰেৰণ।এইজন বৰ সাহসী লোক! দাস ডাঙৰীয়া আপোনালৈ ধন্যবাদ।
@sewaligogoi3175
@sewaligogoi3175 Ай бұрын
এই এঘাৰ লাখ পৰীক্ষাৰ্থীৰ মাজত মূখ্যমন্ত্ৰী জনৰ পুত্ৰ জীয়ৰী য়ো আছে নেকি ।
@pulakkonwar5082
@pulakkonwar5082 Ай бұрын
কা আইন অসমীয়া ৰাইজে বিচৰা ধৰনেই হৈছে না কি জনাবচোন
@debakrsaikia2993
@debakrsaikia2993 Ай бұрын
ভাল লাগে দুই এজনৰ ফোন কলতেই মুখ্যমন্ত্ৰীয়ে হঠাৎ সিদ্ধান্ত সলনি কৰি দিয়ে ৰাইজৰ মঙ্গলৰ বাবে। কিন্তু হাজাৰ হাজাৰ লোকে কৰা আন্দোলনো চৰকাৰে নেদেখে বা নুশুনে। কা আন্দোলন কাৰী পুলিচৰ গুলীত নিহত হৈছে সেয়া নেদেখে। শিলসাকোত ডাঙৰ ডাঙৰ অট্টালিকা বোৰ দেখুওৱালেও নেদেখে। হয়তো সেই বিশেষ দুই এজনে কোৱা নাই!
@khagenkakati6380
@khagenkakati6380 Ай бұрын
এইটোৰ মুখখন হাহৰ পোকৰ নেকি? এদিন এটা কয় এদিন এটা কয়।
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge Ай бұрын
ৰাইজৰ কথা আপুনি সন্মান জানো দিয়ে
@gutungdipakpegu2134
@gutungdipakpegu2134 Ай бұрын
ঠগিৰাম , কৌতুকী , চেনীৰাম আৰু মিছা কথা কোৱা ,বাদ দিয়ক ।
@ArunSaikia-ol2kw
@ArunSaikia-ol2kw Ай бұрын
দকাইত কৰবাৰ
@MantuChutia-pb6iv
@MantuChutia-pb6iv Ай бұрын
Apuni axom khon eri diok , nohole apunar karonei axom dhongkho hobo xeitu khatang
@SKR-su1rw
@SKR-su1rw Ай бұрын
Ki mitha koi mamai bapre
@nilakanatapatir969
@nilakanatapatir969 Ай бұрын
Mohamad Bin toagal mama cm
@JayantiSaikia-qm6vj
@JayantiSaikia-qm6vj Ай бұрын
Right victor das.
@montalukdar40
@montalukdar40 Ай бұрын
2000000. Manhok vat khabo mati. . 2. Kg mankho Ani gemanbar press met dea gemani dhul Pete thaka himanta posta ni kijani... Ami kot. Bakh Kari aso....CAA r hamayat lau pator tolot asil na dalor oporot asil Buji pua ni ...
@ripunjoygohain8164
@ripunjoygohain8164 Ай бұрын
Hai Mama kinu tumar lila.
@bishnuramrabha4714
@bishnuramrabha4714 Ай бұрын
Eku bhal koribo nojona cm of Assam.
@dhirupa916
@dhirupa916 Ай бұрын
Aiya ki pagol hoyse neki
@jayantadutta1024
@jayantadutta1024 Ай бұрын
Mama ee ji koi heiyai hotyo. Noholevjail t jabo mon nai bhaiii
@jogamayabaruah6977
@jogamayabaruah6977 Ай бұрын
Raijor kotha jodimane nps bad di ops nidia kiya.
@RinaBasumatary-xz9rs
@RinaBasumatary-xz9rs Ай бұрын
Bua kota hemanto muk misilia mat
@user-dv4se1hw7t
@user-dv4se1hw7t Ай бұрын
Hotax, kewal hotax
@digantakakati5255
@digantakakati5255 Ай бұрын
henta
@bishnupatiri2853
@bishnupatiri2853 Ай бұрын
A b.c going.c m
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 38 МЛН
Parenting hacks and gadgets against mosquitoes 🦟👶
00:21
Let's GLOW!
Рет қаралды 12 МЛН