প্লাষ্টিক বটলৰ আচৰিত নাও লৈ ব্ৰহ্মপুত্ৰত ভয়ংকৰ যাত্ৰা কৰিব ৪ যুৱকে - The Plastic Bottle Boat

  Рет қаралды 33,892

purbanchal

purbanchal

Ай бұрын

প্লাষ্টিক বটলৰ আচৰিত নাও লৈ ব্ৰহ্মপুত্ৰত ভয়ংকৰ যাত্ৰা কৰিব ৪ যুৱকে । ব্ৰহ্মপুত্ৰ প্লাষ্টিক মুক্ত কৰিবলৈ এই যাত্ৰা
✅৩৩০০ পেলনীয়া বটলেৰে তৈয়াৰী এই নাও
✅ভৰ বাৰিষাত কিমান সম্ভৱ হব এই যাত্রা
✅ ১ জুনত হব আৰম্ভণি এই যাত্ৰাৰ
✅কত থাকিব, কি কি কৰিব

Пікірлер: 26
@khargebarman9006
@khargebarman9006 Ай бұрын
সময় গগৈ জিন্দাবাদ💪 তুমিও অলপ দুখিয়া মানুহক সহায় কৰিবলৈ চেষ্টা কৰক🙏🙏🙏
@purbanchalassam
@purbanchalassam Ай бұрын
কৰি আছো কিন্ত নেদেখুৱাও
@rupaghosh5051
@rupaghosh5051 Ай бұрын
Nice Sharing❤❤❤
@abhirajsaika
@abhirajsaika Ай бұрын
Jibon jinda bad ❤
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL Ай бұрын
ককাইদেউ অভিনন্দন জনালোঁ❤️🙏
@RohiniRabha-qs9vo
@RohiniRabha-qs9vo Ай бұрын
Din beya ahi ase vai apunaro sabo ....basi khabo jagi hubo🕵️🕵️🕵️🕵️🕵️🕵️🕵️
@factandquiz3266
@factandquiz3266 Ай бұрын
Val lage sa video sai Bhaskar da
@darshanassam699
@darshanassam699 Ай бұрын
Safety maintain koribo nijoke water jacket lgt nibo🎉
@themanonadventure9041
@themanonadventure9041 Ай бұрын
ভাল লাগিল । কিন্তু খোৱাপানীৰ কাৰণে আকৌ প্লাষ্টিক বটলেই লোৱা দেখি কমেণ্ট কৰিলো । কেইবা কাৰ্টনো লোৱা দেখিলো । Save Journey
@ChandankumarDas-hs1jq
@ChandankumarDas-hs1jq Ай бұрын
অতি সুন্দৰ 💚 ধন্যবাদ 🙏
@vlog-ex3mr
@vlog-ex3mr Ай бұрын
Jatgra khubho houk. Good Luck
@user-yi1fq4xg7x
@user-yi1fq4xg7x Ай бұрын
Sokolu nijor kothat byosto aji kintu .......... ❤
@superhitgaana2.080
@superhitgaana2.080 Ай бұрын
Good step❤
@naturelover-gq7pl
@naturelover-gq7pl Ай бұрын
Good job
@mehmudabbas5382
@mehmudabbas5382 Ай бұрын
Dhunia bonaise but lasting koribone bahere bandhise jihetu
@just___try
@just___try Ай бұрын
Apuni kio yo yo adviser dadak tene k koise ..
@prabinsutradhar5692
@prabinsutradhar5692 Ай бұрын
প্লাষ্টিকৰ পৰা পৰিবেশ বচাই ৰখাৰ সকলোৱে ব্যৱস্থা লক
@dhirendeka784
@dhirendeka784 Ай бұрын
নাও দেখো পাৰতে আছে ? আকৌ পাৰলৈ কেনি নিব ?
@raktimmoran7073
@raktimmoran7073 Ай бұрын
Juwa promotion kor ako kele naikora bhoi khaiso nki😂
@BiswajitrabhaRabha
@BiswajitrabhaRabha Ай бұрын
Juwer promoson kor ,poisa pabi
@ConfusedBeachVacation-uu2ul
@ConfusedBeachVacation-uu2ul Ай бұрын
Eneke nkleu hl hoi
@bandaborbhuyan7543
@bandaborbhuyan7543 Ай бұрын
ককাইদেও আপুনি assam service rule 1964 উলংঘা কৰা নাইনে?কথাটো cm জনা নাই ছাগে এতিয়ালৈকে!
@hun2dihingia52
@hun2dihingia52 Ай бұрын
চলাই দেখাব লাগিছিল
@sumitasharma8849
@sumitasharma8849 Ай бұрын
আমাক ভাল ভাল information বোৰ সদায়ে এনেদৰে দি থাকিব। তথাপি কিন্তু দিম্পু বৰুৱাৰ দৰে দেশদ্ৰোহীৰ হাতত বিক্ৰী নাযাব। সি ধ্ৰুৱ ৰাথীৰ দৰে Jarman shepherd ক promote কৰিলে। ধ্ৰুৱ ৰাথী যিজনে ভাৰতৰ মানুহৰ মাজত বিভান্তিৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত সফল হৈ গ'ল। আচলতেতো সি হিন্দুৱেই নহয়। তাৰ সেইটো fake name হয়। তাক বাহিৰৰ দেশে huge amount invest কৰি তাক use কৰিলে। Fake millions view buy কৰিলে। যাতে views দেখি মানুহে সি যি কয় সেয়ে সত্য বুলি মানি লয়। আশা কৰো যে আপুনি যেন কেতিয়াও টকাৰ লোভত দিম্পুৰ কোনো ধৰণৰ ভুল কাম নকৰে। জয় আই অসম। ভাৰতমাতা কি জয়
3M❤️ #thankyou #shorts
00:16
ウエスP -Mr Uekusa- Wes-P
Рет қаралды 15 МЛН
КАК ДУМАЕТЕ КТО ВЫЙГРАЕТ😂
00:29
МЯТНАЯ ФАНТА
Рет қаралды 6 МЛН
NERF WAR HEAVY: Drone Battle!
00:30
MacDannyGun
Рет қаралды 58 МЛН
Making a bicycle boat from foam using a 200cc engine
22:29
NASAT Sáng Tạo
Рет қаралды 6 МЛН
The Sibuk, 2024 || Episode 01
27:26
Arpan Partha
Рет қаралды 100 М.
3M❤️ #thankyou #shorts
00:16
ウエスP -Mr Uekusa- Wes-P
Рет қаралды 15 МЛН