Рет қаралды 52,001
প্ৰয়াত "কন্ঠৰত্ন"জ্যোতি হাজৰিকা দেৱৰ মৌমিঠা কণ্ঠেৰে কণ্ঠদান কৰি থৈ যোৱা আৰু লগতে তেখেতৰ স্মৃতি জীয়াই ৰখাৰ মানসেৰে কেইভাগমান দিহানাম/টোকাৰী গীত আপোনালোকলৈ আগবঢ়াই দিয়া হৈছে,,,
সকলোৱে শ্ৰৱণ কৰিব বুলি আশা ৰাখিলো🙏🙏🙏
গীত সমূহ🎙️🎶
১/বৰদোৱা থানলৈ
কথা/সুৰ-স্বৰূপজ্যোতি দত্ত
৩/ৰৈ ৰৈ যমুনাই
কথা/সুৰ-"দিহাসম্ৰাট"কমলা গগৈ
#JyotiHazarika#Dihanam#SumitSaikia_Official