কন্ঠৰত্ন জ্যোতি হাজৰিকা দেৱৰ কন্ঠত সোণ প্ৰডাকচনৰ জনপ্রিয় হৰিনাম | দিহানাম | টোকাৰী গীত | Playlist-1

  Рет қаралды 257,887

Soan Productions

Soan Productions

2 жыл бұрын

CAUTION:- © Copyright of this video and audio is strictly reserved by Soan Productions, Somnath Borah (Oja) and Swapnil Anjan Borah. Uploading this video/audio without legal permissions in any media platforms will not be tolerated and strict actions will be taken according to the section 13 of Copyright Act 1957.
***Song Collected, Video Edited and BG Graphics Designed by:- Swapnil Anjan Borah (Soan)
সোণ প্ৰডাকচনৰ স্বত্বাধিকাৰ তথা আন্তৰাষ্ট্রীয় খ্যাতি সম্পন্ন, অসমৰ স্বনামধন্য লোক শিল্পী "ঢোল সম্ৰাট সোমনাথ বড়া ওজা" দেৱৰ প্ৰযোজনা আৰু পৰিচালনাত মুক্তি পোৱা বিষ্ণু প্ৰিয়া, বিষ্ণু পুৰাণ, সত্যসন্ধ্যা, বৈকুণ্ঠৰ জখলা আৰু ভক্তি বন্দনা কেছেট ৰ ৭ টা জনপ্রিয় তথা সুমধুৰ হৰিনাম "কন্ঠৰত্ন প্ৰয়াত জ্যোতি হাজৰিকা" ৰ কন্ঠত প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ সকলোৱে যেন আদৰি লব।
১)গীত - শঙ্কৰ গুৰু জিলিকি আছে
এলবাম- বিষ্ণু পুৰাণ (সোন প্ৰডাকচন)
কথা/সুৰ- দোলেশ্বৰ নাথ,স্বৰ্গীয় জ্যোতি হাজৰিকা,সোমনাথ বড়া ওজা
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
Link⬇️
• শঙ্কৰ গুৰু জিলিকি আছে ...
• শঙ্কৰ গুৰু জিলিকি আছে ...
২)গীত - নাম যাৰ মুখত ৰূপ হৃদয়ত
এলবাম- বৈকুণ্ঠৰ জখলা (সোন প্ৰডাকচন)
কথা/সুৰ- আনন্দ বৰা,স্বৰ্গীয় জ্যোতি হাজৰিকা,সোমনাথ বড়া ওজা
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
Link⬇️
• নাম যাৰ মুখত ৰূপ হৃদয়ত...
• নাম যাৰ মুখত ৰূপ হৃদয়ত...
৩)গীত - বিষ্ণু পুৰাণ বিষ্ণু পুৰাণ
এলবাম- বিষ্ণু পুৰাণ (সোণ প্ৰডাকচন)
কথা/সুৰ-স্বৰ্গীয় জ্যোতি হাজৰিকা
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
Link⬇️
• Video
• বিষ্ণু পুৰাণ বিষ্ণু পু...
৪)গীত - পিতৃ আমাৰ মহাগুৰু
এলবাম- বৈজয়ন্তীমালা (সোন প্ৰডাকচন)
কথা/সুৰ- স্বৰ্গীয় জ্যোতি হাজৰিকা
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
Link⬇️
• পিতৃ আমাৰ মহাগুৰু | "ক...
• Video
৫)গীত - শঙ্কৰ গুৰুৱে নামৰ মালা গাঁঠিলে
এলবাম- সত্যসন্ধ্যা (সোন প্ৰডাকচন)
গীতৰ কথা, সুৰ- স্বৰ্গীয় আনন্দ বৰা, স্বৰ্গীয় জ্যোতি হাজৰিকা
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
Link⬇️
• শঙ্কৰ গুৰুৱে নামৰ মালা...
• শঙ্কৰ গুৰুৱে | "কন্ঠৰত...
৬)গীত - দয়াময় তোমাৰ নাম দয়া কৰা অকণমান
এলবাম- সখা ভগৱান (সোন প্ৰডাকচন)
কথা/সুৰ- স্বৰ্গীয় জ্যোতি হাজৰিকা
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
Link⬇️
• দয়াময় তোমাৰ নাম | কন্ঠ...
• দয়াময় তোমাৰ নাম দয়া কৰ...
৭)গীত - গোবিন্দাই মাধৱ ভকত প্ৰাণ বান্ধৱ
এলবাম- ভক্তি বন্দনা (সোন প্ৰডাকচন)
কন্ঠ- স্বৰ্গীয় জ্যোতি হাজৰিকা, অনুপম শইকীয়া
কথা/সুৰ- স্বৰ্গীয় জ্যোতি হাজৰিকা
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
Link⬇️
• গোবিন্দাই মাধৱ ভকত প্ৰ...
• গোবিন্দাই মাধৱ ভকত প্ৰ...
খোল,নেগেৰা-সোমনাথ বড়া ওজা,স্বৰ্গীয় প্ৰসেন বৰা
তাল/মঞ্জুৰা-নলিন বৰা
বাঁহী- পৰমেশ্বৰ বসুমতাৰী, কৈলাস ৰাভা
Banjo- স্বৰ্গীয় ধনজিত শৰ্মা
Keyboard- ভদ্রকান্ত দাস
Percussions- ৰাজু শৰ্মা
সংগীত বাণীবন্ধন - Studio Dwija Chitra
Mixing & Mastering- জিতু শৰ্মা
#JyotiHazarika #Horinaam #SoanProductions #Playlist #SwapnilAnjanBorah #Aryanz_Pixelography
Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻
Subscribe my new You Tube Channel "Swapnil Aryanz Pixelography" Link👇🏻👇🏻👇🏻
/ @swapnilaryanzpixelogr...
To follow me in Facebook:-
/ swapnilanjan.borah
Official Facebook Page-
/ 212104595551052
To follow me in Instagram:-
/ swapnil_aryanofficial
/ swaataryan

Пікірлер: 81
@user-ri2hn1vm2j
@user-ri2hn1vm2j 11 күн бұрын
অমৰ ভক্তি গীত ।❤❤❤❤❤❤❤❤❤❤❤
@rekhaboruah7204
@rekhaboruah7204 Жыл бұрын
সুন্দৰ হৰি নাম
@ghanak.hazarika7203
@ghanak.hazarika7203 5 күн бұрын
কৃষ্ণ কৃষ্ণ
@abhigyanborahanuhazarika167
@abhigyanborahanuhazarika167 14 күн бұрын
Krishana🙏🙏🙏🙏🙏🙏🙏🙏
@nayanmonidas5812
@nayanmonidas5812 5 ай бұрын
Krishna Krishna Krishna provu 🎉🎉🎉
@Jai_Technical_Skill
@Jai_Technical_Skill 4 ай бұрын
🙏❤️🙏
@user-to3rv9yi5t
@user-to3rv9yi5t 2 күн бұрын
Krishna Krishna namaste 🙏 ♥️
@sumitradeka3599
@sumitradeka3599 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
@chandrasingkaman
@chandrasingkaman 3 ай бұрын
U😊iippi. Oooop
@nomitabora6830
@nomitabora6830 2 жыл бұрын
Bohut val logail apunar geet bur
@bobysaikia5786
@bobysaikia5786 2 жыл бұрын
বহুত ধুনীয়া হৈছে।
@ananyassimplehandembroider9264
@ananyassimplehandembroider9264 Жыл бұрын
সুন্দৰ হৰিনাম
@Assam10074
@Assam10074 9 ай бұрын
সঁচাই বহুত ভাল লাগিল ❤❤
@bobitaboruah6476
@bobitaboruah6476 2 жыл бұрын
Hundor juti da apunar nam horu porai huni ahisu,,bohut val lage,,apuni jotai ase santit thakok,🙏🙏🙏🙏🙏🙏
@bitupanbaruah6746
@bitupanbaruah6746 2 жыл бұрын
ভাল লাগিল
@nabasarmah5113
@nabasarmah5113 4 ай бұрын
Joi guru Sangkar Krishna ako devo dukho Hari kalo Maya deru odhikari ❤🎉😅
@sumitradeka3599
@sumitradeka3599 2 ай бұрын
কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@jaganathlalung7272
@jaganathlalung7272 2 жыл бұрын
অতি সুন্দৰ
@jitusaikia2034
@jitusaikia2034 Жыл бұрын
ভাললাগিল
@lovelymorning2730
@lovelymorning2730 Жыл бұрын
Love from mout gaon & Nath gaon
@papuhazaika7597
@papuhazaika7597 8 ай бұрын
🙏🙏🙏
@punagogoi7127
@punagogoi7127 Жыл бұрын
এনে কণ্ঠ অকালতে নোহোৱা বাবে অন্তৰত বহুত আঘাত পোৱা হৈছে ! তেখেত য’ত আছে কুশলে থাকে যেন ৷ “ কৃষ্ণ” 🙏
@janbahura6418
@janbahura6418 2 жыл бұрын
Krishna
@paragjdutta4488
@paragjdutta4488 2 жыл бұрын
Bhal lagil...
@barbikalita3240
@barbikalita3240 Жыл бұрын
ধুনীয়া
@dipuamritentertainment8132
@dipuamritentertainment8132 10 ай бұрын
👌👌👌👏👏👏❤️❤️❤️🙏🙏🙏
@RajendraKoch-mr1we
@RajendraKoch-mr1we Жыл бұрын
Joiguruhankoro
@krishnasaikia9789
@krishnasaikia9789 Жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤❤❤
@satyanathduarah284
@satyanathduarah284 2 жыл бұрын
কৃষ্ণ কৃষ্ণ।
@mintugogoi8586
@mintugogoi8586 2 жыл бұрын
ভাল লাগিল
@rangiladeka4650
@rangiladeka4650 4 ай бұрын
Sundor horinam ,Apuni omor hoi thakok ,Krishno .🙏🙏🙏
@babubharali2173
@babubharali2173 Жыл бұрын
Nice 👍 apuni jote ase akow amar majoly ahok zuti da
@user-zk6is9sx9q
@user-zk6is9sx9q 7 ай бұрын
🙏🙏🙏🙏🌺🌺🌺
@bipulkalita6116
@bipulkalita6116 Жыл бұрын
যতেই আছে সুখত থাকক 🙏🙏🙏🙏
@mainborah3709
@mainborah3709 2 жыл бұрын
বহুত ভাল লাগিল । শুভেছা থাকিল আপোনালোকলৈ ।
@probinbora8871
@probinbora8871 2 жыл бұрын
Krishna Krishna🙏
@robinphukan
@robinphukan 9 ай бұрын
জোতিদাদা পুনৰ আমাৰ মাজত অমৰ
@juribhuyan7403
@juribhuyan7403 2 жыл бұрын
🙏🙏🙏🙏
@bhadrakantadas6101
@bhadrakantadas6101 Жыл бұрын
বোধহয় অতি কম বয়সতে জ্যোতি দাই বিদায় ল'লে।RIP
@sumitradeka3599
@sumitradeka3599 4 ай бұрын
KRISHNA 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@kanikadas2356
@kanikadas2356 5 ай бұрын
Val hoise👌👋
@user-vq3oo4dh4c
@user-vq3oo4dh4c 4 ай бұрын
Jai shree Ram Jai shree Krishna 🙏💐
@hariprasadboruah1932
@hariprasadboruah1932 2 жыл бұрын
Bohuto sundar
@chinimaibora7626
@chinimaibora7626 5 ай бұрын
অতি সুন্দৰ কণ্ঠ 🙏🙏🌺🌺
@nabajyotihazarika4814
@nabajyotihazarika4814 2 жыл бұрын
Hari nam bhakotor babe bhogoban🙏
@tonkeswarchetia7351
@tonkeswarchetia7351 2 жыл бұрын
nice😊👍👍👍🙏🙏
@rubulnath2816
@rubulnath2816 Жыл бұрын
🙏🙏👌👌🙏🙏 অতি সুন্দৰ, কৃষ্ণ 🙏🙏
@HskksmBekakan
@HskksmBekakan 9 ай бұрын
❤❤😂😂🎉🎉😢😢😮😮😅😅😅😊
@sangeetagogoi6100
@sangeetagogoi6100 2 жыл бұрын
Nice
@poreshsaikia5753
@poreshsaikia5753 2 жыл бұрын
Nice. 😍
@gunabatidas4267
@gunabatidas4267 2 жыл бұрын
সুন্দৰ কণ্ঠ,💐
@abhinobbhuyan6785
@abhinobbhuyan6785 11 ай бұрын
Sweet voice
@ranjanbhuyan8601
@ranjanbhuyan8601 Жыл бұрын
প্ৰভূ আমাৰ সকলোৰে হৃদয়ত বাস কৰক।কৃঞ কৃঞ কৃঞ।😱😱😱
@ranjanbhuyan8601
@ranjanbhuyan8601 Жыл бұрын
কৃঞ ভগৱানে শক্তি প্ৰদান কৰক।😱😱😱
@sumitradeka3599
@sumitradeka3599 2 ай бұрын
জ্যোতি হাজৰিকা বাপ পূণৰ মৰ্তলৈ ঘূৰি আহা 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 কাৰণ আপোনাৰ দৰে মহা ভক্তৰ প্ৰয়োজন হৈ পৰিছে দিহানামৰ জৰিয়তে ভক্তিৰসৰ অমৃত বিলাবলৈ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️
@BinukumariGogoi
@BinukumariGogoi Ай бұрын
❤❤❤
@bonitaduarah6734
@bonitaduarah6734 25 күн бұрын
😊😊😊😊
@nareswardas5087
@nareswardas5087 2 жыл бұрын
Namdharma publish. Through Various ways among the society Is very much necessary at present, Thanking you all,
@sumitradeka3599
@sumitradeka3599 5 ай бұрын
কণ্ঠৰত্ন জ্যোতিদাৰ অমৰ সৃষ্টি হৰিনামে তেখেতক চন্দ্ৰ -সূয্য থকালৈকে অমৰ কৰি ৰাখিব । তেখেতৰ আত্মাই বৈকুণ্ঠত স্থান পাওক তাকে প্ৰভু ( শ্ৰীকৃষ্ণ ) ৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো ।🙏🙏🙏🙏🙏
@rinakutumpegu1427
@rinakutumpegu1427 Жыл бұрын
Krishna Krishna Krishna.
@RekhamoniBora-ec2mn
@RekhamoniBora-ec2mn 10 ай бұрын
আকৌ আহিব জ্যোতিদা আমাৰ মাজলৈ হৃদয়ৰ হাজাৰ টা হৰি নাম বিলাবলৈ ❤❤❤❤❤ ইমান সোনকালেই গুচি গ'ল গৈ নে তেওঁ আত্মাই চিৰ শান্তি লাভ কৰে যেন 😢😢😢😢😢😢
@nitulnath8192
@nitulnath8192 Жыл бұрын
🙏🙏🙏🙏🙏🙏gurudev jote ase kuxole thakok
@prabalbania4477
@prabalbania4477 Жыл бұрын
May his eternal soul rest in peace .Shree Bishnu,prabhu Narayan.. Kripa kora .
@sumitradeka3599
@sumitradeka3599 4 ай бұрын
কৃষ্ণ 🙏🙏🙏🙏
@ranjugogoi5315
@ranjugogoi5315 5 ай бұрын
কৃষ্ণ🙏🙏🙏🙏
@sumitradeka3599
@sumitradeka3599 4 ай бұрын
কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@sumitradeka3599
@sumitradeka3599 4 ай бұрын
কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@sumitradeka3599
@sumitradeka3599 11 ай бұрын
অকাল মৃত্যু হলেও জোতিদাৰ অমীয়া সুৰীয়া হৰিনামে বাপজনাক অনন্ত কাললৈ অমৰ কৰি ৰাখিব। 🙏🙏🙏🙏
@SunilSaikai-wv3rw
@SunilSaikai-wv3rw 16 күн бұрын
Joyitehazarikiaamarhoithakakassaibadkarese
@sanjibbora9989
@sanjibbora9989 Жыл бұрын
Mur Priya hilpijon asil
@ranjanbhuyan8601
@ranjanbhuyan8601 Жыл бұрын
Guru dujanai haktee pradan karak. 😱😱😱
@ranjanbhuyan8601
@ranjanbhuyan8601 Жыл бұрын
Krisna krisna krisna.😱😱😱
@ranjitsaikia7437
@ranjitsaikia7437 2 жыл бұрын
সুন্দৰ হৈছে, সকলো কমকতালৈ অভিনন্দন জনালো।
@archi5387
@archi5387 5 ай бұрын
1a
@archi5387
@archi5387 5 ай бұрын
900a
@SunilSaikai-wv3rw
@SunilSaikai-wv3rw 16 күн бұрын
Aaponakmoraantarekdhanabadaareketageetagaapankareloe
@jayantachetia4488
@jayantachetia4488 2 жыл бұрын
আকৌ আহিবা জুটি দা ভকটিৰ অমীয়া বিলাবলৈ আমাৰ মাজলৈ।
@sotenbora4024
@sotenbora4024 4 ай бұрын
Kenekoi dhukale
@user-id4ov8zs9f
@user-id4ov8zs9f 2 жыл бұрын
অতি সুন্দৰ
@bitupanbaruah6746
@bitupanbaruah6746 2 жыл бұрын
ভাল লাগিল
@sumitradeka3599
@sumitradeka3599 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
ROCK PAPER SCISSOR! (55 MLN SUBS!) feat @PANDAGIRLOFFICIAL #shorts
00:31
HOW DID HE WIN? 😱
00:33
Topper Guild
Рет қаралды 33 МЛН
Вечный ДВИГАТЕЛЬ!⚙️ #shorts
00:27
Гараж 54
Рет қаралды 14 МЛН
Happy 4th of July 😂
00:12
Pink Shirt Girl
Рет қаралды 25 МЛН
NARAYAN KAVACH DIRGHA
16:21
DGMUSIC. IN
Рет қаралды 12 МЛН
Bhagawanta Kot
9:50
Achurjya Borpatra Official
Рет қаралды 1,2 МЛН
Jakone, Kiliana - Асфальт (Mood Video)
2:51
GOLDEN SOUND
Рет қаралды 3,2 МЛН
Serik Ibragimov - Сен келдің (mood video) 2024
3:19
Serik Ibragimov
Рет қаралды 1,3 МЛН
V $ X V PRiNCE - Не интересно
2:48
V S X V PRiNCE
Рет қаралды 1,6 МЛН
Kobelek
4:11
6ELLUCCI - Topic
Рет қаралды 538 М.