GRIHABANDINI ( গৃহবন্দিনী ) | FULL DRAMA | AWAHAN THEATRE 2021-22 | PRASTUTI PORASOR

  Рет қаралды 1,633,180

Prostuti Porasor

Prostuti Porasor

2 жыл бұрын

Script : Avijit Bhattacharya,
Starring : Prostuti Porasor, Jogesh Kashyap, Jivan Hatikakoti, Chandan Bora, Papori Bhuyan, Moon Saikia, Mrinaldip Goswami, Latumani Bhuyan, Rituraj Mahanta and others..
Music :Ajoy Phukon
Insta Profile 👉 / prastutiporasor
Facebook Page 👉 / prastutiporasorofficial
New to the Channel? Subscribe now 😊
-----------------------------------------------------------------------------------------------------------------------
#Abahantheatre #ProstutiPorasor #theatre

Пікірлер: 978
@debajitzgVlog
@debajitzgVlog 2 жыл бұрын
ষ্টেজত চাইছিলো তথাপি আকৌ চাবলৈ বহুত মন গৈ আছিল অপেক্ষাৰ অন্তত আজি পালোঁ বহুত ধন্যবাদ বা মধুবালা নাটক খন দিব বুলি অপেক্ষা কৰি আছো
@electrician2931
@electrician2931 2 жыл бұрын
হৃদয় চুই যোৱা কাহিনী, যোগেশ দা মোৰ প্ৰিয় অভিনেতা, সঁচাই বহুত ভাল লাগিল
@kes6719
@kes6719 2 жыл бұрын
Lockdown ne bohut অপকাৰৰ লগতে উপকাৰো উল্লেখনীয়।। কিয়নো বহুতৰে চৰিত্ৰ ভাল কৰালে , অঘৰীক ঘৰীয়া কৰালে ,লগতে নিজক নিজেই উপলব্ধি কৰালে, পৰিয়ালৰ এক সুন্দৰ 🥰 আভাস দিয়ালে, মুঠতে এক বা অনেক সমন্বয় সৃষ্টি কৰিলে সি লাগিলে হওক পৰিয়ালৰ লগতে বা প্রাকৃতিক পৰিৱেশৰ লগতে।।। এক সুন্দৰ উপলব্ধি বা আভাস ।। thank you corona virus🦠😷 To make yourself realize... ...
@pallabigogoi5186
@pallabigogoi5186 2 жыл бұрын
কিয় বাৰু আপুনি ইমান ❤️ধুনীয়া অভিনয় কৰে প্ৰস্তুতি বা ৷ বহুত মৰম আপোনালৈ বা৷❤️ কুশলে থাকক সদায়
@Bikashborah657
@Bikashborah657 2 жыл бұрын
যোগেশ কাশ্যপ দা ভ্ৰাম্যমাণৰ বাবে এক আশীৰ্বাদ হয়।...যোগ্য জনে যোগ্য সন্মান পোৱাটো বিচাৰো...মানুহ খোৱা বাঘৰ পৰা জয়মতীলৈকে এনেকুৱা এখন নাটক নাই যত তেওঁৰ দুৰ্দান্ত অভিনয় উপলব্ধি কৰা নাই...youth ৰ ভিতৰত best actor❤️..তেওঁৰ লেবেল মৃদুল ভূঞা,,চম্পক শৰ্মাৰ সমপৰ্যায়ৰ✨
@mridulkalita8244
@mridulkalita8244 2 жыл бұрын
Akdom right jogesh daa no 1 ❤❤❤🙏🙏🙏
@udayan0738
@udayan0738 2 жыл бұрын
Right
@hirakdeka5761
@hirakdeka5761 2 жыл бұрын
মধুবালা চাইছো ছিপাঝাৰ হাজৰিকা পাৰাত। এইখনো চাব মন আছিল কিন্তু বাহিৰত কৰ্মৰত হৈ থকাৰ বাবে চাব নোৱাৰিলো। প্রস্ততি বা আপোনাৰ নাটক যেনেকৈ নহওক এখন হলেও কিবাকে সময় উলিয়াই চাও। নাটকখন চাবৰ সুবিধা কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনালো আপোনাক।লগতে বহুত বহুত মৰম যাচিলো দৰংৰ পৰা। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@munmihazarika779
@munmihazarika779 2 жыл бұрын
দুখৰ মাজত আনন্দ জগাই তুলিছে নাটক খনে। সচাঁকৈ বহুত ভাল লাগিছে। প্রস্তুতি বায়ে বহুত ধুনীয়া কৰিছে। কণমানি শিল্পী জনেও। সমুহ অভিনেতা অভিনেত্রী লৈ হিয়া ভৰা ওলগ যাচিলো।
@sivasagarcivilhospital8530
@sivasagarcivilhospital8530 2 жыл бұрын
Jua bosor saboloi napale theatre.. thanks a lot prostuti ba for giving the opportunity to watch theatre online... acting sobere val hoise...
@Kaushik632
@Kaushik632 2 жыл бұрын
অপেক্ষা কৰি আছিলোঁ.... গৃহবন্দিনী চাবলৈ...🤗❤️❤️❣️ প্ৰস্তুতি বা...❣️❣️
@monikaphukon1028
@monikaphukon1028 2 жыл бұрын
Bohut val lagil
@nijaradas7316
@nijaradas7316 Жыл бұрын
Hm
@bhabanandamedhi7774
@bhabanandamedhi7774 2 жыл бұрын
মঞ্চত চাই হেঁপাহ নপলাল, সেয়ে আজি আকৌ চালোঁ। কি দুৰ্দান্ত অভিনয় প্ৰতি গৰাকীৰ। প্ৰস্তুতি বাইদেউৰ অভিনয় চাই কি যে ভাল লাগে তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।
@nurulislam560
@nurulislam560 Жыл бұрын
ভাল লাগিল চাই ৷ আপুনি ভিতৰৰ দৃশ্য বোৰ সুন্দৰকৈ দেখুৱাৰ বাবে অভিনন্দন জনালোঁ ৷ নাটক খন বৰ ধুনীয়া হৈছে ৷ সময়ৰ লগত খাপ খাইছে ৷ এইয়া আজিৰ সমাজৰ পৰিবেশ ৷
@assamfirst5123
@assamfirst5123 2 жыл бұрын
বহুত ভাল লাগিল প্ৰস্তুতি বা❤❤❤
@hemolatavlogs
@hemolatavlogs 2 жыл бұрын
বহুত বহুত ধুনীয়া হৈছে আৰু এখন আছে সোনকালে দিব বুলি আশা কৰিছোঁ ❤️❤️
@ipsitabujarbaruah9072
@ipsitabujarbaruah9072 2 жыл бұрын
এইয়াহে নাটক । সুন্দৰ কাহিনী,সুন্দৰ অভিনয় ।
@pranabbaishya8518
@pranabbaishya8518 2 жыл бұрын
সুন্দত অভিনয় বা কিশোৰক বহুত mis কৰিছোঁ
@pranjalprotimkonwar4293
@pranjalprotimkonwar4293 2 жыл бұрын
youtube ৰ জৰিয়তে আপোনালোকৰ নাটক বোৰ উপভোগ কৰাৰ সুবিধা দিয়া বাবে অশেষ ধন্যবাদ।
@guidenayan
@guidenayan Жыл бұрын
Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔 kzfaq.info/get/bejne/pK1zhpCJrt6yhIE.html
@withratulborah6612
@withratulborah6612 2 жыл бұрын
বাইদেউ আপোনাৰ অভিনয় সদায়েই প্ৰিয় ।
@purabidasassam2971
@purabidasassam2971 2 жыл бұрын
বৰ সুন্দৰ কাহিনী, সঁচাকৈয়ে হৃদয়স্পর্শী, ভাল লাগিল বা আপোনাৰ চৰিত্ৰটি ❤❤❤
@guidenayan
@guidenayan Жыл бұрын
Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔 kzfaq.info/get/bejne/pK1zhpCJrt6yhIE.html
@purabidasassam2971
@purabidasassam2971 Жыл бұрын
@@guidenayan নালাগে, জানিব লগা নাই মোৰ🤣😂
@binapanirabha7255
@binapanirabha7255 Жыл бұрын
আৱাহন থিয়েটাৰক মানিব লাগিব কিন্তু সচাকৈ প্রচতুতি বা হতৰ অভিনয় চালে বহুত বেছি ভাল লাগে❤ আপোনালোকক ভগবান ৰ ওচৰত প্ৰাথনা কৰিছু আপোনালোকে যেন সদায় ভালেকুখলে থাকে আৰু থিয়েটাৰ কৰিব পাৰে যেন সেয়া কামনাৰে ধন্যবাদ 😘🥰☺I Loveআৱাহন থিয়েটাৰ ❤❤😊☺☺
@PinkuBoriah
@PinkuBoriah 8 ай бұрын
L
@nipjyotideka4654
@nipjyotideka4654 2 жыл бұрын
এইখন নাটকৰ আৰম্ভনি আমাৰ বোৰ্কাত প্ৰথম হৈছিল আকৌ এবাৰ চাবলৈ পাই বহুত ভাল লাগিল 🤗।
@upakulparashar8628
@upakulparashar8628 2 жыл бұрын
Dhuniya lagise natok khon...bhut dhuniya hoise....
@Kaushik632
@Kaushik632 2 жыл бұрын
প্ৰস্তুতি বাৰ মন পৰশা অভিনয়ে সকলোকে মুগ্ধ কৰি তুলিলে।😘😘 বহুত ভাল লাগিল, নাটকখন চাই।❤️
@bharatiborman9020
@bharatiborman9020 2 жыл бұрын
So nice
@kanupal3947
@kanupal3947 2 жыл бұрын
@@bharatiborman9020 zo
@mrinmaykakati3895
@mrinmaykakati3895 2 жыл бұрын
@@bharatiborman9020 C
@JitenDas-cw8tb
@JitenDas-cw8tb 2 жыл бұрын
বহুত ভাল লাগিল....এইবাৰ মধুৱালা খন চাব পাম বুলি আশা থাকিল...
@Jigyasa8822
@Jigyasa8822 Жыл бұрын
Bohut bohut bohut..... Besi bhal lagil kahini2 sai.
@tunlainarzary2096
@tunlainarzary2096 2 жыл бұрын
Bohut bahal lagil story to ❤️❤️👌👌
@priyankugamer6197
@priyankugamer6197 2 жыл бұрын
Val lagil.well come to theater group.
@bipulkalita5316
@bipulkalita5316 2 жыл бұрын
শব্দহীন,,,,,, মনটোক সবল কৰিবলৈ সাহস পালোঁ,,,,💚💚💚
@r.hazarika9231
@r.hazarika9231 2 жыл бұрын
বহুত বহুত ভাল লাগিল কাহিনীটো। প্ৰতিগৰাকী অভিনেতা আৰু অভিনেত্ৰীয়ে ইমান সুন্দৰ অভিনয় কৰিছে।নাটক খনত তোমাৰ অভিনয় ৰ কথা ভাষাৰে বুজাব নোৱাৰি।সচাকৈয়ে অনন্যা তুমি প্ৰস্তুতি, বহুত মৰম দিলোঁ দেই ❤️👍👍👍
@muskan414
@muskan414 Жыл бұрын
Ki moja
@kasturidutta2874
@kasturidutta2874 2 жыл бұрын
এইখনৰ বাবেই ইমান অপেক্ষা কৰি আছিলো😍😍😍😍।উফঃ কি সুন্দৰ কাহিনী❤️❤️।
@guidenayan
@guidenayan Жыл бұрын
Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔 kzfaq.info/get/bejne/pK1zhpCJrt6yhIE.html
@pallabisaikia7050
@pallabisaikia7050 2 жыл бұрын
বা আপোনাৰ অভিনয়ে অন্তৰ চুই যায়... এনেদৰে আমাৰ মাজলৈ আৰু নতুন নতুন উপহাৰ দি যাওক আমাৰ শুভকামনা সদায় আছে🙏
@dharmendrabonia3181
@dharmendrabonia3181 2 жыл бұрын
Bahut Dhuniya hoisea prati garaki abhinetaloi huvashya thakil
@chayanikadhunu9522
@chayanikadhunu9522 Жыл бұрын
হৃদয়স্পৰ্শী কাহিনী।😭😭😭 বহুত বেছি ভাল লাগিল।❤️❤️ প্ৰস্তুতি বাৰ অভিনয় সদায় হৃদয়স্পৰ্শী।❤️❤️❤️
@asassamgaming1020
@asassamgaming1020 10 ай бұрын
Vbnmqwertyuiop
@kulobora13
@kulobora13 2 жыл бұрын
😭😭😭😭😭 বহুত ভাল লাগিছে 😂😂😂😂
@samarcarromgaming2626
@samarcarromgaming2626 2 жыл бұрын
Bohut bohut val lagile dei .. acting parfect 🤗...hard sui goixe.
@mithunhaloi1628
@mithunhaloi1628 10 ай бұрын
Dhunia hoise natok khon sai val lage gol
@user-eg7of3vb5q
@user-eg7of3vb5q 2 жыл бұрын
প্ৰস্তুতি বাৰ কি অভিনয় ।❤️❤️❤️
@guidenayan
@guidenayan Жыл бұрын
Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔 kzfaq.info/get/bejne/pK1zhpCJrt6yhIE.html
@hasnapriyapatra3872
@hasnapriyapatra3872 2 жыл бұрын
অক্ৰূৰ অনাশ্য আহ্লাদ ❤️ কোনোবাখিনিত চুই গল❤️❤️
@kishoredas9204
@kishoredas9204 2 жыл бұрын
Grahabondi Natak khon youtubot salu akhan Bastab Kahani
@m.rvashu3567
@m.rvashu3567 2 жыл бұрын
Stage ত তিনিবাৰ চাইছো আকৌ চাইছো এতিয়া ❤️হৰিশিঙাৰ পৰা মৰম জাচিলো বা
@geetasarma5476
@geetasarma5476 9 ай бұрын
Very Good Natak Prostu Porakhar Thank You Nari Kandrick Natak.
@parashcreation9492
@parashcreation9492 2 жыл бұрын
মন চুই গল বা❤🙃
@sarbeswarroy9063
@sarbeswarroy9063 2 жыл бұрын
bohut dhuniya lagise ba❤❤❤❤❤❤❤sai bohut vall lagil
@loveispranab5637
@loveispranab5637 2 жыл бұрын
প্ৰস্তুতি বা ,আপোনাৰ অভিনয় চাই থাকিলে চাই থাকিবৰ মন যায় ।
@abhijitgogoi500
@abhijitgogoi500 2 жыл бұрын
.
@abhijitgogoi500
@abhijitgogoi500 2 жыл бұрын
.
@abhijitgogoi500
@abhijitgogoi500 2 жыл бұрын
Fff
@abhijitgogoi500
@abhijitgogoi500 2 жыл бұрын
F F
@abhijitgogoi500
@abhijitgogoi500 2 жыл бұрын
F
@montusaikia5413
@montusaikia5413 Жыл бұрын
Anjali ba prostuti ba aru HOKOLULOI Abhinandan...
@mridulkalita8244
@mridulkalita8244 2 жыл бұрын
Jone ji nokook kio jogesh daa r ji durdaanto abhinoy maanibo logiyaa ❤❤❤🙏🙏🙏
@nabamallika23
@nabamallika23 Жыл бұрын
প্ৰস্তুতি বাইদেউ আপোনাৰ অভিনয়ত আপ্লুত হ’লোঁ ৷ নাটকখনৰ বিষয়বস্তু বৰ সুন্দৰ ৷ আজিৰ সমাজত কিমান নাৰীয়ে যে নিজৰ অস্তিত্বৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ! বৰ ভাল লাগিল ৷ নাটকখনৰ গোটেইকেইটা দিশেই অতি সুন্দৰ চিত্ৰায়ন হৈছে ৷ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ বাইদেউ ৷
@prahlad4242
@prahlad4242 7 ай бұрын
10:59 😂🎉
@deepayanmahanta-topic500
@deepayanmahanta-topic500 2 жыл бұрын
তেজপুৰত ঘন বৰষুণৰ মাজতো নাটকখন চাবলৈ গৈছিলো। বহুত ভাল লাগিছিল। ইয়াত upload কৰাৰ বাবে ধন্যবাদ❤️
@lordvldemort7240
@lordvldemort7240 2 жыл бұрын
0
@nayanroy6020
@nayanroy6020 Жыл бұрын
​@@lordvldemort7240🎉🎉 8😮😮😂ta ment 😊❤7😮😢
@dipalikalita7395
@dipalikalita7395 8 ай бұрын
Mo😊kop0
@bibhashreedevi5319
@bibhashreedevi5319 2 жыл бұрын
জয়মতী আৰু গৃহবন্দিনি চোৱাৰ পিছত অপেক্ষা মাথো মধুবালা নাটকখন ❤️❤️
@guidenayan
@guidenayan Жыл бұрын
Girlfriend r mobile t ki ki photo,video ase kenekoi janib🤔 kzfaq.info/get/bejne/pK1zhpCJrt6yhIE.html
@simonsal4243
@simonsal4243 Жыл бұрын
Bohut val lagil abijit da bohut bohut thanks apuni j iman xundor upohar raijor babe aghbohai ase tar babe punor bar thanks
@surjudoycreation3500
@surjudoycreation3500 Жыл бұрын
পৰিয়ালৰ প্ৰত্যেক জন সদস্য ৰ জীৱন গাথাঁৰে পৰিপূৰ্ণ এখন যথেষ্ট সৰ্বাংগসুন্দৰ নাটক...❤️💐
@akash4x4992
@akash4x4992 Жыл бұрын
Hu J
@biswajyotiarandhara9402
@biswajyotiarandhara9402 2 жыл бұрын
খুব সুন্দৰ লাগিল সঁচাকৈয়ে । সকলোৰে অভিনয় , ❤️🤗
@sumidevi6552
@sumidevi6552 2 жыл бұрын
Bor val lagil natok xon sai😊🥰🥰❤❤❤ aru prastuti baar avinoy❤❤❤❤
@MAINA33
@MAINA33 2 жыл бұрын
Hundor ❤😰
@kanishkadas4935
@kanishkadas4935 2 жыл бұрын
প্ৰস্তুতি বাৰ অভিনয়❤❤❤
@dikshitasarma819
@dikshitasarma819 2 жыл бұрын
iman xundar abhinoy xakalure ,bikhekhkoi apunar aru natok khonot abhinoy kora khura jonor ........ outstanding, amazing 😍😍😍😍😍😍😍❣️❣️❣️❣️❣️❣️
@chandramallikakhanikar1517
@chandramallikakhanikar1517 2 жыл бұрын
মন ভৰি গ'ল । খুবেই সুন্দৰ......!!
@bonditagogoi9778
@bonditagogoi9778 2 жыл бұрын
Bohut bohut vall lagixe kahine to sai....😍😍😍
@ranjuthakuria6907
@ranjuthakuria6907 2 жыл бұрын
বহুত ভাল লাগিছে প্ৰস্তুতি বা❤️❤️
@kanishkadas4935
@kanishkadas4935 2 жыл бұрын
আহি পালে 💕💕
@dipanjalideka3945
@dipanjalideka3945 2 жыл бұрын
Bahh prastuti baaa,,,tmk sske bht vl lge
@user-kf3ji4jk1z
@user-kf3ji4jk1z 2 жыл бұрын
Bahut vall lagise ..
@poliborah8222
@poliborah8222 2 жыл бұрын
Baa bohut val lagil natok khon sai
@poppydutta9022
@poppydutta9022 2 жыл бұрын
প্ৰিয় অভিনেত্রী বুলিলে কেৱল প্ৰস্তুতি বাৰ নামেই মনলৈ আহে।
@manashikhanikar2090
@manashikhanikar2090 Жыл бұрын
Right
@kuinsarma4897
@kuinsarma4897 Жыл бұрын
Bhut dhunya lgil... Thank you amk upvug krutat🙏🙏🙏🙏
@nekitadevi5535
@nekitadevi5535 2 жыл бұрын
Bohut dunia lgl Baa ,, Holat sbo nplw mobile ty sboloi Pai bhut bhut thank you 🙏👌💞
@binandabaruah8019
@binandabaruah8019 2 жыл бұрын
ইমান ধুনীয়া অভিনয় ❤️❤️
@dharmendradeka7183
@dharmendradeka7183 Жыл бұрын
Nice
@dilipsaikia7541
@dilipsaikia7541 2 жыл бұрын
Jogesh daa & Prastuti baa salute to your performance.
@manjukissanrimjim7374
@manjukissanrimjim7374 Жыл бұрын
বহুত ধুনীয়া ‌ লাগিলে ‌ প্ৰস্তুতি‌ বা
@puturamdas1243
@puturamdas1243 Жыл бұрын
সুন্দৰ কাহিনী আৰু অভিনয় ৷ সচাকৈয়ে এই নাটকৰ কাহিনী ভাগ উপভোগ কৰি বৰ ভাল লাগিল ৷
@mainasarmah6999
@mainasarmah6999 2 жыл бұрын
বহুত ভাল লাগিল ❤️
@sudarshanboruah3535
@sudarshanboruah3535 2 жыл бұрын
সচাই সুন্দৰ কাহিনী🙂
@Kaushik632
@Kaushik632 2 жыл бұрын
অঞ্জলী বাইদেউ ৰ চৰিত্ৰ টি বৰ ভাল লাগিছে।❣️❣️❣️ সুন্দৰ অভিনয় কৰিছে। ❤️🤘🤘
@kuleshwarib.69
@kuleshwarib.69 10 ай бұрын
সুন্দৰ অভিনয় চাই ভাল লাগিল
@hirushmoranAXOM
@hirushmoranAXOM 2 жыл бұрын
Aapunar ovinoy mohan🥰🥰🥰🥰🙏🙏
@darpandeka5141
@darpandeka5141 2 жыл бұрын
গৃহবন্দীনি নাটক খনৰ কাহিনী সচাকৈ বহুত ভাল লাগিল । ধন্যবাদ,,,
@sagorikadas361
@sagorikadas361 Жыл бұрын
Hsake bhut besi vl lagil...😍😍😍😍😍😍😍
@studio.tu2
@studio.tu2 2 жыл бұрын
সকলোৰে সুন্দৰ অভিনয় ❤️❤️
@dhanjitrajbongshi8209
@dhanjitrajbongshi8209 2 жыл бұрын
প্ৰস্তুতিবাৰ অভিনয় একক অনন্য,
@inamulhoque4016
@inamulhoque4016 2 жыл бұрын
বহুত বহুত ......... ভাল লাগিল
@hirakjyotideka4850
@hirakjyotideka4850 2 жыл бұрын
Xakolure abhinoi sai bahut bahut val lagise....👌👌👌
@manabjyotimj268
@manabjyotimj268 2 жыл бұрын
বহুত অপেক্ষাৰ অন্তত bohut val lagil😍❤️❤️😘
@tutukongogoi6037
@tutukongogoi6037 2 жыл бұрын
Prostuti porasor oveni vl nice ♥️ ♥️♥️♥️♥️♥️♥️♥️♥️♥️
@mridusmitagoswamibarman4856
@mridusmitagoswamibarman4856 2 жыл бұрын
Antar suejuwa kahini...avinyo ati sundar... Nijk bisari palu
@ratulalii8696
@ratulalii8696 2 жыл бұрын
Mojjja lagil dai ba love you 💟💟💟💟
@lipikasaharia4845
@lipikasaharia4845 2 жыл бұрын
Ritu da acting perfact❤️❤️
@dhunu7
@dhunu7 2 жыл бұрын
Outstanding drama team Well done 👍🏻👍🏻👍🏻👍🏻
@bhaskarsaikia2704
@bhaskarsaikia2704 2 жыл бұрын
সঁচাই বহুত ভাল লাগিল
@dhritimankalita2083
@dhritimankalita2083 2 жыл бұрын
সুন্দৰ Prostuti Baa 😍😍❣️❣️
@manashsharma5733
@manashsharma5733 2 жыл бұрын
Very nice story...nice acting...superb..thanks for the upload...perfect drama
@rangiardiganta9030
@rangiardiganta9030 2 жыл бұрын
Mobile T Sale o Feeling To Kintu .... Theatre R Pendel Talat Sai Thakar Nisina He Lage 😊 #Deeptesoory Rakh T Sai Silo ❤🙂 #Theatre #Bulile #Pagal #Moi ☺❤ Love From #RANGIA 💜
@dipoktanti9896
@dipoktanti9896 Жыл бұрын
Bhut bhut val lagile prostuti baa
@dibyajyotithakuria5824
@dibyajyotithakuria5824 Жыл бұрын
Sai Bahut bahut dhunia lagise..
@GautamGautam-nc2wi
@GautamGautam-nc2wi 2 жыл бұрын
অভিজিত দাৰ বহুত ভাল ভাল নাটকৰ মাজত এইখনো এখন । সচাকৈ মন পৰশা
@AminulIslam-uv9xl
@AminulIslam-uv9xl Жыл бұрын
All Artists Good Acting 💞💞💞God Bless All 💞💞💞
@minkuborbora8798
@minkuborbora8798 2 жыл бұрын
Nice baa apunar ovinoi bohut val lage,,
@hidj614
@hidj614 Жыл бұрын
Bohut val lagil 2bar salu
@bordoloi_official
@bordoloi_official 2 жыл бұрын
মন আপ্লুত কৰিব পৰা থিয়েটাৰ লগত প্ৰস্তুতি পৰাশৰ বাৰ মঞ্চৰ দপদপনি😍❤️❤️সচাকৈ বহুত ভাল লাগিব সন্মোখত চাব পাৰিলে।😊
@rajashreeborah8140
@rajashreeborah8140 Жыл бұрын
Oh
@Pratim_Sarmah.
@Pratim_Sarmah. 2 жыл бұрын
সুন্দৰ নাটক। লখিমপুৰত এটাও পেণ্ডেল নপৰাত লাইভ চোৱাৰ সৌভাগ্য নহ'ল।এইকন সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ।
@bikashbharali2449
@bikashbharali2449 2 жыл бұрын
Hosake dai
@rubulbora4355
@rubulbora4355 Жыл бұрын
Bor hundor drama Val lagil sai
@riyadihingia7918
@riyadihingia7918 Жыл бұрын
অভিনয় আৰু কাহিনী অতি মনোমোহা,
@kanishkadas4935
@kanishkadas4935 2 жыл бұрын
কিশোৰ দাৰ্ আত্মাই যেন শান্তি লাভ কৰে 🥺😟
КАК ДУМАЕТЕ КТО ВЫЙГРАЕТ😂
00:29
МЯТНАЯ ФАНТА
Рет қаралды 11 МЛН
UNO!
00:18
БРУНО
Рет қаралды 3 МЛН
Rashlila || EP- 32 || 06-08-2024 ||
19:27
Rengoni TV
Рет қаралды 107 М.
BEULAR BIYA | ASSAMESE FULL MOVIE | ARUN HAZARIKA | SHYAMONTIKA SHARMA | JUPITORA BHUYAN
1:18:55
তুলা আৰু তেজা Tula aru Teja
1:05:15
Ne TIME INDIA
Рет қаралды 12 МЛН
Мне приснился очень страшный сон
0:38
Самый странный заключённый😂 #фильм #кино
0:56