No video

ৰাজ্যত লাগিছে হাহাকাৰ।কেইজনমান যুৱকৰ তুলাধুনা মুখ্যমন্ত্ৰীক।/virel news

  Рет қаралды 11,981

Shyamal's vlogs

Shyamal's vlogs

Күн бұрын

Пікірлер: 32
@nakulbanikya6653
@nakulbanikya6653 Ай бұрын
Your blog is very popular.
@LakrishnaChetia
@LakrishnaChetia Ай бұрын
Very good
@AbulSarkar-zw7js
@AbulSarkar-zw7js Ай бұрын
দেশৰ মূখ্য মন্ত্ৰী কেইজন মান যোবকৰ তুলা ধুনা ইতি পূৰ্বে যদি প্ৰাপ্ত হোৱা নাছিল তেন্তে এয়া আমাৰ অসম বাসী তথা অসমীয়াৰ গৌৰৱৰ কথা। লগতে ইতি পূৰ্বে কোনো মূখ্য মন্ত্ৰী দেশৰ আটাইবোৰ বিভাগ পৰিচালন কৰন ক্ষমতা প্ৰাপ্ত হোৱা নাছিল।এয়া ও অসমৰ তথা অসমীয়াৰ গৌৰৱৰ কথা। আমি বুজি নোপোৱা বাবে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক সমালোচন কৰিছো। বিশ্ব শ্ৰষ্টা তেওঁক অধিক ক্ষমতা প্ৰদান কৰিছে। এয়া আমাৰ গৌৰবৰ হে কথা।
@mandeepkalita4826
@mandeepkalita4826 Ай бұрын
Jua bar exam nidiya koi sakri paise
@user-wc7vq2wn5f
@user-wc7vq2wn5f Ай бұрын
🎉❤😮😅
@PrabirChandraDeka-nh4qo
@PrabirChandraDeka-nh4qo Ай бұрын
Togalaki raj
@user-wc7vq2wn5f
@user-wc7vq2wn5f Ай бұрын
🎉🎉❤😮😮😮😮💝💝
@jugeswarphukan9726
@jugeswarphukan9726 Ай бұрын
Atihunkale.bjpk.bidai.diak.asomsar.karbulibale.akunai.aikhan.rss.sarkar.atihunkale.bidainidile.kintu.asom.hakhatale.jaba.aikhan.sarkarardinat.
@debakrsaikia2993
@debakrsaikia2993 Ай бұрын
স্ক্ৰীন ত বান্দৰ ভূমুকি কিয়?ৰাইজে অনুষ্ঠানহে চাব। বান্দৰ ভূমুকি নাচায়।
@rameshdeka6603
@rameshdeka6603 Ай бұрын
B J Pa asalate asomar studentr jibanar katha sinta nakare kebal teolokar nijar lara soali borar babehe parikha patise aiborar babeitu b j pk bidai diba lage
@nakulbanikya6653
@nakulbanikya6653 Ай бұрын
এইখন চৰকাৰক ২৬ত লুইতত্ দলিয়াই দিম বাপপেকে।
@jugeswarphukan9726
@jugeswarphukan9726 Ай бұрын
Bherigod
@jugeswarphukan9726
@jugeswarphukan9726 Ай бұрын
Hakaluea.bidaidiba.lage.bjpk.asomar.sarkar.nahai.bidekhisarkar.
@nakulbanikya6653
@nakulbanikya6653 Ай бұрын
আৰ এছ এছৰ চৰকাৰ।
@jugeswarphukan9726
@jugeswarphukan9726 Ай бұрын
Good.hai.aikhan.rss.sarkar.rssea.jikai.take.kare.nahale.sarkar.nabase.nijar.bulibale.akunai
@bijayrabha9564
@bijayrabha9564 Ай бұрын
আপোনি গাওঁলৈ বেছিভাগ প্ৰাথমিক বিদ্যালয়ত এজনকৈহে শিক্ষক দেখিবলৈ পাব ।
@bandanagayan1929
@bandanagayan1929 Ай бұрын
গোটেই অসমৰ এজনেই বাপেক সেইজন হল হিমনত
@dipulsarma7527
@dipulsarma7527 Ай бұрын
সিদ্ধান্ত, প্রত্যাহাৰ এইবোৰ making কাম, সকলো ক্ষেত্রতে এইটো হৈ আছে !
@jayaborah2926
@jayaborah2926 Ай бұрын
নহয় সেইটো হ'ব পাৰে,কাৰন এতিয়া অসমত বানপানীৰ ভৰপক, মামা তাত ব্যস্ত।
@user-uc6vo9lo6n
@user-uc6vo9lo6n Ай бұрын
Not student but candidate
@NazirHussain-ne4sx
@NazirHussain-ne4sx Ай бұрын
News he koriso consr to kar bal koribo logaiso
@kamaleswarbordoloi993
@kamaleswarbordoloi993 Ай бұрын
তুলাধুনা দিলেনে ললে ? ফেচাঁটো হৈ প্ৰশংসা কৰাহে দেখা গ'ল । দেশৰ নাগৰিকৰ কাম হল সুস্থ পৰামৰ্শ দিয়া । চেলু বিছাৰি তৰ্ক কৰি থকা তৰ্কসভাত পণ্ডিতালি কৱ আৰু ইয়াত মুৰ্খামী হব । এঙ্কৰ বাবা তুমাৰ হেড লাইন অশুদ্ধ।বিবেকক অলপ কামত লগাবা দেই পাপু ।
@user-fl3em2vg1u
@user-fl3em2vg1u Ай бұрын
Aitur.kame.nai
@mridulmoran9615
@mridulmoran9615 Ай бұрын
অলগর্দ্ধসকল পৰীক্ষা তহঁতি দিবিনে আমি নিৱনুৱাই দিম ? পাবত গজা সংগঠনৰ মালিক হৈ এতিয়া ধন ঘটাৰ বাট নোহোৱা হল যে | চিঞৰ_ বাখৰ কৰি শিয়ালৰ হোৱা দিয়া সকল
@TANKESWARDeka-tg2hp
@TANKESWARDeka-tg2hp Ай бұрын
যাতে 2025 পাৰ কৰিব পাৰি তাৰ উপায় বিছাৰিছে
@PrasannaGogoi-tg9my
@PrasannaGogoi-tg9my Ай бұрын
Faltu, missa kotha koboloi aru nepale eijone.
@thepoliticalawareness1021
@thepoliticalawareness1021 Ай бұрын
*চৰকাৰে কিয় ইমান অধিক চৰকাৰী চাকৰি দি আছে। ৰাইজে ইয়াৰ বিৰুদ্ধে মাত মতা উচিত।* আজিকালি চৰকাৰী কৰ্মচাৰীৰ দৰমহা বহুত বেছি। ৰাইজে কষ্ট কৰি উপাৰ্জন কৰা সকলো টকা এই সকল লোকৰ নামত খৰচ হৈ যাব। সকলোৱে জানে চৰকাৰী চাকৰি, মানুহে কৰিব বিচাৰে কাম নকৰিবলৈ, কাম কৰিবলৈ নহয়। স্কুল বিলাকত ইমান অধিক শিক্ষক নিযুক্তি দিছে কিন্তু প্ৰতি বছৰ Student কমি গৈ আছে। চৰকাৰী শিক্ষকে নিজৰ লৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়াব নিবিচাৰে। চৰকাৰী চাকৰিয়াল ক চৰকাৰে 30 লাখ টকা home loan দিয়াৰ কথা কৈছে, Car loan ও দিয়ে চাগে ৰাইজৰ টকাৰে? গতিকে ৰাইজে অলপ ভাবি চাওক এই সকল চৰকাৰী কৰ্মচাৰীয়ে কি কাম কৰি আছে আপোনালোকৰ টকাৰে। চৰকাৰে আজিকালি চৰকাৰী চাকৰি কৰা মানুহৰ ছুটী আৰু বৃদ্ধি কৰি গৈ আছে। আপুনি ভাবক ইমান ছুটী দিয়াৰ পিছতো মাক দেউতাক ফুৰাব বাবে আৰু দুদিন ছুটী দিয়া হয়। এনেকৈ ৰাইজৰ কাম কেনেকৈ হব। ৰাইজে বানপানী, বোকা পানীৰ মাজত থাকিব লাগিব। অসমৰ Revenue generation ৰ মূল উৎস তেল উদ্যোগৰ মাৰণমুখি যাত্ৰা আৰম্ভ হৈছে আৰু চাহ উদ্যোগৰ অবস্থা থৰক বৰক। চৰকাৰী চাকৰি কৰা মানুহক দৰমহা দিয়োতে ৰাজহ শেষ হৈ যাব। Please analyze and Share until and unless common public won't aware. You can't expect accountability, Performance etc from Government employee. They might loot you and your state. So please their performance and accountability. চৰকাৰী কৰ্মচাৰী আৰু শিক্ষকে ভাল কাম কৰি দেখুৱাব লাগিবই
@jugeswarphukan9726
@jugeswarphukan9726 Ай бұрын
Aibur.bumenogba.akunaibjp.sarkarar.dinat.kot.kikarise.nijarkarane.karise.janahadharanar.karane.kara.dekha.nai.banua.radtake.banai.nabanua.mane.eman.bearasta.ase.barakhundilr.oluahumoa.kariba.nuare.kidinahil.
@thepoliticalawareness1021
@thepoliticalawareness1021 Ай бұрын
@@jugeswarphukan9726 অসমিঞাই যেন আশীৰ্বাদ দিয়ে আপোনাক
@KrishnaChetia-fy4lm
@KrishnaChetia-fy4lm Ай бұрын
Ologo8nddha bamun cm a khle dekh khon praie.
English or Spanish 🤣
00:16
GL Show
Рет қаралды 7 МЛН
Кадр сыртындағы қызықтар | Келінжан
00:16
LIVE | Kamala Harris' VP Pick Tim Walz Speaks On Day 3 Of DNC | US Elections
5:41:13
English or Spanish 🤣
00:16
GL Show
Рет қаралды 7 МЛН