Ba joni bhut qute ...val lgixa bhut dinr pasot dakhi ...❤❤❤❤ Horu pora tiyr movie sai dangr hoisu ru ami dangr hoi ahisu ba joni horu hoi ase sehara tu bhut qute baa.,❤❤
@viewsme808011 сағат бұрын
নিলাক্ষী বাৰ সুৰে পাগল কৰি দিয়ে, বিষাদ যন্ত্রণাৰ সময়ত মেদিচিনৰ কাম কৰে আৰু কি যে ভাল লগা অনুভৱ বুজাই কব নোৱাৰি!!!!!! লগতে আপোনাৰ এই যাত্রাই সহযাত্রী হৈ আমাক কেতিয়ানো এই সুতত বিভোৰ কৰি উটুৱাই লৈ যায় গমেই নাপাওঁ!আপোনালোকৰ যাত্ৰা হওঁক অন্তহীন তাৰে কামনা কৰিলো।