No video

'ৰেন মৌ'ত আইচেংফাৰ স'তে 'নন্দিনী'ৰ সম্পাদক, সু-লেখিকা মাইনী মহন্ত। EP 37

  Рет қаралды 66,029

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host & Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Jintu Kumar
Make-Up - Binita Das
Video Assist - Preet Gohain
Audio Assist - Biplob Gogoi

Пікірлер: 202
@aichengfaboruah
@aichengfaboruah 4 ай бұрын
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
@bandanakalita2087
@bandanakalita2087 4 ай бұрын
Khub val lagil.
@himajyotimazumdar1408
@himajyotimazumdar1408 4 ай бұрын
😊
@nizaradas2949
@nizaradas2949 3 ай бұрын
বহুত ভাল লাগিল
@user-ir6rm3nj1c
@user-ir6rm3nj1c 3 ай бұрын
মাইনি মহন্তৰ ব্যক্তিত্বই সদায় আকৰ্ষণ কৰে মোক । দেখিলেই এক শ্ৰদ্ধা ভাৱ আহি যায় ।ভালে থাকক সদায় , সু স্বাস্থ্য কামনা কৰিলোঁ ❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
আমাৰ মৰম আৰু শ্ৰদ্ধাৰ মাইনী বাইদেউলৈ আমাৰ তৰফৰ পৰা এবুকু অন্তৰভৰা শুভ কামনা জনালোঁ। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক মাইনী বা। মোৰ অতি শ্ৰদ্ধাৰ প্ৰিয় সাঙবাদিক আৰু শ্ৰদ্ধাৰ সন্মানীয় লেখিকা। তেখেতৰ লিখনিবোৰ পঢ়ি আমি আপ্লুত হও। বাইদেউক ভগৱানে কূশলে ৰাখক।❤❤❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
মাইনী বাইদেউ অসমৰ এগৰাকী যথেষ্ঠ মননশীল লেখিকা। বাইদেউৰ সৈতে লোৱা এই সাক্ষাৎকাৰটো যাত্ৰা ৰেন মৌ অনুষ্ঠানটোৰ এক অনন্য আৰু ব্যতিক্ৰমী আৰু অন্যতম অনুষ্ঠান। বাইদেউৰ লগতে আইচেঙফাৰ আৰু জুলফি সকলোলৈকে বহুত বহুত শুভ কামনা জনালোঁ।❤❤❤
@DiptiSharmaBaruah
@DiptiSharmaBaruah 3 ай бұрын
২০০০ চনত ডিমাপুৰত আছিলো৷ নন্দিনী, প্ৰিয় সখী আৰু বিস্ময় ৰেলৱে ষ্টেচনৰ কিতাপৰ দোকানখনত আনি থবলৈ কওঁ৷ বৰ আগ্ৰহেৰে পঢ়িছিলোঁ৷ ইমান সুন্দৰকৈ লিখিব জনা ব্যক্তি গৰাকীৰ আত্মিক অনুভৱবোৰো ইমান সৰল, মোহনীয়৷ সঁচাকৈ মোহিত হ’লো৷ আৰু দুয়োলৈকে শ্ৰদ্ধা, মৰম জ্ঞাপন কৰিলোঁ ❤❤
@ManashProtimBaruah-ve9ie
@ManashProtimBaruah-ve9ie 4 ай бұрын
ইমান ধুনীয়া এটা কথোপকথন। সঁচাই খুব ভাল লাগিল। ইমান পৰিপক্ৰ কথোপকথন। বাইদেউ লৈ এটা মাত্ৰ অনুৰোধ। একিগাই খনৰ অসমীয়া অনুবাদ এটা পাৰিলে কৰকচোন। ইংৰাজী কিতাপ খন পঢ়ি এটা অনুভৱ হল যে আমাৰ মাতৃভাষাত পঢ়িব পালে আৰু বেছি ভাল লাগিল হই। অনেক অযুদ সুভকামনা ৰেন মৌ লৈ।। ৰাইপুৰ ছাতিছগড় ৰ পৰা❤❤❤
@MonikaBorgohain-uv7zx
@MonikaBorgohain-uv7zx 4 ай бұрын
ধন্যবাদ আইচেংফা বা,আজিৰ খণ্ডটিৰ জড়িয়তে বহুতো নজনা কথা জানিব পাৰিলো,বহুত ভাল লাগিল।
@kalpananeog3532
@kalpananeog3532 4 ай бұрын
অনুস্থানটো চাই বৰ ভাল লাগিল, ইমান পৰে সুন্দৰ কাহিনী এটাৰ সৈতে যেন সুন্দৰ চুটি ছবি এখনহে উপভোগ কৰিলোঁ এনে লাগিল । সামগ্ৰিক ভাৱে বিভিন্ন স্পৰ্শকাতৰ বিষয়বস্তুৰ ওপৰত,অনুস্থানটোৰ আঁতধৰোতা মোৰ মৰমৰ আইচেংফাৰ সুন্দৰ আৰু ধুনীয়া প্ৰশ্ৰবোৰৰ,মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ মাইনীবাৰ উপস্থিত বুদ্ধিমত্তাৰে দিয়া গহীন -গম্ভিৰ উত্তৰবোৰে মোৰ লগতে, অনুস্থানটো উপভোগ কৰা সকলো ব্যক্তিৰে অন্তৰ চুই যোৱাৰ লগতে, আপ্লুতʼও হৈছে। কোনোবাখিনিত আনন্দত আত্মহাৰা হৈছোঁ, কোনোবাখিনিত আকৌ বহু কথাই নিজৰ লগত মিলাই চাইছো বা মিলিও গৈছে। মুঠৰ ওপৰত অলপো আমনি নলগাকৈ খুউব ভাল লগা এটা অনুষ্ঠান উপভোগ কৰিলোঁ। মাইনীবা মোৰ বাবে আদৰ্শ নাৰী,বাʼৰ নিৰ্ভিক আৰু স্পষ্টবাদীতাই মোক সদায় বিশেষ ভাৱে আকৰ্ষণ কৰে। পিছলৈ বাʼহঁতৰ ঘৰ যিহেতু বিশ্বনাথ চাৰিআলিৰ নৱপুৰত, আৰু মোৰো ঘৰ নৱপুৰতে গতিকে বাহঁতৰ ঘৰখনৰ পৰিয়ালকো আমি ভালকৈ জানো। বাʼক বৰকৈ লগ পোৱা নাই যদিও, তেখেতৰ মাʼক আমি বৰমা বুলি মাতো,তেখেত ইমান মৰমীয়াল আৰু অমায়িক আছিল যে তেখেতৰ ব্যক্তিত্বই আমাৰ জীৱনত বিশেষ ভাৱে প্ৰভাৱ পেলাইছিল আৰু এজন ককায়েক দীজেন মহন্ত,,,, তেখেতৰ অভিনয়, বিশেষকৈ কৌতুক অভিনয়ৰ কথা, এতিয়াও চাগে বিশ্বনাথ চাৰিআলিৰ সকলোৰে মনত গভীৰ সাঁচ বহুৱায় আছে। শেষত মাইনীবালৈ মৰম আৰু শুভকামনা জনাই,মোৰ মৰমৰ আইচেংফা আৰু আইচেংফাৰ সহযোগী কৰ্মকৰ্তা সকললৈ এসোপামান মৰম, আশীৰ্বাদ আৰু শুভকামনা জনালোঁ, 'ৰেন মৌ ' ৰ যাত্ৰা এইদৰেই সদায় অব্যাহত থাকক, তাৰেই কামনাৰে,,,,,,❤😊 কল্পনা নেওঁগ, মালিগাঁও চাৰিআলি, গুৱাহাটী,,,,,,
@gunahandique3909
@gunahandique3909 4 ай бұрын
বৰ ভাল লাগিল অনুষ্ঠানটো।।।। মাইনী বা কথা বোৰ কবিতা কবিতা লাগিল।লগতে আইছেংফা কথা বোৰ বৰ মৰমলগা,,,
@jahnabisaikia3266
@jahnabisaikia3266 3 ай бұрын
প্ৰতিটো খণ্ড চাওঁ ভাল লাগে কিন্তু আজিৰ খণ্ডটি সকলোতকৈ ভাল লাগিল 🌻৷
@babitadeka8849
@babitadeka8849 4 ай бұрын
আইচেংফা তোমাক বহুত ভাল লাগে ❤ আজিৰ খণ্ডটি আৰু খগেন দা ৰ খণ্ডটি বহুত ভাল লাগিল 🤍 'ৰেন মৌ' ৰ যাত্ৰা অবিৰত হওঁক ❤
@archishakonch1348
@archishakonch1348 4 ай бұрын
ইমান ভাল লাগিল কবলৈ ভাষাৰ অভাৱ, ধন্যবাদ এনে কোৱা সাক্ষাৎ কৰা চাবলৈ পোৱাৰ বাবে,
@mayuribaruah571
@mayuribaruah571 4 ай бұрын
ভাল লাগিল ৷ মাইনী মহন্ত বাইদেউৰ কিতাপ ভাল লাগে ৷ আপোনাৰ সকলো অনুষ্ঠানেই ভাল লাগে ৷
@binadevi2307
@binadevi2307 4 ай бұрын
মাইনী মহন্তৰ সাক্ষাৎকাৰ টোৰ বাবে আইচু্ংফালৈ বহুত ধন্যবাদ।মাইনীৰ বিনম্ৰতাই সকলোকে উজ্জীৱিত কৰি তুলে,সাহস য়োগাই।যাৰ বাবে তেখেত সদায় শ্ৰদ্ধাৰ পাত্ৰী
@chumisreading3264
@chumisreading3264 4 ай бұрын
স্বামীৰ কথা ইমান উৎসাহেৰে কৈছে।শুনি বৰ ভাল লাগিল।
@manishadeka6600
@manishadeka6600 4 ай бұрын
মাইনী মহন্ত বাইদেউৰ গ্ৰন্থ পঢ়িছো প্ৰায়খিনিয়েই।প্ৰিয় লেখিকা❤️❤️।কথাবোৰ বৰ ধুনীয়াকৈ কয়।episode টো বৰ ভাল লাগিছে বা🥰🥰।গাম্ভীৰ্যপূৰ্ণ হৈছে।Love u lots "Jaatra"❤️❤️❤️
@sandhyaphukan3560
@sandhyaphukan3560 4 ай бұрын
'ৰেন মৌ' আজি অনুস্থানটি বহুত ভাল লাগিল। আপোনালোক দুয়োৰে হাঁহি ভৰা কথোপকথন শুনি উপকৃত হলো।মাইনী বাইদেউক বহুত ভাল লাগে।
@kongkonagogoi1042
@kongkonagogoi1042 4 ай бұрын
মেট্ৰিকৰ টেষ্ট পৰীক্ষা দি আহি মাইনী মহন্তৰ গল্পৰ কিতাপ পঢ়িছিলোঁ৷ প্ৰতিটো পৰীক্ষাৰ শেষত এটা গল্প পঢ়াৰ হেপাঁহ যে কিমান আছিল৷ সদায় প্ৰিয় মাইনী মহন্ত ৷
@purabikalita4864
@purabikalita4864 4 ай бұрын
কথাখিনি শুনি বহুত ভাল লাগিল ,,, আইছেংফা বা আপোনাৰ কথা বিলাক শুনি মোৰ বহুত ভাল লাগে,,,
@kishorekangkan4343
@kishorekangkan4343 4 ай бұрын
আইচেংফা বাৰ “আইয়ু” আৰু বৰষা বাৰ “আইয়ু” বৰ মৰমলগা😊 ❤
@prabitachutia448
@prabitachutia448 4 ай бұрын
আজি মাইনী মহন্তৰ কথা খিনি শুনি বহুত ভাল লাগিল , তেখেতৰ কিতাপ প্ৰায় খিনিয়েই পঢ়িছো , আজি অলপ চুলি খিনি কম বগা দেখিছো , ভাল লাগিছে এনেকৈয়ে থাকিলে ভাল দেখি , মোৰ প্ৰিয় লেখিকাৰ ভিতৰত এগৰাকী , ধন্যবাদ আইচেংফা আগলৈ
@rinubordoloi1241
@rinubordoloi1241 4 ай бұрын
ইমান সুন্দৰ এটা অনুষ্ঠান, মনত দাগ কাটি গৈছে।
@PompinaBorah
@PompinaBorah 4 ай бұрын
খুবেই ভাল লাগিল,,,,,Mind refreshing 😊
@kangkanagogoi388
@kangkanagogoi388 4 ай бұрын
প্রথম চালো বহুত বেছি ভাল লাগিল। আইচেংফা বৰুৱা ইমান মৰম লগা। দুয়ো গৰাকীয়ে কথাবোৰ ইমান ধুনিয়াকৈ কয়। সচাঁই বহুত ভাল লাগিল।
@abhisekkaushik9780
@abhisekkaushik9780 4 ай бұрын
খুবেই সুন্দৰ এটা অনুষ্ঠান। ভাল লাগিল।
@sweetymech8119
@sweetymech8119 4 ай бұрын
Moi bohut val paw baidew..aji dekhi bohut val lagil...thank u...আইচেংফা baidew❤
@kavitaduttagoswami6716
@kavitaduttagoswami6716 4 ай бұрын
মাইনীৰ গ্ৰন্থবোৰ এসময়ত খুব কিনি কিনি পঢ়িলো। কেতিয়াবা কেতিয়াবা ক'ৰবাত লগপাই যাওঁ যেতিয়া ইমান আপোন ভাবেৰে কথাপাতে। তাতে তুমি তেওঁৰ কথাবোৰো বৰ সুন্দৰকৈ উলিয়ালা। মাইনীৰ এই সাক্ষাৎকাৰ টোত যেন মই এখন কিতাপহে পঢ়িলোঁ। খুব ভাললাগিল। দুয়োলৈ বহুত শুভকামনা জনালো দেই।
@nabanitakalita1775
@nabanitakalita1775 4 ай бұрын
খুৱ সুন্দৰ লাগিল অনুষ্ঠানটো ৷ মাইনী বা আৰু আইচেংফা বা দুয়োগৰাকীলৈ অযুত মৰম❤
@farhasuhana9646
@farhasuhana9646 2 ай бұрын
বাইদেউৰ কিতাপ সৰুৰে পৰাই পঢ়ি আহিছোঁ। ভাললাগে তেখেতৰ ব্যক্তিত্ব❤
@Rupam-dc8ts
@Rupam-dc8ts 4 ай бұрын
যাত্ৰা'ৰ 'ৰেন মৌ'ৰ আজিৰ খণ্ডটি অন্যতম । 'ৰেন মৌ'ৰ যাত্ৰা অবিৰত হওক ❤। বা আপোনাক বহুত ধুনীয়া লাগিছে আৰু আপোনাৰ আইঅ' খুব মৰম লগা ❤।
@moureensvlogandworld225
@moureensvlogandworld225 4 ай бұрын
সন্ধিয়া সময়খিনি আপোনালকৰ মধুৰ বাৰ্তালাপে সন্মোহিত কৰি ৰাখিলে❤।খুউব সুন্দৰ।
@Tora532
@Tora532 4 ай бұрын
Val lagil bahut 🙏🙏🙏may God bless both of you
@user-bc6zd8om1j
@user-bc6zd8om1j 4 ай бұрын
Aisangfa ba voice tu eman dhuniya ❤❤❤❤
@user-wv5eh9mw2g
@user-wv5eh9mw2g 4 ай бұрын
One of my fevourite writer. Tq jatra
@jinaborgohain1909
@jinaborgohain1909 4 ай бұрын
তেখেতে ইমান সৰল ভাষাত কথাবোৰৰ সমিধান দি গৈছে শুনি ভাল লাগিল । দুয়ো গৰাকীয়ে বৰ মৰমৰ ❤❤
@mayurigogoi7490
@mayurigogoi7490 4 ай бұрын
মাইনী বা ইমান ধুনীয়া হৈ আছে আৰু বহুত দিনৰ মূৰত দেখা পালো ভাল লাগিল।মোৰ মৰমৰ হয় মাইনী বা ❤❤❤❤❤❤
@mrbairagi3666
@mrbairagi3666 4 ай бұрын
সৰুতে নন্দিনী ত প্ৰায়ে নামটো দেখিবলৈ পাওঁ ❤ বৰ ভাল লাগিল আজিৰ খণ্ডটো চাই 🎉
@gitikadevi325
@gitikadevi325 4 ай бұрын
Khub bhal lagil, bahut prerana palo....
@mbgohain7262
@mbgohain7262 4 ай бұрын
Khub bhal lagile ❤❤
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 4 ай бұрын
খুব ভাল লাগিল অনুষ্ঠানটো চাই। মোৰ প্ৰিয় এগৰাকী ব্যক্তি। সদায় ভালে থাকক 🙏🏻🙏🏻🥰🥰🥰
@shantipriyakataki4604
@shantipriyakataki4604 4 ай бұрын
বৰ ভাল লাগিল। এনেকুৱা আৰু অনুষ্ঠান বিচাৰোঁ ।
@Bidbeast
@Bidbeast 4 ай бұрын
মাইনী মহন্ত বাইদেউ আপুনি বহুত প্ৰেৰণা ।আপোনাক আপোনাৰ লেখনী বোৰ পঢ়িছিলোঁ।আপোনাক দেখি অভিভূত হৈছোঁ।
@pubaliborah7017
@pubaliborah7017 4 ай бұрын
❤❤❤ ভাল লাগিল
@678oktoyoutube
@678oktoyoutube 3 ай бұрын
আইচেংফা আৰু মাইনিবা দুগৰাকীৰ কথাই সকলোকে আপ্লুত কৰিব বুলি আশা কৰিলো
@purbaligogoi5193
@purbaligogoi5193 4 ай бұрын
Val lagil interview.
@indranisonowal5477
@indranisonowal5477 4 ай бұрын
Mur priyo lekhika.... college book fair ot maini baa kitap bhut collection krixlu
@SavagemodeON973
@SavagemodeON973 3 ай бұрын
Tumak kiyo Iman Morom lage. Moi najanu kintu Tumak bor morom lage....... Love you. Moi kunudin Tumak comment kori puwa nai show first time.
@junmonidas4024
@junmonidas4024 3 ай бұрын
আপোনালোকৰ কথোপকথন বহুত ভাল লাগিল!!🙏🙏দুয়োগৰাকী ব্যক্তি মোৰ খুব প্ৰিয়!!🥰🥰
@bichitradevi432
@bichitradevi432 4 ай бұрын
দুয়ো গৰাকী মোৰ প্ৰিয় নাৰী ভাল লাগিল অনুষ্ঠানটি
@KaSiYali
@KaSiYali 4 ай бұрын
মাইনী মহন্ত‍ বাইদেউ খুউব প্ৰিয় এগৰাকী ব্যক্তি ❤
@TCF573
@TCF573 3 ай бұрын
Very progreesive writer Maini ba I love and respect her very much
@nanditadutta6770
@nanditadutta6770 4 ай бұрын
খুব ভাল লাগিল।
@DipaliDeka-rl9oe
@DipaliDeka-rl9oe 4 ай бұрын
খুবেই ভাল লাগিল অনুষ্ঠানটি
@jayantibg5041
@jayantibg5041 4 ай бұрын
Mama .r kotha huni bar val lagil.
@user-jx9kp4em2k
@user-jx9kp4em2k 4 ай бұрын
Mur priyo byokti duiugoraki ekeloge,bhal lagil anusthanti
@Rijuwanasaikia
@Rijuwanasaikia 4 ай бұрын
উপকৃত হ’লোঁ৷ভাল লাগিল৷
@pkdhuniya4967
@pkdhuniya4967 4 ай бұрын
Ba r aai 'o' word ti mr bohut vl lgy...❤
@chintabhuyan8443
@chintabhuyan8443 4 ай бұрын
খুবেই ভাল লাগিল, মাইনী য়ে ইমান ধুনীয়াকৈ বুজাই দিছে
@TapanDas-gx5fj
@TapanDas-gx5fj 4 ай бұрын
Ma'am, this episode is a best one so far as my opinion reason being lots of positive message came out for the society and younger generations❤🎉
@lukumoniborahacs6103
@lukumoniborahacs6103 4 ай бұрын
Such relevant conversation! Beautiful presentation!
@MamaniBorah-ks2xi
@MamaniBorah-ks2xi 4 ай бұрын
বহুত ভাল লাগিল ❤
@SurprisedFishingRod-ew2np
@SurprisedFishingRod-ew2np 4 ай бұрын
Val lge show t saay..edin dimpu k matibasun .God blsd ❤
@geetmusicals4538
@geetmusicals4538 4 ай бұрын
অতি সুন্দৰ 💐 ভাল লাগিল
@jyotikagogoi582
@jyotikagogoi582 4 ай бұрын
Nycc❤
@trizasarma2662
@trizasarma2662 4 ай бұрын
Best episode
@himajyotimazumdar1408
@himajyotimazumdar1408 4 ай бұрын
Bohut val lagil .
@gyandeepnath3600
@gyandeepnath3600 4 ай бұрын
বহুত বেছি ভাল লাগিল ❤
@madhusmritasaikia1670
@madhusmritasaikia1670 4 ай бұрын
খুব ভাল লাগিল কথাখিনি। প্ৰশ্ন অতি সুন্দৰ। লীনা শৰ্মা বাইদেউৰ লগত এটা অনুষ্ঠান কৰিবা বুলি আশা কৰিলোঁ, আইচেংফা। মৰম থাকিল তোমালৈ।❤
@kushilabkashyap6275
@kushilabkashyap6275 4 ай бұрын
Bohut val lagil🎉
@debajitdihingia2825
@debajitdihingia2825 4 ай бұрын
ভাল লাগিল অনুষ্ঠানটো চাই ❤
@user-zu3vg7hv1c
@user-zu3vg7hv1c 4 ай бұрын
বা, আইঅ' শব্দটো কোনো কোনো ঠাইত এনেই ব্যৱহাৰ হোৱাৰ দৰে লাগিছে। হয়তো এয়া কওতে কওতে আপোনা আপোনি মুখৰ পৰা ওলাই আহিবলৈ লৈছে। কিন্তু কিছু অতিথিৰ লগত কথা পাতোতে এই শব্দটো এৰাই চলিলে হয়তো ভাল লাগিব। এয়া মাথোঁ মোৰ অনুভৱ ।
@pranjalmontry3183
@pranjalmontry3183 4 ай бұрын
ময়ো কথাটো অনোভৱ কৰিছো । বেছি কৃত্ৰিমতা সানি দিয়া যেন‌ লাগিছে ।
@shikhadas5536
@shikhadas5536 4 ай бұрын
বুধবাৰ আমিও পঢ়িছিলোঁ। তাতেই দিয়া ধাৰাবাহিক উপন্যাস এখনৰ কথা এতিয়াও মনত পৰে। লিখক কোন পাহৰিছো। কিন্তু কাহিনী টো মন চুই যোৱা
@minakshidevi7064
@minakshidevi7064 3 ай бұрын
মাইনী বা মোৰ খুব মৰমৰ। খুব ভাল পাওঁ। খুব সুন্দৰ আলোচনা।
@user-nq3xl7tr5r
@user-nq3xl7tr5r 4 ай бұрын
Mainee baidew k dekhi bahut val lagil ...baidewk je imaan val lage
@user-uv7pb8wl3q
@user-uv7pb8wl3q 4 ай бұрын
ভাল লাগিল
@Rebikasdesire
@Rebikasdesire 4 ай бұрын
Hundor barta hundor ahlusona🙏🙏
@minakshidas3254
@minakshidas3254 4 ай бұрын
খুব ভাল লাগিল।তেখেতলৈ শুভেচ্ছা থাকিল।
@bharotidoley1393
@bharotidoley1393 4 ай бұрын
Love from lakhimpur
@DrNabajyotiGogoi
@DrNabajyotiGogoi 4 ай бұрын
Bhal lagil monarpara..
@user-lw1xn7nn6d
@user-lw1xn7nn6d 4 ай бұрын
Many thank to jatra....
@rupanjaliboruah9834
@rupanjaliboruah9834 4 ай бұрын
বৰ ভাল লাগিল কথাখিনি ❤
@sabrinayasmine5190
@sabrinayasmine5190 4 ай бұрын
My fav😘
@dipamonisaikia1001
@dipamonisaikia1001 3 ай бұрын
মাইনী মহন্ত বাইদেউৰ ব্যক্তিত্বই মোক সদায় আকৰ্ষিত কৰে।
@jollygirl1731
@jollygirl1731 4 ай бұрын
emn dhunia k kotha khini koise Maini baideu e...teu sindhara br hosai beleg..br val lagil podcast tu...
@junmonigogoi2639
@junmonigogoi2639 4 ай бұрын
মাইনী বা কথা খিনি বহুত সুন্দৰ লাগিল। কিছু কথা জানিব পাৰিলো। দুইয়ো গৰাকী বৰ মৰমীয়াল
@moushumidas8461
@moushumidas8461 3 ай бұрын
Two elegant and beautiful ladies ❤
@akankhyaduttaakankhya5063
@akankhyaduttaakankhya5063 4 ай бұрын
মাইনি‌ বা‌ মোৰ খুব বেচি মৰমৰ‌ । আইচেঙফালৈ শুভ কামনা থাকিল ।
@tanmayhandique_
@tanmayhandique_ 4 ай бұрын
এইটো সচাঁ কথা অসম তথা, উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা অপৰিসীম, অদম্য, অতুলনীয়।
@jyotibora8504
@jyotibora8504 4 ай бұрын
বহুত ধন্যবাদ মাইনী বাইদেউ
@PurabiSaikia-ec4tt
@PurabiSaikia-ec4tt 4 ай бұрын
আইচেংফা বাৰ্তালাপ অতি সুন্দৰ হৈছে
@umaroy4090
@umaroy4090 4 ай бұрын
Mam Hon'ble DGP k Saikia sir r madam r eta interview lobo Lage . Raije bor bhal pabo, upokrito hobo. Thank you.
@kaushikdas9495
@kaushikdas9495 4 ай бұрын
Aapunar episode bilak sai val lage
@nilabbalin6994
@nilabbalin6994 4 ай бұрын
Wohh Maini baak bohut val pao❤❤❤
@GitumoniDeka-ix9th
@GitumoniDeka-ix9th 4 ай бұрын
মোৰ প্ৰিয় সদায় আপুনি। সৰুৰে পৰা আপোনাৰ বহু লিখা পঢ়িছোঁ। ভালে থাকক সদায় ❤
@manashigohain2614
@manashigohain2614 3 ай бұрын
বহুত বহুত ভাল লাগিল❤
@dipalisonowal2432
@dipalisonowal2432 3 ай бұрын
Emman xundor anusthan ata prasar korar babe bohut dhoinyabad jonalu . Baideur kothabure hidoi sui gol.
@user-sv6wi4eo4t
@user-sv6wi4eo4t 4 ай бұрын
Bahut val lagil.
@bobi1345
@bobi1345 4 ай бұрын
Ekdom mone bisora manuh jonik aani dila Aaichengfa 😊
@bikashitakalita597
@bikashitakalita597 4 ай бұрын
মোৰ আটাইতকৈ প্ৰিয় সাংবাদিক গৰাকী। ❤
@UtpalaBhattacharjee
@UtpalaBhattacharjee 3 ай бұрын
Apurbo lagile,thanks both of you.
CELEB TRAVELES SEASON 5 with RJ PAHI - ft DEEPLINA DEKA || EPISODE 1
28:23
Before VS during the CONCERT 🔥 "Aliby" | Andra Gogan
00:13
Andra Gogan
Рет қаралды 10 МЛН
❌Разве такое возможно? #story
01:00
Кэри Найс
Рет қаралды 3,8 МЛН
What will he say ? 😱 #smarthome #cleaning #homecleaning #gadgets
01:00
Thrive, Don't Just Survive: Living Life Unapologetically with Dr. Sara Al Madani (4K)
57:19
Unfiltered ft. Dr.Vijayalakshmi Ep.12 | Self Love & Gynaecology
1:08:30
Unfiltered by Aparnna
Рет қаралды 91 М.