No video

'ৰেন মৌ'ত আইচেংফাৰ স'তে সদ্য মুক্তিপ্ৰাপ্ত কথাছবি 'Wide Angle' ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেত্ৰী

  Рет қаралды 11,356

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Shyamal Gogoi, Jintu Kumar
Make-Up - Manash Rabha
all rights reserved © Jaatra

Пікірлер: 37
@aichengfaboruah
@aichengfaboruah 4 ай бұрын
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
@punyashreedas1617
@punyashreedas1617 5 ай бұрын
Really Jatra tumaloi bahut morom..notun notun kotha bur amak janiboloi diya babe..hosakoia amar manuh bur bahut talanted..bahut aguwai jauk...logote jatraloi bahut wish thakil..
@nijorapatangia7797
@nijorapatangia7797 5 ай бұрын
ভাল হৈছে চিনেমা খন । মুক্তি পোৱাৰ প্ৰথম দিনাই মাত্ৰ আমি ৪ গৰাকী দৰ্শকে চাইছিলো । এতিয়া দৰ্শক বাঢ়িছে ভাল লাগিছে ।
@vishalpanging415
@vishalpanging415 5 ай бұрын
1000 bar mn Mane Mane kole neki Btwe bht bhal lgei baru taik #god bless you ❤️❤️
@srishti__gogoi__
@srishti__gogoi__ 5 ай бұрын
এনেদৰে সদাই আগুৱাই জাওক আপুনি পাটসাকো ওচৰৰ চেপনৰ পৰা অলপ মৰম জনালোঁ।
@manishadeka6600
@manishadeka6600 5 ай бұрын
ইমান সহজ-সৰল ধ্যানী মহন!ভাল লাগিছে তেখেতৰ সৰলতাখিনি।অকৃত্ৰিম।ভাল লাগিছে বা❤️❤️❤️❤️
@drishtishaanborah
@drishtishaanborah Ай бұрын
Dhyani k baru agor porai val lage aru apunar video’s buru saw val lage kintu aji aitu episode sura pasor pora apunaku bikhehkoi apunar kothabur ufff eman monom loga premot pori goisu❤️❤️ hodai enedore aguai jawk baa 🫂huvokamona thakil🧿🫶🏻
@DEBAJIT.PATHAK
@DEBAJIT.PATHAK 5 ай бұрын
যোৱা দেওবাৰে চিনেমা খন চালো ভাল লাগিল ❤ কিন্তু এই খণ্ডটি চিনেমা খন মুক্তি পোৱাৰ আগতেই পালে বেছি ভাল লাগিল হেঁতেন ❤ যিহে নহওঁক আইছেং বাক আজি আকৌ বেছি ভাল লাগিছে❤❤❤
@manishadeka6600
@manishadeka6600 5 ай бұрын
আমাৰ মৰমৰ Aichengfa বা জনী আজি মৰমলগা হৈ আহিছে🥰...একদম সুৰ বাহিনীৰ নেত্ৰী😊😊
@abhishrutidutta4981
@abhishrutidutta4981 5 ай бұрын
"Power" the key word of this episode ❤️bohut bhal description dise dhyani e 🙌
@DEBAJIT.PATHAK
@DEBAJIT.PATHAK 4 ай бұрын
ধ্যানী বাৰ আহ্বান এইয়া ...... বহুত বহুত ধন্যবাদ সকলোকে .. আপোনালোকে আমাৰ চিনেমাখন ইমান মৰমেৰে আদৰিছে , লগতে মই আকৌ এবাৰ আহ্বান জনাইছোঁ যিসকলে এতিয়ালৈকে চোৱা নাই ছবিখন চাওঁক গৈ আৰু যিসকলে চাইছে বহুত বহুত ধন্যবাদ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ থাকিলে আমি আৰু ভাল ভাল ছবি আপোনালোকক উপহাৰ দিবলৈ চেষ্টা কৰি যাম । ধন্যবাদ ❤
@iborah2923
@iborah2923 5 ай бұрын
Hundor ❤❤❤🙏
@user-fj9cs1qo8r
@user-fj9cs1qo8r 5 ай бұрын
ভাল লাগিল চাই ,,,,,
@hdcreations2979
@hdcreations2979 5 ай бұрын
এখন খুউব ভাল চিনেমা ৷ এটা শ্ব’ত মাত্ৰ আমি তিনিগৰাকী দৰ্শক ৷ তাকো গুৱাহাটীত ৷ বৰ দুখলগা অৱস্থা ৷
@sidheswarbailung5073
@sidheswarbailung5073 5 ай бұрын
আইচেৎফা তোমাক আজি আইমী বৰুৱা নিচিনা লাগিছে ❤
@pabitragayan7462
@pabitragayan7462 5 ай бұрын
Aichengfa ❤
@gyandeepnath3600
@gyandeepnath3600 5 ай бұрын
ভালক ভাল বুলি যেনেদৰে কওঁ তেনেদৰে বেয়া পালে বেয়া বুলি কʼবই লাগিব । সেয়া সকলোৰে কোৱাৰ অধিকাৰ আছে । সঁচাকৈ কʼবলৈ গʼলে ধ্যানী মহনৰ কেইটামান কথা মই ভাল নাপালোঁ । বিশেষকৈ তেওঁ অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বিষয়ে যিকেইটা কথা কʼলে তাক লৈ মই কোনোপধ্যেই একমত নহয় । মোৰ এয়া সম্পূৰ্ণ ব্যক্তিগত মন্তব্য । বাকী ছবিখনৰ সন্মানীয় পৰিচালক আৰু প্ৰযোজক দুয়োগৰাকীৰ কথাখিনি ভাল লাগিল । এতিয়ালৈকে চোৱা নাই ছবিখন । চাবলৈ চেষ্টা কৰিম ❤
@Boruah24
@Boruah24 4 ай бұрын
@munmihazarika5390
@munmihazarika5390 5 ай бұрын
এখন সুন্দৰ ছবি। চাই ভাল লাগিল,।
@user-fi5iw8kh5r
@user-fi5iw8kh5r 5 ай бұрын
ভাল লাগিল
@jaanmonigogoihere5191
@jaanmonigogoihere5191 5 ай бұрын
Dhyani baa e mane mane buli bohut koise.... Bor val lagile sai
@sangitgogoi1509
@sangitgogoi1509 5 ай бұрын
বাইদেউ কৃষ্ণমণি নাথ ককাইদেউক আপোনাৰ যাত্ৰাত দেখি পাম বুলি আশা কৰিলোঁ
@4u206
@4u206 5 ай бұрын
বা ৰ voice টোৰ প্ৰেমত পৰিছো😂
@ranjitbhuyan6210
@ranjitbhuyan6210 5 ай бұрын
Nice
@Priyankakonwar...
@Priyankakonwar... 5 ай бұрын
❤❤❤
@DEBAJIT.PATHAK
@DEBAJIT.PATHAK 4 ай бұрын
সম্পূৰ্ণ অনুষ্ঠান খন মই দুবাৰ চালোঁ আৰু ধ্যানী বা জনীয়ে মানে, মানে শব্দটি... তেওঁ ২৪৮ বাৰ মান ক'লেইয়ে ...😂 ভাল লাগে বাৰু ❤
@dulenmohan1963
@dulenmohan1963 3 ай бұрын
Mane val lage diok sun mane
@PuhorCreation3049
@PuhorCreation3049 3 ай бұрын
Aichengfa ba Papon Dak matibo sun 🙏 Please
@GarimaDeka-ri4lg
@GarimaDeka-ri4lg 4 ай бұрын
Dipankar Roy k lage
@manjulasaikia3863
@manjulasaikia3863 5 ай бұрын
চিনেমা খন চালো। কিন্তু ৫০টা মান মানুহ হলত দেখি আচৰিত হলো । ইমান ভাল চিনেমা চাবলৈ মানুহ নাই।
@user-wh8gg1gl2z
@user-wh8gg1gl2z 5 ай бұрын
It's 😔
@jintuborah3509
@jintuborah3509 5 ай бұрын
Hema malini lgise tmk aji
@user-fx2yw2wc5r
@user-fx2yw2wc5r 5 ай бұрын
Dipankar roy k lge
@user-hr4md8gh6o
@user-hr4md8gh6o 5 ай бұрын
❤❤❤❤😂😂😂😂🎉🎉🎉😮😮😮
@morommoromlagise936
@morommoromlagise936 3 ай бұрын
প্ৰতিটো শব্দৰ মাজত মানে মানে মানে মানে😅
@biswajithandique4083
@biswajithandique4083 5 ай бұрын
Mane mane tu olp besi hol nki bruh na mane 😀
@parashpratimvlogsinformati9756
@parashpratimvlogsinformati9756 5 ай бұрын
Assamese mediumm.... English amio holholyakoii koboo paruu apunii koboo ahisee
Glow Stick Secret Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 10 МЛН
АЗАРТНИК 4 |СЕЗОН 1 Серия
40:47
Inter Production
Рет қаралды 333 М.