No video

‘ৰেন মৌ’ত আইচেংফাৰ স’তে সুৰীয়া কণ্ঠৰ শিল্পী নীলাক্ষি নেওগ

  Рет қаралды 64,190

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Jintu Kumar, Dipankar Saharia
Make-Up - Binita Das

Пікірлер: 503
@neelsaikia1238
@neelsaikia1238 Ай бұрын
গায়িকা হিচাপে নিলাক্ষী নেওঁগ আৰু সুবাসনা বাৰ দৰে ইমান শুৱলা গায়িকা চাগে আৰু নোলাবই যেন লাগে, ইমান ধুনীয়াকৈ গায় যেন সৰস্বতী বিৰাজমান কৰে তেওঁলোকৰ কণ্ঠত ❤ ভালে ৰাখক দুয়োকে 🙏🌼 আৰু আপোনাৰ দৰে গায়িকা হোৱাটো খুবেই প্ৰয়োজন সামাজিক দায়বদ্ধতা ৰাখি গীতৰ সমাজ খনক আগবঢ়াই নিয়া কাৰণ পিছৰ প্ৰজন্মই আপোনালোকক হে অনুকৰণ কৰিব, এই অউট টিউন লগাই ছাগলীৰ দৰে মাত লৈ চিঞৰি ফুৰাবোৰ দুদিনা এই জগতত কিন্তু আপোনালোক চিৰসেউজ আমাৰ বাবে আজীৱন 🌼❤️❤️
@janmoni-moni604
@janmoni-moni604 Ай бұрын
মোৰ ও প্ৰিয় দুয়োগৰাকী ❤
@SumitraGogoi-qf3qu
@SumitraGogoi-qf3qu Ай бұрын
Mur ❤❤singar nilakhii ba.
@ankurhazarika08762
@ankurhazarika08762 Ай бұрын
❤nilakshi baa🔥
@munusunu6486
@munusunu6486 Ай бұрын
মোৰো একে অনুভৱ ❤
@pradipgogoi8785
@pradipgogoi8785 Ай бұрын
তৰালী শৰ্মাৰ নামটো উল্লেখনীয়৷
@biswaslife7917
@biswaslife7917 Ай бұрын
Nilakshi Neog always favourite... Teur voicer lgt manuhjni o bht Dhunia aru moromiyal ❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
অতি জনপ্ৰিয় আৰু সুন্দৰ, সুৰীয়া কন্ঠৰ অধিকাৰী নীলাক্ষী। এগৰাকী সুদক্ষ, প্ৰতিভাসম্পন্ন কন্ঠশিল্পী ❤❤❤
@tonmoybarua5339
@tonmoybarua5339 Ай бұрын
বহুত প্ৰিয় নীলাক্ষী বা❤ এতিয়া সুবাসনা বালৈ অপেক্ষা❤
@chamenkumarsarania
@chamenkumarsarania Ай бұрын
Moromor singer Nilakshi Neogor onustantu sai bhal lagile, bhut kotha janibo parilu,, aru agoloi. Wishing bright future. Thanks.
@HempadDas
@HempadDas Ай бұрын
Mur fvrt singar hoi,,subaxona baa aru nilakshi neog baa❤❤❤
@pranjitnath6285
@pranjitnath6285 Ай бұрын
31:38 উফ্ কি সুন্দৰ কণ্ঠ , প্ৰায়েই গীতটো শুনি থাকো, কিন্তু আজি এনেদৰে শুনি বহুত ভাল লাগিল , ঈশ্বৰে ভালে ৰাখক আপোনাক আৰু এনেদৰে আমাক ভাল ভাল গীতৰ উপহাৰ দি যাব বুলি আশা ৰাখিলোঁ ।
@pc5373
@pc5373 Ай бұрын
KZfaq টো খুলিয়েই প্ৰথম নিলাক্ষী বাৰ podcast টো দেখি এক ছেকেণ্ড দেৰি কৰা নাই। নিলাক্ষী বা খুব প্রিয় গায়িকা । অকল তেওঁৰ গীতেই নহয় ব্যক্তিত্বও খুব ভাল লগা।❤
@namratakonwar8985
@namratakonwar8985 Ай бұрын
Protitu gaan xunutei sokupani ulaise aji... Biraaat dhunia!!! ❤️❤️ Aru, protitu prosno bor dhunia আইচেংফা বাৰ, jiman digholia holew amoni nologa ata dhunia anusthan👏😍
@rinkuragini615
@rinkuragini615 Ай бұрын
নিলাক্ষী বাৰ কণ্ঠই সকলোকে প্ৰেমত পেলায়। মইয়ো পৰিছিলো। কিন্তু বাক যেতিয়া সন্মুখৰ পৰা লগ পালোঁ তেওঁৰ ব্যক্তিত্ব আৰু সৰলতা খিনিয়ে মোক আৱেগিক কৰি তুলিছিল 😊 তেতিয়াৰ পৰা তেওঁৰ প্ৰতি মৰম, শ্ৰদ্ধা দুগুণে বাঢ়িল। বহুত বহুত ধন্যবাদ আপোনালৈও আইচেংফা বা আপুনি প্ৰিয় ব্যক্তি গৰাকীক আকৌ এবাৰ নতুন কথা বাৰ্তাৰে ওচৰ চপাই দিয়াৰ বাবে। বহুত কেইটা খণ্ড চাইছো যদিও আজি কমেণ্ট এটা দিছোঁ দুয়োগৰাকীৰ বাবে😘 অলেখ অযুত শুভেচ্ছা যাত্ৰাৰ পৰিয়াল বৰ্গলৈ❤
@assampulinbhai6145
@assampulinbhai6145 Ай бұрын
Hosai
@DolishaTalukdar142
@DolishaTalukdar142 Ай бұрын
Nilakhi baa r xosai iman dhunia kontho xunile xuniei thakim jen😍🥰❤
@nayanthakuria4141
@nayanthakuria4141 Ай бұрын
বা সঁচাকৈয়ে প্ৰটিটো খণ্ড অপূৰ্ব সোৱাদ ভৰা...... তাতোকৈ বেছি মিঠা আপোনাৰ কন্ঠ....ইমান সাৱলীল ইমান মিঠা.....কথাৰ উপস্থাপন উস্......ভালে থাকক আইচেংফা বা....আগলৈ যাতে আৰু ভাল ভাল অনুষ্ঠান পাওঁ আপোনাৰ কন্ঠ ত🎉🎉🎉 যাত্ৰা (ৰেন্ মৌ ) ❤❤❤
@himadreeborah3916
@himadreeborah3916 Ай бұрын
Nilakshi baa ❤ Bohut besi val pau tumk💗 Aaguwai jua hodai ❤
@JintuSaikia-ec8be
@JintuSaikia-ec8be Ай бұрын
প্ৰকৃত সংগীত শিল্পী নিলক্ষী বা। বৰ্তমান আপোনাৰ স্থান সুকীয়া গতিকে এনেকৈয়ে সদায় আগুৱাই যাওঁক আৰু সকলোৰে মৰমৰ হৈ থাকক।
@Astrologer-Pranab-Kr-Sarmah67
@Astrologer-Pranab-Kr-Sarmah67 Ай бұрын
নীলাক্ষী নেওগৰ অতি সহজ সৰল কথাবোৰ বৰ ভাল লাগিল। এগৰাকী কণ্ঠশিল্পী (সাংস্কৃতিক কৰ্মী) হিচাপে তেওঁৰ যি বেশভূষা আৰু কথনশৈলী সেয়া বৰ্তমান কমেই দেখা যায়। সৰলতা যেন তেওঁৰ সঁচা আভূষণ।‌ তেওঁ নিজকে সৌভাগ্যবতী বুলি ভবাটোও অতি সুন্দৰ উপলব্ধি যেন। তেওঁৰ অনাগত দিনবোৰ শান্তিময় হোৱাৰ কামণা কৰিছোঁ। লঘতে যাত্ৰাৰ সহযাত্ৰী হিচাপে যাত্ৰাৰ যাত্ৰাপথ মসৃণ আৰু দীৰ্ঘকালিন হোৱাৰ কামণাৰে যাচিলোঁ আন্তৰিক শুভেচ্ছা।
@dhanjitrajbongshi8209
@dhanjitrajbongshi8209 Ай бұрын
ভৱিষ্যত প্ৰজন্মলৈ যি দায়বদ্ধ, দায়িত্ব পালন কৰি যি আদৰ্শ দেখুৱাব বিচাৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ।
@pranitaroybhuyan6186
@pranitaroybhuyan6186 Ай бұрын
ভাল লাগিল। সৃজনীৰ পিছতে নীলাক্ষী আপোনাৰ সাংস্কৃতিক অতিথি সকলৰ ভিতৰত। সৃজনী সাহসী বাবে প্ৰথম। নীলাক্ষী ভৱিষ্যত প্ৰজন্মৰ প্ৰতি থকা দায়বদ্ধ। নীলাক্ষীৰ কণ্ঠ সুমধুৰ।
@trishnasonowal5586
@trishnasonowal5586 Ай бұрын
Nilakhi baa mur bor priyo...bht bht dhoinyobad apunak aichengfa baa nilakhi baa k amontron kri ana babe
@jusnakalita7610
@jusnakalita7610 Ай бұрын
ইমান ধুনীয়া❤️❤️দুয়োগৰাকীলৈ বা'লৈ বহুত বহুত মৰম
@user-lm7cr3ex2d
@user-lm7cr3ex2d Ай бұрын
Nilakshi baa muru fav hoi lg pabole mon ase bhut besi vl lage baa jni
@boruahmohendra4349
@boruahmohendra4349 Ай бұрын
দুয়োগৰাকীয়ে প্ৰকৃতাৰ্থত শিল্পী,মনেৰেও ধুনীয়া আৰু সুন্দৰ।অপূৰ্ব আৰু অনন্য অনুষ্ঠান এটা উপভোগ কৰিলোঁ।'যাত্ৰা'ৰ যাত্ৰা অবিৰত আৰু সেউজ সুন্দৰ হওক।
@nishaaxom
@nishaaxom Ай бұрын
জ্বৰত যেন পেৰাচিতামোলৰ কাম কৰে আপোনাৰ কণ্ঠটিয়ে নিলাক্ষী বা ❤ আপোনাক লগ পোৱাৰ মূহুৰ্তখিনিয়ে এতিয়াও আপুনা আপুনি সন্তুষ্টি দিয়ে মনটোক । সদাই প্ৰিয় হৈ থাকিব ❤️
@pallabmaut7280
@pallabmaut7280 Ай бұрын
Amezing gaan r logote kotha bur u eman dhunia nilakhsi baa❤❤❤❤❤❤❤
@tileswaryein1295
@tileswaryein1295 Ай бұрын
We are very happy. Best of luck your singar life.🎉🎉.
@iswarprasaddutta9562
@iswarprasaddutta9562 Ай бұрын
Nilakhi neog my favorite singer ❤
@sangitapegu1675
@sangitapegu1675 Ай бұрын
All time favorite singer. ❤❤❤❤love you so much Nilakhi baa
@plabanportrait759
@plabanportrait759 Ай бұрын
কি যে এক সুমধুৰ কন্ঠৰ আধিকাৰী❤❤
@axomoraxomiyamusic8377
@axomoraxomiyamusic8377 Ай бұрын
Ufff তেওঁৰ কণ্ঠ 😢 মোৰ সকলোতকৈ ভাল লগা অসমীয়া গায়িকা নীলাক্ষি বা.. ❤❤❤❤ Love from Tamulpur ❤
@ucreation8911
@ucreation8911 Ай бұрын
Nilakshi neog aru Subashana dutta❤
@pallabihazarikaofficial7903
@pallabihazarikaofficial7903 Ай бұрын
প্ৰিয় তেওঁ 😩❤️...মোৰো অনুৰোধ আছিল 😩 অৱশেষত আজি চাবলৈ পালো 😢.. বহুত বহুত ধন্যবাদ যাত্ৰাৰ পৰিয়াললৈ 🙏🏻..
@sanjibsaikia6978
@sanjibsaikia6978 Ай бұрын
Nilakshi ba mur hakolut koi favourite singer ❤❤❤❤
@bhaikonphukan7761
@bhaikonphukan7761 Ай бұрын
Nilakshi neog one of the best female singer in assam❤
@deepshikhadutta7102
@deepshikhadutta7102 Ай бұрын
মৰমৰ, হেঁপাহৰ আৰু শ্ৰদ্ধাৰ শিল্পী নীলাক্ষী 🧿⭐🌻✨✨
@kabitabaruah-yt4wz
@kabitabaruah-yt4wz 29 күн бұрын
বহুত ভালপোৱা কণ্ঠশিল্পী গৰাকী লৈ বহুত মৰম , সদাই এনেকৈয়ে মৰম লগা জনি য়ে হৈ থাকা।
@pranamibaishya6521
@pranamibaishya6521 Ай бұрын
Bht bht morom aru valpuwa ba tumaloi...anekoi amar priyo biykti bur k loi ana babe dhoyanbad
@ronjsworld5663
@ronjsworld5663 Ай бұрын
প্ৰথম বাৰ আৰম্ভণীৰ পৰা শেষলৈ চাইছো podcast টো । মোৰ প্ৰিয় কণ্ঠশিল্পী গৰাকী । কথাবোৰ ভাল লাগিল শুনি । বাৰ কণ্ঠত গানবোৰ অনন্য হৈ পৰে। ❤❤
@minakshisaikia4982
@minakshisaikia4982 Ай бұрын
One of my favourite... Nilakshi baa .. ❤❤❤
@ritadutta1754
@ritadutta1754 Ай бұрын
Iman mitha .thanks aisangfa apunar joriyote dekhuar babe .duyou loi suvasha thakil
@ujjalphukon144
@ujjalphukon144 Ай бұрын
Nilakshi baa and kussum dada always favourite ❤
@manjittalukdar21
@manjittalukdar21 Ай бұрын
সদায় ভালপোৱা বা জনী ❤😊
@purabidas2186
@purabidas2186 Ай бұрын
Mojja....duijonike sisters jn lagise ❤❤
@hridaykoch3058
@hridaykoch3058 Ай бұрын
Eman Dhuniya ke kotha bur koi Nilakhi bai khuni bohut bessi vall lage.. Dhoinobad jonaisu I seng fa Ba Apunar kotha tu nokou a aru..🥰 Bohut besii vall lagil Barta lap r ai episode tu sai 🙏🙏💐
@Kikorisa12484
@Kikorisa12484 Ай бұрын
Love from Tinsukia ❤
@bandanabora6499
@bandanabora6499 Ай бұрын
আমাৰ মৰমৰ ভন্টি নিলাক্ষী ❤বহুত মৰম শুভকামনা সদায় আছে Love from Bandana Ba (SVVan )Tinsukia খুব ভাল লাগিল চাই🎉❤
@pramodgogoi522
@pramodgogoi522 Ай бұрын
বহুত ভাল লাগিল ❤
@jodujunakakashmusical266
@jodujunakakashmusical266 Ай бұрын
সকলো নিজৰ জাগাত জাগাত আছে । নিলাক্ষী বা ❤❤❤❤
@mahi84732
@mahi84732 Ай бұрын
সঁচাকে তেওঁ এগৰাকী ভাল গায়িকা, লগতে বহুত ভাল কলিগ হৈ মোৰ দেউতাৰ পৰা বহুত বাৰে শুনিছোঁ তেওঁ যে বহুত ভাল, down to earth তেওঁ জেষ্ঠ জনক কেনে কে ব্যৱহাৰ কৰিব লাগে কেনে সন্মান দিব লাগে ভালকৈ জনে ! বহুত বহুত মৰম ❤ এনেকৈয়ে আৰু আগবাঢ়ি যোৱা❤ নতুন নতুন আৰু ধুনীয়া সংগীত আমাৰ অসমীয়া সমাজক উপহাৰ দিয়া ❤❤❤
@bhaskarjyotiray3504
@bhaskarjyotiray3504 Ай бұрын
My All Time Fvrt Singer ❤❤
@newy707
@newy707 Ай бұрын
সদায় প্ৰিয় মৰমৰ নিলাক্ষী বা ।❤
@gyandeepnath3600
@gyandeepnath3600 Ай бұрын
অতি মৰমৰ, শ্ৰদ্ধাৰ , সমাজৰ প্ৰতি দায়বদ্ধ আৰু সঁচা অৰ্থত এগৰাকী ভাল কণ্ঠশিল্পী ❤
@geetimoniborah5442
@geetimoniborah5442 Ай бұрын
সৰলমনা , সুগায়িকা নীলাক্ষী নেওগৰ লগতে মিঠা মাতৰ অধিকাৰী চাবুৱাৰ গৌৰৱ আইচেংফা... দুয়োগৰাকীৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ। ৰেইন মৌ ৰ দীৰ্ঘায়ু কামনাৰে ❤
@pinkyhazrika9852
@pinkyhazrika9852 Ай бұрын
আইচেংফা bohut besi vall lagil aji nilakhi baa ohar babe aru bohut besi morom apunalukoloi ❤🥰
@HempadDas
@HempadDas Ай бұрын
Mur fvrt song❤❤❤aitu,,kasoli
@sanjibanilalung-hh9sk
@sanjibanilalung-hh9sk Ай бұрын
Eman dhuniya nila.... Baaido 🥰❤ love you
@rishanahmed2327
@rishanahmed2327 Ай бұрын
Her voice & personality ❤
@nabagogoidrum6998
@nabagogoidrum6998 Ай бұрын
ইমান ধুনীয়াকৈ প্ৰথমটো গীত গালে ,মন ভাল লাগি গল ❤
@anidas5500
@anidas5500 Ай бұрын
Aioo Mur moromor baa jonik mata karone Thnq
@mungaming5720
@mungaming5720 Ай бұрын
Uff eman hundor eman morom loga mat.huni amoni nalage ❤❤
@gitanjaleephukan5492
@gitanjaleephukan5492 Ай бұрын
My favourite singer ❤
@shibaniborah02
@shibaniborah02 26 күн бұрын
Aichengfa baa tumar interview bur sai bohut val lage , tumarloi hubhesha thakil , Nilakshi Baa❤
@jitumanidas9483
@jitumanidas9483 Ай бұрын
Assamt nilakshi baa and subasana ba best singer...blg aru nolabo ai duijonir nisina
@bihuwan47
@bihuwan47 Ай бұрын
Torali sarma, priyanka bharali, vitali das aru bohut ase
@Youtubefanpage7
@Youtubefanpage7 Ай бұрын
Dujoni nhoi burbak 😂 Duigoraki ❤
@alokhajong5436
@alokhajong5436 Ай бұрын
Jiman kosto koribo ximan vak artist olaiye thakibo .
@ArindamsWorld
@ArindamsWorld Ай бұрын
ওলাব কিয় নোলাব, নতুন নতুন গায়িকা ওলাব যদিহে খুব কষ্ট আৰু সাধনা কৰে। অৱশ্যে নিলাক্ষী আৰু সুবাসনা উপৰিও তৰালী শৰ্মা বাইদেউ আৰু অনিন্দতা পলৰ দৰে সুকণ্ঠি আৰু অতি প্ৰতিভাশালী আৰু স্বনামধন্য গায়িকাক পাহৰি নাযাবা !!
@bikashbaishya-bl5fr
@bikashbaishya-bl5fr Ай бұрын
Also papori gogoi
@user-uj5um9im4f
@user-uj5um9im4f Ай бұрын
My favourite singer❤
@bharnovsaikia1972
@bharnovsaikia1972 Ай бұрын
Finally Nilakshi baa❤
@HappyDinosaurFossils-hg3mp
@HappyDinosaurFossils-hg3mp Ай бұрын
Bohut vall lge nilakshi baa ❤🎉
@bindassjibon5756
@bindassjibon5756 12 күн бұрын
Emn dhuniakoi gaai nilakshi neog mur fv Axomia Industry vitorat pothom.from Dibrugrh university dei ❤
@sumidevi6552
@sumidevi6552 Ай бұрын
Mur prio gaika nilakhi ba aru subasana baa❤❤❤❤❤❤
@themorningstrar
@themorningstrar Ай бұрын
বিহুৰ মঞ্চত নিলাক্ষী নেওগৰ দৰে দ্বিতীয় গৰাকী নাই বৰ্তমান। তেওঁৰ গীতবোৰত মৰাণ বিহুৰ নিভাজ সুৰ এটা আছে সেয়ে খাচ লাগে তেওঁৰ গীতবোৰ।। ভাল লাগিল অনুষ্ঠানটো।।❤
@bihuwan47
@bihuwan47 Ай бұрын
@@themorningstrar priyanka bharali k pahori najabo
@themorningstrar
@themorningstrar Ай бұрын
@@bihuwan47 Teu u vleii Jrht r a . Teo u Gamvijyota ase , khas lge holeu Neog r moran thas r babe vl lge
@paragdeka9602
@paragdeka9602 Ай бұрын
Bohut priyo.....neelakshi baa aru subasana baa❤
@rituraazduarah8395
@rituraazduarah8395 Ай бұрын
When she sings, my eyes automatically fills with tears😭😭❤❤
@parishmitadutta2307
@parishmitadutta2307 Ай бұрын
Luv u nilakhi ba❤. Always favourite.
@bjseverything5889
@bjseverything5889 Ай бұрын
ইমান ভাল পাওঁ নিলা বাক। এবাৰ লগ পাবলৈ বহুত হেপাহ এটা আছে। বা ❤ You
@bituponhandique7338
@bituponhandique7338 Ай бұрын
উজনিৰ পৰা দুইয়ো গৰাকীলৈ বহুত মৰম❤
@mousumgogoi7502
@mousumgogoi7502 Ай бұрын
My all time favorite singer...❤❤
@jurisaikia8099
@jurisaikia8099 Ай бұрын
Bohut bohut bohut besiyei bhal pau moi Nilakhi Neogr gaan xuni ..ru shubashana Dutta r gaan xuni ...❤❤❤❤❤🥰
@arabindanath3582
@arabindanath3582 Ай бұрын
নতুন প্ৰজন্মৰ আটাইতকৈ সুৰীয়া কন্ঠৰ অধিকাৰী কন্ঠশিল্পী গৰাকী৷
@anupamcreation7481
@anupamcreation7481 Ай бұрын
My all time favorite❤❤❤
@MrDipankarGogoi0007
@MrDipankarGogoi0007 Ай бұрын
🙏💐 অসমীয়া সংগীত জগতত দুগৰাকী গায়িকা অতি সহজ সৰল আৰু মধুময় , শুৱলা কণ্ঠ ...নীলাক্ষি নেওগ আৰু বৰ্ণালী কলিতা 💎👑🎖️
@pallabichetia9419
@pallabichetia9419 Ай бұрын
bohut val lagil..Nilakshi bohut priyo
@nipasakiasaikia
@nipasakiasaikia Ай бұрын
এগাল মান মৰম দুয়ো গৰাকী লৈ ♥️♥️।। তিনিচুকীয়াৰ পৰা।।
@aimonibordoloi5564
@aimonibordoloi5564 Ай бұрын
My all time favorite singer❤ love her voice and personality ..
@swagotsyamolbora869
@swagotsyamolbora869 Ай бұрын
Most awaited episode ❤ Fav female vocalist
@rumidutta146
@rumidutta146 Ай бұрын
বৰ ভাল লাগিল নিলাক্ষী । তুমি সদায় আগবাঢ়ি যোৱা
@barakhabhuyan2230
@barakhabhuyan2230 Ай бұрын
All time favourite ❤
@dipankarvlogschennal
@dipankarvlogschennal Ай бұрын
Val lagil video tu sai nilakshi baar kotha huni bohut val lagil ❤❤❤❤❤❤
@indranath6414
@indranath6414 Ай бұрын
One of my favourite singer .
@bhaskarjyotisonowal.
@bhaskarjyotisonowal. Ай бұрын
This is what I was waiting for. Overwhelmed that you invited my favourite Nili Ba ❤
@dipakkamanofficial3043
@dipakkamanofficial3043 Ай бұрын
সচাকৈয়ে নীলাক্ষী বাইদেউ আপুনি সুমধুৰ কণ্ঠৰ গৰাকী আৰু বহুত বহুত মিঠা লাগিছে আৰু মোৰ অন্তৰখন চুহি গৈছে🥰🥰🥰🔥🔥।
@roywilliams3737
@roywilliams3737 Ай бұрын
She sings so so so sweet .. Kudos to u dear. Khub Bhalo geyecho.
@JuntiBorah-sg1dn
@JuntiBorah-sg1dn Ай бұрын
Khub dhuniya❤❤❤
@dimpyborah5823
@dimpyborah5823 Ай бұрын
Love u Nilakshi ba,❤❤Eman dhuniya apunar voice2,Uffff..pagol hoi jaw apunar mat2 hunile...❤❤enekoi Live emn dhuniyakoii gaise,ufff❤❤❤
@sewalikalitaaxomiyasowali5001
@sewalikalitaaxomiyasowali5001 Ай бұрын
Nilu baa joni fav ❤
@Misha_driving05
@Misha_driving05 Ай бұрын
1:00:23 👍👍same condition. Asolote yat bahut kotha ase muru hoi enekua . mine ot bahut kotha khelai jai pota pot jodi kaba lau hekh korugoi mane sage nijore kheli meli haba nai ba bujai bujike napaba sage. mur logor , gharar manuh sobe mur kotha huni jai huni jai tar past koi bule toi ki koi aku buji k napalu😅. Mane sob kotha t nohoi tat hoi jot kiba alp belg dangor kotha bujua jai .. Nilakhi ba practical hoi , straight forward hoi , jiman pare natun kotha hiki val pai bikhekh koi ganor khettrat ... Ba I like your personality 👍 aji he apunar iman digholiya interview salu.. Mur kotha khinit jodi alp holeu nijoke relate korile jonaba . akha aku aru bahut val val kam koriba ....amar hakalure babe ❤❤❤
@lohitgogoi852
@lohitgogoi852 Ай бұрын
Pride of tinsukia nilu ba❤❤
@missanamikahandiqueanamika9067
@missanamikahandiqueanamika9067 Ай бұрын
অপেক্ষা অন্ত পৰিল ❤❤❤
@urbashiborah8208
@urbashiborah8208 Ай бұрын
One of the best singer ❤
@user-qm9fq1md7u
@user-qm9fq1md7u Ай бұрын
Nilakshi baa Aapuni teneke kiyo koi baru, Aapuni mur favorite singer hoi....
@dipankorgohain351
@dipankorgohain351 Ай бұрын
Hubakhona dutta বা পাছতে আপোনাৰ গান শুনি বহুত ভাল লাগে বিশেষকৈ আপোনাৰ stage program বোৰত বহুত বেছি a ভাল লাগে অতি সোনকলেই hubakhona বাক দেখিবলৈ pam buli আশা থাকিল আইছেংফা বা।
@papuchutia4102
@papuchutia4102 Ай бұрын
My favourite Assamese singer ❤❤❤
@arunborah7561
@arunborah7561 Ай бұрын
My all time favourite singer ❤
@mouchumidas9373
@mouchumidas9373 29 күн бұрын
"যাত্ৰা"আমাক সদায় লাগে ❤❤আইছেংফা বা লে বহুত মৰম দিলোঁ ❤❤ নিলাক্ষী বা সদায় প্ৰিয় গায়িকা ❤❤
Singer Nilakshi Neog's Village Home and Her Mother..Tinsukia..Borguri
9:11
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 39 МЛН
Люблю детей 💕💕💕🥰 #aminkavitaminka #aminokka #miminka #дети
00:24
Аминка Витаминка
Рет қаралды 470 М.
Kind Waiter's Gesture to Homeless Boy #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 15 МЛН
what will you choose? #tiktok
00:14
Анастасия Тарасова
Рет қаралды 5 МЛН
টোকাৰী গীত l Hari Naam ll Arnab অসম ll
28:46
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 39 МЛН