Рет қаралды 76,055
উপ-নিৰ্বাচনত বিজেপিবিৰোধী দলসমূহৰ পৰা উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সন্দৰ্ভত ৰিপুন বৰা, অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ ফৰ্মূলাক নস্যাৎ কংগ্ৰেছৰ একাংশ নেতা আৰু AIUDFৰ। AJP-ৰাইজৰ দলৰ এই ফৰ্মূলাৰ আঁৰত অভিসন্ধিৰ গোন্ধ পাইছে দেৱব্ৰত শইকীয়াই। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে ৰাজনীতি নাজানে বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য ছিৰাজউদ্দিন আজমলৰ। তথাকথিত আঞ্চলিকতাবাদী দল দুটাৰ স্থিতিক তুলাধুনা দিলে বিজেপি মন্ত্ৰী-বিধায়কে
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/