No video

বিয়ানাম গাই জুমন অসমজুৰি চৰ্চাত। পূৰণ হ'বনে দিন হাজিৰা কৰা পিতৃৰ সন্তান জুমনৰ সপোন?

  Рет қаралды 750,347

TIME8 News

TIME8 News

Күн бұрын

দিন হাজিৰা কৰা পিতৃৰ সন্তান জুমন বৰা নিশাটোৰ ভিতৰতে ভাইৰেল। পূৰণ হ'বনে যোৰহাটৰ জুমনৰ সপোন? বিয়ানাম গাই জুমন অসমজুৰি চৰ্চাত। জুমনৰ কথা আৰু কণ্ঠ শুনিলে আপুনি মন্ত্ৰমুগ্ধ হ'ব। ষ্টুডিঅ'ত যোৰহাটৰ জুমনৰ যাদু।

Пікірлер: 939
@shyammahanta7317
@shyammahanta7317 Жыл бұрын
জুমন, তোমাৰ কন্ঠৰ লগতে কথাবোৰও বৰ অমায়িক | মাত্র অহংকাৰ ভাৱ মনলৈ নানিবা | ভগৱানে কৃপা কৰিব |👍👍👍💐💐🌹🌹👌👌
@juridevi8544
@juridevi8544 Жыл бұрын
জুমন, অতি সুন্দৰ। অসমীয়া সংস্কৃতিৰ এই সম্পদ তোমাৰ কন্ঠত প্রাণ পাই উঠিছে। আগুৱাই যো়ৱা।
@merryhazarika1330
@merryhazarika1330 Жыл бұрын
অন্তৰ চুই গ'ল
@santukonwar4817
@santukonwar4817 Жыл бұрын
o
@nirupamadevi6457
@nirupamadevi6457 Жыл бұрын
জুমন তোমাৰ কন্ঠ বৰ ধুনীয়া, পাৰিলে বিয়াৰ গীতখিনি তুমি আগুৱাই লৈ যোৱা
@kaustuvvlog3934
@kaustuvvlog3934 Жыл бұрын
সচাকৈ বহুত সুন্দৰ লাগিলে শুনি জুমন আগলৈ আগুৱাই গৈ থাকা যেন
@anjanakhargharia6773
@anjanakhargharia6773 Жыл бұрын
বৰ ধুনীয়া লাগিছে আগুৱাই যোৱা
@arunimaneog9954
@arunimaneog9954 Жыл бұрын
Mm l L mm in
@arunimaneog9954
@arunimaneog9954 Жыл бұрын
@@anjanakhargharia6773 nok
@arunimaneog9954
@arunimaneog9954 Жыл бұрын
@@anjanakhargharia6773 nok
@niromaboruah143
@niromaboruah143 Жыл бұрын
জুমনৰ কণ্ঠ শুনি থাকিলে শুনি থাকিবলৈ মন যাই ইমান ধুনীয়া আগুৱাই যোৱা শুভেচ্ছা জনাইছোঁ
@barmandeep8814
@barmandeep8814 Жыл бұрын
Wow
@swapnalisarmah7081
@swapnalisarmah7081 Жыл бұрын
তোমাৰ সপোন নিশ্চয় পূৰণ হব জুমন দাদা❤️অন্তৰ চুই যোৱা কণ্ঠ তোমাৰ আগুৱাই যোৱা বহুদূৰ👍
@sarjinayesmin1909
@sarjinayesmin1909 Жыл бұрын
Dada 2mi agoloi ag barhi jowa
@pradiphazarika4844
@pradiphazarika4844 Жыл бұрын
অতীত ক সোঁৱৰাই দিয়া বাবে জুমন ভাইটিলৈ অশেষ হিয়া ভৰা শুভেচ্ছা থাকিল...অনাগত দিনত তোমাৰ পৰা আৰু লোকসংগীত শুনাৰ আশাৰে বাট চাই ৰ'ম.....ভগৱন্ত প্ৰভুৰ কৃপা দৃষ্টি সদায় যেন তোমাৰ ওপৰত থাকে...আৰু আই সৰস্বতীৰ আশিষ ধন্য হৈ গোটেই জগতত এই বিয়া নামৰ জৰিয়তে অসমী আইৰ নাম উজ্বল কৰা...তাৰেই কামানাৰে...🙏🙌
@rashmigoswami7332
@rashmigoswami7332 Жыл бұрын
অতি সুন্দৰ ভাইটি।আজিকালি বিয়া ঘৰত ডি জে হে বজায়।বিয়া নাম শুনি আবেগিক হৈ গৈছোঁ।সুন্দৰ কণ্ঠ।
@nirojdeori7130
@nirojdeori7130 Жыл бұрын
সত‍্য।
@himangshuhazarika4387
@himangshuhazarika4387 Жыл бұрын
গীতৰ লগতে তোমাৰ কথাখিনিও ভাল লাগিল জুমন আৰু আগুৱাই যোৱা 👍
@barnalichakraborty6785
@barnalichakraborty6785 Жыл бұрын
As a Jorhotian I'm proud u, আগুৱাই যোৱা ,তোমাৰ বিয়া নাম শুনি মন টো উৰা মাৰি গল সেই পুৰণা দিনৰ সোণালী সময় লৈ, আশা কৰিছোঁ হেৰাই যোৱা বিয়া নাম তোমাৰ কন্ঠ ৰে আকৌ উজ্লি উঠক।❤️
@jitendrarabha4660
@jitendrarabha4660 Жыл бұрын
ধন্যবাদ জুমন,তোমাৰ কণ্ঠ আৰু চিন্তাধাৰাত যাদু আছে৷
@tubetravelsaxom
@tubetravelsaxom Жыл бұрын
গৰ্ব কৰি কোৱা "আমি অসমীয়া" ✊✊
@monishakalita2468
@monishakalita2468 Жыл бұрын
@manalishadas2421
@manalishadas2421 Жыл бұрын
জুমন দাদা তোমাৰ কণ্ঠ ইমান সুন্দৰ ❤ আগুৱাই যোৱা তুমি জীৱনপথত ❤😍
@RJrekhacreation
@RJrekhacreation Жыл бұрын
মোৰ চকুপানী ওলাই গ'ল 😭😭😭 মোৰ বিয়াৰ দিনাখনলৈ বহুত মনত পৰিছে । একমাত্ৰ ছোৱালীয়েহে বুজি পায় ঘৰখন এৰি অহা কিমান দূখ 😭
@nirojdeori7130
@nirojdeori7130 Жыл бұрын
সচা্ কথা।
@mahantamunu5384
@mahantamunu5384 Жыл бұрын
আপোনাৰ কণ্ঠত সৰস্বতীয়ে বাহ লওঁক, এনেকৈ আগুৱাই যাওঁক.,🙏
@anadiphukan5778
@anadiphukan5778 Жыл бұрын
জুমন তোমাৰ বিয়া নাম শুনি সচাকৈয়ে বহুত ভাল লাগিল ৷লগতে তোমাৰ সহচ সৰল কথা খিনিয়ে হৃদয় চুই গল ৷তোমাক ঈশ্বৰে মঙ্গল কৰক। ইয়াকে কলো।
@pompikonwar3471
@pompikonwar3471 Жыл бұрын
যোৰহাটৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ সদায় ভালকৈ থাকা আগুৱাই যোৱা 😍
@biswaboruah6606
@biswaboruah6606 Жыл бұрын
Jumon God bless you.Lagate bar biyale matlab dei.Good night.
@shyamantakumardutta2492
@shyamantakumardutta2492 Жыл бұрын
অসমীয়া সমাজৰ প্ৰাণ স্বৰূপ বিয়া নাম বোৰ শুনিলেই মনটো কিবা এটা অজান দুখেৰে ভৰি পৰে। আজিকালি গাঁৱৰ বিয়া ঘৰতো বিয়া নাম শুনিবলৈ দুৰূহ। জুমনৰ কন্ঠত বিয়া নামবোৰে প্ৰাণ পায় উঠিছে। চৰ্চা অব্যাহত ৰাখক। আমাৰ শুভকামনা থাকিল।
@robinchangmai9312
@robinchangmai9312 Жыл бұрын
অসমীয়া সমাজৰ বাবে সুন্দৰ আদৰ্শ, ধন্যবাদ থাকিল ।
@dhirenborah621
@dhirenborah621 Жыл бұрын
অতি জনপ্ৰিয় বিয়া নামবোৰ শুনি বহুত দুখ লাগে যদিও শুনি বহুত ভাল লাগে।
@ngogoi5503
@ngogoi5503 Жыл бұрын
জুমন , অতি সুন্দৰ ,, আগবাহি যোৱা তুমি ,তোমাৰ সকলো সপোন পূৰণ হওঁক ❤️❤️🥰
@babaentertainment2226
@babaentertainment2226 Жыл бұрын
তোমাৰ বৰ ধুনীয়া কণ্ঠ । বহু দূৰ আগুৱাই যোৱা ।বৰ অমায়িক যেন লাগিছে তুমি এইদৰেই সদায় থাকিবা ।👍👍👍
@assamvoice4626
@assamvoice4626 Жыл бұрын
তেওঁৰ কথা বোৰ শুনি বহুত ভাল লাগিল । সঁচাকৈ তেওঁৰ কণ্ঠত কিবা যাদু আছে, ইমান ধুনীয়া কৈ তেওঁ গান গাবলৈ পাৰে । তুমি আগুৱাই যোৱা আৰু তাকে কামনা কৰোঁ।
@mintutalukdar7436
@mintutalukdar7436 Жыл бұрын
বাদ্য যন্ত্ৰ অবিহনে ইমান সুন্দৰ গীত শুনিবলৈ পোৱাতো ভাগ্যৰ কথা। বহুত দূৰ আগুৱাই যোৱা বন্ধু‌ তাৰেই কামনা কৰিছো ।।
@malabikadas9015
@malabikadas9015 Жыл бұрын
বহুত সুন্দৰ কন্ঠ ..মন প্ৰাণ ভৰি পৰিছে😊
@nilimadasdas9694
@nilimadasdas9694 Жыл бұрын
হৃদয় পৰশা কণ্ঠ ৷ ভৱিষ্যত উজ্জ্বল হওঁক ৷
@mainuchutia159
@mainuchutia159 Жыл бұрын
Jjk
@kunjalatagogoi6621
@kunjalatagogoi6621 Жыл бұрын
জুমন, তোমাৰ কণ্ঠত বিয়া নাম শুনি চকু পানী ওলায় গ'ল। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো 🙏🙏
@itsrubelofficiablog..5319
@itsrubelofficiablog..5319 Жыл бұрын
Moi o khub kandilu baidoue.... 😥😥😥😥😥
@gunamoni5067
@gunamoni5067 Жыл бұрын
দুৰ দিগন্তলৈ আগুৱাই যোৱা।।।। বৰ সুন্দৰ হৈছে।।।
@pankajbaruah9238
@pankajbaruah9238 Жыл бұрын
জুমন সঁচাকৈ অন্যন্য তোমাৰ কণ্ঠ। তোমাৰ এই যাত্ৰা সুদূৰ প্ৰসাৰি হওঁক। ঈশ্বৰ সহায় হওঁক তোমাৰ যাত্ৰা পথত।🙏
@bikashborah6109
@bikashborah6109 Жыл бұрын
গাৰ নোম শিয়ৰী যায় এই বিয়া নাম বোৰ শুনিলে,আগুৱাই যোৱা জুমন লখিমপুৰৰ পৰা বহুত বহুত মৰম যাছিলো।
@bondorobasomia8584
@bondorobasomia8584 Жыл бұрын
সচাঁকৈয়ে বৰ সুন্দৰ কন্ঠ ৷৷আগুৱাই যোৱা ভাইটি, বহুত বহুত শুভেচ্ছা জনালোঁ ৷৷
@hridulborahsvlogs9136
@hridulborahsvlogs9136 Жыл бұрын
Bohut dhuniya voice .. keep it up 🔥🔥🔥🙏ইমান ধুনীয়া কণ্ঠ লৈ কত যে আছিল ইমান দিনে , শুনিলে শুনি থাকিবৰ মন যায় ।।।।
@nilakhisonowal5032
@nilakhisonowal5032 Жыл бұрын
Bohut hundor kontha tumi aaguai jua 💖💖
@nirojdeori7130
@nirojdeori7130 Жыл бұрын
যি সময়ত অসমীয়া সংঙ্কৃতিলৈ বিপদ নামি আহিছে, সেই সময়ত এই জুমনৰ নিচিনা আজিৰ প্রজন্ম অতি প্রয়োজন। যি সময়ত আমাৰ তাহানি দিনীয়া বিয়া নাম আদি হেৰাই যাব ধৰিছে। তেখেত আগুৱাই যাওঁক।🙏🙏🙏
@rajb7906
@rajb7906 Жыл бұрын
সুন্দৰ কণ্ঠ সৰল ব্যৱহাৰে সচাঁকৈয়ে আমাক আপ্লুত কৰিলে। জুমন তোমালৈ অশেষ শুভেচ্ছা থাকিল।....তুমি আগুৱাই যোৱা.... (((অসমৰ ৰথী মহাৰথী সকললৈ এটা অনুৰোধ--> এনেকুৱা এখন ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্লেটফৰ্মত তৈয়াৰ কৰিব নোৱাৰি নে যত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভা সকলে সঠিক অৰ্থত ঠাই পাব? যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান সমূহত প্ৰায়েই উত্তৰ পূবৰ প্ৰতিভা সমূহক দমাই ৰখা হয়)))
@paniramyein3705
@paniramyein3705 Жыл бұрын
জুমণৰ বিয়া নাম শুনি সঁচাই আবেগিক হৈ যায় ।যিহেতু ছোৱালী জনীক বিয়া দিয়াৰ সময়ত ।আশীৰ্বাদ কৰিছো আৰু আগুৱাই যোৱা জুমণ ।
@saniramhasda1495
@saniramhasda1495 Жыл бұрын
বহুত সুন্দৰ তোমাৰ ভবিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিলো
@AchiniBoruah
@AchiniBoruah Жыл бұрын
ভাল কথা, সংস্কৃতি থাকিলেহে অসমীয়া জাতি থাকিব। এনেদৰেই এজন এজনকৈ ওলাই আহক এয়াই কামনা কৰিলোঁ
@ayush_2012me
@ayush_2012me Жыл бұрын
তোমাৰ কন্ঠ সচাই শলাগ লবলগীয়া..মোৰ বিয়া নাম শুনিলে কিয় জানো আবেগিক হৈ পৰো নিজে নিজে চকু পানী ওলাই আহে.
@tapanbordoloi2486
@tapanbordoloi2486 Жыл бұрын
জুমন সছাই বৰ ভাল লাগিছে তোমাৰ প্ৰতিভা আছে আৰ্শিবাদ থাকিল আগবাঢ়ি যোৱা।
@anjumonibharali6592
@anjumonibharali6592 Жыл бұрын
সঁচাকৈ তোমাৰ কণ্ঠ শুনিলে শুনি থাকিবৰ মন যায়। তুমি আগুৱাই যোৱা তাৰে কামনা কৰিলো।।
@user-hw6ul5ut2j
@user-hw6ul5ut2j Жыл бұрын
এইবোৰ বিয়া নাম আজিকালি হেৰাই গৈছে ৷ কোনে কি কাপোৰ পিন্ধিব আৰু ফেশ্বন শ্ব’ হে হয় আজিকালি বিয়া বোৰত ৷ আগতে বিয়া ঘৰৰ সন্মুখত তামোল এঠুক থাকে আৰু এতিয়া গনেশ ৰ মূৰ্ত্তি হে প্ৰায়ে দেখিবলৈ পোৱা যায়ো ৷ আজিকালি মহিলা সকলে এইবোৰ গাব নাজানে কাৰন চৰ্চা নাই ৷ বিয়া বোৰত অপসংস্কৃতিয়ে বাহ লৈছে। অসমীয়া মানুহৰ বিয়াত অসমীয়া সংস্কৃতি টো ধৰি ৰখাটো দৰকাৰ ৷ নতুন প্ৰজন্মই আদৰি লওঁক বিয়ানাম আৰু পশ্চিমীয়া ত্যাগ কৰক ৷ জুমনলৈ মোৰ মৰম থাকিল ৷
@digantaray435
@digantaray435 Жыл бұрын
জুমনৰ ভবিষ্যত উজ্বল কামনা কৰিছো
@annadakachari5384
@annadakachari5384 Жыл бұрын
ইমান কোমল মাত টো কেনেকৈ নো ল'ৰা হৈ জন্ম হল প্ৰকৃততে ছোৱালী হ'ব লাগিছিল । বৰ সুন্দৰ গাইছে । ভাল লাগিল 👌👌👌👌👌❤️🥰
@khagencharaimuria8815
@khagencharaimuria8815 Жыл бұрын
বহুত সুন্দৰ হৈছে জুমন, তুমি আৰু আগুৱাই জুৱা।
@papuoxomia555
@papuoxomia555 Жыл бұрын
জুমন, বহুত মৰম যাচিছো। মই টীয়কৰ পাপু দা। বিশেষ নকওঁ। বেলিটো কোনেও ঢাকি ৰাখিব নোৱাৰে কাৰণ উত্তাপ পোহৰে নিজৰ উপস্থিতি সকলোকে সহজেই দিয়ে। তুমি আগুৱাই যোৱা।
@monujphukon6652
@monujphukon6652 Жыл бұрын
ইমান ধুনীয়া কন্ঠ নিগৰাইছা 🙏🙏
@khaiborali8231
@khaiborali8231 Жыл бұрын
কি মধুৰ কন্ঠ ও?? কথাবোৰ ইমান ধুনিয়াকৈ সজাই পৰাই কোৱা, আবেগত চকুপানী ওলাই আহিল, সুখৰ নে দুখৰ কব নোৱাৰিলু, গান কথা সুনি সুনি/ আগুৱাই যোৱা ভাইটি, এদিন তুমিও জুবিন দাৰ পিছতে উজলি থাকিবা/ অতি সোন কালে ফুল গান ৰিলিছ পোৱাৰ আষাত বাত চাই থাকিলু....
@rumigogoi5662
@rumigogoi5662 Жыл бұрын
Jumon ,your voice is God gift,God bless you & your family.👏⭐
@papulx4534
@papulx4534 Жыл бұрын
জুমন সচাকৈ বহুত মৰম লাগিছে তোমাক গীতবোৰত ইমান ধুনীয়া সু মধুৰ সুৰ সলাগ লৈছো from ghuwahati
@karabibaishya7495
@karabibaishya7495 Жыл бұрын
Juman or gaan jimn dhuniya tatokoi tumar ktha bor aru besi maram lga...antar sui jai ❤️❤️...god bless you Bhai
@kiranbora6415
@kiranbora6415 9 ай бұрын
জুমন সদায় আগুৱাই যাওঁক,সকলো দিশতে তাকে কামনা কৰিলো।
@guningogoi8007
@guningogoi8007 Жыл бұрын
ভাল লাগিল । আমাৰ সমাজত হেৰাই যাব ধৰিছে বিয়া নাম সমূহ । তুমি ইয়াক উদ্ধাৰ কৰাৰ চেষ্টা কৰা । আশীবাদ থাকিল ।
@dilipdutta3270
@dilipdutta3270 Жыл бұрын
জুমন মই জিনাই তোমাৰ বিয়া নাম শুনিলো সেইদিনাই মোৰ শ্যেয়াৰ চাতত প্ৰচাৰ কৰি দিলু লগতে হোৱাত চাপতো প্ৰচাৰ কৰিলো ভৰ্ত্তমান ১৮,৪৩২জনে চাই ৭'৩০৪ পুনৰ প্ৰচাৰ কৰিছে।আজি তোামাক টিভিত দেখা পাই মনতো বহুত ভাল লাগিছে।ভগৱানক পৰ্থনাকৰিছো তুমি তোমাৰ শিল্পি কৰ্মত আগবাৰ্হি যোৱাত সহায় কৰক,তোমা্ৰ এজন শুভাকাংক্ষি।
@pujagogoi2021
@pujagogoi2021 Жыл бұрын
Bohut bohut dhuniya gaisa ❤️😘
@rkalita123
@rkalita123 Жыл бұрын
Xundar, asomiya somajor eti bohut aabegpurna monovab,,, xilpijonok bohut dhanyabad
@rupamkalita2274
@rupamkalita2274 Жыл бұрын
বন্ধু তোমাৰ কণ্ঠত সচাই যাদু আছে। ছয়গাঁওৰ পৰা মৰম আৰু শুভেচ্ছা জনালোঁ।
@lkcreation2022
@lkcreation2022 Жыл бұрын
Mui bokor pora morm jasilu
@khaiborali8231
@khaiborali8231 Жыл бұрын
মই=নলবাৰীৰ পৰা=জনালোঁ
@narayannath1749
@narayannath1749 Жыл бұрын
অতি সুন্দৰ কণ্ঠত বিয়া নাম শুনি ভাল লাগিল, পিছে বিয়া নামৰ যি সুৰ দিছে সেই সুৰত আয়তি সকলে বিয়াৰ ৰভাতলিত একেলগে গাব পাৰে নে নোৱাৰে নাজানো
@rupaschannel5856
@rupaschannel5856 Жыл бұрын
Very nice voice.😍 bhut val lagil tumar voice tu aru gaan bur. Aru aguai jua and Biya song bur dhori rakha. New generation bure amr puroni sankskrti bur dhori rakhibo lgibo
@Education-k-n5t
@Education-k-n5t Ай бұрын
প্ৰকৃত অসমীয়াৰ‌ পৰিচয় তোমাৰ দৰে নতুন চাম যুৱকে যে আগবঢ়ায় নিয়াৰ গুৰি ধৰিছে তাতকৈ আমাৰ বাবে সুখৰ খৱৰ নাই , যিহেতু আমাৰ বৰ্তমানৰ সমাজ ব্যৱস্থা পাশ্চাত্য সঙ্গীতৰ প্ৰতি সম্পূৰ্ণ আসক্ত গতিকে পলমকৈ তোমালৈ আন্তৰিক শুভেচ্ছা জনালোঁ, আগবাঢ়ি যোৱা ❤।
@parthapratimdutta5744
@parthapratimdutta5744 Жыл бұрын
Very nice singing bro,,,,kip it up God bless you 🙏🙏🙏🙏
@nironjonsaikia4886
@nironjonsaikia4886 Жыл бұрын
মা দেউতাই বহু সুখি অনভব কৰিছে,আগুৱাই যোৱা ঘুৰি নাছাবা,হেৰাইযোৱা সময়বোৰ ধৰি ৰাখা।
@Abc-fs8ko
@Abc-fs8ko Жыл бұрын
Jumon your voice unbelievable.oh my god.
@imdadali9519
@imdadali9519 Жыл бұрын
তেখেত আৰু আগবাঢ়ি যাওক ।আমাৰ অসমীয়া জাতিটো এটা সংগ্ৰামী জাতি।গতিকে সংগ্ৰাম নকৰিলে একো নাপাও।শুভকামনা যাচিলো।ইমদাদ আলি।শিৱসাগৰ।
@mainientertainment472
@mainientertainment472 Жыл бұрын
অতি সুন্দৰ কণ্ঠ।
@dijenborah350
@dijenborah350 Жыл бұрын
Bohut hundor.aaguwai juwa
@pronabborah8500
@pronabborah8500 Жыл бұрын
So sweet voice,successful in you dreams,keep it up jumon
@sumimonidas6230
@sumimonidas6230 Жыл бұрын
Thank you bhaity Tumi je amar axomiya jatir sankriti tu bojai rakhise
@bidyutdekavlogs7695
@bidyutdekavlogs7695 Жыл бұрын
অতি সুন্দৰ কণ্ঠ আৰু আগুৱাই যোৱা দাদা।
@papuboruah580
@papuboruah580 Жыл бұрын
Koboloi vakha emanei hundor tumr kontho😘😘😍 tumk vogowane aru hokti diok🙏🙏🙏,tme aguwai jwa
@mouchumibaruah9486
@mouchumibaruah9486 Жыл бұрын
অতি সুন্দৰ জুমন। আমাৰ যোৰহাটৰ গৌৰৱ ।তুমি আৰু আগবাঢ়ি যোৱা শুভকামনা থাকিল ।
@rkentertainment198
@rkentertainment198 Жыл бұрын
Xosai Juman dar voice2 bohut dhuniya..juman da aguwai juwa tare Kamona korilu
@bijubordoloi9141
@bijubordoloi9141 Жыл бұрын
Bohut vl lagil..tmr kontho...nice👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
@Sumanta-zz7tu
@Sumanta-zz7tu 29 күн бұрын
Zubeen da always rock_❣️💫
@pridejorhat4261
@pridejorhat4261 Жыл бұрын
তুমি আগুৱাই যোৱা জুমন, তোমালৈ জনালোঁ বহুত বহুত শুভ কামনা।
@pranjlai4156
@pranjlai4156 Жыл бұрын
মোৰ ফালৰ। পৰা তোমালৈ বহুতো ধন্যবাদ জনাইছোঁ যাতে তুমি আগলৈ আৰু আগ বাঢ়ি যোৱা 🙏🙏🙏
@abishekpaul6187
@abishekpaul6187 Жыл бұрын
Najanu dei tumar gan tu huni soku pani rokhabo para nai o....kio janu......I wish u all the very best for your bright future bro.....
@uttamdas2517
@uttamdas2517 Жыл бұрын
Moja bro....from Teok uttardulia..uttam
@niponsaikia9246
@niponsaikia9246 Жыл бұрын
Excellent dei jumon, tumar vobitxot ujjol kamonare, I will pray to God.. Jumon
@parulyouthtubedutta4159
@parulyouthtubedutta4159 Жыл бұрын
ইমান সুন্দৰ কন্ঠ সঁচাই আজিৰ নৱপ্ৰজন্মৰ মাজত ইমান সুন্দৰ কন্ঠৰ লৰা এটা লুকাই আছে। শুভেচ্ছা থাকিল জুমন তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
@bipuldekaraja1717
@bipuldekaraja1717 Жыл бұрын
Mojjaa👍
@sema3600
@sema3600 Жыл бұрын
Khub khundro khub khundro jumon... Khuni thakile khuni thakib mn tumar konthot jadhu ase ❤ gueshatit bihu nasib jautei gm plau tumar bihu khuni je edin tumi bht duroloi aguwai jabo pariba🥰
@learnwithmoramjyotis.s.b.n1501
@learnwithmoramjyotis.s.b.n1501 Жыл бұрын
মন চুই যোৱা সুৰ তোমাৰ আগলৈ আৰু আগবাঢ়ি যোৱা
@bimangogoi682
@bimangogoi682 Жыл бұрын
বহুত বহুত ধুনীয়া কণ্ঠ আগবাঢ়ি যোৱা❤️👍🙏
@pankajrajbongshi8213
@pankajrajbongshi8213 Жыл бұрын
সুন্দৰ কন্ঠ, আগুৱাই যোৱা
@pompigogoi6182
@pompigogoi6182 Жыл бұрын
জুমন আমাৰ তোমাৰলৈ অশেষ ধন্যবাদ। আগবঢ়াী যোৱা।
@chinmoysaharia6367
@chinmoysaharia6367 Жыл бұрын
Ufff ❣️❣️ বৰ ধুনীয়া গায়। বা হতৰ বিয়া লৈ মনত পৰি গল।love darrang dist ❣️❣️❣️.
@padmadas7384
@padmadas7384 Жыл бұрын
জুমন তুমি যাতে আগলৈ আগবাহি যোৱা তাৰ বাবে ভগৱানৰ ওছৰত প্ৰাথনা জনাইছো
@hereananya
@hereananya Жыл бұрын
Bohut dhunia❤
@banashreekalita6991
@banashreekalita6991 Жыл бұрын
বৰ সুন্দৰ মনোভাৱ আৰু কন্ঠ। আগুৱাই যোৱা
@dhrubachangmai1824
@dhrubachangmai1824 Жыл бұрын
Ur voice is so sweet..... ultimate voice
@robintamuly5472
@robintamuly5472 Жыл бұрын
Eman Dhuniya Kontha. Aguwai Juwa
@mobilephone6298
@mobilephone6298 Жыл бұрын
Sweet voice Jumon.
@simarajkhuwa3072
@simarajkhuwa3072 Жыл бұрын
Jumon moi jorhato hoi tome agoai joa, God bless you
@kamalrajbongshi9332
@kamalrajbongshi9332 Жыл бұрын
Aguwai jowa bro 2mi... Val Val got gai jowa axomr karone... Dhuniya voice 2mar..
@runumideka8044
@runumideka8044 Жыл бұрын
Very nice voice juman n God bless you
@ankursarmah9305
@ankursarmah9305 Жыл бұрын
Bhot dhuniya 😍 Aru aguwai juwa tumi 😊 Best wishes for you bro🤝🏻
@mattewbg3417
@mattewbg3417 Жыл бұрын
Tumar xapon dithokot parinot hoboi. Tumar kontho bor xuola🙏👏👏
@monikagogoi2645
@monikagogoi2645 Жыл бұрын
Tumar capon dithokot parinit hoboi ,
@mousumibora2010
@mousumibora2010 Жыл бұрын
Jumon tume aguwai jua 👍👍👍
@sujitnath6840
@sujitnath6840 Жыл бұрын
Nice voice I like you jumon all the best 👌🇮🇳
@bimalgogoi7142
@bimalgogoi7142 Жыл бұрын
জুমন ভাইটি তোমাৰ কণ্ঠত বিয়া নাম শুনি অত্যন্ত ভাল লাগিল । আৰু আগবাঢ়ি যোৱা । তোমাক নিচেই ওচৰৰ পৰা লগ পাবলৈ বৰ মন গৈছে । পাৰিলে ফোনৰ নাম্বাটো দিবাচোন ।
@sunmonikonwar5789
@sunmonikonwar5789 Жыл бұрын
Sweet voice ❤❤..lovely voice ❤❤
I Took a LUNCHBAR OFF A Poster 🤯 #shorts
00:17
Wian
Рет қаралды 10 МЛН
The CUTEST flower girl on YouTube (2019-2024)
00:10
Hungry FAM
Рет қаралды 6 МЛН
WILL IT BURST?
00:31
Natan por Aí
Рет қаралды 30 МЛН
The Joker kisses Harley Quinn underwater!#Harley Quinn #joker
00:49
Harley Quinn with the Joker
Рет қаралды 23 МЛН
বিয়াত কইনা খোজা পৰ্ব
7:04
Shashanka Saikia
Рет қаралды 2,2 М.
Rashlila || EP- 52 || 29-08-2024 ||
20:17
Rengoni TV
Рет қаралды 190 М.
I Took a LUNCHBAR OFF A Poster 🤯 #shorts
00:17
Wian
Рет қаралды 10 МЛН