No video

What Is Homosexuality? | Assamese Sex Education

  Рет қаралды 151,296

Ayushman Bhawa

Ayushman Bhawa

Күн бұрын

What Is Homosexuality? | Assamese Sex Education | General Knowledge Assamese | Sexuality In Assamese
DO SUBSCRIBE 💕
🍒Find me on INSTAGRAM: / fit.gitz
🍁About this video:
LGBTQIA+ is an inclusive term that includes people of all genders and sexualities, such as lesbian, gay, bisexual, transgender, queer, intersex, asexual. Homosexuality is not a disease.
Hope you find this video helpful.
Wishing you all good health and happiness.
Thank you!
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
🦋 Find me on other Social Media Platforms:
Facebook: www.facebook.c...
Twitter: / gitz07_sharma
Mail: gitz07@gmail.com
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••
⚠️DISCLAIMER: The products I use or mention in the video may not suit everyone. This is just a review on behalf of my experience. Results may vary from person to person. Advised to get a patch test or consult a professional before buying or using the products.
Do not forget to like and share my video. Do comment if you have any suggestions for any tutorials and feel free to ask any queries; I would love to answer them.
Do you want me to smile even more than usual? SUBSCRIBE...Yes, Please :)
Practice Daily!
Stay Blessed! Stay Blissed!

Пікірлер: 639
@mintubaishya6462
@mintubaishya6462 Жыл бұрын
ধন্যবাদ বা মইও এজন সমকামী পুৰুষ হয়। মই দুবছৰ আগৰ পৰা এই বিষয়ত লিখি আহিছো । সকলো বুজিও আমাৰ সমাজৰ অধিকাংশই নুবুজাৰ ভাও ধৰি নেতিবাচক মন্তব্য আগবঢ়ায় যিটোৱে আমাক জীৱন্তে দগ্ধ কৰে আৰু মানসিকভাবে আমাক মাৰি পেলাই মই আপোনাৰ লগত ব্যক্তিগতভাৱে কিছু কথা পাতিব বিচাৰোঁ আশাকৰোঁ আপুনি অনুমতি দিব 🙏🏾
@debasishsaikia7463
@debasishsaikia7463 Жыл бұрын
Kellaaa
@Doremonworld445
@Doremonworld445 Жыл бұрын
gay
@AmishaBorah-ue8uc
@AmishaBorah-ue8uc Жыл бұрын
Moiu akraki lesbian but mi nijok accept krbo pra nai😢
@AloneBoy-ck6xr
@AloneBoy-ck6xr 2 жыл бұрын
উক্ত বিষয়টো বৰ সুন্দৰ উপস্থাপন শৈলীৰে বুজাই দিয়াৰ বাবে ধন্য্যবাদ। লগতে আপোনাৰ ব্যক্তিত্বত প্রকাশ পাইছে যে আপোনি এগৰাকী সুন্দৰ মনৰ মানুহ।
@rajkumarbarman2129
@rajkumarbarman2129 2 жыл бұрын
এই বিষয়ত আলোচনা কৰিব আমি লাজ কৰোঁ । কোব নিবিচাৰোঁ তাৰবাবে কৰবাত কিবা ভুল কৰোঁ বা হৈ যায় । গতিকে আপুনি ইমান ধুনীয়া কৈ ভাঙি ছিঙি বুজাই দিছে। এইবিলাক কথা জনা দৰকাৰ মই ভাবোঁ লৰা ছোৱালী সকলোৰে বাবে সমান আপোনাক ধৈন্যবাদ জনালোঁ
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you so much Raj 😍 Hoi. Sob bosture knowledge thakile problem bur komi jaabo 👍
@user-su3wt1sr3w
@user-su3wt1sr3w 2 жыл бұрын
অসমীয়া you tuber বোৰ আগোৱাই যাব লাগে ...জয় আই অসম...
@northeastboy6989
@northeastboy6989 2 жыл бұрын
এই video2 চাই বহু নজনা কথা জানিলো আৰু বুজিলোঁ ,বৰ সুন্দৰকৈ বুজাই কলে সকলোবোৰ কথা teacher এ বুজোৱাৰ দৰে বুজাই দিলে বৰ ভাল লাগিল🥰। আশা কৰো আকৌ এনেকুৱা নজনা কথা আৰু নুবুজা কথাবোৰ আপোনাৰ জৰিয়তে জানিবলৈ সক্ষম হম, লগতে আপোনালৈ বহুত বহুত মৰম😘😘 আৰু শুভেচ্ছা থাকিল 💐যাতে আৰু আগুৱাই যাব পাৰে আপোনি 👍
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you so much 😍 Lots of love. Eneke morom aru support kori thakiba 🙂👍
@labaram566
@labaram566 2 жыл бұрын
গীতাঞ্জলী, তোমাৰ কথাখিনি শুনি মোৰ বৰ ভাল লাগিল । বয়সৰ তাৰতম্যৰ ফালৰ পৰা যদিও তুমি মোৰ ছোৱালীৰ নিচিনা, তোমাৰ জ্ঞানগৰ্ভ অথচ উনমুক্ত আলোচনাৰ পৰা মোৰ এনে ভাব হৈছে, যেন তুমি মোৰ বহু দিনৰ চিনাকী বান্ধৱী ।সচাকৈয়ে এই ভিডিও খনৰ পৰা বহুত নজনা কথা জানিব পাৰিলো ।অশেষ ধন্যবাদ জনাইছোঁ । আগলৈ আকৌ ভাল ভাল ভিডিও পাম বুলি আশা থাকিল । ভগবানে তোমাক মংগল কৰক । ধন্যবাদ ।
@neelakashpagol5624
@neelakashpagol5624 2 жыл бұрын
আপুনি আগুৱাই যাওঁক। ভগবানৰ সহায় আছে । আপুনি ভাল অন্তৰৰ । ভাল লাগিল
@geeterthakonwar4192
@geeterthakonwar4192 2 жыл бұрын
ইমান সুন্দৰকৈ বুজাই দিছে কি ক'ম আৰু বা, বহুত উৎসাহ পালো । বহুত বহুত ধন্যবাদ ।
@BJBUTTRADING
@BJBUTTRADING 2 жыл бұрын
ঠিক আছে চেক্স এডুকেচনৰ ওপৰত ভিডিঅ বনাই কিন্তু ইমান যিমান দেখো এইটোৰ ওপৰত কিয় বনাই ,মই কথাটো কৈছোহে আজিৰ সময়ত এইটো প্ৰয়োজন আছে কিন্তু ইমান বেছি ইটোৰ পাছত সিটো দিব নালাগে ,বেয়া নাপাব কোৱাৰ বাবে । দিছে দিব লাগে কিন্তু পাৰিলে শিক্ষাৰ লগত এইটো জড়িত কৰাৰ লগতে শিক্ষাৰ ওপৰতো কৰক । যি বুজিবলৈ ইচ্ছা কৰে তেও শিক্ষা সকলো ফালৰ পৰা লব কাৰণ কিয় জানেনে? এইটো শিক্ষা হিচাপে বহুত আহে কিন্তু এজন সচেতন লৰা হিচাপে নিজৰ জীৱনত কি কৰিব লাগে তাক নাজানে ,ভাল টপিকত জ্ঞান নাই ,এইটোৰ ওপৰত থকা কেইজনৰো কিন্তু বেলেগ এটা ভাল জ্ঞান নাই ,পাৰিলে এইটো কৰাৰ ওপৰিও অলপ সমাজখনত ব্যক্তিত্ব বোধৰ ওপৰত ভিডিঅ বনাব মাজে মাজে হলেও ।কাৰণ বহুতৰে নিজৰ ব্যক্তিত্ব বিকাশ নাই । এইবোৰ জানিবলৈ সেই গুণো লাগিব ।গতিকে এইষাৰ কথাৰে অনুৰোধ জনালো ।
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍 Sob topics cover koru moi 🙂
@kowalbong9839
@kowalbong9839 2 жыл бұрын
বাইদেউ! আপুনি ইমান সুন্দৰ আৰু সহজভাৱে video টো বনালে অথাৎ অসম্পূৰ্ণ কৰি থৈ গ'ল । next পাৰ্টটো সোনকালে আগবঢ়ালে সুখী হম আমি । next মানে guy আৰু lesbian সকলে কি দৰে নো চেক্স কৰে বা কি কি কলা প্ৰয়োগ কৰি ছেক্সত মৰ্ত্ত্য হয় সেয়া আলোচনা কৰি video এটা আগবঢ়াই দিলে ভাল পাম ।
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 👍 Thik ase. Video eta bonam 🙂
@bivamonidas3082
@bivamonidas3082 2 жыл бұрын
ধন্যবাদ। আপোনাৰ কথাখিনিয়ে মোক LGBT ৰ ওপৰত লিখিবলৈ সহায় কৰিছে ইতিমধ্যে মই Eunuch ( কিন্নৰ) ৰ ওপৰত লিখি আছো।
@nonআমিষveg5348
@nonআমিষveg5348 2 жыл бұрын
এটি সুন্দৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিলে। সম্ভোগৰ সময়ত উভয়ে কেনেদৰে চৰম সুখ লাভ কৰিব পাৰি তাৰ ওপৰত বিষদভাৱে ভিডিঅ' এটি বনাবলৈ অনুৰোধ থাকিল।
@northeastboy6989
@northeastboy6989 2 жыл бұрын
হয় মহাশয়🙏 মোৰো জানিবৰ মন আছিল🙈
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍 Thik ase video eta bonam 👍
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Face Reading :: দিঙি দীঘলীয়া হলে কি হয় জানেনে ৷ Is Your Throat Big ? KZfaq Link :::kzfaq.info/get/bejne/eb-eY5Rqtsm4XWQ.html
@mamtajbegum8932
@mamtajbegum8932 2 жыл бұрын
@@AyushmanBhawa reply my message I am in depression
@dinabodo5771
@dinabodo5771 2 жыл бұрын
সুন্দৰ উপস্থাপন বাইদেউ 💞 আপোনাৰ এই উক্ত কথাষাৰে আমাক আগলৈ আগবাঢ়ি যাবলৈ উৎসাহিত কৰিছে। বহুত বহুত ধন্যবাদ আপোনালৈ❤️
@ahidulbarpetian6911
@ahidulbarpetian6911 2 жыл бұрын
আমি সুখী । কিয়নো লগ পোৱাৰ পৰাই আমি সুখেৰে আছোঁ, কাজিয়া হোৱাটো স্বাভাৱিক, কিন্তু সেই কাজিয়াই আমাৰ মাজত এক বিশ্বাস , প্ৰেম, ভাল পোৱাত সুখী কৰি তুলিছে। সম্পৰ্ক এটা জীয়াই ৰাখিব হলে বুজা বুজি থাকিব লাগে... আমাৰ মাজত ঠিকেই আছে। সমকামীতা মানে যৌন মিলন নহয়, লোভ লালসা নহয়, নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ মানুহ জন, জীৱন সঙ্গী হিচাবে গণ্য কৰা জনে। পৃথিৱী ওলোটাই গলেও জনমে জনমে আমি আমাৰ হৈ থাকিব খোজোঁ.. আমি সুখী আমাক কোনেও চাপৰ্ট কৰা লৈ লাগি নাথাকো, আমি সদায় ভিন্ন । সমকামী কোনো অজ্ঞাত কাৰণ নহয় প্ৰকৃতিৰ মনোমোহা সোৱাদ। Really love u my heart 💕
@dinabodo5771
@dinabodo5771 2 жыл бұрын
@@ahidulbarpetian6911 আমি দুয়ো সুখী
@ahidulbarpetian6911
@ahidulbarpetian6911 2 жыл бұрын
@@dinabodo5771 সুখী হওঁক পৃথিৱীত ভাল পোৱা মানুহবোৰ।
@jimidas7050
@jimidas7050 Жыл бұрын
Emn bur kotha jona nasilu... Adha adhi jsnisilu baru... Emn dhuniya koi kothabur uposthapon krar babe dhoinyobad apunak❤️🙏
@haluakhelebgmi5565
@haluakhelebgmi5565 2 жыл бұрын
🙏🏽🙏🏽🙏🏽 গীতা ভাগৱত বৰ্ণনাত এই ধৰণৰ সমস্যাৰ (সমাজৰ বাবেহে) বিৱৰণ ও সমাধান আছে নাই মই নাজানো,,,, কিন্তু আপুনি কৰা এই বিশ্লেষণ অতি প্ৰয়োজনীয়। আপোনালৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, সাৰ্থক অনুমান হ'ল আপোনাৰ নাম "গীতাঞ্জলি"🙏🏽 ❤️
@r.d.creator8235
@r.d.creator8235 2 жыл бұрын
Xokolu topic iman dhuniyake bujai baideo. Xeikarone Apunar xokolu video bohut bhalke buji pao.birat bhal pao baideo apunak.much love to you.♥️
@jayantajitu307
@jayantajitu307 2 жыл бұрын
বহুত দিনৰ মূৰত ভিডিঅ' দিছে, আপোনাৰ ভিডিঅ' কেতিয়া আহিব আহিব বুলি ৰৈ আছিলোঁ। সদায় চাও ইউটিউবত আহিছেনেকি বুলি। আপোনাৰ কমিউনিটি ত মেচেজ কৰিছিলোঁ ভিডিঅ' নিদিয়া দেখি। কাৰণ এটাই যে আপোনাৰ ভিডিঅ'ৰ পৰা বহুত জ্ঞান পোৱা যায়। এটিয়া আপোনাৰ ভিডিঅ'দেখিহে ভাল লাগিছে। সচা কথা ক'ব গ'লে মই আপোনাৰ ভিডিঅ'ৰ প্ৰেমত পৰিছো।
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
That's really amazing 😍 I am glad. Thank you Jayanta 🙂
@rahulhazarika2237
@rahulhazarika2237 Жыл бұрын
মই এজন ল'ৰা হয় মোৰ চাল চলন বোৰ ছোৱালীৰ দৰে বহুতে জোকাই ঠাত্তা কৰে ল'ৰাবোৰে বন্ধুত্ব কৰিব বেয়া পায়😢মোৰ লগত থাকিলে সিহঁতকো হাহেঁ,ছোৱালীবোৰে বন্ধুত্ব কৰে কিন্তু প্ৰেম কেতিয়াও নকৰে....মই যিমান সলনি হ'ব বিচাৰিলেও মনটোৱে নামানে ঘৰত কোণেও গ'ম নাপায়.....গাওঁত সকলোৱে Ladise বুলি কয় নিজৰ মায়ে হিজৰা বুলিগালি দিয়ে মোৰ দৰে কিমানে হয়টো এনেকুৱা যন্ত্ৰনাত ভূগিছে কিয় ভগৱানে আমাক এনেকে বনালে কিয় আমাক শৰীৰ পুৰুষৰ দি মনটো ছোৱালীৰ দিলে কি অৰ্থ আছে....কেতিয়াব মৰি যাব মন যায় কিন্তু ভাৱো এদিন বহু দূৰলে যামগৈ অকলে থাকিম গৈ নাথাকো এই মানুহৰ লগত......বহুত কস্টকৰ এই জীৱন এনেও লাজ মান শেষ হৈ আছে আৰু যদি মা হঁতক কও মোক পাগল বুলি ভাৱিব...হয়তো মা দেউতাই মই জন্ম হোৱা দিনটো ল'ৰা সন্তান হৈছে বুলি বহুত আনন্দ কৰিছিল কাৰণ আমাৰ ঘৰত ল'ৰা নাই মোৰ বাই দুজনী আছে কিন্তু আজি হয় মায়ে মনতে দুখ কৰে মোৰ ল'ৰাটো কিয়নো এনেকুৱা হ'ল লোকৰ ল'ৰা বোৰ ইমান Strait....মোৰ মা বহু বেলেগ হয় অন্য মাকৰ দৰে সহজ সৰল নহ্য়....দেউতাই মোক দেখিবই নোৱাৰে একমাত্ৰ মই নিজৰ কাৰণেহে প্ৰিয়....মায়ে মোক বিয়া কিবা অনুস্থানত লৈ যাব লাজ কৰে😑😒😒😒অভিশপ্ত জীৱন কাকো নিদিয়ক🙏🙏🙏
@axom2960
@axom2960 Жыл бұрын
😢 Moi u Suwali hoi ... Kintu lorar Dore thaki vll pau.... Mur logotu apunr dore ekei hoi... Maa ai hodai muk holoni hoble gali pare hijira niki toi Suwali r dore thakib nuwaro ... Manuhor aagot muk teu hontan buli sinaki dib laj pai... Deuta kotha tu nkou ei 🥺.... Ketiyaba vabu bohut durot gusi jaam okole thakim.... Nijor mote jiyam...😢
@jitupegu8209
@jitupegu8209 2 жыл бұрын
Khub hundor vabe explanation kore dei....I appreciate you...dear
@jamitaboro6906
@jamitaboro6906 2 жыл бұрын
Gitanjali baaa..bohut dinor pisot log pai vl lgil...🥰🥰🥰 Bohut miss kori asilu
@fitphogaat4518
@fitphogaat4518 2 жыл бұрын
time pe dawai khaya karo, tabiyat thik rahegi
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Love you Sweetheart 😍
@hridayjeet3221
@hridayjeet3221 2 жыл бұрын
😊 I've never had a better explanation than this of your greatest video ma'am !! Thank you very much❤
@danieldefoe2179
@danieldefoe2179 2 жыл бұрын
এইবোৰ সকলো তথ্য মই বহুত আগতেই জানিব পাৰিছোঁ অৰ্থাৎ মই এইবোৰ জানোঁ... দুখন কিতাপ পঢ়ি... ভাৰতীয় লেখক ড° পাৰ্থ চট্টপাধ্যয়ৰ ..."যিসকলৰ বিয়া হ'ব" আৰু "যিসকলৰ বিয়া হ'ল" ... তথাপি আপোনাৰ এই ভিডিও টো মই শেষলৈ চাইছোঁ, কাৰণ আপোনাৰ ভিডিও বোৰ মোৰ বাবে বহুত মূল্যবান হয়.... লাভ ফ্ৰম গোৱালপাৰা (অসম) ।
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you so much 😍 Lots of love. You made my day 👍
@radhamonigogoi5862
@radhamonigogoi5862 2 жыл бұрын
Eman hundarkoi explain korisa dhonyobad sis.......love u 2,,💋
@manabjyotiborah2953
@manabjyotiborah2953 2 жыл бұрын
I am proud of myself because I am gay.
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
God bless you Bro 😍
@clayleoxy1482
@clayleoxy1482 2 жыл бұрын
I'm gay too, feel so fresh
@Mr_rocky776
@Mr_rocky776 2 жыл бұрын
@@clayleoxy1482 😂😂
@clayleoxy1482
@clayleoxy1482 2 жыл бұрын
@@Mr_rocky776 what🤔
@manabjyotiborah2953
@manabjyotiborah2953 2 жыл бұрын
@@AyushmanBhawa thank you ❤️☺️ ba
@romenboro391
@romenboro391 2 жыл бұрын
Well Come back madam. Such a Beautiful and good Content mem. Lots of love mam ❤️❤️ for your good information.
@pronabjyotigohain6352
@pronabjyotigohain6352 2 жыл бұрын
বহুত দিনৰ মূৰত লগ পায় ভাল লাগিল।সুন্দৰ ধন্যবাদ।
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍
@pronabjyotigohain6352
@pronabjyotigohain6352 2 жыл бұрын
@@AyushmanBhawa welcome
@amidemta3499
@amidemta3499 Жыл бұрын
Thank you buji puwar karone all the best hokoluye bujok ayei prathona
@fifthbells6965
@fifthbells6965 2 жыл бұрын
Khub dhuniya explanation ❤️
@dipuhazarika8073
@dipuhazarika8073 2 жыл бұрын
Baaa eman dinor pisot video dise ... Wait kori thaku apunnr video buroloi.... Love you 😍
@akashneel7981
@akashneel7981 2 жыл бұрын
Bohut dinor murot . Opekhya kori asilu apunar video saboloi.Bhal lagil dei.
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍
@ViralOfficial-jh6bm
@ViralOfficial-jh6bm Жыл бұрын
সমকামীৰ বিষয়ে বহুতে নাজানে মই জনাত এই ভিদিঅটো চাই বহুতে উপকৃত হব কিয়নো পাছলৈ কাৰোবাৰ পৰিয়ালত যদি এনেকুৱা হোৱা দেখা যায় তেতিয়া ইয়াক মানি লোৱাত সহজ হব ।
@namitabarman7518
@namitabarman7518 9 ай бұрын
Emn dhuniyakoi buje dise badeu,tq,emn valkoi kotu powa ncilu emn buji powaekoi.
@theworld2672
@theworld2672 2 жыл бұрын
❤️ বা ❤️ মই যেতিয়া এজনী ছোৱালীৰ প্ৰতি আকৰ্ষিত হওঁ বা ভাল লাগে , প্ৰেমত পৰিব মন যায় কিন্তু যেতিয়া কিছুদিন কথা পাতো , অলপ close হওঁ মোৰ কিবা ভাল নলগা হয় মই এৰি আহিব বাধ্য হওঁ বা relationship ত থাকিব মন নোযোৱা হয় বহুতে ভাৱে মই চাগে heart breaker কিন্তু বা মই কৈছোঁ মোৰ কিয় এনেকুৱা হয় মই নিজে নাজানো আজি ভাল লগা জন কালিলৈ বেয়া লগা হয় । মোক উপায় দিব চোন বাইদেউ❤️ । পাৰিলে video এটা বনাব মই ভাবোঁ বহুতৰে এনেকুৱা হয়। আগতে বহুত বাৰ request কৰিছোঁ video নাপালোঁ
@MAHANANDA_BORAH
@MAHANANDA_BORAH 2 жыл бұрын
Psychological problem
@theworld2672
@theworld2672 2 жыл бұрын
@@MAHANANDA_BORAH akomn.. Details t kbo neki beya npai jdi...
@arupdutta5875
@arupdutta5875 2 жыл бұрын
Madam, your good advices inspires us. You are not only a telent but also a sensitive. Thanks madam
@gogoisheela9289
@gogoisheela9289 2 жыл бұрын
Eman bhalke kotha bur bujai dise.thank u
@jyotishchoudhury2377
@jyotishchoudhury2377 2 жыл бұрын
বেছিকৈ হাত মাৰিলে লিংগ সৰু হয় নেকি,, আৰু বেছিকৈ শাৰীৰিক সম্পৰ্ক কৰিলে লিংগ শকত হয় নেকি আৰু মুখৰ উজ্বলতা আহে নেকি
@jyotishchoudhury2377
@jyotishchoudhury2377 2 жыл бұрын
লিংগ কেনেকৈ ডাঙৰ আৰু দীঘল কৰিব পাৰি জনাবচোন,, মোৰ প্ৰেমিকা জনীয়ে মোৰ লিংগটোক লৈ সন্তুষ্ট নহয়,, মোক কথা শুনাই থাকে,, মই বহুত লাজ পাওঁ আৰু বহুত হতাশাত ভুগি আছো
@Itsmyworld5113
@Itsmyworld5113 2 жыл бұрын
Bohut dinor murot apunar video palu mam thank u eman bur kotha eman dhuniya kori hokolu kotha bujai diye. 😊
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you so much Pranjal 😍
@Itsmyworld5113
@Itsmyworld5113 2 жыл бұрын
@@AyushmanBhawa wlcm mam
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Face Reading :: দিঙি দীঘলীয়া হলে কি হয় জানেনে ৷ Is Your Throat Big ? KZfaq Link :::kzfaq.info/get/bejne/eb-eY5Rqtsm4XWQ.html
@ramchandrakochari1316
@ramchandrakochari1316 2 жыл бұрын
সুন্দৰ আৰু স্পষ্ট ভাৱে বিষয়টো উপস্থাপন কৰিছে চাই আৰু শুনি ভাল লাগিল।
@lituldeka4532
@lituldeka4532 Жыл бұрын
I am straight😊.... But i alwaaz respect the LGBTQ
@RehejAli
@RehejAli 9 ай бұрын
I am gay I am proud ❤❤❤❤
@sameerjyotibaishya5738
@sameerjyotibaishya5738 Жыл бұрын
@Ayushman Bhawa.. Thank you ba❤🥰
@katil847
@katil847 2 жыл бұрын
Love from jorhat baa❤️❤️❤️apunar kotha bure manoxik vabe bohut xohai kore Enedorei apuni saprt kori thakibo❤❤
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Yes Bro 😍 Lots of love. God bless you 👍
@mridudeep1534
@mridudeep1534 2 жыл бұрын
Maam apunr kotha bur bht val lge...bht dhunia practical kotha koi.. always saw apunr video..love from Jorhat
@papuali5375
@papuali5375 2 жыл бұрын
Baa ল'ৰাৰ লিংগ কেনেকৈ ডাঙৰ কৰিব পাৰি video যোগেদি জনাব চোন plz
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Only surgery Bro Not safe
@pradipdeka5245
@pradipdeka5245 2 жыл бұрын
আপোনাৰ অভিজ্ঞতা , উপদেশ আৰু পৰামৰ্শক 🙏🏻🙏🏻🙏🏻
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you so much 😍
@bindassjibon5756
@bindassjibon5756 3 ай бұрын
Proud my self i am transman 🤘tq mam very informative video ❤
@jad45
@jad45 2 жыл бұрын
Happy to see after a long time.
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
I am glad 😍 Lots of love!
@jad45
@jad45 2 жыл бұрын
@@AyushmanBhawa My request. Please, make a video on stammering/stuttering problem.
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Face Reading :: দিঙি দীঘলীয়া হলে কি হয় জানেনে ৷ Is Your Throat Big ? KZfaq Link :::kzfaq.info/get/bejne/eb-eY5Rqtsm4XWQ.html
@treacherouscreature6667
@treacherouscreature6667 2 жыл бұрын
aapuni agote kole moi o golu hoi aapunar logot. muru tat goi val lage. aapunak log pale double moja ahil hoi. but aapunar video bohut dinor murot pai val lagil 😘😘❤️
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Han. Khub dhuniya thai 😍 Thank you
@treacherouscreature6667
@treacherouscreature6667 2 жыл бұрын
@@AyushmanBhawa 🙏🙏🙏😘❤️🥰
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Face Reading :: দিঙি দীঘলীয়া হলে কি হয় জানেনে ৷ Is Your Throat Big ? KZfaq Link :::kzfaq.info/get/bejne/eb-eY5Rqtsm4XWQ.html
@rupanjalisarmah7727
@rupanjalisarmah7727 2 жыл бұрын
অতি মূল্যবান ভিদিও
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you Baa 😍
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
@@dhruvaborah5439 Control koribo lagibo. Meditation korok. Exercise korok. Nijok hobby and interest t busy rakhok. But addicted nohobo please
@LolitSonowal-kr3hi
@LolitSonowal-kr3hi Ай бұрын
জৌন মিলন বেচী সময় লৈকে কৰীব বাবেই কি কৰীব লাগে
@ramakantapathak4561
@ramakantapathak4561 2 жыл бұрын
বহু নজনা কথা শিকিলো ৷ভাল লাগিল ৷
@itsbarbie9509
@itsbarbie9509 2 жыл бұрын
Bht Val lagil ba njna ktha bilak Jani thank u ♥️🤗
@kanakrabha509
@kanakrabha509 2 жыл бұрын
Baideu Fungal infection treatment video ata bonai debi Love from goal para apunak buhut val lage ❤❤❤
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you. Thik ase 👍
@jitul7197
@jitul7197 2 жыл бұрын
You should visit school and Colleges for promoting LGBTQ. Although youtube is a medium for knowledge,but very views if we consider %. Now also people are unaware about the LGbt so makes fun of it. Even I do receive messages from gay guys, I don disrespect them, but sometimes it gets too frustrating so has to block them. Most of them are attracted towards a great body,(accha dega mentality) don't about the emotional part.
@subhashchbasumatary5940
@subhashchbasumatary5940 2 жыл бұрын
Thanks madam.hundar bornana o bishlehon/Val lagil.
@Gogoi.B.G
@Gogoi.B.G 2 жыл бұрын
I was waiting for your video madam, so nice video,❤️👍👍
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍
@asura_god143
@asura_god143 2 жыл бұрын
Rahul gaming r video sau mane n ki🙂
@tilakupadhyaya6057
@tilakupadhyaya6057 2 жыл бұрын
Val dorey buji palu . Miss. Thank you very much 🙏🙏🙏
@STUDYLEARNING
@STUDYLEARNING 2 жыл бұрын
মেম , কোনো এজন লৰাই যদি হস্তমৈতন কৰি নিজৰ লিংগক বেকা আৰু নিস্তেজ কৰি পেলায় সেই লিংগটোক আগৰ দৰে সৰল কৰাৰ কিবা‌ উপায় আছেনে অনুগ্ৰ্হ কৰি জনাব বুলি আশা কৰিছোঁ।
@r.d.creator8235
@r.d.creator8235 2 жыл бұрын
Apuniyo ei obosthat bhugi ase neki?
@STUDYLEARNING
@STUDYLEARNING 2 жыл бұрын
@@r.d.creator8235 নাই এনে সুধিলো দেই
@mridulgogoimridulgogoi8692
@mridulgogoimridulgogoi8692 2 жыл бұрын
সুন্দৰ উপস্থাপন।
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍
@localculturevlog3974
@localculturevlog3974 2 жыл бұрын
মই sex বা বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত কেৱল চাবলৈহে Prectical কৰিবলৈ ইচ্ছা নাযায় । কাৰণ কি ?
@makundarabha3362
@makundarabha3362 2 жыл бұрын
Moi o enkekuwa😊😄
@mrigendragogoi9557
@mrigendragogoi9557 2 жыл бұрын
Perfect explaination. I want more details in this topic in future.
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thanks 🙂
@gobindboro9543
@gobindboro9543 2 жыл бұрын
আজি হে গম পালোঁ দেই বা! অ বা তুমি বৰ সুন্দৰ মনৰ নাৰী ।
@instashort6111
@instashort6111 2 жыл бұрын
Welcome back my love's..🥰🥰
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍
@jintumedhi.3036
@jintumedhi.3036 2 жыл бұрын
Make a video on Brahmacharya mam please
@manabborah7872
@manabborah7872 2 жыл бұрын
Very gud vonti.. Keep it up always
@sabitabaruah3458
@sabitabaruah3458 2 жыл бұрын
Thank you so much to giving us this knowledge... My request ...u will make a video about transgender ..what who why n how ????
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍 Sure I will upload soon 👍
@pulendrasonowal
@pulendrasonowal 2 жыл бұрын
Baideo no tu send karok
@dulandas8274
@dulandas8274 2 жыл бұрын
Aajir homajor babe ekhon hundor bislexon...
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍
@debasishbharati1265
@debasishbharati1265 2 жыл бұрын
One of the great video 👍👍👍🙏🙏🙏❤️❤️❤️
@dhunuassamesekid2121
@dhunuassamesekid2121 2 жыл бұрын
For gay or lasbian no any motivational therapy to recover them from this such gender, generally we told much more positive, encourage speech but why not we convert them if their have no any physical issue.
@wasing6911
@wasing6911 2 жыл бұрын
Yaa
@kiranmoyborah5829
@kiranmoyborah5829 2 жыл бұрын
A beautiful lession by a beautiful lady.
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you so much 😍
@user-qx2le3ks9o
@user-qx2le3ks9o 2 жыл бұрын
মেম হস্তমেথুন কৰিলে পাচ মিনিট মানতে / অতি কম সময়তে স্পনছ উলাই তাৰ ওপৰত এটা ভিডিঅ' বনাই এই সম্পৰ্কে অৱগত কৰি ইয়াৰ সমাধান কৰা উপায় জনাবচোন
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Face Reading :: দিঙি দীঘলীয়া হলে কি হয় জানেনে ৷ Is Your Throat Big ? KZfaq Link :::kzfaq.info/get/bejne/eb-eY5Rqtsm4XWQ.html
@pranjalborah7841
@pranjalborah7841 2 жыл бұрын
You are brave & challenger girl , sister . May God bless you .
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Indeed 👍 Lots of love Bro 😍
@apurbakrnath5825
@apurbakrnath5825 2 жыл бұрын
Bohut dinor murot dekha plu💞💕❤
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Lots of love 😍
@UNKNOWN-nk2jw
@UNKNOWN-nk2jw 2 жыл бұрын
Lots of 💕 love baa...apuni bohut val val kotha xikai .
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you Bro 😍
@prachurjyaexplorer1700
@prachurjyaexplorer1700 2 жыл бұрын
বহুত ভাল বিষয়❤️
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍
@simantamedhi727
@simantamedhi727 2 жыл бұрын
মোৰ বয়স 18 বছৰ মোক এজনী মহিলায় যোৰকৈ পাব বিছাৰে.এই বিষয়ে মই কি কৰা উচিত
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
18 years maane you are a teen. Bohut xoru hoi asa. Enekua relationship r pora dur t thakile bhal.
@daa4448
@daa4448 2 жыл бұрын
বিদেশী পুৰুষ মহিলাৰ sex কিয় ইমান বেছি তাৰবাবে এটা ভিডিও বনাব.
@Deba_____jeet_____
@Deba_____jeet_____ 2 жыл бұрын
Sex time
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thik ase 👍
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Face Reading :: দিঙি দীঘলীয়া হলে কি হয় জানেনে ৷ Is Your Throat Big ? KZfaq Link :::kzfaq.info/get/bejne/eb-eY5Rqtsm4XWQ.html
@ANILDAS-pi5es
@ANILDAS-pi5es 2 жыл бұрын
Nice explanation on sex or LGBTIQA+. feeling happy & getting nice massage. Thanks, Gitan.....
@shambhuhazarika3258
@shambhuhazarika3258 2 жыл бұрын
Nce
@RDSProduction
@RDSProduction 2 жыл бұрын
হোমো চেক্সুৱেল আৰু ট্ৰাণ্ড জেন্দাৰ একে নেকি ?
@kingofcups9743
@kingofcups9743 2 жыл бұрын
Dhunia ke bujai dila baa ❤️❤️❤️❤️thank you so much
@himu__nath
@himu__nath Жыл бұрын
Ma'am mui lesbian...but ghorot kunu nubuje koi time t sob thik hoi jbo...ghror pora accept nkre bahiror pora knke support pam😕
@prakashjyoti7065
@prakashjyoti7065 Жыл бұрын
Can I ask you something
@AmishaBorah-ue8uc
@AmishaBorah-ue8uc Жыл бұрын
Moiu agoraki lesbian tumar phone number Tu pam nki??
@surajitpathak9403
@surajitpathak9403 2 жыл бұрын
Very knowledgeable topic
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍
@dwijensaud3438
@dwijensaud3438 2 жыл бұрын
A beautiful subject Thank you
@mainukalita377
@mainukalita377 2 жыл бұрын
Birat dhuniya ata topic😍👌👍
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍
@dhruvaborah5439
@dhruvaborah5439 2 жыл бұрын
Nijr problem nai tu.
@princhufoodandtravelvlogs7776
@princhufoodandtravelvlogs7776 2 жыл бұрын
নাৰ্ভাচনেছ আহে ডিঙিত কিবা লাগি ধৰা যেন লাগে । নাৰ্ভাচ টো আহিলেই বুকু ঠাহ মাৰি ধৰে আৰু এনেকুৱা লাগে যেন বুকুখন হেঁচি আছে ফ্ৰী যেন নালাগে । কি কৰিম উপায় দিয়ক মেম
@RiyanshiMusicDancer
@RiyanshiMusicDancer 2 жыл бұрын
Himachal my favorite..... Moi jm NXT tym ❤️
@jitupegu8209
@jitupegu8209 2 жыл бұрын
Good job dear....
@bishalhaloi5375
@bishalhaloi5375 2 жыл бұрын
Mam I am a student of class 12 science . Mam mor sexual thoughts blk bohut high jar babe Mor prhat affect kre .mam moi keneke iyak kom krim apuni kowk he please.
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Bro, tumi nijor golden time nosto nokoriba. Porn and sexual contents bur sua bandh kori diya. Jodi tenekua kiba thoughts aahe then olop xomoy meditation koribo para. Long breath in and breath out. Study and life improve kora t focus kora. Nijok control koribo lagibo.
@deepjyotidas217
@deepjyotidas217 2 жыл бұрын
Bro hat Mara komai dia .. tomr Dre moru ake problem .. ata kam kru dia Ami dou duke kti marim
@jitumonibaishya7667
@jitumonibaishya7667 2 жыл бұрын
Mam apuni ki coruse korise nu
@diplinard862
@diplinard862 2 жыл бұрын
Khub val lagile baa❤️❤️
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you sweetheart 😍
@krishnadasassam6479
@krishnadasassam6479 2 жыл бұрын
R&D ?🤔😃
@biswajitbaruah1909
@biswajitbaruah1909 2 жыл бұрын
Moja ♥️
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍
@manabentertainment96
@manabentertainment96 2 жыл бұрын
Plz mam aapunar bikhoe olp Kobo su...mane aapunar life r,ghr,kun kun ase...?
@chintudhunu726
@chintudhunu726 2 жыл бұрын
Khub val kotha kole ba. Lv u ba❤❤
@unknowninformation2112
@unknowninformation2112 2 жыл бұрын
3 , 4 jonik kenekoi control korim video ata bonabo
@bhargobnath3220
@bhargobnath3220 2 жыл бұрын
Love you baa xodai vdo diba parile plz tumar vdo bohut vl lage sob vdo sau
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you Bro 😍 Daily video upload koribo mon jaai. Sesta korim baaru 🙂
@akashbhumij2177
@akashbhumij2177 2 жыл бұрын
Moi ejon Lora aru mur an ejon lorar proti akorkhon.then moi lorar logote relation rakhibo bisaru.aru homaje ki Kobo heya metter Amar jiobon Ami nije dicid kora usit.only ejon homokamita jiai rakhibo karone hahokhikota ejon lage that's sett..
@kamalbhatta7267
@kamalbhatta7267 2 жыл бұрын
বিপৰীত লিংগৰ প্ৰতি যৌন আকৰ্ষণ হোৱাটো (প্ৰেমজনিত নহয়) আপুনি কিমান বৈধ বুলি ভাৱে ? কাৰন যৌন আকৰ্ষণ কাৰ প্ৰতি কেতিয়া হয় কব নোৱাৰি আৰু হলেও প্ৰকাশ কৰাটো সহজ নহয় । তাতে আকৌ বিবাহিত হলে আৰু কঠিন আৰু বিবাহিত হলেই যে কাৰো প্ৰতি যৌন আকৰ্ষণ নহব এইটো কব নোৱাৰি । এইটো বিষয়ত আপুনি কি কব ।
@purnimataye9446
@purnimataye9446 2 жыл бұрын
Bohut dhuniya vl lagile
@yashimyen5930
@yashimyen5930 2 жыл бұрын
Thank you so much🙏🙏🙏🙏🙏🙏
@tribalboys8400
@tribalboys8400 2 жыл бұрын
I am proud of myself because I am a bio sexual youth ❤
@sabitadoimari8238
@sabitadoimari8238 2 жыл бұрын
It's not bio... It's bi sexual
@sabitadoimari8238
@sabitadoimari8238 2 жыл бұрын
@D.D hloo
@anantamedhi1271
@anantamedhi1271 2 жыл бұрын
Bohute bhal lagil video to sai goodnight geetanjali
@AyushmanBhawa
@AyushmanBhawa 2 жыл бұрын
Thank you 😍 Good day.
Can You Stop Being Gay? | Middle Ground
46:30
Jubilee
Рет қаралды 2,6 МЛН
What Does Intersex Mean? | InQueery | them.
7:36
them
Рет қаралды 471 М.
Get 10 Mega Boxes OR 60 Starr Drops!!
01:39
Brawl Stars
Рет қаралды 19 МЛН
what will you choose? #tiktok
00:14
Анастасия Тарасова
Рет қаралды 5 МЛН
❌Разве такое возможно? #story
01:00
Кэри Найс
Рет қаралды 3,7 МЛН
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 28 МЛН
The Hidden Cost of Coming Out | Middle Ground
48:03
Jubilee
Рет қаралды 516 М.
Why We Hate Bi Men
19:42
verilybitchie
Рет қаралды 1 МЛН
My testimony.. the spirit of homosexuality
48:02
Tyleik Shakur
Рет қаралды 340 М.
I spent a day with BISEXUALS
22:01
AnthonyPadilla
Рет қаралды 1,7 МЛН
What Does It Mean To Be Bisexual?
3:51
Psych2Go
Рет қаралды 1 МЛН
Robert Greene: A Process for Finding & Achieving Your Unique Purpose
3:11:18
Andrew Huberman
Рет қаралды 11 МЛН
Sauna Benefits Deep Dive and Optimal Use with Dr. Rhonda Patrick & MedCram
1:21:29
MedCram - Medical Lectures Explained CLEARLY
Рет қаралды 1,9 МЛН
Get 10 Mega Boxes OR 60 Starr Drops!!
01:39
Brawl Stars
Рет қаралды 19 МЛН