No video

'যাত্ৰা'ৰ 'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় কণ্ঠশিল্পী প্রিয়ংকা ভৰালী

  Рет қаралды 117,330

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Direction & Video Edit - Vedant
Cinematographer - Raja, Ravi Sankar, Pabitra Kakoti
Music and Audio Production - Xulfi Nawaz
Make-Up - Manas Rabha

Пікірлер: 177
@aichengfaboruah
@aichengfaboruah 8 ай бұрын
'যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏 Stay Tuned Jaatra... with Aichengfa! 😊
@RupamBora-Topic
@RupamBora-Topic 9 күн бұрын
Aru notun bisaru baa......
@hariprasadexplore810
@hariprasadexplore810 9 ай бұрын
প্ৰিয়ংকা ভৰালীয়ে পৰিধাৰন কৰা মেখেলা চাদৰ আৰু তেখেতৰ গীতৰ সুৰৰ লহৰ অতুলনীয়।।এইবোৰৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰে।
@chitrasonowalvlog8132
@chitrasonowalvlog8132 9 ай бұрын
এক দম সঁচা কথা।
@r.hazarika9231
@r.hazarika9231 7 күн бұрын
প্ৰিয়ংকাৰ সাৱলীল আৰু সুমধুৰ কণ্ঠ সদায়েই প্ৰিয়। তেওঁ এই কণ্ঠ অবিৰতভাৱে সকলোৰে হৃদয়ত বাজি থাকক চিৰ দিনলৈ তাৰেই কামনা কৰিলোঁ। শিল্পী গৰাকীৰ মনৰ অনুভৱ জনোৱাৰ বাবে আইচেংফালৈ অশেষ ধন্যবাদ জনাইছোঁ। এনেদৰে আগলৈকে সুন্দৰ সুন্দৰ অনুষ্ঠান পাম তাৰেই আশা কৰিলোঁ ❤️❤️
@arunimadevi3483
@arunimadevi3483 7 ай бұрын
Kapor jure Priyanka Bhorali xundor loga kotha tu 100/ ...Mur logot apunar mat tu ekebarei milise.. 👍👍
@digantanath2622
@digantanath2622 8 ай бұрын
priyanka ba সদায় প্ৰিয় আৰু প্ৰিয় হৈ থাকিব৷ বাৰ গীতবোৰ বহুত প্ৰিয় মোৰ❤❤
@Sumu154
@Sumu154 9 күн бұрын
My all time Favorite singer 🎧🎧
@Axomlofiboy11
@Axomlofiboy11 2 ай бұрын
My Favourite Singer Priyanka baar kotha bur khubai val lagil ❤❤
@Rangpuria_Moi
@Rangpuria_Moi 8 ай бұрын
এই অনুষ্ঠানটি শুনি শুনি কাম কৰি থাকোতে বাৰে বাৰে চাবলগীয়া হৈছে যে কোন গৰাকীয়ে কথা কৈছে, দুগৰাকীৰ মাতকেইটা ইমান একেই 😍
@chandanagogoi2299
@chandanagogoi2299 9 ай бұрын
She is the puller of inspiration ❤ she faced a lot and fought strongly but the society sometimes judge her that should not be
@BIPULGOGOI
@BIPULGOGOI 9 ай бұрын
ছোৱালী দুয়োজনী কোনো জনী কোনো কম নহয় ❤❤❤❤❤
@rajeshhazarika1663
@rajeshhazarika1663 9 ай бұрын
অ আই চকু দেখোন কৰ'বাত হে😂
@vlogs-fj7wv
@vlogs-fj7wv 8 ай бұрын
আটাইতকৈ ভাল লগা মানুহ গৰাকী তেওঁৰ কথা বোৰ শুনি সঁচাই ভাল লাগিল সদায় আগবাঢ়ি যাওঁক তেওঁ সফল হওক সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ❤️🙏
@simaranibora8015
@simaranibora8015 9 ай бұрын
ভাল লাগিল প্ৰিয়ংকা ভৰালীক ।মই আজি কেইদিনমানৰ আগত শ্ৰেণীকোঠাত পঢ়াই আছিলোঁ ।এজন ছাত্ৰই মন নিদিয়াত তাক মই উঠি পাঠ পঢ়িবলৈ দিলোঁ ।ল'ৰাজনে মই অসমীয়া পঢ়িব নাজানো বুলি ঘপককৈ কৈ দিলে ।মই ল'ৰাজনক অধ্যক্ষ মহোদয়ৰ কোঠালৈ লৈ আহিলোঁ ।তেওঁৰ আগতো ল'ৰাজনৰ একেই মন্তব্য ।অধ্যক্ষ মহোদয়ে তাক ক'লে তুমি ঘৰত অসমীয়াত কথা পাতানে নাপাতা ।বিভিন্ন প্ৰশ্ন কৰি গম পালোঁ যে ল'ৰাজনে ষষ্ঠ শ্ৰেণীলৈকেহে ইংৰাজী মাধ্যমত পঢ়িছিল ।খুবেই খং উঠিছিল আৰু দুখ লাগিছিল আমাৰ ভাষাটোৰ ভৱিষ্যতৰ কথা ভাৱি ।
@bhanita_b
@bhanita_b 8 ай бұрын
কিমান ধুনীয়া কণ্ঠ।মন মুগ্ধ হৈ যাওঁ আপোনাৰ গীত বোৰত❤❤❤
@jyotideka2863
@jyotideka2863 8 ай бұрын
Baidew apunar ai showtor pra bhtr life r njna ktha jnib prilo ba....thnx ba..love frm punjub....akha kro apunar khunkle 100 k hwk ba..aro bht aguai jaaok ba aito prog..m
@arponabora9335
@arponabora9335 2 ай бұрын
All time favorite singer❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 8 ай бұрын
সঢা কথা কৈছে জনপ্ৰিয় গায়িকা পীয়ঙকা ভৰালীয়ে। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা। ❤❤❤
@user-zh7mz9zy2w
@user-zh7mz9zy2w 7 ай бұрын
❤❤❤❤❤❤❤❤ Priyanka baa
@user-zj8hu7hu2k
@user-zj8hu7hu2k 7 ай бұрын
Apunar kothabur xuni bohut besi Val lagil.. aru agbahi jouk, vogabane aguwai loi jaouk..
@Kaushik632
@Kaushik632 8 ай бұрын
প্ৰিয়ংকা বাৰ কথাবোৰ বহুত ভাল লাগিল। সুন্দৰ মনৰ অধিকাৰী, এগৰাকী সহজ-সৰল স্বাধীন চেতীয়া মনৰ গায়িকা...❤
@priyojonorbandhun
@priyojonorbandhun 7 ай бұрын
খুব সুন্দৰ সুন্দৰ বাৰ্তা আগবঢ়ালে প্ৰিয়ঙ্কাই ভাল লাগিল।"মা" আৰু "বৌ"য়ে বৰ সুন্দৰ কথা ক'লে দুয়োলৈ ধন্যবাদ যাঁচিলো ৰেনমৌৰ জৰিয়তে ।সুন্দৰ সুন্দৰ গীত উপহাৰ দিয়া ৰাইজলৈ প্ৰিয়ঙ্কা ।তোমালৈ আৰ্শীবাদ যাঁচিলো।🎉❤🙏
@rumiduarah7953
@rumiduarah7953 8 ай бұрын
My favorite singer ❤
@santonuborpatra8557
@santonuborpatra8557 7 ай бұрын
One of the finest talents of Assamese Music Industry
@dipankarchetia8485
@dipankarchetia8485 6 ай бұрын
মোৰ জীৱনৰ অভিজ্ঞতা এটা কব লাগিব।কাৰণ তেওঁক গায়িকা হিচাবে সুন্দৰতা খিনি সকলোৱে জানে কিন্তু তেওঁক লগ নাপালে অনুভৱ কৰিব নোৱাৰিব ভিতৰৰ সুন্দৰতা খিনিক । 2022 চনৰ ডিচেম্বৰ মাহৰ গুৱাহাটীৰ ষ্টুডিও এটাত বহি আছিলোঁ।ব্যক্তিগত কাম এটাত। সেই সময়তে বিহু এটি গাবলৈ আহিছিল ।গীত টি সম্পূৰ্ণ কৰি ওলাই যোৱাৰ সময়ত ষ্টুডিত যিমান মানুহ আছিল সকলোকে মাত লগাই হে ওলাই গৈছিল। জীৱনত কোনোদিন লগ নোপোৱা মোকো চিনাকি কেইজনৰ দৰেই কৈ গৈছিল আপুনি বহক দেই।কোনো প্ৰয়োজন নাছিল কিন্তু মোকো মাত ষাৰ দি যোৱাৰ বা নিদিয়াকৈ গুচি যাব পাৰিলে হেঁতেন।মানুহৰ প্ৰতি যে আন্তৰিকতা আছে সেই বাবেই তেওঁলোক প্রিয় প্ৰতিজনৰ।। কবলৈ বা শুনিবলৈ বেয়া কিন্তু বৰ্তমান নতুন কৈ এটা বা দুটা গীতত কণ্ঠ দি অলপ পৰিচয় এটা পোৱা সকল বা সহযোগী কণ্ঠ শিল্পী হৈ অহা সকলৰে সেই সৌজন্যতা কণ নাই। অদ্ভুত এটা আত্মঅহংকাৰী মনোভাৱেৰে ঘূৰি ফুৰে।।
@monalishkalita2227
@monalishkalita2227 8 ай бұрын
Really Priyanka bai bht dhuniya ke sador mekhela pindhe...❤
@nirubaro4055
@nirubaro4055 7 ай бұрын
My favourite Assamese singer
@rijumonidas8603
@rijumonidas8603 9 ай бұрын
My all time favourite singer ❤😘😘
@MunindraBorchetia-bx2zn
@MunindraBorchetia-bx2zn 6 ай бұрын
Hxkoi deii emn dhuniya prianka baar mat2......1st time aji apuner video saisu val lagil subscriber holu deii❤❤
@pranablaskar3795
@pranablaskar3795 9 ай бұрын
Priyanka baar pora bohut kotha hikib parilu ai ep2t...💞
@luhitkumarbora809
@luhitkumarbora809 9 ай бұрын
Both you and your tune are so sweet.
@luhitkoch9279
@luhitkoch9279 8 ай бұрын
Moi usrr pra paisu priyanka baa. Bhut val monr baa joni ❤❤
@rinkigogoi7455
@rinkigogoi7455 9 ай бұрын
কণ্ঠ টি সাংঘাটিক মধুৰ।ইমান কোমল কণ্ঠ,আৰু উচ্চাৰণ শৈলী বিৰাট ধুনীয়া ❤
@mamonidevi617
@mamonidevi617 9 ай бұрын
Priyanka tumar kontho bohut dhunia bhal lagil
@handloom1621
@handloom1621 9 ай бұрын
Very nice interviews Aichengfa. This interview has been able to bring out a very matured and intelligent side of Priyanka Bharali. All the best to Jatraa
@dulenmohan6426
@dulenmohan6426 8 ай бұрын
Nice voice piyangka baa .❤❤❤❤bohut val lage ❤❤❤❤
@lakhyaraj6003
@lakhyaraj6003 7 ай бұрын
All tym fvrt❤❤❤
@trishnasonowal5586
@trishnasonowal5586 9 ай бұрын
Priyanka baa💕 my all time favourite ❤
@MayuriDuliajan
@MayuriDuliajan 9 ай бұрын
Priyankak aji bor osar pora palu.vl lagil dai mamun....❤
@anupamagohaindas5002
@anupamagohaindas5002 8 ай бұрын
সুন্দৰ উপস্থাপন ❤❤ আমাৰ প্ৰধান বিহু ❤❤
@user-mj2mt7ph7t
@user-mj2mt7ph7t 3 ай бұрын
All song nice and beautiful...
@ankurkalita7577
@ankurkalita7577 8 ай бұрын
Priyanka baak bohut bhal lage, 2 baar log paisilu lifot, iman dhuniya friendly gesture
@rubidevi2364
@rubidevi2364 7 ай бұрын
Bohut bhal lagil ❤️👌🏻
@user-my8vh1nk3d
@user-my8vh1nk3d 7 ай бұрын
Aaisengfa baar singer hbo essa asil kin2 manuhe vabe ata bhogobane diye ata nhoijanu,,,mur anubhov Aaisengfa baak loi,,kimn hsa hei2 njanu...😊🎉🎉❤❤
@prixt7604
@prixt7604 7 ай бұрын
Like the last part most ...about the health, yes health is the wealth 🙏
@payelpriya1276
@payelpriya1276 9 ай бұрын
সদায় প্ৰিয় বাজনী❤
@aparajitaphukan1371
@aparajitaphukan1371 9 ай бұрын
Priyanka r kotha bilak bohut bhal lagil ❤
@Cvlogs67
@Cvlogs67 9 ай бұрын
Bohut bhal lagil
@hemantaphukan5933
@hemantaphukan5933 9 ай бұрын
Aichengfa tumi jui 🔥🔥💯💯
@user-ei8pj6nz9z
@user-ei8pj6nz9z 7 ай бұрын
Deeplina deka baa aru Priyanka ba olop ekei dekhe...❤😊
@kankanakalita7976
@kankanakalita7976 9 ай бұрын
All time favourite Priyanka baa
@rishabarman5653
@rishabarman5653 9 ай бұрын
Priyanka bharali baa nice❤
@hirokkalita4593
@hirokkalita4593 9 ай бұрын
My favourite singar priyanka baaa❤❤💕😍
@junmonigohain16
@junmonigohain16 9 ай бұрын
মোৰ ঘৰৰ এগৰাকী অতি আপোন আৰু মৰমৰ শিল্পী ❤❤❤।
@user-zz1ei3rb6u
@user-zz1ei3rb6u 7 ай бұрын
❤ moja lagise ba
@anuppow6812
@anuppow6812 8 ай бұрын
You r a strong women n i loved the conversation. Pray to the almighty for more success to come in the future. As u said u love pets, but i think freedom is the ultimate gift for any living being. I am really against keeping birds in a cage. For a bird there could be nothing satisfying then to fly high in the sky.
@mibomigom5491
@mibomigom5491 8 ай бұрын
Mur oti moromor baa joni ❤ Priyanka baa
@binaborkotoki7336
@binaborkotoki7336 8 ай бұрын
সৰু পৰাই মোৰ প্ৰিয় Priyanka ভৰালী
@babitadeka2770
@babitadeka2770 7 ай бұрын
Eman mitha mat ❤❤❤
@purabikalita4864
@purabikalita4864 8 ай бұрын
মোৰ অতিকৈ মৰমৰ বা জনী ❤❤❤
@manashjnath2519
@manashjnath2519 8 ай бұрын
Bhal loga manuh ❤
@udeshnasaikia7045
@udeshnasaikia7045 9 ай бұрын
❤😮😮🥰🥰 priyanka love u from udeshna jorhat
@santanudiary4928
@santanudiary4928 8 ай бұрын
মোৰ আটাইতকৈ প্ৰিয় আৰু মৰম লগা গায়িকা গৰাকী ❤❤❤ এবাৰ লগ পাব বৰ হেঁপাহ আছে।
@dilipsarmah603
@dilipsarmah603 2 ай бұрын
I wish your all ❤time success.
@3838Deep
@3838Deep 7 ай бұрын
কুকিল কন্ঠি গায়িকাগৰাকী অসমৰ আপুৰুগীয়া সংস্কৃতিক সম্পদ
@babitadeka2770
@babitadeka2770 7 ай бұрын
Eman mitha mat ❤❤
@Happylife-i6e
@Happylife-i6e 9 ай бұрын
My fvrT Priyanka baa❤
@doksiripanging5590
@doksiripanging5590 9 ай бұрын
Priyanka baa😘❤️❤️❤️❤️❤️
@gargisarma8840
@gargisarma8840 9 ай бұрын
ভাল লাগিল.....
@moonmakumoria6341
@moonmakumoria6341 7 ай бұрын
বহুত মৰমৰ
@sankarjyotibordoloi1454
@sankarjyotibordoloi1454 9 ай бұрын
Shreya Ghoshal of Assamese film industry.
@tamash783
@tamash783 8 ай бұрын
Dont compare with shreya ghosal shreya mam is legend.....assam ot priyanka bar maat tut okol hei sizzling feelings ase jitu karu nai....but as a best female singer mur mote hubakhana baa best hoi
@alokhajong5436
@alokhajong5436 8 ай бұрын
​@@tamash783 have different tests of voice.
@ponkhidohotia8341
@ponkhidohotia8341 8 ай бұрын
Right 👍
@ankurkalita7577
@ankurkalita7577 8 ай бұрын
​@@tamash783Priyanka versatile hoi.... Priyanka baar voice tu bohut strong, sob song t e khub dhuniya saje.... Subasana Baa melody side tut besi bhal.... Melody Queen
@jaansaikia9308
@jaansaikia9308 7 ай бұрын
Nahoi..xeito kothaa dei..tekhet teow jegat aru amar sister amar Axomot...
@rideepdas4194
@rideepdas4194 9 ай бұрын
Apunar gaan mur bhut bhal lage❤❤❤❤
@rohinikumarboro6437
@rohinikumarboro6437 4 ай бұрын
Jatra suwali joni kotha bur bhal lage, Thanks
@arjinabegum2044
@arjinabegum2044 9 ай бұрын
❤ bahut ❤ bahut ❤ Val ❤lagil❤so sweet ❤❤
@diptirabha965
@diptirabha965 8 ай бұрын
Priyo ba ...
@bontichetia233
@bontichetia233 7 ай бұрын
যেইয়ে যি নকওক,মোৰ ব্যক্তিগত দৃষ্টিভংগীৰে প্ৰীয়ংকাৰ দৰে মেখেলা চাদৰ পিন্ধা কোনো নাই৷ বাকী আইচেংফা বাইদেউ😂😂“ফেহুঁ” টো মজ্জা লাগিল😂😂 হাঁহি হাঁহি মই ফিট্😊😊
@gayotribhuyan2857
@gayotribhuyan2857 8 ай бұрын
My fav singer
@priteejorhatian7131
@priteejorhatian7131 8 ай бұрын
প্ৰিয়ংকা বা আপুনি সদায় প্ৰিয়❤গীত সদায়ে প্ৰিয়, কিন্তু আজি আপোনাৰ কথাবোৰ শুনি গীতৰ প্ৰতি আৰু বেছি ভালপোৱা জাগ্ৰত হ'ল। বহুত বহুত ধন্যবাদ বা, ইমান ধুনীয়াকৈ কথাবোৰ কোৱা বাবে❤...যাত্ৰা পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিলো, এটা সুন্দৰ অনুষ্ঠান আমাৰ মাজলৈ আগবঢ়োৱা বাবে❤
@himangshudeka1738
@himangshudeka1738 9 ай бұрын
Bahut bahut val lagil dai ❤❤
@user-gc2ev9zf5w
@user-gc2ev9zf5w 8 ай бұрын
shreya ghoshal of assamese industry💖
@user-yy8uk4ol5j
@user-yy8uk4ol5j 7 ай бұрын
❤❤❤❤lov u baa
@sanjoyray9617
@sanjoyray9617 9 ай бұрын
Baa vreegu dar interfew ata loba ha please,♥️♥️♥️
@naniborah2089
@naniborah2089 3 ай бұрын
বৰ সুন্দৰ ভাল লাগিল
@Btwitsnishthaaaa
@Btwitsnishthaaaa 8 ай бұрын
প্ৰিয়ংকা বাক মই খুবেই ভাল পাওঁ, বাৰ নিচিনাকৈ কাপোৰযোৰ পিন্ধিবলৈ মইও চেষ্টা কৰোঁ , বা ভালে থাকক♥️
@gitasrisaikiagitasrisaik-mb6bt
@gitasrisaikiagitasrisaik-mb6bt Ай бұрын
Bhal lagil
@Anshumanbaruah174
@Anshumanbaruah174 6 ай бұрын
40:30 ei scene t shorts t paisilu, hei kothatuke hunibole moi ei episode tur 40 minute hunilu 😅😅😂
@sanjibkumarbaruah9239
@sanjibkumarbaruah9239 9 ай бұрын
বৰ ভাল লাগিল।
@purobeegogoi1343
@purobeegogoi1343 8 ай бұрын
Priyanka, tumar kothakhi huni bor bhal lagil. Tumar monor kothakhi janibo pari tumar proti morom aaru besi hol. Kukhole thaka hodai
@kasturiburagohain4349
@kasturiburagohain4349 9 ай бұрын
Khub val lagil sai episode tu.. I am deeply touched..thank you..tumi enedorei aguwai juwa Aichengfa..channel tuloi ru tumar team tuloi xubhessa thakil..
@PikuZubeen
@PikuZubeen 9 ай бұрын
My Favorite ❤
@minakshideka12
@minakshideka12 9 ай бұрын
Premor Songya r bikhoe Priyonka ba jikhini kola moi o takei vabo....❤️
@user-mo6th8ii3x
@user-mo6th8ii3x 8 ай бұрын
Horur porai fv singer ❤ Horute muk hudhise dangor Hola ki hoba moi kow priyanka bar nisina hom buli..... Moi u gan gaw hiki asu.... hopun ase priyanka bar nisina hoboloi ❤
@bulbulhussain5086
@bulbulhussain5086 9 ай бұрын
Mur favourite baa love from nagaon
@priyankadas-wt9co
@priyankadas-wt9co 9 ай бұрын
Bohut val lagise
@parthajitnath6107
@parthajitnath6107 8 ай бұрын
Vaal lagil video tu sai ❤
@Anantagogoi-wo2nv
@Anantagogoi-wo2nv 9 ай бұрын
My love prinkya ba❤❤
@jituphkuan3103
@jituphkuan3103 8 ай бұрын
Mur atikoi moromor baajoni..bohut valpaw teu konthotu..
@MITHUBARUAH-js2lc
@MITHUBARUAH-js2lc 2 ай бұрын
Dhunia
@KashmirizHandique
@KashmirizHandique 8 ай бұрын
I lv u aicengfa ba
@jitumonidas8985
@jitumonidas8985 9 ай бұрын
Mjaa koisa baa❤
@user-my8vh1nk3d
@user-my8vh1nk3d 7 ай бұрын
❤❤❤
@aadivlogs4679
@aadivlogs4679 7 ай бұрын
সুন্দৰ❤
@himashrikalita5775
@himashrikalita5775 9 ай бұрын
Priyanka bak bht vl lge🥰🥰🥰
나랑 아빠가 아이스크림 먹을 때
00:15
진영민yeongmin
Рет қаралды 3,1 МЛН
PEDRO PEDRO INSIDEOUT
00:10
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 18 МЛН