যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সন্মুখত সত্যৰঞ্জন বৰা।

  Рет қаралды 470,236

Direct Talks

Direct Talks

Күн бұрын

interview with satyaranjan bora

Пікірлер: 573
@ushaburagohain6612
@ushaburagohain6612 7 күн бұрын
এইডালক কিয় সাখ্যাত৷ লয় হালধীয়া বস্তুৰধাৰী ৷ ত্ৰীদিপ ্তোমাৰ কথাখিনি ভাল লাগিল ৷
@bapanbordoloiownforexperim7914
@bapanbordoloiownforexperim7914 5 ай бұрын
সত্যৰঞ্জন বৰা এজন অৱতাৰী পুৰুষ সত্যৰঞ্জন বৰা জিন্দাবাদ তেওঁ সত্য আৰু সত্য তোমালোক অসাৰ আৰু মূৰ্খ মানুহ তোমালোক মুছলমান হ'বলৈ আৰু বেছি সময় নালাগিব হিন্দুসকলৰ মাজত একতা নাই। প্ৰত্যেকেই প্ৰথমে হিন্দু সকলো হিন্দু সজাগ হোৱা উচিত। সকলো হিন্দুৱে সত্যৰঞ্জন বৰাক সমৰ্থন কৰক জয় মা কালি জয় শ্ৰী ৰাম ওম নম শিৱায় জয় শ্ৰী কৃষ্ণ জয় জয় বজৰংগবলী
@indianboy6501
@indianboy6501 4 ай бұрын
নিজৰ বিবেককন খটুৱা বাবা😂😂😂😂
@dipankarsarma8071
@dipankarsarma8071 12 күн бұрын
Ri8
@HabibUllah-yp9rd
@HabibUllah-yp9rd 5 күн бұрын
Oi Manab pujari Andhbhakt,tohotar Adhapatan hoboloi besidin nai....
@ContentBeachCoast-ho2bi
@ContentBeachCoast-ho2bi 3 күн бұрын
Tridip এ বহুত ভাল ক'লে। গোটেই কেইজন ল'ৰা ই বহুতো কথা জনা হয়।❤❤
@Jinimapatra3703
@Jinimapatra3703 5 ай бұрын
সাংবাদিক ডাঙৰীয়াইক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ধৰ্ম বিৰোধী ব্যক্তিজনৰ চিকিৎসা দৰকাৰ হয়
@pinkpandasvlogsg.c8691
@pinkpandasvlogsg.c8691 3 ай бұрын
Soito ronjonok hospilot atmishon koribo lage tai brensot hoise
@punyakumarsaikia4966
@punyakumarsaikia4966 2 ай бұрын
I..
@rohankardong8600
@rohankardong8600 5 ай бұрын
Satyaranjan Borah is right. He is a real Hindu. His knowledge is far far higher than the reporter.
@dimasaknowledge1901
@dimasaknowledge1901 Жыл бұрын
Satya ranjan sir. Aami khokolue aapunar logout asun. Jai shree Krishna 🙏🙏
@PrethiirrajRayh-bw5bk
@PrethiirrajRayh-bw5bk Ай бұрын
Ami satya ranjan dar lagat asu aru apuni for korok gai khab pare kua keitak amar dharmak khang uthaise kanuni byabsthya lauk..
@PrethiirrajRayh-bw5bk
@PrethiirrajRayh-bw5bk Ай бұрын
Sudur bhai ankarr tai garami
@mcrvlog8397
@mcrvlog8397 Жыл бұрын
সত্যৰঞ্জন বৰা সদায় সত্য কথায় কয় , তেওঁ যি সকলো সচা
@RafiqulIslam-xi9sc
@RafiqulIslam-xi9sc Жыл бұрын
Satyronjon kunu dharmik nhy....kunu dharmike oin dharmok ninda nkre..sonaton dharmok ami sroddha koru
@uddeswarpatgiri1927
@uddeswarpatgiri1927 Жыл бұрын
সাঙবাদিকজনে গভীৰতা বুজি পোৱা নাই আৰু অসমৰ সংস্কৃতিৰ কথা বুজি পোৱা নাই।অসমত গো হত্যা অপৰাধ সেই কথা বুজি পোৱা নাই। বাঘৰ কাৰনে অসমৰ সংস্কৃতি নষ্ট কৰিব নোৱাৰে সেই সম্পৰ্কে ইতিহাস বুজি পোৱা নাই।বাঘক মানুহে খাদ্য দিব নালাগে জঙগলত এৰি দিয়া নিজৰ খাদ্য নিজে বিচাৰি খাব।বাঘক কিয় বন্ধি কৰি ৰাখিব লাগে আৰু ৰাখি মানুহে কি উপকৃত হৈছে।জন্তু বন্ধি কৰি মানুহৰ অপৰাধ হোৱা নাই জানো। মানুহৰ অপৰাধ বোৰেইটো মানুহক সমস্যাত পেলাইছে। সেইবোৰ কথা বুজি পাওক মানুহে।
@asmsamurai3993
@asmsamurai3993 6 күн бұрын
আপোনাৰ চিন্তা গভীৰ ভাল লাগিল । কিন্তু কিছুমানে একো ভাবি নাচায় তুলুঙা মন্তব্য কৰিছে ।
@chaochingblockpattu1350
@chaochingblockpattu1350 Жыл бұрын
সত্যৰঞ্জন বৰাক এসেকা দিয়া বাবে মই সেই সকলক অশেষ অশেষ ধন্যবাদ জনালো।এই মূৰ্খটো মানুহৰ শাৰীত নপৰে।ভাল আৰু জ্ঞানী মানুহে এইটোৰ লগত কথাই নাপাতে।বাঘক মাংস খোৱালে সত্যৰঞ্জনৰ কি দাইল গেলে?
@chuchengogoi3449
@chuchengogoi3449 Жыл бұрын
Repatar to muslim nake
@AbulKalam-sn5uu
@AbulKalam-sn5uu Жыл бұрын
কোৰানৰ বিষয়ে হত্য ৰঞ্জন কি বুজি পাই কোৰানৰ কথা কোৱাৰ আগত গা পা ধুই পাক পবিত্ৰ হৈ কোৰানৰ কথা কব লাগিব তেওঁ পবিত্ৰ আছেনে নাই কোৰানৰ বিষয়ে নকবি
@darshanaborah8212
@darshanaborah8212 5 күн бұрын
Joke of the year 🤣
@dimpybegum6546
@dimpybegum6546 4 ай бұрын
Kun nu e eman restriction … rakhibo ahise apuna luke sarasotir bahon … saraswatik pooja korenai … hah kele khai bihut… musira mari khai hah tetia bea nalage… goru huk moh houk boli kio die … kali maa agot boli d tez bur kesai khai .. haitu ki … apuni kaku bishah nokore apuni himalaya jauk .. apuni manuhr majot bhed bhav sristi korai ase .. amar axom khono ai topics t ketiau debet sola nai aru hai karone donu kora nasil question u kora nasil …. Ki bisarise … sob te apotti …
@manashpratimgoswami5770
@manashpratimgoswami5770 Жыл бұрын
সাংবাদিক জনক উগ্ৰ হোৱা দেখি আচৰিত হ'লো৷ অনুষ্ঠান সঞ্চালনা এনেদৰেই কৰেনে?
@inamulhoque5914
@inamulhoque5914 Жыл бұрын
ছাৰ আপুনি মানুহ আৰু বিচাৰি পোৱা নাই হিন্দু মুছলমান ভাগ ভাগ কৰা মানুহ জনৰ ওচৰত আপুনি গৈছে আপোনাৰ আৰু কাম নাই নেকি
@rajkumarbarman5417
@rajkumarbarman5417 Жыл бұрын
Satyaranjan Bora is right
@jitulbarman1099
@jitulbarman1099 Жыл бұрын
Satya ranjan da zindabad 🔥🔥❤️❤️❤️
@blackstar-on5rehuu
@blackstar-on5rehuu 10 ай бұрын
Satronjon murdabad
@Laughingzone-11
@Laughingzone-11 10 ай бұрын
Reporter tu a bioboher najane
@nabinchandra9331
@nabinchandra9331 Жыл бұрын
Satyaranjan Bara is a very very hopfull man his issu is very goodtimes now. I suport him.
@AbulKalam-sn5uu
@AbulKalam-sn5uu Жыл бұрын
অ হত্য ৰঞ্জন তোই গেৰুৱা কাপোৰ খুলি কথা কবি নহলে কাপোৰৰ সন্মান হেৰুৱাইছে খুলি থ থ গেৰুৱা ৰংটো তোই সন্মান ছেছ কোৰি দিছা
@MoinulHoque-um5gd
@MoinulHoque-um5gd 5 ай бұрын
সত্য ৰনজন তুমি খাঁ খাই থাকক
@AbulKalam-sn5uu
@AbulKalam-sn5uu Жыл бұрын
চিৰিয়াখানাত গৰু কিয় খোৱাব হত্য ৰঞ্জনক কাটি কাটি খোৱাব আৰু বাঘে গৰু। নাখাই বাঘে মানুহ খাই
@AbulKalam-sn5uu
@AbulKalam-sn5uu Жыл бұрын
বৰ্তমাননো গাহৰি গোছ বিক্ৰী কৰি আছে কোনো বাই বাধা দিছে নে নাই দিয়া নাম কৱাতে লাজ। লাগে এওঁ নেতা নে মুনতিৰি ইমান পক পকাই থাকে
@himangshusharma8047
@himangshusharma8047 Жыл бұрын
JAI HINDU RASHTRA, Satya is always right
@beautyhazarika7039
@beautyhazarika7039 Жыл бұрын
Pagol atar. Logot kotha. Napatib . Bora ata Pggol . Bora. Ata Moha Pagol .
@razibul02
@razibul02 Жыл бұрын
Actually a religious humanbeing never harms to others.
@bijoydas5841
@bijoydas5841 2 ай бұрын
Ami Sytta ranjan Borar Bora debor pora Janubologia bohut kotha ase
@abdulmotalebchoudhury1106
@abdulmotalebchoudhury1106 Күн бұрын
সত্য ৰঞ্জন বৰাক বলি দিয়া বিধান, ভাল লগা নলগা, তেওঁ কোন?? তেওঁক ৰাষ্ট্ৰ স্্ঘৰ সচিব কোনে পাতিলে ?? সাংবাদিক ডাঙৰীয়া সময় নষ্ট নকৰিব, তেওঁ পহু খেদা খোৱা ব্যাক্তি, তেওঁ যি বোৰ গ্ৰন্থৰ উল্লেখ কৰিছে, সেই বোৰৰ লিখক কোন ?? তেওঁৰ দৰে মগজুৰ বিকাৰ গ্ৰস্ত ব্যাক্তি, এই পাগল জন সচায়ে, কণী ৰ ভিতৰত আছে। ঐগৰু, গুগলছত চাৰ্চ কৰি,প্ৰশ্ন কৰ ঈশ্বৰৰ প্ৰদত্ত প্ৰকৃত গন্থ কি? যাক ৰিচাৰ্ছ কৰি, বহু বিজ্ঞানীয়ে, কিয় ইছলাম ধৰ্ম গ্ৰহণ কৰিলে???
@sanjayShil-ko2tn
@sanjayShil-ko2tn 2 күн бұрын
Sanatan Dharma first come in the World.And Sanskrit language is mother language of All.
@tricknessofficial4851
@tricknessofficial4851 Жыл бұрын
সাংবাদিক টোৰ গৰু বেপাৰী নেকি 😅
@kamalali9706
@kamalali9706 4 күн бұрын
Vl ktha kole laj lage nki
@tricknessofficial4851
@tricknessofficial4851 3 күн бұрын
@@kamalali9706 ooo goru sur aru ata ulala 🤣🤣🤣 2 ta hol online goru sur
@animeshrabha3778
@animeshrabha3778 Жыл бұрын
অসত্য বৰা পাগোল হৈছে আৰু এটা কথা বেলেগৰ কথা নকও মই কিন্তু হিন্দুৰ নামত ঠিকা দিয়া নাই
@asmsamurai3993
@asmsamurai3993 6 күн бұрын
সেইবাবেই নামনি অসমত ৰাভা, বড়ো মাইকী বিলাকক মিঞাই ৰেপ কৰিব পাৰিছে মিঞাক চল আপোনালোকে নিজেই দিছে ।
@brillianmmarak.brillianmma989
@brillianmmarak.brillianmma989 5 ай бұрын
Good debate 😊😊😊 thank you brother for you question we will eat beef 👋👋👋👋
@ChampakDas-wp9yh
@ChampakDas-wp9yh Жыл бұрын
সইত্যা বাৰাক (পিগছ) গতিয়াই গতীয়াই সকলো অনুষ্ঠানৰ পৰা বাহিৰ কৰি দিয়া হওক। ইয়াতকৈ আৰু ভাল উপাই নাই।
@asmsamurai3993
@asmsamurai3993 6 күн бұрын
বৰপেটাত Das মানুহক মিঞাই যে মৰিয়াইছিল বহুত ভাল কাম কৰিছে কাৰণ মিঞাক আপোনালোকে মোৰৰ উপৰত তুলি ৰাখে ।
@pgoswami5378
@pgoswami5378 10 ай бұрын
সাংবাদিক জনে কিন্তু সকলো কেইজন লোকক থিয় কৰাই লৈ বৰাদেৱক একপ্ৰকাৰ জেৰা কৰিছে। বহিব দি কথাবোৰ আলোচনা কৰা হেঁতেন ভাল দেখালেহেঁতেন।
@arunborah85
@arunborah85 5 ай бұрын
Right.
@sasadharkalita2466
@sasadharkalita2466 Жыл бұрын
সত্য ৰঞ্জন বড়াই অসম সন্দ সন্দ কৰা নই কৰিছে কিছুমান সাংবাদিকে আৰু দল সংঙ্গথনে সন্দ সন্দ কৰিছে ৰাজ নিতিৰ কাৰনে ক্ষমতাৰ লোভত । সত্যই কৈ আছে আমি জাতি জনগুস্তি মিলি অসমিয়া কত জাতি বিভেদৰ কথা কেলে ।
@jakir8327
@jakir8327 Жыл бұрын
🤣 Follow your sanatan Religion sincerely. Satnaranjor don't know about Hinduism (Sanatan darmo) . Hinduism is best religion if you follow sincerely .
@bhabenbasumatary9250
@bhabenbasumatary9250 5 ай бұрын
সত্যৰঞ্জন নেতা নহয়, এগৰাকী ভণ্ড নেতা। সামাজিক পৰিৱেশ কলুষিত কৰা ব্যক্তি।ঈশ্বৰে তেওক সুমতি দিয়ক।
@AbdulRahman-ye5cw
@AbdulRahman-ye5cw Жыл бұрын
সত্য ৰঞ্জন বৰা প্ৰকৃত হিন্দু মানুহেই নহয়।
@asmsamurai3993
@asmsamurai3993 6 күн бұрын
বাংলাদেশী মিঞাক Saport কৰা জন প্ৰকৃত সিন্ধু মানুহ ন ।
@rupam2478
@rupam2478 Жыл бұрын
Jai sri ram Satya ranjan bora good lecture
@brillianmmarak.brillianmma989
@brillianmmarak.brillianmma989 5 ай бұрын
God is good 😊😊😊😊👍👍👍👍
@nhgaming6580
@nhgaming6580 Жыл бұрын
Respect Satya Ranjan bora
@manoranjanbarman4631
@manoranjanbarman4631 Жыл бұрын
I support to Satyaranjan Bora
@minhasalom3939
@minhasalom3939 11 ай бұрын
Tur baba hoi naki😅
@HabibUllah-yp9rd
@HabibUllah-yp9rd 24 күн бұрын
Oi, Tur baper ne ki ?
@imdadali9519
@imdadali9519 Жыл бұрын
ইও এটা চিৰিয়াখানাৰ জন্তু। গতিকে ইয়াক মিডীয়াই ইমান গুৰুত্ত্ব কিয় দিয়া হয়সেইটোবেই বুজি নাপায়।
@chetiahaflong3511
@chetiahaflong3511 Жыл бұрын
Mr Bora is not a normal man. LETS AVOID HIM.
@neuzunique
@neuzunique Жыл бұрын
Ajir pora bhath khowa eri dewok karan musolmane bhath khay
@maidulhoque8156
@maidulhoque8156 Жыл бұрын
Our islam is great ❤️❤️❤️❤️❤️❤️❤️ I love beef 🍖🍖😀😀😀
@shriatiramrabha9388
@shriatiramrabha9388 4 күн бұрын
সত্যৰঞ্জন বৌদ্ধ গয়া লৈ যাওঁক ।
@chinmay7537
@chinmay7537 8 күн бұрын
চিৰিয়াখানাৰ বাঘক অৰুণোদয় আচনি দিয়াৰ ব্যৱস্থা কৰক নিজে বজাৰ কৰি খাব
@ilasaikia9077
@ilasaikia9077 Жыл бұрын
এও এজন মূৰ্খ।কাম নাই কীয়া শিলগুটি চোবাইছে। দেশৰ উন্নতি ৰ কথা ভাৱক।বাঘ বাদদিয়ক মুছলিম, খৃষ্টান ধৰ্মালম্বী এনে সকলে গৰু খায়।সিহতৰ খাদ্য প্ৰণালীত চকু কিয় দিয়ে এও।
@nuruddinahmed5315
@nuruddinahmed5315 Күн бұрын
সত্যৰাঞ্জন বৰাৰ মতে গোমাংস এন্ধাৰত খাওক কোনো আপত্তি নাই চিৰিয়া খানাৰ ভিতৰত কাটক,আপত্তি নাই,কিন্তু সেয়া ও তো গৰুৱেই না?
@user-ky5vh7lm6p
@user-ky5vh7lm6p Ай бұрын
Satyaranjan dangaria apuni lagi thakok aami apunar logat asu
@user-fb6ji8qi6m
@user-fb6ji8qi6m 2 күн бұрын
সংবাদ দাতা জনৰ জ্ঞানৰ অভাৱ দেখি আচৰিত হলো। তেওঁ নন্দ সিং বোলা এজন শিখ ধৰ্মাৱলম্বী লোকৰ অসমীয়া ভাষা সাহিত্যৰ চৰ্চা বিষয়ে উনুকিয়োৱা হৈছে। মূৰ্ষামিৰ এটা সীমা থকা উচিত নহয় নে ? তেওঁ কি ভাবিছে ? অকল হিন্দু সকলহে অসমীয়া নেকি ? চৈয়দ আব্দুল মালিক কোন আছিল ? ইমৰান শ্বাহ, হাইদৰ হুছেইন, নেকিবুৰ জামান, শ্বহীদ মোজ্জামিল হক কোন ? মনত ৰাখিব শ্ৰীযুত নন্দ সিং এজন শিখ ধৰ্মাৱলম্বী অসমীয়া ব্যক্তি। নগাওঁ জিলাৰ বৰকলা,লংকা বা অসমৰ আন কিছুমান ঠাইত শিখ ধৰ্মাৱলম্বী খিলঞ্জীয়া অসমীয়া লোক আছে। লগতে তেওঁ জনা উচিত অসমীয়া লোকৰ ভিতৰত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ ধৰ্মত দীক্ষিত বা পালন কৰা লোক আছে। ভ্ৰান্ত আৰু আধৰুৱা ধাৰণা লৈ সমাজত বিষক্ৰিয়া বিয়পাবলৈ চেষ্টা নকৰিব ।
@nuruddinahmed5315
@nuruddinahmed5315 Күн бұрын
শাকপাচলিৰ প্ৰাণ আছে নে নাই ডাঙৰীয়া?যদি আছে তেনেহলে আপুনি কি খাই জীয়াই থাকিব। চাৰ জগদীশ চন্দ্ৰ দেৱে আৱিষ্কাৰ কৰিলে ,তেখেতে ভুল আৱিষ্কাৰ কৰিছিল নেকি?
@pranabbhuyan1100
@pranabbhuyan1100 4 сағат бұрын
তুলাধুনা নহ'ল। বৰাৰ কিছূ কথা পৰস্পৰ বিৰোধী।
@dilwarhussainborbhuyan8643
@dilwarhussainborbhuyan8643 Жыл бұрын
Pagol hol SRborah
@khargeswarbaruah8139
@khargeswarbaruah8139 Жыл бұрын
সত্যৰঞ্জন বৰা এজন পাগল। তথাকথিত হিন্দুত্ববাদী নেতা। ত্ৰিদীবৰ কথা খিনি পচন্দ হৈছে।
@hemantahaloi9968
@hemantahaloi9968 Жыл бұрын
Soitrangon bora jindabad
@motlebhussainmondal880
@motlebhussainmondal880 Жыл бұрын
Hindu is a Nation. S Bora najane. Geographycally we are all Hindu. I'm Muslim. Our forfather were Bengoli Hindu. Why S.Bora tell us Mogol? .
@Bodo950
@Bodo950 5 ай бұрын
Satya Ranjan ,Jesus❤u
@AbulKalam-sn5uu
@AbulKalam-sn5uu Жыл бұрын
সাহিত্য সভা অকলে হত্য ৰঞ্জনৰ বেলেগ জাতিৰ সাহিত্য সভা নাই আছছা ঠিক আছে এইটো ৰঞ্জনৰ কথা মুছলমানে নামাজ পঢ়ে তেওঁ কিয় নপৰে
@MoinulHoque-um5gd
@MoinulHoque-um5gd 5 ай бұрын
sotrajon বৰা আপোনি কোন স্কুলত podise
@pranabkhakhalary539
@pranabkhakhalary539 11 ай бұрын
এইজনৰ কথা শুনিলেই গা বেজ বেজায়।
@julideka3390
@julideka3390 Жыл бұрын
Lija Bora apunar kotha tu right..........
@PrethiirrajRayh-bw5bk
@PrethiirrajRayh-bw5bk Ай бұрын
Ake kotha nohoi gai mata kintu gahari mata nohoi gair gakhir khai manuhe aru gahorir gakhir nakhai. Ma aru belefor parthya ase.
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf Ай бұрын
Hatya ranjan magajur bikriti thaka manuh , anyahate tekhet ejan telamara telia manuh hoi.
@rofiqulislam1080
@rofiqulislam1080 11 ай бұрын
অসত্যৰন্জন হতে জনা উচিত যে বৌদ্ধ ধৰ্ম অহাৰ পিছত ব্ৰাহ্মণ্যবাদী সকলে দেখিলে যে বৌদ্ধ ধৰ্মৰ প্ৰভাৱত তেওঁলোকৰ পূজা পাতলৰ দ্বাৰা টকা ঘটাৰ মুদা মৰিব আৰু হিন্দু সকলে খোৱা গো মাঙস খোৱা বন্ধ কৰি বৌদ্ধ ধৰ্মৰ লগত পাৰ্থক্য সৃষ্টি কৰি আজিলৈকে সেই ধাৰা অব্যাহত ৰাখিছে ‌ ! এই ব্ৰাহ্মণ্যবাদী সকলৰ বাবেই ভাৰতৰ মাটিত সৃষ্টি হোৱা বৌদ্ধ ধৰ্ম আজি ভাৰতত সঙখ্যলঘু! অথচ বিদেশৰ কিছু দেশত এই ধৰ্ম সঙখ্যাগৰিষ্ঠ!
@hndekari8011
@hndekari8011 Жыл бұрын
সত্য ৰঞ্জন বৰা ডাঙৰীয়াই বৌদ্ধ ধৰ্ম বা বৌদ্ধ-দৰ্শনক হিন্দুত্বৰ আওতালৈ অনাটো শুদ্ধ নহয় । হিন্দু ধৰ্মক তেওঁ সনাতন গুণবিশিষ্ট বুলি চৰম সংকীৰ্ণতা আৰু গোড়মীৰ পৰিচয় দিছে । অথচ, পৃথিবীৰ সকলো ধৰ্ম ই সনাতন মানবিশিষ্ট । হিন্দুত্বৰ ধ্বজা উৰুৱাই আকাশ-বতাহ কঁপোৱা বৰা ডাঙৰীয়াই আজিৰ ভাৰতত দলিত শ্ৰেণীৰ হিন্দু লোকে হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্মলৈ দীক্ষান্ত হোৱা ঘটনাবোৰলৈ মন দিয়া দৰ্কাৰ । হিন্দুৰ ৰীতি-নীতি আৰু হিন্দু দেবদেবীৰ উপাসনা নকৰে বুলি ২২টা সংকল্প লৈ কিয় বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছে তালৈও মনোযোগ দিব বুলি অনুৰোধ জনালোঁ ।।
@gaurirabha3236
@gaurirabha3236 Жыл бұрын
সত্যৰঞ্জন বৰাৰ নামৰ আগত এটা অ, লগাই দিব লাগে । তাৰ নামটো কনে ৰাখিছে বাৰু?কোনটো গৰু কুৰৱাণী দিব তাৰ চাৰ্টিফিকেট টো বৰাক দিয়াৰ দায়িত্ব দিব লাগে, বাঘ বিলাকক ঘাহ খাবলৈ শিকাব লাগে ।😮
@motlebhussainmondal880
@motlebhussainmondal880 Жыл бұрын
Lastly thanks to reporter team. Leave him to to say what he like s . S Bora can't harm of others religion a bit. We love our native state Assam .
@dkdk5486
@dkdk5486 21 күн бұрын
Without lies Islam dies
@nuruddinahmed5315
@nuruddinahmed5315 Күн бұрын
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য আজানপীৰ গৰাকী কৰ আছিল সত্য ডাঙৰীয়া?
@minjarulhaque9833
@minjarulhaque9833 Жыл бұрын
Siriakhanar baghok satya ronjon borak khuabo lage
@quithmarak8324
@quithmarak8324 4 ай бұрын
I salute Sudharson you are real educated
@ashiqahmed1375
@ashiqahmed1375 6 ай бұрын
... SUUDARSHAN HAS EXPLAINED VIVIDLY.... WHICH ASSERTIONS CAN NOT BE REFUSED AT ALL...... ULTRA CLASSIC
@prasenjitbasumataryvlog9153
@prasenjitbasumataryvlog9153 5 ай бұрын
Allah fake hoi mc assamani kitabb
@maidulhoque8156
@maidulhoque8156 Жыл бұрын
Islam ❤️❤️❤️❤️❤️❤️❤️❤️❤️ sabat ke beleg ❤️ islame hoise duniya ❤️❤️❤️❤️
@mofidabegum1327
@mofidabegum1327 5 ай бұрын
@pradipdas6576
@pradipdas6576 5 ай бұрын
Hindu ki
@user-bw2xg8nb6w
@user-bw2xg8nb6w 5 ай бұрын
Happy​@@mofidabegum1327
@prasenjitbasumataryvlog9153
@prasenjitbasumataryvlog9153 5 ай бұрын
😂😂😂😂😂mc Islam,,,Allah is fake
@manashjd3365
@manashjd3365 4 күн бұрын
Khonatanor pora jonmo hoise baki dhormo prithivir ek matra dhormo khonaton bki june ji hisape mane kb lga ni
@Gogoidhan
@Gogoidhan 5 ай бұрын
হিন্দুৰ নামঘৰত ব্যবহাৰ কৰা সেই বাদ্য যন্ত্ৰসমূহ কিয় গৰুৰ চাল ব্যবহাৰ কৰা হৈছে।এইটো সত্যৰঞ্জনে বন্ধ কৰাৰ ব্যবস্থা কৰক।
@hemantahaloi9968
@hemantahaloi9968 Жыл бұрын
S dada jindabad
@bhabeshdas5398
@bhabeshdas5398 Жыл бұрын
Right ranjan da
@hempegu2891
@hempegu2891 5 ай бұрын
Mr Satya Ranjan need to civilised his philosophy to unite India.
@kanakdas305
@kanakdas305 Жыл бұрын
Hindu is a plural religion on the other hand Abrahamic religion is singular. Satya Ranjan Bora is very much right. However, in my opinion the questioner have nothing know about Islam.
@gayatrigogoi8089
@gayatrigogoi8089 5 ай бұрын
সাংবাদিকজনৰ ইমান খং কিয় ?
@bijoydas5841
@bijoydas5841 2 ай бұрын
Sytta ranjan Bora zindabad
@user-mx9vu4ri5s
@user-mx9vu4ri5s Ай бұрын
Mojja dise dada.aru lage anekuwa video.
@sanjibdiy3257
@sanjibdiy3257 6 ай бұрын
Borah mane Gahori, tene Satya Ranjan Borah Gahori😂😂😂
@ngurangnikam13
@ngurangnikam13 5 ай бұрын
Satya. need to gain more knowledge regarding article.
@ajaykumarmedhi4171
@ajaykumarmedhi4171 Жыл бұрын
S B Zindabad.aor nisina lakhhon S B Oxomat bor dorkar.
@chandanbharali4096
@chandanbharali4096 Жыл бұрын
Satya ranjan Bora 100%correct.
@rijuahmed7253
@rijuahmed7253 Жыл бұрын
Satya ranjan Bora 100,parsan renda madarcut rendyr putak
@guneswarnarzary2927
@guneswarnarzary2927 5 ай бұрын
Right
@user-fm8ir5yt7w
@user-fm8ir5yt7w Ай бұрын
Satyaranjan Borak jimane ji nokouk teor kthat jukti ase.
@josephinebasumatary4372
@josephinebasumatary4372 5 ай бұрын
Hangbadik bhai bohut bhal kam korise dhoinobad bhai.ai soitan Ronjonor nisina manuh buror karone Christian hobo loga hol.ami ji dhormo bhal pau lom .Islam dhormou lobo pare.ami swadhi hobo lage.ami nijor hangskriti bojai rakisu.ai soitanor dore manuhbure amar hangskriti nosto korat he kam korisil.atiya kiyo amak laga hol.ai manuh jon sage ohomia nohoi hondeh he lagisil.eyak bhalke dhor dut ka dut pani ka pani hobo.e ajon murkho he
@sasadharkalita2466
@sasadharkalita2466 Жыл бұрын
তুলাধুনা সত্যই পোৱা নাই তুলা ধুনা খালে এই কিজনে
@tulshiprasadborah9815
@tulshiprasadborah9815 10 ай бұрын
প্ৰশ্ন সোধা কেইজনৰ বিশেষ জ্ঞান নাই। চালে বেৰে কোবোৱাৰ প্ৰশ্ন এই কেইজনেহে কৰিছে৷।
@purnagogoi1571
@purnagogoi1571 5 ай бұрын
Cow ben in Assam.Niranjan right reporter wrong.
@sanjayShil-ko2tn
@sanjayShil-ko2tn 2 күн бұрын
Boli means somorpan tiyag...boli mane jiboo hotya nohoy...S.R.B right...
@sohrabalihazarika2047
@sohrabalihazarika2047 Жыл бұрын
Now a days use bullock is very rare. What will be the use of bullock.
@SURESHRAVA-tv1yk
@SURESHRAVA-tv1yk 19 күн бұрын
Thanks for your speech to M e
@shriatiramrabha9388
@shriatiramrabha9388 4 күн бұрын
মাছ খোৱা বন্ধ হওঁক । কাৰণ মস্য ৰূপে চাৰি বেদ উদ্ধাৰ কৰিছিল ।
@birennath8618
@birennath8618 5 ай бұрын
Try to save the Nation by work, not by religion.
@musicgallery7648
@musicgallery7648 Ай бұрын
বাঘ কেইটাক খুৱাই বোৱাই পুহি থাকিলে দেশ নচলে নহৈ
@jayantasaikia9019
@jayantasaikia9019 2 ай бұрын
Satyrnj jindabad
@axomiya12lora
@axomiya12lora Жыл бұрын
P ভাৰত ,/ অসম তথা ভাৰততে ভিটামিন। শূকিয়া কথা নহয় সমগ্ৰ বিশ্বতে।
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf Ай бұрын
Hatya ranjan'r mate asom asomia nasale.
@namsuda1468
@namsuda1468 Жыл бұрын
Goru musolman manuhe Khai khasi, khrristan manuheo khasia, bilakeo khai,apunio bondho Latino parisene?
@biswajitkalita7726
@biswajitkalita7726 Жыл бұрын
সাংবাদিকজনে অলপ শিকিব লাগিব
@brothersglobe5706
@brothersglobe5706 5 ай бұрын
সত্যৰঞ্জন বোলাটো কোনো হিন্দুত্ববাদী নেতা নহয়।ই এটা ধৰ্মহীন চেৰাবলীয়া স্বঘোষিত ধৰ্মৰ দালাল। নিজৰ জ্ঞান বুদ্ধি, বিবেচনা শক্তি নথকা এচামহে তাৰ পিছত দৌৰি ফুৰিছে। গতিকে এনেকুৱা আৱৰ্জনাবোৰৰ কথাত গুৰুত্ব দি থাকিলে সি এসময়ত সকলোৰে মূৰৰ ওপৰত নাচিব। তাৰ পিছত মূৰ গৰম নকৰাই মঙ্গল।
@bigboss.3213
@bigboss.3213 Жыл бұрын
এই সাংবাদিক টোৱে কেলা কথা বুজি নাপায় নেকি ??
@blackstar-on5rehuu
@blackstar-on5rehuu 10 ай бұрын
Pai o tur nisina murkho nohoi
@bigboss.3213
@bigboss.3213 10 ай бұрын
@@blackstar-on5rehuu তোতকৈ দুখান মান কিতাপ বেছি পঢ়িছো বুজিছ ।
@sayedurrahman6663
@sayedurrahman6663 Жыл бұрын
Satyaranjan borak gahori bone boli dibo lage
@dhunbora8815
@dhunbora8815 Жыл бұрын
Report jonor ki goru khabo mon goise ni
@musicgallery7648
@musicgallery7648 Ай бұрын
Eh kla besi koi ase johoni tu
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 37 МЛН
Matching Picture Challenge with Alfredo Larin's family! 👍
00:37
BigSchool
Рет қаралды 46 МЛН
OMG what happened??😳 filaretiki family✨ #social
01:00
Filaretiki
Рет қаралды 13 МЛН
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 37 МЛН