শংকিত মুখ্যমন্ত্ৰী! বিশেষ সম্প্ৰদায়ৰ উৎপাত, আঁৰত কোন? ‘ব্যতিক্ৰম’

  Рет қаралды 8,068

NB News

NB News

4 күн бұрын

লোকসভা নিৰ্বাচনৰ পাছত কি ঘটিছে? বিশেষ সম্প্ৰদায়ক লৈ কিয় শংকিত মুখ্যমন্ত্ৰী? বিশেষ সম্প্ৰদায়ৰ উৎপাতৰ আঁৰত কোন? কাৰ্যবাহী সম্পাদক শান্তনু মহন্তৰ সৈতে ‘ব্যতিক্ৰম’
#nbnews #nbnewsdigital #byatikram #LokSabhaElection2024 #HimantaBiswaSarma #santanumahanta
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 62
@user-wv6gd7tl2w
@user-wv6gd7tl2w 2 күн бұрын
অসমত বিজেপি দৰকাৰ আছে। হিন্দু বাছিব লাগিব।টকচোত তিনিটা দলৰ সদস্য কেইজনে যিদৰে আক্ৰমণ মূলক ভাষণ আগবঢ়াইছে ভৱিষ্যতে অসমৰ অৱস্থা কি হব পাৰে।
@user-qm7iy4kc3e
@user-qm7iy4kc3e 2 күн бұрын
ইহঁতে কেতিয়াও স্বীকাৰ নকৰে, ইহঁত অপৰাধত এক নম্বৰ
@jitubarman6162
@jitubarman6162 2 күн бұрын
সজাইপৰাই কথাকোৱাত এইজন অতি পাকৈত ৷ আগতে আজমল অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলি ভয় খুৱাই ভোট বিচাৰিছিল যিহেতু এতিয়া আজমলক কংগ্ৰেছে খেদিলে আৰু আজমলৰ দলো নোহোৱা হ’বলৈ ধৰিলে গতিকে বজাৰত নতুন শব্দটো উলিয়াই দিলে ৷ আজমলৰ দৰে এইজনকো খেদিলেহে অসমৰ মানুহে শান্তি লাভ কৰিব ৷
@NibaranNath-bx4ee
@NibaranNath-bx4ee 2 күн бұрын
শান্তি মানে কি বুজা তুমি, অলপ বহলাই কব পাৰিবানে? কি কি কথা বিলাকে শান্তিৰ সৃষ্টি কৰিব পাৰে? স্থায়ী শান্তি প্ৰকৃততে সম্ভৱ নে?
@umeshkardong6116
@umeshkardong6116 2 күн бұрын
কংগ্ৰেছ ৰেই হওক বা অন্য দলৰেই হওক মুছলমান বোৰক এনে আলোচনাত মাতিব নালাগে ।তেওঁলোক কেৱল সাম্প্ৰদায়িক কথাকেই ৰাজনীতিত সানি কথাবোৰ কয় ।তাকে কংগ্ৰেছ বা অন্যান্য বিৰোধীয়ে হয় হজুৰ বুলি মানি লয় ।
@kumudbaruah2001
@kumudbaruah2001 Күн бұрын
অসমৰ বৰ্তমান প্ৰায় বোব সংবাদ গোষ্ঠী য়েই বিজেপিৰ বিপৰীতে আৰু কংগ্রেস ৰ সপখে কামকৰি আছে। টিভি টকচ বোৰে চালেই গম পোৱা যায়।
@KulenGogoi
@KulenGogoi Күн бұрын
মুখ্য মন্ত্ৰী ডাঙৰীয়াই ঠিকেই কৈছে । এইটো এটা ৰাজনৈতিক লাইনৰ লগত জৰিত ঘটনা । আমাৰ খাৰখোৱা সকলে বুজি নাপায় । কাৰণ মগজু আঠুত আছে। কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতলৈ এই বিশেষ সম্প্ৰদায় ( মুছলমান ) টোৱে শংকা, ভাবুকি কঢ়িয়াই আনিছে। ইটোৰ পাছত সিটো হত্যা,ধৰ্খন ,‌লাভ জেহাদ , ধৰ্ম পৰিৱৰ্তন , গৰুচোৰ , ড্ৰাগছ্ ব্যৱসায় দৰে জঘণ্য কাণ্ড কৰি গৈছে এই সম্প্ৰদায়ৰ লোক সকলে । এই সমশ্যাৰ বিষয়ে তৰুণ গগৈক জ্ঞাত কৰাত তেখেতে নিলাজ হাহিঁ এটা মাৰি কৈছিল " এইবোৰ মোৰ ওকালতিৰ বিষয় নহয় । ইয়াৰ বাবে পুলিচ বাহিনী আছে, আইন আছে, আদালত আছে । " অʼ ৰঙামোৱা আʼ ৰঙামোৱা‌ চতাল পালেহী মান ---- খাৰখোৱা অসমীয়া শোই থাকোতেই মানে আহি কচুকটা দিল । সেই মানৰ আক্ৰমণৰ ফলস্বৰূপে আজিৰ অসমৰ এই প্ৰতিছবীখন ; যʼত চৌ দিশে কেৱল অনা অসমীয়া । এতিয়াও একাংশ খাৰখোৱাই মাত নুফুটা শ্লʼগান দিয়ে কংগেচ জিন্দাবাদ , কংলেছ জিনদাবাদ 😂😂😂😂
@inglishvlogs1015
@inglishvlogs1015 2 күн бұрын
এজন বিশেষ ব্যক্তি অসম খনত অশান্তি আনি থকা যেন লাগে, হয়তো তেওঁৰ অভিপ্ৰায় মানুহক বিভ্ৰান্তি কৰা, হিন্দু ভোটক একত্রিত কৰা, কিন্তু আচলতে মুচলমান সকল হিন্দুৰ লগত মিলা প্ৰীতিৰে অতীজৰ পৰাই আছে, ভাই ককাইৰ দৰে আছে, মমুখ্যমন্ত্ৰী জন এনে সামপ্রদায়িক হোৱাটো অসমৰ বাবে বিপদজনক, সৰ্বানন্দ সোনোৱালে চাৰ মূখ্যমন্ত্ৰী হোৱাটো প্ৰয়োজনীয় হৈছে,
@kumudbaruah2001
@kumudbaruah2001 Күн бұрын
মিঞা মুছলমান যেতিয়াৰ পৰা অসমত প্ৰৱেশ কৰিছিল তেতিয়াৰ পৰাই অসমত চোৰ, ডকাইত, ধৰ্ষণকাৰী, চৰকাৰী বেচৰকাৰী মাটি দখলকারী, কৰ্ট কাচাৰীৰ কেছ মামলাৰে অসমখন কলুষিত কৰিপেলালে। এই মিঞা মুছলমানৰ লগত অসমীয়াৰ মিলাপিতি আমিদেখাপোৱা নাই। বৰ্তমান অসমত চলিথকা ধৰ্ষণ বলতকাৰ কোনেকৰিছে। মিঞা মুছলমানই যিহেতু কৰিছে। বিশেষ সমপ্রদায় বুলি এই শব্দ টো কিয় কব লাগে। বাংলাদেশী মিঞা মুছলমানৰ পৰা অসমীয়া সমাজ সাৱধান হৈ থাকক।
@NibaranNath-bx4ee
@NibaranNath-bx4ee 2 күн бұрын
এংকৰ জনে বাৰে বাৰে গঠন মূলক আলোচনা কৰিবলৈ আহ্বান জনাই আছে কিন্তু হোৱা নাই। কাৰণ কি?
@promudborgohain7920
@promudborgohain7920 Күн бұрын
বদৰ হাৰি যোৱাৰ বাবে বিশেষ সুবিধা কৰি দিয়া বিশেষ সম্প্ৰদায়ৰ কথা আহিল।
@bireshtapadar2732
@bireshtapadar2732 14 сағат бұрын
থানা ত.. গলেই গম পাই.. কোন বেছি.. যায়.. জেল ত.. কোন বেছি 😊
@radaliassame3397
@radaliassame3397 Күн бұрын
আমছু এটা সম্পূর্ণ সাম্প্রদায়িক সংগঠন।
@apurbabhuyan8121
@apurbabhuyan8121 2 күн бұрын
Himanta LOVE
@umeshkardong6116
@umeshkardong6116 2 күн бұрын
ৰাইজৰ দল নহয় ,মুছলমানৰ দল আৰু কংগ্ৰেছ মুছলমানৰ গু খোৱা ।
@akashchoudhury8630
@akashchoudhury8630 2 күн бұрын
যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক কি ক'ব।
@user-iw8kc9jq9e
@user-iw8kc9jq9e 2 күн бұрын
মোস্তফা কামাল আজহাৰী আৰু মুফতি মকিবুৰ ৰহমান প্রকৃত মুচলমান নহয় ইহত মুচলমানৰ শত্ৰু।
@user-iv7mo1lr2l
@user-iv7mo1lr2l 2 күн бұрын
Right speace azhari sir
@sandhiram9574
@sandhiram9574 2 күн бұрын
ঐ বুৰ্বক বাতত চুপি থাকি ছোৱালী ক ৰেপি কৰিবি তাতেইনফৰমেছন বিভাগৰ মানুহ ৰাখি থাকিবপাৰেনে?
@dineshroy8410
@dineshroy8410 2 күн бұрын
Aei jan Cm sir thokar babe he hindu xomaj jiyai thakibo.
@user-fl3sm2gg7s
@user-fl3sm2gg7s 23 сағат бұрын
গৃহ বিভাগ ক্ষত্রিয়র হাতত দায়ত্ব দিব লাগে
@user-oc9zy1sf7c
@user-oc9zy1sf7c 2 күн бұрын
Miya keita sir,....
@user-iw8kc9jq9e
@user-iw8kc9jq9e 2 күн бұрын
মুফতি মকিবুৰ ৰহমান প্রকৃত মুছলমান নহয়।
@user-iw8kc9jq9e
@user-iw8kc9jq9e 2 күн бұрын
এও বাতিল দলৰ লোক।
@ajaymech5797
@ajaymech5797 2 күн бұрын
Chief minister a ji koleu ghotona bur kintu hoxa.. Manuburu hoxa mamai hoxa koi olop vote lobo bisarise heitu u hoxa... Baki montri buru hoxa koi kam kori vote louk na.. Baki bur nu kio ekta o ghotona buror proti maat mota ni..
@ShanthinathBrhma
@ShanthinathBrhma 2 күн бұрын
Bangladeshi pokkho news, bhal nelage ami olpo songkhok,
@Humayun-ub7op
@Humayun-ub7op Күн бұрын
Ajhari having his religion for his livelihood
@mangalsinghbarman7109
@mangalsinghbarman7109 Күн бұрын
৫৪৩ ৰ ভিতৰত ৯৯ পাই ছে ,তাৰ পিছত এই অবস্থা 400 পালে কি হব।
@kumudbaruah2001
@kumudbaruah2001 Күн бұрын
কংগ্রেস হল এটা দগাবাজৰ দল। ইহত নিজেও চোৰ, কেলেঙ্কাৰি, দূৰ্নীতি কৰি ভাল পাই আৰু মিঞা মুছলমান ক ভোটবেংক কৰি ৰাখিছে। সিহতো চোৰ ডকাইত ধৰ্ষণকাৰী ইত্যাদি যত যি অপৰাধী। গতিকে কংগ্রেস আৰু মিঞা মুছলমান ভাই ভাই।
@bakuldas5890
@bakuldas5890 Күн бұрын
Akhil,gogoi,acha,nohoi
@prafullabezbaruah6440
@prafullabezbaruah6440 Күн бұрын
B.gp.mb
@Solim16
@Solim16 2 күн бұрын
এই মালটো সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে। অসমীয়া মানুহ ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈক বিচাৰে ✅🇮🇳 জয় আই অসম ❤️
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 2 күн бұрын
Rakibul main seibbe dhuburi win hoise.. Dhuburi pora start hbo
@mamonishill5614
@mamonishill5614 Күн бұрын
Lecture bondh kor
@rofiulhussain8867
@rofiulhussain8867 17 сағат бұрын
Eman tolor kotha koise.....hee probhu Tumi hee Jana.....
@Immantu
@Immantu 6 сағат бұрын
অসমত কোনোবা মিঞা গেদা মুখ্যমন্ত্ৰী ভাৰতৰ ৰাষ্ট্ৰপতি আচাউদ্দিন ওবেছি প্ৰধান মন্ত্ৰী জাকিৰ নায়ক খ্ট্টা খত পাপ্পু ৰাহুল আহমেদ উপপ্ৰধানমন্ত্ৰী হ'ব 26ত তেতিয়া আমচুই কি কৰিব অনুভৱ কৰিব পাৰিছো এই ননচেঞ্চ বোৰক কি কাৰণত মাতে চেনেল বোৰত
@hiteshwarray4270
@hiteshwarray4270 Күн бұрын
Enekuwa 1979 choli ase ug kamrup ug darong ug goalpara khilonjiya tholgiri mati bohut dokhol dhorise
@MainulHoque-rx7jo
@MainulHoque-rx7jo 2 күн бұрын
লাইচেঞ্চ থকা মিছলীয়া মানুহ আছেনে ? যদি আছে নামটো জনাব নে ?
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 2 күн бұрын
Rakibul
@user-qm7iy4kc3e
@user-qm7iy4kc3e 2 күн бұрын
আজহাৰী ডাঙৰীয়াই ভাল কথা কৈছে, সত্য কথা কৈছে
@lulusaikia6038
@lulusaikia6038 2 күн бұрын
C.m. field ot kam kari thaka dekha nainaki
@rinabharali454
@rinabharali454 Күн бұрын
BJP
@ziaburrahman9591
@ziaburrahman9591 2 күн бұрын
NB news bjp hobo
@aakashgogoi3870
@aakashgogoi3870 2 күн бұрын
ইয়াৰ আঁৰত হিমন্ত পিযুচ আৰু জয়ন্ত আছে।ইহঁতি ডাউক চৰাইৰ দৰে মূৰটো লুকুৱাই কিন্তু গাটো লুকুৱাব নাজানে সেইকাৰণে ধৰা পৰি যায়।
@dilipkalita4387
@dilipkalita4387 Күн бұрын
Bideshi khedar hoi Kam nakare kio
@RushiSarkar-gi8iu
@RushiSarkar-gi8iu 2 күн бұрын
ধুবুৰীৰ কোন খন গাওঁ ? কোন সমষ্টিত জানিব পাৰিলে ভাল আছিল
@MofizurHussain
@MofizurHussain Күн бұрын
Uporot vori toluwa sealeka keaitamane musolman manuhok beya comment korise,kintu hihoti korbat humai thoka karone dekha nasil ba huna nasil,karon aibar tohotor neta kisumane musolman manuhok haat jur kori vote bisarisil ,heaitu ki asil,gubor khuwa aru murot gubor thoka keaitak koisu,jorhatot raije dekhai dile hindu Muslim korile jea vote napai.gubor khuwa hot guteai akhomot baan pani heaibur dekha nai.sorkarok aku kobo pora nai,kintu musolmanor gu nakhale tohotor kisumanor rati tuponi noha hol,atai kom onddho vokto keaitak ,oparadhir kunu dhormo ba jati nai,oparadhi oparadhiyea,
@shubhrajyotimukherjee7969
@shubhrajyotimukherjee7969 Күн бұрын
Musalman hay musalman
@sandhiram9574
@sandhiram9574 2 күн бұрын
Thanks M K Ajhari
@subhashsut2215
@subhashsut2215 2 күн бұрын
ড: হিমনত বিশ্বশমা প্ৰথম জন ভাৰতৰ মুখ্য মন্ত্ৰী, সাম্প্ৰদায়িক সংঘৰ্ষত জৰিত ।এইজনক অতি সোনকালেই প্ৰতিহত কৰিব লাগ ।
@Immantu
@Immantu 5 сағат бұрын
😅😅😅😅😅
@user-iw8kc9jq9e
@user-iw8kc9jq9e 2 күн бұрын
মিয়া-মুচলমানৰ ভোট নালাগে বুলি চিঞৰি থাকি এতিয়া মুচলমানে ভোট দিয়া নাই বুলি আবুল-তাবোল বকি আছে।
@dipulsarma7527
@dipulsarma7527 2 күн бұрын
অসমখন শিক্ষিত , মুখ্যমন্ত্রীও শিক্ষিত গতিকে মুখ্যমন্ত্রীৰ পৰ্দাৰ আৰৰ উদ্দেশ্য আমি বুজি চলিব লাগে
@bot.R55
@bot.R55 Күн бұрын
মাননীয মুখ্যমন্ত্ৰী কিয় (মাত্ৰ এখন গাওৰ ) সৰু কথাটো কয় ? মুছলমান সকলে অসমৰ গোতেই মধ্য অসম , উত্তৰ অসম , পশ্চিম অসম , দক্ষিন অসম আজি প্ৰায় 50- 70 বছৰ আগৰ পৰাই ঘেৰাও কৰাৰ পৰিকল্পনা কৰি আছে , তেও ইমান জনা মানুজন হৈয়ো ইমানদিনে এইবিলাক অনুমান কৰিব পৰা নাছিল নেকি ?
@sivanathbhuyan-go9zq
@sivanathbhuyan-go9zq 2 күн бұрын
হিন্দু মুছলমানৰ মাজত কাজিয়া লগায় ৰাইজৰ মাজত
মাজুলীত সাংসদ গৌৰৱ গগৈ
2:53
Pratidin Time
Рет қаралды 7 М.
OMG😳 #tiktok #shorts #potapova_blog
00:58
Potapova_blog
Рет қаралды 4,2 МЛН
Please be kind🙏
00:34
ISSEI / いっせい
Рет қаралды 192 МЛН
ROCK PAPER SCISSOR! (55 MLN SUBS!) feat @PANDAGIRLOFFICIAL #shorts
00:31
atanu bhuyan"s  video
6:05
atanubhuyan"s news video
Рет қаралды 23 М.