অসমৰ বানপানী এখন ৭৪ বছৰীয়া ৰচনা|| লোকচান ৰাইজৰ কিন্তু লাভ কাৰ কাৰ?

  Рет қаралды 9,347

Tridib Bhagabati

Tridib Bhagabati

12 күн бұрын

অসমৰ বানপানী এখন ৭৪ বছৰীয়া ৰচনা|| লোকচান ৰাইজৰ কিন্তু লাভ কাৰ কাৰ?
Assam flood news today 2024Flood in guwahatiGuwahati flood todayassam floodassam flood situationassam floodedassam floods newsassamese newsflood in assamflood in assam newsflood in guwahatifloods in assamfloods in guwahatiguwahati city floodwhy assam floods every yearঅসমৰ বানপানী ৰচনাঅসমৰ বানপানী ৰচনা class 10বানপানী 2024guwahati flood todayলাভ লোকচানঅসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা
#assamflood2024 #assamesenews #assamesenewstoday

Пікірлер: 69
@plabanjyotisharma7534
@plabanjyotisharma7534 11 күн бұрын
তুমি বৰ উচিত কথা কৈছা।
@birendeori5944
@birendeori5944 10 күн бұрын
Many many thanks to ur valuable 😊notice to cheater politics leader.
@JIRI138
@JIRI138 5 күн бұрын
সুন্দৰ,বানপানী অহা মানে কিছুমানৰ বাবে এই পানী এটিএম হৈ পৰা , কিযে বিকৃত মানসিকতাৰ মানুহ এইবোৰ
@dhrubajyotikalita675
@dhrubajyotikalita675 6 күн бұрын
দাদা ধুনীয়া লাগিছে ❤❤❤❤❤
@asapienslanguage
@asapienslanguage 9 күн бұрын
আমাৰ সৌভাগ্য, আপোনাৰ দৰে শিক্ষিত আৰু সচেতন মানুহ এজনৰ লগত এনেদৰে জড়িত হবলৈ পাই। ধন্যবাদ আপোনাক দাদা।
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by 11 күн бұрын
অতি বাস্তব কথা, তুমি কৈছা। এনেকুয়া সাহসী, স্পষ্টবাদী হব লাগে।
@Hidden-vloger
@Hidden-vloger 11 күн бұрын
সদনত অসমৰ নেতা সকলে বাৰেবিংকৰা কথা কৈ সময় পাৰ কৰে, অসমৰ সমস্যা বোৰৰ কথা কোনেও উপস্থাপনা নকৰে।কেৱল মাত্ৰ নিজৰ ছাৰ্থ পূৰণ কৰা উদ্দেশ্যে, সেইজন শাসক পক্ষ্য হওক বা বিৰুদ্বিয়ে হওক।
@user-ig4ys8lg5k
@user-ig4ys8lg5k 10 күн бұрын
অপ্ৰিয় সত্য কথাবোৰ কৈছে আপুনি আচলতে কথাবোৰ বহু সময়ৰ আগতেই আলোচনা কৰিব লাগিছিল। কিন্তু এতিয়াও যদি চেষ্টা কৰে, এতিয়াও কিন্তু বহু সময়‌ আছে।
@bimalboruah9507
@bimalboruah9507 7 күн бұрын
Absolutely correct . I am very much appreciated of your valuable speech regarding flood bhaitee . We are really proud of you .
@MrinayPegu-rb5mo
@MrinayPegu-rb5mo 8 күн бұрын
So very nice 🎉
@sadanandachamuah2056
@sadanandachamuah2056 19 сағат бұрын
Thanks
@MrinayPegu-rb5mo
@MrinayPegu-rb5mo 8 күн бұрын
So very nice
@user-sl6gi2nh4m
@user-sl6gi2nh4m 6 күн бұрын
👏👏👏👏👏👏👏👏👏👏👏
@AnilBorgohain-wm7gr
@AnilBorgohain-wm7gr 9 күн бұрын
Right
@purnanathborah2729
@purnanathborah2729 10 күн бұрын
যিসকলে কৰিব পাৰে তেওঁলোকৰে দায়িত্ববোধ নাই অ’ ভতিজা ৷ বানপানী সোণৰ কণী পৰা হাঁহ কিছুমানৰ বাবে ৷
@dhrubajyotisaikia5972
@dhrubajyotisaikia5972 10 күн бұрын
Right bro...keep it up ❤❤❤❤
@iamrajbongshi8228
@iamrajbongshi8228 10 күн бұрын
সহমত
@SwBira
@SwBira 11 күн бұрын
একমত সত্য কথা 🙏
@hemantadas2357
@hemantadas2357 11 күн бұрын
Val lagil video tu
@debajanisaikia7770
@debajanisaikia7770 11 күн бұрын
Akdom Satya kotha
@bedawotibora3467
@bedawotibora3467 10 күн бұрын
😢সঁচা কথাই কৈছা কলেনো কিটো হব।
@himangshudeka331
@himangshudeka331 11 күн бұрын
কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰে ১০,৭৮৫ কোটি টকা বিচাৰে দিয়ে মাথোঁ ২৫০ কোটি টকা এয়াই আমাৰ প্ৰতি কেন্দ্ৰৰ মৰম আমাৰ বোৰে নুবুজে বুজিব কেতিয়া.....?
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 11 күн бұрын
উন্নয়নৰ গঙ্গা বৈ গৈছে, মূখ্য মন্ত্ৰীৰ ভাষা
@dibakarphukan8536
@dibakarphukan8536 4 күн бұрын
অপ্ৰিয় যদিও সত্য কথা ককাই
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 8 күн бұрын
মোৰ দেউতাই ১৯৫০ চনত মেট্ৰিকুলেচন পৰীক্ষা দিওঁতে ও "অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ" এই শীৰ্ষক ৰচনা খন আহিছিল ।। সেই সময়ৰ ছাত্ৰ ছাত্ৰী সকলেও নিশ্চয় প্ৰতিকাৰৰ কিবা লিখিছিল চাগৈ ।।দেউতাৰ পিচত এই ৰচনা খন ময়ো লিখিলোঁ আৰু মোৰ ল'ৰা ছোৱালী দুটাও মেট্ৰিক পৰীক্ষাত লিখিলে ।। আমাৰ চৰকাৰে বিজ্ঞানৰ আৰু কিমান উন্নতি হ'লে অসমৰ বানপানী ৰচনা খন কিতাপৰ পৰা নাইকীয়া কৰিব পাৰিব ভাবি অন্ত কৰিব নোৱাৰো ।। কৃষ্ণ! কৃষ্ণ প্ৰভূ!!!
@anjalidutta8335
@anjalidutta8335 7 күн бұрын
আপোনাৰ কোৱা কথা কেইটা সত্য।
@arpanbora8423
@arpanbora8423 11 күн бұрын
Wonderfull❤❤
@jahnubharadwaj
@jahnubharadwaj 10 күн бұрын
Great video. Would love to see some serious, constant and critical videos on Guwahati's water/drainage management system and the absolute lack of Governmental accountability.
@pabitranath4675
@pabitranath4675 10 күн бұрын
একদম সত্য কথা কৈছে। এষাৰ কথা মনত পৰিল। বহু বছৰ আগতে লোকসভাত এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ মন্ত্ৰীক উত্তৰ দিছিল। " অসমত বানপানী নহলে হেনো অসমৰ মন্ত্ৰী বিধায়কে পেটত গামোচা বান্ধিব লাগিব " । বানপানী= সনোৰ কণী পৰা হাঁহ। সেই হাঁহ কোন মূৰ্খই মাৰিব।
@SimpiSaikai
@SimpiSaikai 11 күн бұрын
Right 👍
@user-bu9kv6xf5b
@user-bu9kv6xf5b 6 күн бұрын
Neta.hokolok.vot.nidiba
@1mikon
@1mikon 11 күн бұрын
কেন্দ্ৰৰ টকাৰে অলংদলং খেলি আছে।
@satyajitboruahvlogs5266
@satyajitboruahvlogs5266 10 күн бұрын
Hosa kotha koise dada 💯❤️
@sarma07
@sarma07 11 күн бұрын
100% TRUE 😢
@Your-Lover
@Your-Lover 10 күн бұрын
আজি শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছে। 😭
@baluramgogoi5447
@baluramgogoi5447 9 күн бұрын
100% সত্য
@user-mb8qm8hy5n
@user-mb8qm8hy5n 11 күн бұрын
Right. Ami akl axomia buli koi thakile nhb. Ami nijei thik hb hl... Tetiya he anku thik korib parim.
@kuberbaba799
@kuberbaba799 9 күн бұрын
মাজুলীৰ কি হব অসমৰ বাবে মাজুলী নাই কিয়া হৈ যাব । চৰকাৰে মাজুলীৰ বাবে কি কৰিব লাগে মতামত দিব। জয় আই অসম।
@saanvibaruavideos9771
@saanvibaruavideos9771 7 күн бұрын
Dimpu aru Manoj bhair video sai time pass kora manuh bilake eibur kotha nubuje
@boruahakash8237
@boruahakash8237 10 күн бұрын
Relief material burot crore tokar scam hoi ase, officers, Marwari ,Politician, Contractors, Engineerings, sob BAANPANI karone roi thake, They want Flood in Assam every year.
@Bikitamuli-tl7td
@Bikitamuli-tl7td 3 күн бұрын
Trip victordakhoahaikora
@user-ml9to2ei6l
@user-ml9to2ei6l 9 күн бұрын
Banpa I hy mane atasamor babe hovsgyo kopal fule
@bhaskarsonowal4468
@bhaskarsonowal4468 10 күн бұрын
Tridip tmi jodi Amar okhomor dhrub rathee hoi jua..moi bht bhal pam
@imdadali9519
@imdadali9519 11 күн бұрын
এিদীপ বানপানী যদি অসমৰ কয়লা /চাহপাত /খাৰুৱা তেলৰ দৰে মূল্যবান সামগ্ৰী হোৱা হলে সকলো ৰাষ্ট্ৰীয় নেতা হয়তো দৈৰি আহিল হেতেন।ইয়াকে কলো।
@YuvrajPegu-g6h
@YuvrajPegu-g6h 10 күн бұрын
ignition switching to another person c programming 😊❤
@utpalboraa9484
@utpalboraa9484 9 күн бұрын
officer bureu report burat khelimeli lagai ne ki bhabibalagia
@mousumichoudhury7409
@mousumichoudhury7409 8 күн бұрын
১৯৪৭ চনৰ পৰা আমি ৰাইজে কেনেকুৱা মানুহৰ হাতত দেশৰ শাসন ভাৰ তুলি দিছোঁ সেই বিষয়টোও ভাবি চাবলগীয়া।😢😢
@user-nv7yx6cx4l
@user-nv7yx6cx4l 9 күн бұрын
বানপানীৰ স্থায়ী সমাধান হলে বৰমূৰীয়া সকলৰ লগতে চৰকাৰৰ একাংশ হোকান পানীত মৰিব । ৰাইজৰ ওচৰত ভূট বিচাৰি যাবলৈ মূখ্য শ্লোগান তুয়ে নাই কিয়া হব দেখুন।
@rambalram2610
@rambalram2610 9 күн бұрын
বানপানী - এজনী খিৰতী গাই 😮😮😮😮 এনেকে কলেওঁ হয়...!!! সাধাৰণতে অসমীয়া মানুহে বিহু পূজা আহিলে নতুন কাপোৰ কানি, জোতা আদি কিনে.... কিন্তু অসমৰ একাংশ বিশয়া আমোলাই বান পানীৰ সময়ত নতুন কাপুৰ, জোতা, চেণ্ডেল আৰু নতুন গাড়ী কিনে.... সেইয়া নিজ চকুৰে দেখি ডাঙৰ হোৱা...😮😮😅😅😅 যেতিয়াই কোনো ৰাজহুৱা কাম হয়, পইছা মৰা কাৰবাৰ টো চলেই... সি লাগে দলং হওঁক, ৰাস্তা হওঁক বা বিল্ডিং হওঁক.... ঠিকা ওলাল মানে, কমিছন ওলাল... মানে দুজন মান ৰজা হল...!!! মই ও কেন্দ্ৰই অসমৰ চুৰ বিলাকৰ হাতত পইচা বা ফাণ্ড পঠিয়াই দিয়াটো মই উচিত বুলি বিবেচনা নকৰোঁ...!!! কেন্দ্ৰই নিজৰ তত্বা বধাণত কোনো ৰাষ্ট্ৰীয় প্ৰজ্যায়ৰ কোম্পানীৰ দ্বাৰা চোৱা চিতা কৰি বনাওক... অসমৰ department ক ইয়াৰ দ্বায়িত্ব নিদিয়াই ভাল....!!! প্ৰতি বছৰে বানপানী আহে, মথাউৰি চিঙে, পইচা আহে মেৰামতিৰ কাৰণে, পইছা মাৰি গাড়ী, কাপোৰ কিনে, আকৌ বানপানীত মথাউৰি ছিঙে, পুনৰবাৰ পইছা আহে আৰু ইয়াৰ পুনৰাবৃত্তি ঘটি থাকে.... গতিকে বানপানী এজনী খিৰতি গাই হে হৈ পৰিছে...!!! অসমৰ চৰকাৰী চুৰ বোৰে ইয়াৰ ভাল লাভ উঠালে যোৱা ৫০-৭০ বছৰ। 😅😅😅
@bitupanhazarika8172
@bitupanhazarika8172 11 күн бұрын
Moi matrix disilu 2002, tetiau "ASOMOR BANPANI" rosona likhisilu, kintu ajiloike Banpani dekhi asu. Kintu laj loga kotha hol je 2024 ajiloike Somadhan nohol.....😢😢😢😢😢
@prabitachutia448
@prabitachutia448 10 күн бұрын
বৰ সুন্দৰ কথা কৈছা ত্ৰিদীপ , ভবিষ্যতে তোমালোকলৈ বাট চায় থকাৰ বাহিৰে অন্য উপায় অসমীয়া জাতিয়ে দেখা নাই , বান পানী , মথাউৰি এই বিলাক হল কিছুমানৰ বাবে সোনৰ কণী পৰা হাঁহ বুলি বয়োজেস্থ সকলে ভাবিবলৈ বাধ্য হৈছে। ধন্যবাদ আগলৈ
@ritupanbordoloi3679
@ritupanbordoloi3679 10 күн бұрын
Apuni thik koise... BJP A ki kori ASE akuwe Buji puwa nai.. anekuwa lagise dagor vul korisu bjp k vote di... Aji anekuwa ata team nai je ji sosake raijor babe Kam kore.. sb corruption...bohut dukh lage
@bordoloibrothers3292
@bordoloibrothers3292 10 күн бұрын
Mur anchalot nohoi jodi u moi anuvob korisu
@DIPANJAL214
@DIPANJAL214 10 күн бұрын
Yar pora lav mantri thikadar lagote amula bikhoya burar...akhom or banpani hamoisya sorkar a ketiyau ses habo nidiye karan yar namot aha package bur napabo nahoi nahole...😊😊
@user-sl6gi2nh4m
@user-sl6gi2nh4m 6 күн бұрын
Tridip tumar jukti bur birat bhal lage mor!!
@satyaranjan3406
@satyaranjan3406 6 күн бұрын
''১৯৪৭ চনত যেতিয়াৰ পৰা অসম স্বাধীন হৈছে..'' কিবা ভুলকৈ কলে নেকি বাৰু ?
@bitupanhazarika8172
@bitupanhazarika8172 11 күн бұрын
Sasha kotha kole sob pagol, ROJAU PAGOL, PROJAU PAGOL, So koi lav nai.....😢😢😢😢
@rambalram2610
@rambalram2610 9 күн бұрын
অসমৰ মূল্য কিমান ভাৰতৰ অৰ্থনীতিত...?? কিমান টকাৰ অৰিহণা আছে অসমৰ ভাৰতৰ অৰ্থনীতিলৈ...?? (অপ্ৰিয় হলেও সত্য ) সেই হিচাপেই গুৰুত্ব পাই অসমৰ সমস্যা সমূহে কেন্দ্ৰৰ বিভিন্ন আঁচনি, উন্নয়ন আদিৰ প্ৰকল্প সমূহৰ মাজত...!! বগীবিল, ঢলা শদিয়া, ৰেল লাইন ইত্যাদি প্ৰকল্প সমূহ হৈ উঠিছে চীনৰ ভয়ত... তাৰ বাহিৰে অসমত বিগত ১০ বছৰত কি উন্নয়ন হৈছে...?? 😮😮😮😢😢
@chatrapratim1291
@chatrapratim1291 5 күн бұрын
বাদ দিয়া হে পানী আহিব যাব । ধেমাজি লক্ষীমপুৰ অতে পানী হয়, আমাৰ অভ্যাস হৈ গৈছে 😊। সমস্যা বোৰ আপোনালোকে ও আপোনালোকৰ বুলি ভাৱক 😅
@mridulkalita5982
@mridulkalita5982 10 күн бұрын
neta montir dekhile nasi nasi selfie uthibo juwa,suma khabo juwa manuhr ai nhy eyatkoi beya goti hbo
@monjitblock5454
@monjitblock5454 11 күн бұрын
িশয়ালে ৰাজনীতি কৰিব আমি কনদু বাহ বজাম।
@subhaborah3521
@subhaborah3521 7 күн бұрын
অসমৰ লগত ইমান অন্যায় কিয়?😡
@jurisensua-qz1iq
@jurisensua-qz1iq 9 күн бұрын
Electionor xomoyt neta xokole vaio behenok bisari xoptahot dubaru ahiboloi xomoy ulaisil kintu atia. Mitingot pendel diboloi kuti toka kar jepor pora ahe baru.
@bhargaV567d
@bhargaV567d 11 күн бұрын
Jidina loi k manohe nijor rights buji napai ankwa k baah dibo a sorakar a
@AnilBorgohain-wm7gr
@AnilBorgohain-wm7gr 9 күн бұрын
Right
@boruahakash8237
@boruahakash8237 10 күн бұрын
Relief material burot crore tokar scam hoi ase, officers, Marwari ,Politician, Contractors, Engineerings, sob BAANPANI karone roi thake, They want Flood in Assam every year.
路飞被小孩吓到了#海贼王#路飞
00:41
路飞与唐舞桐
Рет қаралды 72 МЛН
atanu bhuyan"s  video
5:53
atanubhuyan"s news video
Рет қаралды 119 М.
MP Gaurav Gogoi | Reply to President's Address 2024
11:37
Gaurav Gogoi
Рет қаралды 90 М.
Radhika Merchant FIRST Speech With Anant Ambani, Nita-Mukesh Ambani after Marriage
12:48