'বানপানীৰ ফটো চেছন বহুত হ’ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া'

  Рет қаралды 9,362

The CrossCurrent

The CrossCurrent

13 күн бұрын

#graphiccontent
'বানপানীৰ ফটো চেছন বহুত হ’ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া কামত ধৰাৰ সময়। অসমৰ মুখ্যমন্ত্ৰীয়ে ‘চিম্পেথি গেম’ৰ ৰাজনীতি এৰি কামত লাগক।' মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই আহ্বান বিধায়ক অখিল গগৈৰ।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 17
@kishoridas6447
@kishoridas6447 11 күн бұрын
ঠিকেই কৈছে। ধন্যবাদ।
@HimaniRajbangshi-to3bf
@HimaniRajbangshi-to3bf 11 күн бұрын
অসমখনৰ বেছি ভাগ সময়ত আমাৰ মামা চৰকাৰৰ মন্ত্ৰী আছিল তাৰ পিছত এই অবস্থা অপ্ৰিয় হলেও 100% সত্য
@nirmalhazarika
@nirmalhazarika 10 күн бұрын
অখিলৰ আন্তৰিকতাক আদৰনি জনাইছো 👍
@prabinmallabaruah8845
@prabinmallabaruah8845 11 күн бұрын
লাইফ জেকেট পিন্ধিলে মন্ত্ৰীবোৰক দেখিবলৈ ভাল লাগে। বানপানীত সাতুৰি সাতুৰি বাণ পীড়িতক উদ্ধাৰ কৰা যেন লাগে।
@manojtalukdar6647
@manojtalukdar6647 10 күн бұрын
ভাল ফটো উঠিব পাৰিলে পুৰস্কাৰ তুৰস্কৰ কিবা এটা পাব পাৰে ⁉️⁉️⁉️ অখিল জন বৰ চকু চৰহা, নেপায় -নেপায় ❗❗❗❗❗ ( বিঃদ্ৰঃ :- কংগ্ৰেছৰ দিনত সজা ,, ভঙা মঠাউৰিবোৰৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈদেৱৰ পৰা ক্ষতিপুৰণ দাবী কৰিব লাগে 😋😋😋 )
@PujaBarman-fh7sk
@PujaBarman-fh7sk 11 күн бұрын
Right
@bijuborah4373
@bijuborah4373 11 күн бұрын
ভাল দিছে
@AbdulHannanBul-ty8sm
@AbdulHannanBul-ty8sm 11 күн бұрын
Your truth speech
@rahulaxom2603
@rahulaxom2603 11 күн бұрын
😂😂😂😂😂 photo session.. Ekdom hosa... Mur monor kotha tu koi dile hey..
@gsbharalibharali7531
@gsbharalibharali7531 11 күн бұрын
good news
@user-vq5xl7vx7t
@user-vq5xl7vx7t 11 күн бұрын
👍👍👍 good
@Ankuran_Saikia
@Ankuran_Saikia 10 күн бұрын
Atea আপোনাৰ আৰম্ভ
@ranjitgowsami7891
@ranjitgowsami7891 10 күн бұрын
অখিল ককাইদেউ ঠিক আছে, ধন্যবাদ
@user-fu7ej9sh3n
@user-fu7ej9sh3n 10 күн бұрын
Water Resources engineering department Engineers from sub Engineers , Junior Engineers , Asstt. Engineers , AEE or , SDO , EE , SE , ACE , CE CE CE and all officers are most Rich Engineers in Assam and they should be directed to do good works in the greater interest of poor people in Assam ⚖️⚖️⚖️🇮🇳💯
@user-lx9tv2qw7y
@user-lx9tv2qw7y 10 күн бұрын
এইটো এটা ছাগলী ।চকু মুদি আছে নেকি ? এইয়া বিপদৰ সময়ত এষাৰ মাত ।
@user-xw2sz7hr2w
@user-xw2sz7hr2w 11 күн бұрын
Kune kak ki udasyat ki koise o sagoli tu a?
A Muslim women’s right to maintenance, planetary defence, and bypoll results
24:40
WHAT’S THAT?
00:27
Natan por Aí
Рет қаралды 7 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:25
CRAZY GREAPA
Рет қаралды 28 МЛН
Best KFC Homemade For My Son #cooking #shorts
00:58
BANKII
Рет қаралды 16 МЛН
WHAT’S THAT?
00:27
Natan por Aí
Рет қаралды 7 МЛН