"অ' মৰম দুটি মন... "ভাইৰেল কন্ঠৰ আঁৰৰ ল'ৰাজন...

  Рет қаралды 113,137

BAARTA LAAP

BAARTA LAAP

Жыл бұрын

কন্ঠশিল্পী লক্ষীচন্দ্ৰৰ মনপৰশা কন্ঠৰে জীপাল হ'ল বাৰ্তালাপ...
বহুকেইটা জনপ্ৰিয় গীত উপহাৰ দিয়া লক্ষীচন্দ্ৰৰ বহু মনৰ কথা...
সোণাৰিৰ এখন সৰু গাঁৱৰ পৰা সংগীত জগতলৈ যাত্ৰাৰ বহু কাহিনী...
............................................................................................
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Пікірлер: 314
@lakhichandraofficial
@lakhichandraofficial Жыл бұрын
বহুত ভাল লাগিল বাৰ্তালাপ ৰ শ্ৰেণীকোঠাত। আমন্ত্ৰন জনোৱাৰ বাবে ধন্যবাদ বাৰ্তালাপ ৰ পৰিয়ালক। আশীৰ্বাদ কৰিব সকলোৱে আগুৱাই যাবলৈ 🙏🙏🙏🙏
@santoshkonwar3022
@santoshkonwar3022 Жыл бұрын
Vl lage apunar voice ❤
@kunaldeka3190
@kunaldeka3190 Жыл бұрын
Apunar voicet bihu❤️
@kakusaikia4147
@kakusaikia4147 Жыл бұрын
khub hundar kokai moza lagi sai anushthan vag sai tumar
@digantacreation1244
@digantacreation1244 Жыл бұрын
Apuni jetiya bihu gai gai video dcl.... Tetiyar para priyo apuni❤️
@rajibneog4208
@rajibneog4208 Жыл бұрын
উফঃ ককাইদেউ আপোনাৰ কণ্ঠ❤️ অনুষ্ঠানটো স্কীপ নকৰাকৈ চাবলৈ বাধ্য হ’লোঁ
@dipalsaikia4380
@dipalsaikia4380 Жыл бұрын
লক্ষী মোৰ কলেজৰ সহপাঠী আছিল । বাৰ্তালাপত দেখা পাই ভাল লাগিল । আগুৱাই যোৱা তুমি ।
@pranabjyotibailungpjb2416
@pranabjyotibailungpjb2416 Жыл бұрын
অযান্তিকত কিমান বিছাৰিলো লক্ষীচন্দ্ৰন দাক তেওঁলোকে নানিলে।ৰ্বাতালপলৈ বহু মৰম জনালোঁ।ভালপোৱা মানুহ জনক অনাৰ বাবে। আকৌ ধেমাজি নাচনী মৰিধল কলেজৰ ছাত্ৰী মনুকনক দেখি আৰু ভাল লাগিল।
@gobinraj6528
@gobinraj6528 Жыл бұрын
Moi u koi koi amoni palu
@simantanath9264
@simantanath9264 Жыл бұрын
প্ৰিয় মানুহ জন গীত যিমান ভাল লাগে মানুহ জনকো সিমান ভাল লাগে বহুত বহুত শুভেচ্ছা এনেদৰেই অসমৰ ৰাইজক সুন্দৰ সুন্দৰ গীত সমূহ উপহাৰ দি থাকক....
@bika19292
@bika19292 Жыл бұрын
লক্ষী দাৰ voice টোৰ কথা কি কম বা!!🔥🔥❤️❤️🙏
@dipabaishya1703
@dipabaishya1703 Жыл бұрын
👌👌👌👌👍
@olopunique8093
@olopunique8093 Жыл бұрын
সোণাৰি মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে আমিও গৌৰৱান্বিত লক্ষী দা💜💜✨
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Жыл бұрын
মজ্জা লাগিল ,, লক্ষী দাৰ কণ্ঠ বহুত ভাল লাগে আৰু শুনি থাকিলে শুনি থাকিব মন যায় ,, শিৱসাগৰ গেলেকীৰ পৰা মৰম যাছিলোঁ ❤️🤗,,,
@AbhimeghGogoi
@AbhimeghGogoi Жыл бұрын
ছোৱালী কেইজনী লক্ষী দাৰ প্ৰেমত পৰিল দেই কি চাওনি 🥰❣️
@--venm--
@--venm-- Жыл бұрын
Right 🤣🤣👌🏼
@susmitadoimari8832
@susmitadoimari8832 Ай бұрын
Mr bohut vl loga singer ❤️ voice hunil a mon vl lgi jai
@nomitaphukon8842
@nomitaphukon8842 Жыл бұрын
আগুৱাই যোৱা ।তুমি আৰু কৈলাস দা আমাৰ অঞ্চলৰ গৌৰৱ লক্ষী ।শুভকামনা সদায় থাকিব আমাৰ ।
@utpalentertainm...6808
@utpalentertainm...6808 Жыл бұрын
সুন্দৰ অনুষ্ঠান,সুন্দৰ কণ্ঠ দাদাজনৰ।আমাৰ ধেমাজিৰ নাচনী মুনুকন বাক দেখি আৰু বেছি ভাল লাগিল।
@horosonowal1357
@horosonowal1357 Жыл бұрын
❤️❤️❤️ proti dinei hunu tumar gan.ow morom duti mon duyure ow morom hukhi hoi robone
@AnkurJoyti123
@AnkurJoyti123 Жыл бұрын
ভাল লাগিল। লক্ষ্মী আপুনি বহুত মৰম লগা হয়❤️। লক্ষ্মী আপোনাক কথা এটা কওঁ‌ বেয়া নাপাব, পাৰিলে আপুনি আপোনাৰ নামৰ ছদ্মনাম এটা লব। যদিহে অসুবিধা নহয়। আপোনাক বহুত ভাল লাগিব। বাকী শুভেচ্ছা থাকিল।
@expolresomethingelse8865
@expolresomethingelse8865 Жыл бұрын
নম্ৰতাৰ প্ৰেম হৈ গৈছেগে চাগে।। ❤️
@--venm--
@--venm-- Жыл бұрын
Bia patibole he mon sage 🤣🤣
@rnjcreation7453
@rnjcreation7453 Жыл бұрын
❣️❣️❣️❣️অ মইনা শব্দটো😔হৃদয়ৰ খুন্দা মাৰি দিয়ে
@gobinraj6528
@gobinraj6528 Жыл бұрын
সোণাৰিৰ চাওমুং শ্যামক আমন্ত্ৰণ কৰিবলৈ অনুৰোধ জনালোঁ । Boroniya, Bilat আদি গীতত কন্ঠ নিগৰোৱা Chowmung Shyam ক মাতিবলৈ অনুৰোধ জনালোঁ । তেখেতৰ গীতবোৰ তৰুণ তন্ময় ককাইদেউৱে সজাই । এবাৰ মাতিবচোন ।
@Surajassam986
@Surajassam986 Жыл бұрын
বন্ধু।।।। অতি সুন্দৰ।। অন্তৰ ত চুই গৈছে।।।👍👍👍👍
@dhanyabichetia8910
@dhanyabichetia8910 Жыл бұрын
Mojaa...Namrota bar bohut favourite sage lakhi da..mne apunar sokut heiii abeg tu dekha palu.
@namratapriyam428
@namratapriyam428 Жыл бұрын
হয়😊
@dhanyabichetia8910
@dhanyabichetia8910 Жыл бұрын
@@namratapriyam428 thanks for your reply baa..apunak sai thaku vl lage..love you ba frm Tinsukia(Makum)
@Heydosto123
@Heydosto123 Жыл бұрын
That is called " Line Dia " 😂❤️🙏
@sushilkonwar7012
@sushilkonwar7012 Жыл бұрын
মই নেদেখা জনে কৈছোঁ।
@catgaming2974
@catgaming2974 Жыл бұрын
Ayjni je ene hahi thke 😂 mal tu seni
@chowlengdonahom1105
@chowlengdonahom1105 Жыл бұрын
Amar Tai Ahom r Lora hoi, proud of you bro❤❤❤❤❤
@apurajentertainment4988
@apurajentertainment4988 Жыл бұрын
বহুত ধুনীয়া৷আমি গৌৰৱ কৰোঁ সোণাৰিবাসীয়ে৷
@sanjibray3078
@sanjibray3078 Жыл бұрын
Mja lakhi da
@nangsikhamonigogoi9554
@nangsikhamonigogoi9554 Жыл бұрын
এজন প্ৰিয় কণ্ঠ শিল্পী ❣️আপোনাৰ কণ্ঠত বিহু শুনি বেছি ভাল পাওঁ আৰু লগত ঢুলীয়া ককাই (দ্বীপ) থাকিলে ক'বই নালাগে আও🥰☺
@user-jb8jf1br3f
@user-jb8jf1br3f Жыл бұрын
আপোনাক আজি first দেখিলোঁ বহুত ভাল লাগিল দাদা আৰু আগুৱাই যাওক 😍 🙏🙏
@Bikash-y7r
@Bikash-y7r 20 күн бұрын
Bidda koisu moi o vabi thaku Lakhi kotha❤ With his own voice ❤❤
@trishnaborgohain9128
@trishnaborgohain9128 Жыл бұрын
লক্ষীৰ সাক্ষাৎকাৰ চাই বৰ ভাল লাগিল 👍
@Kds798
@Kds798 Ай бұрын
Mr bohut vl loga ❤❤❤❤❤
@keshadutta8302
@keshadutta8302 Жыл бұрын
Lakhiতোমালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। ঈশ্ৱৰে সহায় কৰিব।
@-bhaktirRokh4346
@-bhaktirRokh4346 2 ай бұрын
Achujya da man ❤
@MAINA33
@MAINA33 Жыл бұрын
Love from sonari mahmora ❤🥀 .. Lokhi da🔥 .
@parishmitacheleng2249
@parishmitacheleng2249 Жыл бұрын
Lakhi daar kontho khubei priyo...Sonari clgt pohar pora dadar gaan huni ahisu amr clgr best singer asil dada...bht val lagil aji bartalapt dekhi❤️❤️❤️bht morom jasilu lakhi daa loi💗💗
@MayurGogoipics
@MayurGogoipics Жыл бұрын
Dhuniya.Bharati.
@nabanitabora1069
@nabanitabora1069 Жыл бұрын
I love to listen your songs Lakhi Da 😍 Love form Nagaon 💖
@paporidasdevi11
@paporidasdevi11 Жыл бұрын
Kotha kuar khoili uff ❤️imn nmro kotha bur janu khuniyei thkim.. Gan tu kbo a nlge.. Vle thkok khdai bohut mrom jasisu❤️
@pratibhamahan
@pratibhamahan Жыл бұрын
বাৰ্তালাপ চেনেললৈ অভিনন্দন জনালোঁ দেই ভাল লাগিল
@ramgogoi5784
@ramgogoi5784 Жыл бұрын
Hi Namrota baartalap aru aguai niya👍
@user-ex6yz1qm7u
@user-ex6yz1qm7u Жыл бұрын
ইমান ভাল লাগিল অনুষ্ঠান টো
@gobinraj6528
@gobinraj6528 Жыл бұрын
আমাকো জ্যোতি প্ৰসাদ ছাৰে আদৰ্শ বিদ্যালয়ত শিকাইছিল । ভাল লাগিল আমাৰ সোণাৰিৰ আপোন LCD ককাইটি । 💖✨
@Paradise_events2345
@Paradise_events2345 Жыл бұрын
I m completely happy now.. He deserves more than this... He is like my bro... Thank u bartalaap
@freedomdipyoutubechannel2644
@freedomdipyoutubechannel2644 Жыл бұрын
বহুত ভাল লাগিছে দাদা,,,❤️ আগুৱাই যাওঁক।
@pranjit420
@pranjit420 Жыл бұрын
This channel always tried to do something new and extraordinary and make audience feel excited for every next video. So nice and good concept 🙏🤟
@rahulgogoi7272
@rahulgogoi7272 Жыл бұрын
Aamar lora hit❣️...logor hisape .tak koi bhttt gourob koru..aaru aagbarhi juwa o pitikon❣️💖
@montubarman4423
@montubarman4423 Жыл бұрын
Namratai emn dhuniakoi.....halhyatkar loise.....bor vl lgise.....ru tmr smile tu bor dhunia.....hodai enkoi hahi...thaka...ru aguai jua.....
@rakeshgogoicreation25
@rakeshgogoicreation25 Жыл бұрын
খুউব ধুনীয়া লাগিল দেই।💞💞💞💞 keep bright💥💥💥💥
@mitalisaikia4066
@mitalisaikia4066 Жыл бұрын
সঁচাই কি সুন্দৰ কণ্ঠ।
@nazmabegum5448
@nazmabegum5448 Жыл бұрын
বহুত সুন্দৰ কন্ঠ 👌👌
@dimpipriya3755
@dimpipriya3755 Жыл бұрын
Bht besi vl lgl lakhi dak ana babe🥰🥰🥰thnq uu 'Bartalaap'
@divyadeka2658
@divyadeka2658 Жыл бұрын
Dada tmi emn cute..ru voice to ufff kob a nalge ....ru Val hok dada tmr
@kalpanaboruah3516
@kalpanaboruah3516 Жыл бұрын
বাৰ্তালাপৰ অনুষ্ঠানটি চাই ভাল লাগিল। লক্ষী চন্দ্ৰ দাস মোৰ এসময়ৰ ছাত্ৰ। মাহমৰা জুনিয়ৰ কলেজৰ পৰা লক্ষীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁৰ ঘৰ চৰাইদেউ জিলাৰ মাহমৰাৰ চেঙেলীমৰাত। কলেজত আমি লক্ষীক জোৰ কৰি গান গাবলৈ দিছিলো। প্ৰিয় ছাত্ৰ লক্ষীৰ অনুষ্ঠান দেখি সঁচাকৈয়ে ভাল লাগিল।
@PabitraGogoi-ci9kq
@PabitraGogoi-ci9kq 3 ай бұрын
N allo ki hu Dr ko bhi CT m TFTk hu
@kashmirisaikia4012
@kashmirisaikia4012 Жыл бұрын
1st video saisu aru 1st comment korisu ❤️ val lagil sai Love from Tinsukia ❤️
@bituaxam7723
@bituaxam7723 Жыл бұрын
Vall lagil dadak dekha pai 💞love from Charaideo Sonari
@Chitraranjan_Handique
@Chitraranjan_Handique Жыл бұрын
মৰমৰ লক্ষী দা ♥️♥️Sonari গৌৰৱ
@manashphukon6226
@manashphukon6226 Жыл бұрын
Ufhhhh Huni Hepah Naypolo O.Ki Mitha Voice😘
@priyakalita3953
@priyakalita3953 Жыл бұрын
Bohut val lagil huni kontho bohut dhuniya
@madhurjyaborgohain4388
@madhurjyaborgohain4388 Жыл бұрын
His voice is so sweet ❤️🥰
@bishnuvlog5194
@bishnuvlog5194 Жыл бұрын
Beautiful shareing 👍 bohut val lagile sai
@meghalideka9761
@meghalideka9761 Жыл бұрын
খুব সুন্দৰ এটা অনুস্থান❤️
@janmoni-moni604
@janmoni-moni604 Жыл бұрын
Thank you bartalap lokhi da k ana babe😊
@niranjangogoi5330
@niranjangogoi5330 Жыл бұрын
Hundor aanussthan 👍👍 love from Sonari....
@sushilkonwar7012
@sushilkonwar7012 Жыл бұрын
কবিতাক মই দূৰ্বলতা বুলি ভাবো , তথাপিতু কবিতা লিখোঁ , কাৰণ তোমাক পাহৰিম পাহৰিম বুলিও , পাহৰিব পৰা নাই । মোৰ বাবে কবিতা হল তোমাৰ গাওঁ খনি আৰু তাৰ পৰিবেশে হল মোৰ দুৰ্ব্বলতা ,।।
@biswajitgogoi7686
@biswajitgogoi7686 Жыл бұрын
লক্ষীদাৰ কন্ঠত জানমণি সাথৰ এটি সোধোনে গীতটি শুনি বৰ ভাল লাগে।
@Peety478
@Peety478 11 ай бұрын
Dada love you
@MontusSpecial
@MontusSpecial Жыл бұрын
লক্ষীৰ গান উফফ❤️❤️ ভাল লাগিল ভাই
@kalpanakataky9092
@kalpanakataky9092 Жыл бұрын
ভাল লাগিল লৰাজন সহজ সৰল।এনেকৈ থাকক
@jyotirmaydeka8964
@jyotirmaydeka8964 Жыл бұрын
bhut val lagil .bahit dhuniya kantha. asirbad thakil ..
@MaanHaloi
@MaanHaloi Жыл бұрын
Host joni e jeneke sai aase lakhi daa k..... Ufff 😌❤
@BishwjitDutta-ff5ut
@BishwjitDutta-ff5ut 8 ай бұрын
🥰🥰🤗🤗😘
@abhijit142
@abhijit142 Жыл бұрын
বা: DY Bihurani ৰ চূড়ান্ত প্ৰতিযোগী মুনুকুন গগৈক দেখা পালোঁ
@sikharaj__MT
@sikharaj__MT Жыл бұрын
Love from Lakhimpur 🥰❣️😘 mojja lagise Lakhi da
@dexterfflive3665
@dexterfflive3665 8 ай бұрын
অভিমানী তুমি
@archanaborah2828
@archanaborah2828 Жыл бұрын
Hodai vl lge lakhi da gaan bur 😊
@k.bcreative2474
@k.bcreative2474 Жыл бұрын
uff 🔥 his voice so amazing 😍
@pubalikalita5027
@pubalikalita5027 Жыл бұрын
bhut vl lagil aru aguyai juwa dada ❤🥰🔥
@luhitdas8660
@luhitdas8660 Жыл бұрын
Dhuniya 💙💙💙💙
@pjvlogs923
@pjvlogs923 Жыл бұрын
Dhuniya 😍
@nabanitavlogs5277
@nabanitavlogs5277 Жыл бұрын
Ufff Mjaa ❤️🥰.Love From Sivsagr Nazira
@nabamichellengmousumichell5980
@nabamichellengmousumichell5980 Жыл бұрын
Val lagile saii...lakhichandra da r gaan huni bohut val lage.....love from charaideo kakotibari
@pallabjyotinathtezpur3834
@pallabjyotinathtezpur3834 Жыл бұрын
বহুত ভাল লাগিল,,🥰🥰🥰🥰
@kakusaikia4147
@kakusaikia4147 Жыл бұрын
moza moza mur prio udiaman kontho hilpi lakhi chandra vaiti
@kingsukgogoi1841
@kingsukgogoi1841 Жыл бұрын
Lokhi ❤ , আগুৱাই গৈ থাকা
@gogoi108
@gogoi108 Жыл бұрын
Uff mat2 emn dhuniya ❤❤❤
@tumidiyamoro
@tumidiyamoro Жыл бұрын
মই গোৱালপাৰাৰ পৰা চাই থাকো বাৰ্তালাপ অনুষ্ঠান
@parthakonwar9215
@parthakonwar9215 Жыл бұрын
Vall lagela Nomrota tome bohot Vall progam koresa Batalap aro Agebahe jok
@pinkumonigogoi465
@pinkumonigogoi465 Жыл бұрын
Bishrampur high school সুন্দৰ গান গোৱা দাদা জন৷
@mrdeha7593
@mrdeha7593 Жыл бұрын
Love from morigaon ❤️❤️❤️
@jinturabha3647
@jinturabha3647 Жыл бұрын
Bohot bohot vl lgil sai
@kangkanjyotimedhi6063
@kangkanjyotimedhi6063 Жыл бұрын
Dada jonor song vl lgise and tumiu bhut morom loga❤
@user-nf4sh9st5e
@user-nf4sh9st5e 6 ай бұрын
Nice 👍
@Nibarondaa
@Nibarondaa Жыл бұрын
Love from Sonari ❤️
@mysuccessvibeteamnortheast1951
@mysuccessvibeteamnortheast1951 Жыл бұрын
সুন্দৰ কন্ঠ 🎉🎉🎉🎉🎉🎉🎉
@parthaprotim6824
@parthaprotim6824 Жыл бұрын
বৰ ভাল লাগিল ।
@satyabratchiring9592
@satyabratchiring9592 Жыл бұрын
Bohut val lagil sai
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM Жыл бұрын
নম্ৰটা প্ৰিয়মৰ ডিম্পল পৰা হাহিটোৰ সৈতে অনুষ্ঠানটোৰ চাই খুব ভালকৈ উপভোগ কৰিলো কামৰ মাজতো সময় উলিয়াই দেৰিকৈও হ'লেও চাই আনন্দ লাভ কৰিছোঁ, অনুষ্ঠানটি সুন্দৰকৈ আত ধৰিলা নম্ৰটা তুমি
@pankajrajbongshi8213
@pankajrajbongshi8213 Жыл бұрын
বহুত ভাল লাগিল
@bishwajitchangmai8148
@bishwajitchangmai8148 Жыл бұрын
Proud of you derling.❤
@Heydosto123
@Heydosto123 Жыл бұрын
Love from Borhat ❤️🎉
@zgcreatorstudio8735
@zgcreatorstudio8735 Жыл бұрын
Voice tu xosa... Akdm
@pramodgogoi522
@pramodgogoi522 Жыл бұрын
ভাল লাগিল
@rekhaamonigogoi7952
@rekhaamonigogoi7952 Жыл бұрын
আমাৰ সোণাৰিৰ গৌৰৱ ৷ ভাল লাগিল ৷
@user-ig6wx1pm5p
@user-ig6wx1pm5p 7 ай бұрын
অতি সুন্দৰ
@MamoniMili-dt3rm
@MamoniMili-dt3rm Ай бұрын
❤❤❤
تجربة أغرب توصيلة شحن ضد القطع تماما
00:56
صدام العزي
Рет қаралды 54 МЛН
마시멜로우로 체감되는 요즘 물가
00:20
진영민yeongmin
Рет қаралды 29 МЛН
Despicable Me Fart Blaster
00:51
_vector_
Рет қаралды 19 МЛН
THE POLICE TAKES ME! feat @PANDAGIRLOFFICIAL #shorts
00:31
PANDA BOI
Рет қаралды 25 МЛН
تجربة أغرب توصيلة شحن ضد القطع تماما
00:56
صدام العزي
Рет қаралды 54 МЛН