গীত সুৰ আৰু কথাৰে বাৰ্তালাপ শ্ৰেণী কোঠাত সানিধ্য ভূঞা //Sannidhya Bhuyan

  Рет қаралды 180,436

BAARTA LAAP

BAARTA LAAP

2 жыл бұрын

গীত সুৰ আৰু কথাৰে বাৰ্তালাপ শ্ৰেণী কোঠাত সানিধ্য ভূঞা
...................................................................................
#SannidhyaBhuyan #Chakrrapanni Parashar
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Пікірлер: 346
@nonirupachetia9611
@nonirupachetia9611 2 жыл бұрын
সান্নিধ্যৰ মাতত মই জিৰণি লওঁ, যেতিয়া মোৰ মন ভাগৰুৱা হৈ থাকে..... মই প্ৰতি দিনাই শুনো তেওঁৰ গীত....❤️
@pranabborpatragohain9111
@pranabborpatragohain9111 2 жыл бұрын
নেচাং নেজাং , নেখাং, ভালে পাং, আদি সস্তীয়া শব্দৰ গান লিখি জনপ্ৰিয় হোৱা গায়ক গায়িকা সকলক কৈছোঁ....গান কেনেকুৱা হ'ব লাগে আৰু গানৰ শব্দৰ গাঠনি আৰু শব্দৰ সংযোজন কেনেকুৱা হ'ব লাগে, সান্নিধ্য ভূঞাৰ নিচিনা গায়ক সকলৰ পৰা শিক। তেতিয়া হে তহত বোৰৰ গান EVER GREEN 💚💚 হৈ থাকি যাব। ফতোৱা গান লিখি সস্তীয়া জনপ্ৰিয়তা আৰু ধন ঘটাত নাথাকিবি। সান্নিধ্য ভূঞাক ম‌ই প্ৰায় লগ পাওঁ। তেওঁ মোৰ এজন প্ৰিয় শিল্পী।
@niranjanborpatra1290
@niranjanborpatra1290 2 жыл бұрын
নেজাং নেখাং এইবিলাক উজনি অসমৰ থলুৱা শব্দ। আপুনিও আহোম। আপুনিও জানে নিশ্চয় , হয়তো আপুনি ব্যৱহাৰ নকৰে কথা কওঁতে এইখিনি শব্দ তথাপি এই শব্দখিনি উজনিৰ বহুসংখ্যক গাঁৱৰ মানুহৰ মাজত চলি আছে।গতিকে মানুহৰ সৈতে এইখিনি শব্দৰে গায়ক এজনে সহজেই মিলামিছা কৰিব পাৰে। এইবোৰ ফটোৱা বা সস্তীয়া শব্দ নহয়।
@bihuwan47
@bihuwan47 2 жыл бұрын
আপুনি বিহু নাচোতে সান্নিধ্য গান লগাই নাচি চাব। নেজাং নেখাং গানবোৰৰ অবিহনে বিহু আধৰুৱা।সকলো সময়ত মানুহে গাম্ভীৰ্য গান শুনি ভাল নাপায়।মই সান্নিধ্য গান বেয়া বুলি কবলৈ যোৱা নাই।
@axomrajytgaming5261
@axomrajytgaming5261 9 ай бұрын
Laura bhsdk first remove the autotune from Saanidhya Bhuyan , he only destroys Assamese songs by using EDM in every song and his stage performance 😂
@parthaprotimdehingia4817
@parthaprotimdehingia4817 2 жыл бұрын
ভবিষ্যতে অসমে বৰ ডাঙৰ উপহাৰ এটা পাবলৈ গৈ আছে।।❤️❤️❤️❤️
@debajit2106
@debajit2106 2 жыл бұрын
আপোনাৰ গীতত শব্দৰ সংযোজন সুমধুৰ! গীতৰ সুৰ আৰু শব্দৰ মায়াজালে প্ৰতিজনক বাৰে বাৰে গীত সমুহ শুনিবলৈ গুণগুণাৱলৈ বাধ্য কৰাই ৰাখে ৷আপোনাৰ যাত্ৰা জীপাল হওক অবিৰত চিৰযুগমীয়া হওক
@gitashreesaikia1554
@gitashreesaikia1554 2 жыл бұрын
শিৱসাগৰ বাসী হিচাপে গৌৰৱ অনুভব কৰো। 😌❤চিৰদিনৰ বাবে প্রিয় হৈ থাকিব আপোনাৰ গান😇
@dhruba868
@dhruba868 2 жыл бұрын
kzfaq.info/get/bejne/e8qlqJeDtq26dWw.html
@soponjyoti8137
@soponjyoti8137 2 жыл бұрын
Hoi ne bro
@tileswaryein1295
@tileswaryein1295 2 жыл бұрын
শিল্পীজনৰ ব্যৱহাৰে মোৰদৰে বহূত শ্ৰুুতাক নিশ্চয় আপ্লুত কৰিছে বুলি ভাৱো । আৰু আগৰাঢ়ক এই কামনাৰে । from shodiya.
@kapinjaldutta964
@kapinjaldutta964 2 жыл бұрын
শব্দ আৰু সুৰৰ অপূৰ্ব সমাহাৰ ''সানিধ্য ''
@bornaligohain4207
@bornaligohain4207 2 жыл бұрын
প্ৰিয় অনুষ্ঠানটিত ,প্ৰিয় শিল্পীজন। বহুত বেছি ভাল লাগিল ❤️❤️
@chimgaming983
@chimgaming983 2 жыл бұрын
বহুত ভাল লাগে মোৰ বাৰ্তালাপ অনুষ্ঠানটো🥰🥰🥰
@Somnath__borah
@Somnath__borah 2 жыл бұрын
ভৱিষ্যতৰ মহিয়সী.......SANNIDHYA DAA 💖💖
@santanusvlogs7520
@santanusvlogs7520 2 жыл бұрын
সান্নিধ্য ভূঞা 😻😍
@bhaskarjyotiggi612
@bhaskarjyotiggi612 2 жыл бұрын
শিৱসাগৰ হিচাপে গৌৰৱ অনুভৱ কৰোঁ 😌❤️
@Bidyut_123
@Bidyut_123 2 жыл бұрын
দাদা আৰু খূৰাক বহুত ভাল লাগে খূৰাক বহুত বহুত ধন্যবাদ বহুত ধুনীয়া গান লিখে আগলৈ যেন আৰু লিখি যায় তাৰে কামনা কৰিছোঁ
@amiyamoran6608
@amiyamoran6608 2 жыл бұрын
ভাল লাগিল সান্নিধ্য। আগবাঢ়ি যোৱা এইদৰে। তোমাৰ original নামটোৱে বৰ ধুনীয়া ভাইটি। অন্য কোনো উপনামেৰে জনপ্ৰিয় হোৱাৰ প্ৰয়োজন নাই। তোমাৰ দেউতাৰ সৃষ্টিক সদায় শ্ৰদ্ধা-সম্মান কৰোঁ। বাৰ্তালাপৰ সমূহ কলা-কুশলীক ধন্যবাদ জনালোঁ। সান্নিধ্য লৈ মৰম যাচিলো।
@humenbhuyan4088
@humenbhuyan4088 Жыл бұрын
প্ৰিয় শিল্পী ❤️ মন বেয়া লাগি থাকিলে তেওঁৰ গান শুনিলে ভাল হৈ যায়।
@beautibharali7522
@beautibharali7522 Жыл бұрын
বহুত ভাল লাগিল
@pallabeeaborah2688
@pallabeeaborah2688 2 жыл бұрын
এই ল'ৰাটো বহুদূৰ আগুৱাই যাওক....
@SahadharRabha-pe6ik
@SahadharRabha-pe6ik Ай бұрын
Gaan bor bohut val lage ❤❤❤❤priyo gayok sannidhya bhayan ❤❤
@nandanvlogs9952
@nandanvlogs9952 2 жыл бұрын
সদায় চাব এই অনুষ্ঠানটো। আপোনাৰ বাৰ্তা লাপ যোগমীয়া হওঁক সদায় 💐
@bijitburagohain4062
@bijitburagohain4062 2 жыл бұрын
খুব ভাল লাগে এই অনুষ্ঠানটি মোৰ .... ❤️
@bakulrabha4674
@bakulrabha4674 2 жыл бұрын
Sannidhya Bhuyan r song & voice bohut val lage. ❤❤❤❤❤
@jugantarmech
@jugantarmech 2 жыл бұрын
ভাল লাগিল অনুষ্ঠানটি😀❤️
@ramashrikalandi3434
@ramashrikalandi3434 2 жыл бұрын
Anjel Star 🌟 . beautiful shine voice 💖🙏🇮🇳 7 7 7 thanks the Lord 💞
@debangshuchy.7819
@debangshuchy.7819 2 жыл бұрын
সান্নিধ্য সৰুতে এবাৰ news live লৈ আহিছিল , তেতিয়া তেঁও টোকাৰী নে কিবা যন্ত্ৰ বজাই নাম পৰিৱেশন কৰিছিল , তেতিয়াই মই live টো চাই , তেওঁক FB ত request পঠোৱা , আজিলৈ আছোঁ ফ্রেণ্ডলিষ্টত , ভাল লাগে সান্নিধ্য বাপু ভূঞা ৰ পৰা সকলোৰে প্রিয় সান্নিধ্য হোৱালৈ ,আগুৱাই যোৱা ভাই
@likuassameseentertainment2246
@likuassameseentertainment2246 2 жыл бұрын
অপেক্ষা কৰি থকা এজন প্ৰিয় মানুহ অৱশেষত দেখিলো চক্ৰ দা
@mr.kabir_0420
@mr.kabir_0420 2 жыл бұрын
Super hit singer sannidhya bhuyan Love From Sivasagar💓🤘
@zyron6974
@zyron6974 2 жыл бұрын
Dada please invite Tanmoy Saikia, Sankuraj Konwar
@dhruba868
@dhruba868 2 жыл бұрын
kzfaq.info/get/bejne/e8qlqJeDtq26dWw.html
@koushikborah4686
@koushikborah4686 Жыл бұрын
Plzzz
@mayuri4390
@mayuri4390 Жыл бұрын
On demand
@Rajrock23
@Rajrock23 Жыл бұрын
I agree bro 💯 👌
@mainamargherita3326
@mainamargherita3326 Жыл бұрын
​Dadl
@JustWatchSwapna
@JustWatchSwapna 2 жыл бұрын
অসমৰ গৌৰৱ ❤️ evergreen
@sushilkonwar7012
@sushilkonwar7012 Жыл бұрын
সানিন্ধ্য সকলোৱে বিচাৰে । কাক বা কেনেকুৱা লোকৰ সানিন্ধ্য বিচাৰিব । নাম আৰু কামৰ মাজত যদি মিলি যায় ___ তেতিয়া মনে মনে নিজে নিজে সানিন্ধ্য বিচাৰে । পৰাশৰ তুমি ভাল।
@riturajnath1083
@riturajnath1083 4 ай бұрын
Sannidhya all time fev❤❤❤❤
@Aashiq-vlgger
@Aashiq-vlgger 2 жыл бұрын
My favorite singer sannidhya bhuyan Da
@dipshreenath7145
@dipshreenath7145 2 жыл бұрын
Hunila huni thakibor mon jai❤️bartalaap jindabad❤️❤️❤️❤️❤️❤️
@ddhemali2.040
@ddhemali2.040 2 жыл бұрын
সুন্দৰ অনুষ্ঠান বৰ ভাল লাগিল 👍
@moitreedas6496
@moitreedas6496 2 жыл бұрын
শিৱসাগৰৰ পৰা মৰম দিলোঁ❤️❤️
@nabajyotiproduction6876
@nabajyotiproduction6876 2 жыл бұрын
ভাল লাগিল💚💜 সান্নিধ্য দালৈ শুভেচ্ছা থাকিল আগবাঢ়ি যাওঁক👍 চক্ৰ ককাইদেউক ধন্যবাদ জনাইছোঁ
@jyotitaid8507
@jyotitaid8507 2 жыл бұрын
Mur bohut bohut favourite singer sannidhya bhuyan 🥰😍 moi rati huwar agot hodai teur gan ata hunia Hui jau ☺
@ankurchamuachannel9512
@ankurchamuachannel9512 2 жыл бұрын
moja sannidhya da r gan xosaii val lage ❤️❤️❤️❤️
@niranjanborpatra1290
@niranjanborpatra1290 2 жыл бұрын
What a pleasant personality... So calm... Wish you a best musical journey ahead.
@srimangpangyok2598
@srimangpangyok2598 2 жыл бұрын
My favorite singer
@dipankarparashar5761
@dipankarparashar5761 2 жыл бұрын
What a singer ... Fvrt ♥️
@jassamvlogsvideo5475
@jassamvlogsvideo5475 2 жыл бұрын
মোৰ ঘৰ নলবাৰীত হয় কিন্তু তেওঁৰ অনুষ্ঠান চাবলৈ তেজপুৰ গৈছো।
@BIPULGOGOI
@BIPULGOGOI 7 ай бұрын
বহুত ভাল লাগিল ❤❤❤❤
@farminbegumofficial3442
@farminbegumofficial3442 2 жыл бұрын
বৰ ভাল লাগে চক্ৰপাণি দাৰ সকলো অনুষ্ঠান। বহুত বহুত মৰম থাকিল হোজাইৰ পৰা
@nokibulrahman1543
@nokibulrahman1543 2 жыл бұрын
Sannidhya daa tumi 🔥🔥 mor tumar song bohut bohut val lage 😍tumi bor dhuniya😘
@kbfarming37
@kbfarming37 2 жыл бұрын
এটা ভাল লগা মাত। এটা ভাল লগা সুৰ। ❤️❤️❤️❤️
@lakhiburagohain9649
@lakhiburagohain9649 2 жыл бұрын
Without musicot SB legend..love u bro
@sikhadutta422
@sikhadutta422 2 жыл бұрын
Sannidhya bhuyan r song n voice bohut bohut bhal lage❤❤
@happychetia9097
@happychetia9097 2 жыл бұрын
Bohut val lage ru ejon priyo singer.mur sualir posondo 12 years old khub practice kore.
@nextlevelvlogs3090
@nextlevelvlogs3090 2 жыл бұрын
Love from dibrugarh sannidhya daa muru hopun ase apuner dore gaan gabole
@dipankarborpatra3150
@dipankarborpatra3150 2 ай бұрын
সুন্দৰ
@m.bminabakathial.5636
@m.bminabakathial.5636 2 жыл бұрын
বহুত বহুত ভাল কাম কৰিছে ছাৰ 🙏 বাৰ্তালাপ ইউটিউব চেনেলটো আগুৱাই যাৱক তাৰে কামনা কৰিলো 👍👍🙏
@phulenpadun678
@phulenpadun678 2 жыл бұрын
Sannidhya dar gantu ganei aru .besi bak ganor music tu bohut besi Val lage 🥰🥰😍👍
@KusumborChutia
@KusumborChutia Жыл бұрын
Bohut val lagil
@anantakumarborah2192
@anantakumarborah2192 Жыл бұрын
শব্দ আৰু সুৰ বৰ সুন্দৰ ভাইটি আগবাঢি যোৱা |
@sarbanandarajkumar6356
@sarbanandarajkumar6356 Жыл бұрын
Sanidhya you Don't stop go on pls. your voice is God gifted voice. You have a bright future. God blessed you''🪔💥
@bitupanphukan9139
@bitupanphukan9139 2 жыл бұрын
Bohut vl lage ganbur..... Chakrapani daloi bht dhonyobad
@yoyobhosriwaleee8912
@yoyobhosriwaleee8912 2 жыл бұрын
Sanidhya is the star... But u.... Ur taking style is amazing,,,ur question is amazing,,,, ur talking style and looks is amazing,,,I'm a big fnd of you sakrapani sir🙏🙏🙏🙏
@ramenmedei2593
@ramenmedei2593 2 жыл бұрын
Hosakoi dada bohut vl lagai kinto lora jonr majot jain kiba ata dukh anai tainaikuwa lagai
@dipshikhasarma6613
@dipshikhasarma6613 2 жыл бұрын
বহুত বেছি ভাল লাগে.. সান্নিধ্য দাৰ গানবোৰৰ সুৰ আৰু কথা কি ক'ম আৰু সাংঘাতিক ভাল লাগে বেলেগতকৈ অলপ বেলেগ। ❤❤❤ শুভেচ্ছা থাকিল আৰু যেন নতুন নতুন ধুনীয়া গান শুনিব পাই থাকো।
@priyompollobisarma4586
@priyompollobisarma4586 2 жыл бұрын
Chakrapani da tmr kotha homuh eman mitha ....hosai pranvori jai,kotha homuhe,,,,
@thengalpuwali5989
@thengalpuwali5989 2 жыл бұрын
Val lagil sannidhya daak dekhi🥰🥰❤️❤️
@mintutalukdar9619
@mintutalukdar9619 2 жыл бұрын
Val. Lagil. Onusthan. Tu. Sai.
@manojbora8328
@manojbora8328 2 жыл бұрын
Apuni manuh jon hodai aneke thakib cokro da ❤️ u bhai
@tarulatadas4022
@tarulatadas4022 Жыл бұрын
Mur favourite song all time ❤❤❤❤❤
@zyron6974
@zyron6974 2 жыл бұрын
Dada Apuni Guitar🎸 akhn ani roomt ani thoi dela base vl hoi ru 🙂
@ronjitborah1997
@ronjitborah1997 2 жыл бұрын
Khub bhal lagil kotha khini.
@bunnyfunny3212
@bunnyfunny3212 2 жыл бұрын
Pls invite Tanmoy saikia
@krishnaborah58
@krishnaborah58 2 жыл бұрын
শান্ত শিষ্ট shannidhya
@raktimfreestyle3699
@raktimfreestyle3699 2 жыл бұрын
Alll the best left right to getting a better boy singer
@pulokroy4217
@pulokroy4217 2 жыл бұрын
Bohut dhuniya program ❤
@debojanibora9483
@debojanibora9483 2 жыл бұрын
Mur favourite show aru all time favourite singer
@pallabboraofficial6337
@pallabboraofficial6337 2 жыл бұрын
Bhal lagil....
@pulokbora7168
@pulokbora7168 Жыл бұрын
Bohut bohut val lagill koble aku vakhai nai ki km 😍😍😍😍😍😍😍😍😍😍😍😍😍 batalep loi 🙏🙏🙏🙏🙏🙏🙏🙏 dada kusuum koilash dak matbr sun plz
@Teetekomising
@Teetekomising 28 күн бұрын
Love da❤❤
@chitrajitlahon6500
@chitrajitlahon6500 2 жыл бұрын
খুব সুন্দৰ 👌❤️
@neelamlan7414
@neelamlan7414 2 жыл бұрын
Life time friend sannidhya da❤
@purnimaborah8842
@purnimaborah8842 2 жыл бұрын
Khub vl lga ata program ♥️
@siddharthasonowal6935
@siddharthasonowal6935 2 жыл бұрын
Dhunia lgle programe tu..
@bibhagogoibibhagogoi4148
@bibhagogoibibhagogoi4148 2 жыл бұрын
Sannidhya bhuyan Good bless you ❤❤🥰🥰
@younggboro2908
@younggboro2908 2 жыл бұрын
I love you Da, very nice song, god bless you , from Hyderabad,,,ch Rabha
@samhazsam7122
@samhazsam7122 2 жыл бұрын
Bohut val lagile sannidhya gaan huni ❤
@abhinavbhai4575
@abhinavbhai4575 2 жыл бұрын
Baarta laap অনুষ্ঠান চাই বহুত ভাল লাগে ।
@mrinmoygogoi33
@mrinmoygogoi33 2 жыл бұрын
I'm sannidhya lover 💕
@jmbassamesepoemandculture6858
@jmbassamesepoemandculture6858 2 жыл бұрын
DhuniA ❤️,,fvrt singer
@mon3848
@mon3848 2 жыл бұрын
Bohut bohut besi vl lagil 🌺❤.... Sannidhya da ❤🌼 Baartalaap.... Oha karounai. ✌
@carpoint7811
@carpoint7811 Жыл бұрын
always fvrt ❤️❤️
@nikitapatowary8991
@nikitapatowary8991 2 жыл бұрын
যাৰ মাতে মোক নিচুকায় শিতানত ❣️
@RichaSaikia-gv9uc
@RichaSaikia-gv9uc Жыл бұрын
Sanidhya 😍
@Heydosto123
@Heydosto123 2 жыл бұрын
Bohut dhunia gaan gaai ❤️
@jokermonu2700
@jokermonu2700 2 жыл бұрын
সঁচাকৈ কি অপূৰ্ব সংগীত আৰু কণ্ঠ.. নিভাঁজ লিখনি
@moonsuryaofficial2950
@moonsuryaofficial2950 2 жыл бұрын
My fvrt singer ❣️❣️❣️ love you darrng
@anilpegu613
@anilpegu613 2 жыл бұрын
Finally my favorite singer
@ahjhon8397
@ahjhon8397 2 жыл бұрын
My favorite singers ❤️❤️😍
@sj_creator_official23
@sj_creator_official23 2 жыл бұрын
এখেতৰ গীতে মোক ৰাতি টোপনি যোৱাত সহায় কৰে 🌚🌚
@Edward-sp1sb
@Edward-sp1sb 2 жыл бұрын
Mojjaaa 👍👌👍
@jadumonik5941
@jadumonik5941 2 жыл бұрын
Sannidhya bhuyan. Dak. Bhabisat এদিন লগ পাম l.
@localgamer9275
@localgamer9275 2 жыл бұрын
Bhut val lgile
@purnimadas78
@purnimadas78 2 жыл бұрын
Ki no kom kob logia ako nyy...dada 🔥🔥🔥🔥🔥
@rupaiiiasom3971
@rupaiiiasom3971 2 жыл бұрын
love from sivasagar
@nayanjyoti126
@nayanjyoti126 2 жыл бұрын
Sannidhya r lgt mon baa thkibo lgisil🌚
@abhinavbhai4575
@abhinavbhai4575 2 жыл бұрын
My favourite singer sannidhya da I am from majuli
Ojaantric II Assamese Podcast ft. Sannidhya Bhuyan II Udayan Duarah II Ep.15
50:03
Вечный ДВИГАТЕЛЬ!⚙️ #shorts
00:27
Гараж 54
Рет қаралды 14 МЛН
I CAN’T BELIEVE I LOST 😱
00:46
Topper Guild
Рет қаралды 97 МЛН
OMG😳 #tiktok #shorts #potapova_blog
00:58
Potapova_blog
Рет қаралды 4,4 МЛН
ROCK PAPER SCISSOR! (55 MLN SUBS!) feat @PANDAGIRLOFFICIAL #shorts
00:31
Вечный ДВИГАТЕЛЬ!⚙️ #shorts
00:27
Гараж 54
Рет қаралды 14 МЛН