হাজাৰ গায়কৰ মাজত কিদৰে ব্যতিক্ৰম বিশ্ৰুত শইকীয়া?

  Рет қаралды 41,070

NKTV PLUS

NKTV PLUS

Жыл бұрын

▶️নিজৰ বেয়া গুণবোৰ বিচাৰি লিখি পেলালো...
▶️আনে নবুজা ল'ৰালিৰে কথা, অস্ত আবেলিয়ে...
▶️হাজাৰ গায়কৰ মাজত কিদৰে ব্যতিক্ৰম বিশ্ৰুত শইকীয়া?
▶️গানত সদায় নিজৰ সঁচাটো থাকিবই লাগিব
▶️হাজাৰ কাজিয়াৰ পিছতো আকৌ ঘূৰি আহে প্ৰিয়জনৰ কাষলৈ
▶️বিশ্ৰুতৰ কণ্ঠত জীৱনৰ জীয়া গান, হৃদয়ৰ অনুভূতিবোৰ!

Пікірлер: 54
@himasridas5384
@himasridas5384 Жыл бұрын
বিশ্ৰুত দাদাৰ গানত সদায় জীৱন সংগ্ৰামৰ কথা বিচাৰি পাওঁ।যান্ত্ৰিকতাৰ পৃথিৱীখনত সহজ সৰল জীৱনৰ কথা গানৰ মাজেৰে উপহাৰ দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ ।ভালে থাকক দাদা আপুনি🌻
@missperfect8015
@missperfect8015 Жыл бұрын
bishrut daa r gaan xire xire💕🔥
@debajanidutta5586
@debajanidutta5586 Жыл бұрын
বিশ্ৰুতৰ গীতৰ লগত বেচি দিনৰ চিনাকি নহয়...এদিন মোৰ সহকৰ্মী এজনৰ গাড়ীত বিশ্ৰুতৰ গান শুনিছিলো আৰু সুধিছিলো"কোনে গাইছে?"বুলি...সেয়াই প্ৰথম চিনাকি আছিল।তাৰপিচত "অযান্ত্ৰিক"ত তেওঁৰ সাক্ষাতকাৰটো চালো আৰু তেওঁৰ বিষয়ে যিয়েই পাওঁ,তাকেই চাবলৈ মন গ'ল....বৰ ভাল লাগে গানবোৰ...ব্যতিক্ৰমী গীতেৰে, সকলো বয়সৰ মানুহৰে মন-মগজু স্পৰ্শ কৰাকৈ বহুদূৰ আগুৱাই যোৱা!!
@bipulkonwar3364
@bipulkonwar3364 Жыл бұрын
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@pinkeekonwar424
@pinkeekonwar424 Жыл бұрын
তুমি আমাৰ কাৰণে ভগৱানৰ উপহাৰ। এনেকৈ আগলৈ আৰু ধুনীয়া ধুনীয়া গীত আমাক উপহাৰ দি যাবা। বহুত বহুত শুভেচ্ছা থাকিল
@jyotsnabaruahhandique3983
@jyotsnabaruahhandique3983 Жыл бұрын
বিশ্ৰুত এটি ব্যতিক্রমী সত্বা। আজিকালি মোৰ এনে এটা দিন যোৱা নাই, যিদিনা মই বিশ্ৰুত ৰ গান শুনা নাই। বহুত মৰম তোমালৈ বাছা ❤❤
@bornaliborgohain5336
@bornaliborgohain5336 Жыл бұрын
I am in love with his every songs...💗
@testthegyan8460
@testthegyan8460 Жыл бұрын
jayanta hazarikar dare hoboi bohut dhunia lagise.
@poemandsongassam8959
@poemandsongassam8959 Жыл бұрын
বিশ্ৰুত শইকীয়াৰ মাজত জয়ন্ত হাজৰিকাৰ এক বিশেষ মিল দেখা যায় বুলি মই ভাবোঁ ৷
@pranjaldutta494
@pranjaldutta494 Жыл бұрын
Mojaa তেওঁ গান শুনি বহুত ভাল লাগে , তেওঁ আগলৈও ধুনীয়া ধুনীয়া গান লিখি আগবাহি যক
@drawingujjal3655
@drawingujjal3655 Жыл бұрын
অতি সুন্দৰ ❤️
@mrinmoygogoi33
@mrinmoygogoi33 Жыл бұрын
Ultimate ❤️❤️💕💕
@karobigogoi1963
@karobigogoi1963 Жыл бұрын
Jayanta hzrikr dore lge tumar voice...bru ji howkvl lge tmr gaan...❤️❤️
@EverythingaroundD
@EverythingaroundD Жыл бұрын
vintage vibe ata ahixe like the old songs but lyrics on top notch ❤️
@purnimadas78
@purnimadas78 Жыл бұрын
Ojantricr pora sinaki aei mohan manuh jon...atia kin2 bohot fvrt hoi porise 😊..bohot vl lage oo dada apunak 😘❤🔥
@vlogs7550
@vlogs7550 Жыл бұрын
কেনেকৈ all time favourite song 💕💕💕
@Curitomos
@Curitomos Жыл бұрын
সাঁচি ৰাখক বৰহোলাৰ পৰা ওলাই যোৱা এই প্ৰতিভাক 🤍 বহুত মৰম বিশ্ৰত দা
@Bokulbora6137
@Bokulbora6137 Жыл бұрын
Hundar aagbahi jua...
@abhisagar4019
@abhisagar4019 Жыл бұрын
Ufff hosakoi gaaanor hobdhobur😘😍
@bhaskarphukon968
@bhaskarphukon968 Жыл бұрын
ইমান সহজ সৰল, অমায়িক। গানৰ কথাই খুন্দিয়াই❤❤
@mouchumidas9373
@mouchumidas9373 Жыл бұрын
বহুত বাৰ শুনিছোঁ গান কেইটা গণবোৰ যেতিয়া শব্দ ,শুৰ ,সকলো একেলগ তে ভাল লগে তেতিয়াই গান বাৰে বাৰে শুনিব পাৰে💕💕
@mouchumidas9373
@mouchumidas9373 Жыл бұрын
মই ৰাতিপুৱা বাহি কাম কৰোঁতে গান লগাই লৈ কাম কৰোঁ
@sumonsaikia1825
@sumonsaikia1825 Жыл бұрын
God bless you.....
@Himadri_sonowal
@Himadri_sonowal Жыл бұрын
Oti hundor
@dhrubajyotimusic8209
@dhrubajyotimusic8209 Жыл бұрын
My favourite 🥰🥰😍😍😍
@user-es9sp4sx4m
@user-es9sp4sx4m Жыл бұрын
🌼💖
@reempathak50
@reempathak50 Жыл бұрын
Mur atiya fav singer excellent singer real singer anekuwai .Aru aagbahi jauk Bishrut saikia Good luck keep it up,👏👏❤️
@pabitrasaikia736
@pabitrasaikia736 Жыл бұрын
Bohut val lage gaan bur
@montubora9127
@montubora9127 Жыл бұрын
❤️❤️❤️
@chayanikaborah9710
@chayanikaborah9710 Жыл бұрын
Tumar prithak satta jiyai rakha aru aguai joa. Aru geet sunim buli asha thakil. Soloni nohoba. Atia Mur jibonok artha dibo pora kisuman gaanor maje maje porisfita hoi pora satyata. Khub dhuniya gaan bur tumar.
@gagannath1925
@gagannath1925 Жыл бұрын
Dadar gaan xuni xsake bhut vl lge
@phulanvlogs7055
@phulanvlogs7055 Жыл бұрын
Hundor Dada
@lakshimahazarika6809
@lakshimahazarika6809 Жыл бұрын
অতি সুন্দৰ বিশ্ৰুত দাদা, এনেকৈয়ে তুমি আগুৱাই যোৱা
@greentreevlogs4135
@greentreevlogs4135 Жыл бұрын
I am a boy but he is my crush 💕💕💕
@riturajhandique6311
@riturajhandique6311 Жыл бұрын
❤❤❤🤘🔥🔥🔥
@digbijoyborgohain6640
@digbijoyborgohain6640 Жыл бұрын
Aguai jua tumi
@kolpochitra3869
@kolpochitra3869 Жыл бұрын
মইও বহুত ভাল পাওঁ তেওঁৰ গান।অন্তৰ উপলব্ধি কৰা সকলৰ হৃদয় খন গানৰ লগত মিলি যাব আৰু বিশ্ৰুতলৈ মৰম বাঢ়ি যাব।অলেখ অৰুণ ধন্যবাদ জনাইছোঁ ❤️
@paporikonwar3469
@paporikonwar3469 Жыл бұрын
Thnx ojantric cinaki korai diar babe.hosa koisu tumar gan hunile gar num hiori jai.voice tu huni jayanta hazarika loi monot pori goise.hodai anekoi simple hoi thakiba.bohu aguai jaba .
@mainagogoi4511
@mainagogoi4511 Жыл бұрын
Best of luck bro
@simpisaikia5404
@simpisaikia5404 Жыл бұрын
"অযান্ত্ৰিক"ৰ জৰিয়তে চিনাকি..তাৰ আগলৈকে তেওঁৰ গান শুনা নাছিলো "উপহাৰ"গীততো মোৰ অতি প্ৰিয়..
@smritientertainment43
@smritientertainment43 Жыл бұрын
তেওঁৰ কণ্ঠটো বহুবছৰৰ চিনাকি নহয়। "উপহাৰ" গীতটিৰ পৰা চিনাকি নাম বিশ্ৰুত শইকীয়া। এতিয়া তেওঁৰ কণ্ঠ মোৰ নিচা, ভালে থাকক তেওঁ সদায়। @bishurtsaikia♥️
@ritupondowarah3309
@ritupondowarah3309 Жыл бұрын
কান্দি গৈছো মই ইমান সুন্দৰ কবলৈ ভাষা নাই
@jayantarajkhowa4863
@jayantarajkhowa4863 Жыл бұрын
Mojja gaisa kela
@PRASANTACHUTIA-ij2gq
@PRASANTACHUTIA-ij2gq Жыл бұрын
Aamar borholla gourob
@poragjutisaikia9244
@poragjutisaikia9244 Жыл бұрын
Wah
@Nanchi8
@Nanchi8 Жыл бұрын
Borhulla goruob beta aaguai jua 👌🔥🔥❤❤❤
@abhinabsaikia4933
@abhinabsaikia4933 Жыл бұрын
Full episode lage আমাক
@Bidbeast
@Bidbeast Жыл бұрын
Jayanta hajarika aji tumak dekha paiso natun jayanta hajrika wel come
@debanandabharali5111
@debanandabharali5111 Жыл бұрын
Bisrut Saikia ru Gan
@bheart425
@bheart425 Жыл бұрын
Hridoi khon sui juwa
@parthapratimborgohain6609
@parthapratimborgohain6609 Жыл бұрын
Thank u Ojaantric...
@rishmitakashyap533
@rishmitakashyap533 Жыл бұрын
Xosai ki kom oo🥺xodai Morom thakibo vaxare bujabo nuwari , kothare likhi xex krb nuware ekhetor konthot binil moi🥺❤️😌🤞🏻✨...... Sinaki batere nujuwa lora tuwe Xosai teur baat tut joyi hol ... Xokolure mon tuk je muhi pelale teur gaanor xobdoi , xure tar babe ami Xosai kritoigya.. .. .. ..🙏🏻❤️❤️❤️
@ripunborah7251
@ripunborah7251 Жыл бұрын
Kun ei2
@user-gx2yf4gz9m
@user-gx2yf4gz9m Жыл бұрын
❤️❤️❤️
Ojaantric || Assamese Podcast ft. @BishrutSaikia   || Ep.68
1:09:30
Oasis Motion Films
Рет қаралды 458 М.
Red❤️+Green💚=
00:38
ISSEI / いっせい
Рет қаралды 64 МЛН
Каха и суп
00:39
К-Media
Рет қаралды 5 МЛН
Kohinoor Theatre ♥️  I love You...2023-24 Ep-5... Vlogs...
8:06
Tenekoi
3:22
Bishrut Saikia
Рет қаралды 468 М.
Red❤️+Green💚=
00:38
ISSEI / いっせい
Рет қаралды 64 МЛН