হিমন্তৰ বিজেপিক কোবালে খুদ্‌ বিজেপিৰ কৰ্মীয়েই🤪

  Рет қаралды 169,673

tech tips Supported

tech tips Supported

4 ай бұрын

হিমন্তৰ বিজেপিক কোবালে খুদ্‌ বিজেপিৰ কৰ্মীয়েই🤪#news18assamnortheast #time8news

Пікірлер: 227
@HorenGogoi-my8dk
@HorenGogoi-my8dk 3 ай бұрын
বিজেপিক হাতাওক অসম বচাওক । ধন্যবাদ । জয় আই অসম ।
@shimantakanchanmusical4271
@shimantakanchanmusical4271 3 ай бұрын
এজন সহজ সৰল শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াৰ জয় ৰাইজৰ জয়। ❤❤
@user-pn5zs2hn3v
@user-pn5zs2hn3v 3 ай бұрын
Gaurav gogoi jindabad
@rajmili7697
@rajmili7697 3 ай бұрын
Gohurab gogoi zindabat
@user-xb8oq7ho1m
@user-xb8oq7ho1m 3 ай бұрын
Gourav Gogoi Zindabad.
@prankrishnavlogs9890
@prankrishnavlogs9890 3 ай бұрын
Gourov gogoi jindabad
@anishanargis2926
@anishanargis2926 3 ай бұрын
গৌৰৱ গগৈ জিন্দাবাদ ❤❤❤❤🎉🎉🎉
@indranidas7027
@indranidas7027 3 ай бұрын
Vote for Gaurav Gogoi
@birenpdas5347
@birenpdas5347 3 ай бұрын
কি মজা কথা। বহুত বহুত ধন্যবাদ। গৌৰব গগৈ ডাঙৰীয়া জিন্দাবাদ।
@user-pr1jq4hf7f
@user-pr1jq4hf7f 3 ай бұрын
গৌৰৱ গগৈ জিন্দাবাদ৷ গৌৰৱ গগৈ আমাৰ গৌৰৱ৷
@runukonwar8328
@runukonwar8328 3 ай бұрын
G g zindabad❤
@karunakantadas4555
@karunakantadas4555 3 ай бұрын
BJp Go BACK
@dipagogoi9673
@dipagogoi9673 3 ай бұрын
গৌৰৱ গগৈ জিন্দাবাদ
@user-rb2bs6xu8n
@user-rb2bs6xu8n 3 ай бұрын
গৌৰৱ গগৈ জয়েই ৰাইজৰ জয় ।
@priyopratimbora4888
@priyopratimbora4888 3 ай бұрын
গৌৰব গগৈ জিকাতো খাতাং
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf 3 ай бұрын
সঁচাই গৌৰৱ গগৈ ক জিকাব লাগে
@user-fk1uu8bl4h
@user-fk1uu8bl4h 3 ай бұрын
বাদদিয়াহে বি জে পি। গৌৰৱ গগৈ অসমৰ এজন আটাইতকৈ উপযুক্ত সাংসদ।
@junalidoloi3266
@junalidoloi3266 3 ай бұрын
Only Gaurav Gogoi
@MarijuddinHazarika
@MarijuddinHazarika 3 ай бұрын
B j p go back
@nirajkumardas9931
@nirajkumardas9931 3 ай бұрын
গৌৰৱ গগৈ এজন ভাল ব্যক্তি তেওঁ সাংসদ হোৱাতো বিচাৰো। কিন্তু আপৰ সেইজনে যিবোৰ বকনি মাৰিছে শুনি ভাল নালাগিল ।
@ankushff9867
@ankushff9867 3 ай бұрын
ভাল লাগিছে আৰু কব লাগে তেওঁ লোকে গাত লাগিছে গৌৰৱ গগৈ অসমৰ এজন গৌৰৱ
@user-jz5rd1bv7n
@user-jz5rd1bv7n 3 ай бұрын
গৌৰব গগৈ জিকিবই যদিহে টেম্পাৰিঙ নহয়
@harakantadas7600
@harakantadas7600 3 ай бұрын
Gaurav Gogoi zindabad Gaurav Gogoi zindabad vote for India alliance to save democracy
@rjlhan9842
@rjlhan9842 3 ай бұрын
মই এজন কলিয়াবৰ লোকসভা সমষ্টিৰ ভোটাৰ গৌৰৱ গগৈ অকল কলিয়াবৰ গোটেই অসমৰ কাৰনে মাত মাতিছে।
@pankajhhazarika8158
@pankajhhazarika8158 3 ай бұрын
বদনক ভোট নিদিয়ে ৰাজনৈতিক ভাবে সচেতন যোৰহাটবাসী ৰাইজে।
@monjulahon7712
@monjulahon7712 3 ай бұрын
মুদী হতাও , দুখীয়া জনগন বচাও ।
@kakoligayan6959
@kakoligayan6959 3 ай бұрын
মোদি
@monjulahon7712
@monjulahon7712 3 ай бұрын
@@kakoligayan6959 নামৰ এছপেলিঙত ভূল নাথাকে ।
@user-ko8pk8fr6q
@user-ko8pk8fr6q 3 ай бұрын
BJP hatao dese basao
@prodipdihingia
@prodipdihingia 3 ай бұрын
Bjp go back
@anishanargis2926
@anishanargis2926 3 ай бұрын
উচিত কথা কলে bjp লাজ পায়
@user-lg3ng9ke4n
@user-lg3ng9ke4n 3 ай бұрын
আমাক এনেকুৱা মেডিকেল কলেজ লাগে যত ভাল ডক্টৰ আছে। অকল মেডিকেল কলেজ বনালেই নহব।
@moksham674
@moksham674 3 ай бұрын
Himantok chup koribole Gaurav jikaboi lagibo
@bidyutbaruah27
@bidyutbaruah27 3 ай бұрын
বাংলাদেশৰ বঙালী অনা Bjp ভুট দিম নেকী ।
@aparajitatamuli7273
@aparajitatamuli7273 3 ай бұрын
Kebol লাচিতৰ মূৰ্তি বনালেই নহয়,অসম বুৰঞ্জী প্ৰথিমিক বিদ্যালয়ৰ পৰাই থকাটো বাধ্যতামূলক হোৱাটো ভাল
@user-fl6ic3dq7w
@user-fl6ic3dq7w 3 ай бұрын
Bohut dhunia speech.gourav jindabad.
@amritrajbongshi2437
@amritrajbongshi2437 3 ай бұрын
মূল্য , বুদ্ধি কথা, শুনিলেই, বিজেপি, গা, জলে, জলা, কেইজনৰ, পানি, ধালি, দিয়ক
@PhuleswarDas-ks3ww
@PhuleswarDas-ks3ww 3 ай бұрын
উন্নয়ন মানে হিতাধিকাৰি সৃষ্টি হলে এয়া উন্নয় নহয়। এশ কোটি জনসংখ্যা থকা এখন ৰাজ্যত যদি ২ বচৰত এক লাখ লৰা ছোৱালী সংস্থাপন কৰাৰ ব্যৱস্থা কৰিব সসম নহয় তেন্তে ই কেনেধৰণৰ উন্নয়ন হয়। এজন খেতিয়কক বচৰত ২ হাজাৰ টকা দিবলৈ সক্ষম নহয় তেন্তে এয়া কেনে উন্নয়ন। ব্ৰিটিছ কিমান হাজাৰ হাজাৰ লৰা ছোৱালী শিক্ষিত হয়য়ো যদি সামান্য এটা সংস্থাপন পাবলৈ সসম নহয় তেন্তে এয়া কেনে ধৰণৰ উন্নয়ন? এজন ব্যক্তিৰ যদি উপযুক্ত ৰোগৰ চিকিৎসাৰ পৰা বন্চিত হব লগা হয় তেন্তে এয়া কিহৰ উন্নয়ন? সাধাৰন এটা চকিডাৰ পোষ্ট বাবে যদি হাজাৰ হাজাৰ লৰা চোৱালিয়ে আবেদন কৰিব লগা হৈচে তেন্তে এয়া চৰকাৰৰ উন্নয়ন নে অধপতন বুলি কব পাৰি? আজি যদি কোনোবাই নিজৰ কামৰ বাবদ পাব লগা মজুৰিটোৰ বাবে আন্দোলন নকৰিলে নহয় তেন্তে এয়া কিহৰ উন্নয়ন।
@nobinjorden8354
@nobinjorden8354 3 ай бұрын
গৌৰৱ গগৈক সংসদলৈ পঠাব নোৱাৰিলে বুৰঞ্জীয়ে আমাক ক্ষমা নকৰিব
@user-wm1hn6ie1r
@user-wm1hn6ie1r 3 ай бұрын
বিজেপি চাম চা গিৰি কৰা সকলে পৰলাপ বকিছে ইহঁতৰ বিবেচনা নাই
@user-mf2qj5ug2c
@user-mf2qj5ug2c 3 ай бұрын
Gaurav gogoi zindabad.
@lilimai43
@lilimai43 3 ай бұрын
Good good good Ve,, ry good
@masutraihan297
@masutraihan297 3 ай бұрын
ঠিক কথা কৈছে উচিত কথা কলে বিজেপিৰ মানুহ খেং খেং কৈ উঠে
@GeetaDeori-we8hv
@GeetaDeori-we8hv 3 ай бұрын
P 4o tablet dam atya 175 hoise .
@user-jz5rd1bv7n
@user-jz5rd1bv7n 3 ай бұрын
ৰাইট
@sujitmandal6958
@sujitmandal6958 3 ай бұрын
Hats off Gaurab Gogoi.
@bipulborah2193
@bipulborah2193 3 ай бұрын
গৌৰব গগৈ জিকাতো খাতাঙ , আৰু আমি ১০০/-, শতাংশ গগৈ বিচাৰো ।
@bokulkarmakar7784
@bokulkarmakar7784 3 ай бұрын
Dhar loi moiu desh solabo parim....
@HiyaHiya-vg3mv
@HiyaHiya-vg3mv 3 ай бұрын
মোদী অতি দূৰ্বল প্ৰধান মন্ত্ৰী ।কাৰণ 16 মে ৰ পিছত বাংলাদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি 2014 চনতে মোদীয়ে ডিঙি ফুলাই ফুলাই ভাষণ দিছিল ।পিছে ফুটা বেলুন । কথা বৰ বৰ ।কিন্তু কয় কিবা ,কৰে কিবা । C A A আইন জাপি দিলে , অসমীয়া জাতিৰ বিপৰ্যয় আনিলে । কাগজ কল দুটা বন্ধ কৰিলে । অসমীয়াৰ বাঁ হ নি বা ৰী এলাগী হল । ৰাম দেৱক মাটি দিলে অসমীয়া যুৱকে মুখ মেলি থাকিল । অৱশ্যে বিজেপি নেতা ৰঞ্জিত দত্তই 100 বিঘা ৰ অপৰ মাটিৰ মালিক হৈ মোদীৰ উন্নয়ন ৰ ঢোল ব জা ব লৈ সক্ষম হল । বিচিত্ৰ দেশ । বিচিত্ৰ ভেশ ।
@njyotinjyoti7541
@njyotinjyoti7541 3 ай бұрын
সাংবাদিক কেইটাই কংগ্ৰেছৰ ভেতিৰ কথা কৈ থাকে কি ভেতি দেখা নাই আৰু কিছুমানে কৈ থাকে হিমন্তই দূনিতি মুক্ত কৰিছে তেওঁ নিজেই এজন দুৰ্নীতি পৰাইন মূখ্য মন্ত্ৰী কিমান কেলেংকাৰি আছে আৰু কৰিআছে দেখুন।
@MeghaliBaruah-lh8ni
@MeghaliBaruah-lh8ni 3 ай бұрын
Gorobgindabad
@rajkumarpatir2204
@rajkumarpatir2204 3 ай бұрын
Medical College holey ki hobo facility naykiya .
@harakantadas7600
@harakantadas7600 3 ай бұрын
BJP hotao desh aur democracy bochao vote for India alliance to save democracy
@BaharulIslam-sm5bx
@BaharulIslam-sm5bx 3 ай бұрын
বিজেপিৰ কৰ্মীকেইজনে চেলচেলে হাঁহি থাকে কিয়। শুনক আৰু কওঁক।
@user-pd1bk7wp8w
@user-pd1bk7wp8w 3 ай бұрын
Good .
@nityagogoi478
@nityagogoi478 3 ай бұрын
ৰঙা মাফলাৰ লৈ থকাজনে একদম আছল যুক্তিৰে কথাখিনি কলে তেওলৈ ধন্যবাদ ৷ঁ
@muktiphukan5753
@muktiphukan5753 3 ай бұрын
Lachit barphukanar murti tu bjpr axomiar jatia loli pop aru dudin manar pasat a CAA Balawat korila.
@KabitaGogoi-ut6jr
@KabitaGogoi-ut6jr 3 ай бұрын
বিজেপি গা পুৰণি উঠি গৈছে।
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 3 ай бұрын
15th লক্ষ্য টকাকৈ দিয়াৰ কথা আছিল , দিলে নেকি?
@minahazarika7578
@minahazarika7578 3 ай бұрын
মুডী হতাও
@dipankarkhargharia9952
@dipankarkhargharia9952 3 ай бұрын
CAA ONA BABE DORBOR DAM DAIL SAULOR DAM MISA PROLUBHON DIAR BABE B TIMOK VOT DIBO
@mohiburrahman2342
@mohiburrahman2342 3 ай бұрын
গৌৰব গগৈ কেবল অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰ গৌৰব। যোৰহাটৰ ৰাইজৰ প্ৰতি গোটেই অসমৰ মানুহে চাই আছে।
@rofiqulislam1080
@rofiqulislam1080 3 ай бұрын
গৌৰৱ গগৈক জিকোৱাটো যোৰহাট বাসীৰ একান্ত দৰকাৰ, কিয়নো নিমাতী কইনাক জিকোৱাটো যোৰহাটবাসীৰ বাবে মুৰ্খামীহে হ'ব বুলি মই ভাবোঁ !
@kamalkalita338
@kamalkalita338 3 ай бұрын
গৌৰৱ গগৈক আদৰি লোৱাৰ বাবে ধন্যবাদ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ হলে গৌৰৱ গগৈক ভোট দিব পাৰিব
@budheswarsaikia3103
@budheswarsaikia3103 3 ай бұрын
Every one should have to known that it is my own head, not for others.
@user-pn5zs2hn3v
@user-pn5zs2hn3v 3 ай бұрын
120 ft murtie manuhor pet nobhore hei bur aditional kam
@arborah9350
@arborah9350 3 ай бұрын
হিমন্তৰ বাবে বিজেপি হাৰিব এইবাৰ
@rimjimnath558
@rimjimnath558 3 ай бұрын
গৌৰৱ অসমৰ গৌৰৱ
@kalpanaborah8745
@kalpanaborah8745 3 ай бұрын
কংগ্ৰেছৰ সাংগাঠনিক ভেঁটি এতিয়াও সবল হৈ আছে
@momtajbegum5573
@momtajbegum5573 3 ай бұрын
গৌৰৱ গগৈ জিনদাব
@MrBezbaruah
@MrBezbaruah 3 ай бұрын
Gourav goi jindabad
@nityagogoi478
@nityagogoi478 3 ай бұрын
CAA BJP ৰ বাবে কাল হ’ল ৷
@dipalidutta6735
@dipalidutta6735 3 ай бұрын
G,G,Jindabad,
@user-fr8ml5pu4j
@user-fr8ml5pu4j 3 ай бұрын
গৌৰৱ গগৈ জিন্দাবাদ।
@user-oy9zh2fj7f
@user-oy9zh2fj7f 3 ай бұрын
Gorop gogoi zindabad❤❤❤❤
@dibyajyotigogoi4801
@dibyajyotigogoi4801 3 ай бұрын
Gaurav Gogoi zindabad
@sajidzamal3206
@sajidzamal3206 3 ай бұрын
মোদী হিমন্ত হতাও দেশ বছাও
@user-cx8qe7bl4h
@user-cx8qe7bl4h 3 ай бұрын
Vote for G Gogoi thanks
@GopachBania
@GopachBania 3 ай бұрын
মেডিকেল কলেজ হ'লে কি হব মেছীন নাই ডৰব নাই , ভক্তৰ নাই,
@arupboruah9518
@arupboruah9518 3 ай бұрын
THIK KOISE
@user-of4yf2pu7w
@user-of4yf2pu7w 3 ай бұрын
Gaurav gogoi jindabad👍
@Mhgfrjdxxhb2n4120
@Mhgfrjdxxhb2n4120 3 ай бұрын
Right speech bjp go back.
@lnbora7529
@lnbora7529 3 ай бұрын
Thank you
@rajudoley1756
@rajudoley1756 3 ай бұрын
Gorvo gogoi jindabat 👍🙏🙏🙏
@KiswarkumarKiswarkumarNarzary
@KiswarkumarKiswarkumarNarzary 3 ай бұрын
Gourav gogoi zindabad!
@dinendrahazawary8336
@dinendrahazawary8336 3 ай бұрын
APP hura kelengkari hoise na howanai, sobei jane, Charad Chandra Reddir pora BJP he electoral bond dee 62 crore thoka jloise, 2014 koisile 16 may pisot bideshi India eri jabo lagibo, kintu CAA he anile petrol, diesel, cylinder aru bostur dam barile, Topon gogoi etha public fund anibo pora nai, Ji Medical college axomot ase doctor nai Department nai, okhol Medical college kulile khi hobo?
@debenbaro1065
@debenbaro1065 3 ай бұрын
Yes
@AASaikia
@AASaikia 3 ай бұрын
Gourab jindabad.
@taradoi7957
@taradoi7957 2 ай бұрын
গৌৰৱগগৈ লুৰিণজ্যোতি গগৈ আৰু অখিলগগৈ বৰ্তমান সময়ৰ বাবে অত্যন্ত ভাল নেতা । এওলোকৰ সৈতে আন কোনো নেতা তুলনা নহয়
@agogai4831
@agogai4831 3 ай бұрын
BJP peoples do not feel prise hike.
@user-vo6yv5py2f
@user-vo6yv5py2f 3 ай бұрын
ভাৰত স্বাধীনতা কালৰ পৰাই যিকোনো চৰকাৰে নহক কিয় উন্নয়ন কম বেছি কৰি আহিছে । কিন্তু কোনো এখন চৰকাৰে জনসাধাৰণক ইমান জিয়াফাকি দিয়া চকুত নপৰে।
@Mhgfrjdxxhb2n4120
@Mhgfrjdxxhb2n4120 3 ай бұрын
স্বামী-ইস্ত্ৰিৰ কাজিয়া:-তই,10000 হাজাৰ টকাৰ লোভত দেশ বিক্ৰি কৰি দিয়া পাৰ্টীক ভোট কেতিয়াও নিদিব। দিলে তোৰ খবৰ বেয়া হব।
@Ranjit-kv6yi
@Ranjit-kv6yi 3 ай бұрын
Look at the heart of Jorhat City too. Thana road is horrible
@wildlifevideoandpictures4260
@wildlifevideoandpictures4260 3 ай бұрын
Great job Dada
@ayangappun
@ayangappun 3 ай бұрын
Gourav gogai zindabad ❤
@YoyangPaw
@YoyangPaw 3 ай бұрын
100 percent sure gaurav will be win in jorhat
@suhanichinchu
@suhanichinchu 3 ай бұрын
Good news for us
@3no.uporubonkakopather379
@3no.uporubonkakopather379 3 ай бұрын
B J P go back
@GoneshPatowary
@GoneshPatowary 3 ай бұрын
লাজ নাই বিজেপিৰ
@dilipmahanta8479
@dilipmahanta8479 3 ай бұрын
অসমতকৈ নতুন দিল্লীৰ চিকিৎসা ভাল
@minadutta9340
@minadutta9340 3 ай бұрын
G gohoi gindabad
@indramaniadhikari6057
@indramaniadhikari6057 3 ай бұрын
Gourabak mukhya mantri howar chans dile pratham baratei mukyamantri hobo.
@user-bc1tu6fe2d
@user-bc1tu6fe2d 3 ай бұрын
Congress zinfabad,gaurab gogoi zinfabad.
ক্ষতি: জান ও মাল
55:29
DW খালেদ মুহিউদ্দীন জানতে চায়
Рет қаралды 2,7 МЛН
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 41 МЛН
DAD LEFT HIS OLD SOCKS ON THE COUCH…😱😂
00:24
JULI_PROETO
Рет қаралды 16 МЛН
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 41 МЛН