এইবাৰৰ Vodcastৰ অতিথি বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকা ll Episode- 05

  Рет қаралды 58,871

NB Podcast

NB Podcast

8 ай бұрын

🔹এইবাৰৰ Vodcastৰ অতিথি বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকা ll Episode- 05
615502426331...
#nbnews #nbnewsdigital #NBPodcast #nbvodcast #vodcast #mahendrahazarika #assamesesinger #singer #assam #composer #musiccomposer #interview #interviewwithmahendrahazarika
#interviewwithsinger #assamesefolksong #assamesefolksinger #folksong #folksinger #artist #assameseartist

Пікірлер: 112
@rinkumonidas7891
@rinkumonidas7891 8 ай бұрын
মহেন্দ্ৰ হাজৰিকা প্ৰতিটো গানেই মোৰ অটি প্ৰিয়।মহেন্দ্ৰ হাজৰিকা গান শুনিলে মই হাজৰিকা দেৱৰ শব্দ ভান্দাৰত নিজকে বিলিন হৈ যাওঁ।
@rinkumonidas7891
@rinkumonidas7891 8 ай бұрын
আকৌ যেন নতুন আপোনাৰ গান শুনিবলৈ পাওঁ।
@thaneswarbaro9230
@thaneswarbaro9230 8 ай бұрын
​@@rinkumonidas7891🎉🎉😂😂😂😂🎉😂❤😂🎉❤🎉😂35:😮🎉1😂🎉😢❤6 😢🎉😂😂😂🎉😂😢😅🎉🎉 37:16 😂🎉😢🎉❤😢🎉😂🎉🎉😂🎉🎉😂🎉😢🎉🎉🎉😅😂❤
@realmotivation680
@realmotivation680 8 ай бұрын
এতিয়ালৈকে যোগ্য সন্মানখিনি মানুহজনে পোৱা নাই।ইয়াৰ কাৰণ আত্মসন্মান,আত্মবোধৰে জীয়াই থকা।
@sgogoi459
@sgogoi459 8 ай бұрын
My favourite Singer❤🙏 কেঁচা মাটিৰ গোন্ধ থকা গীতবোৰ👌👌 মহেন্দ্ৰ হাজৰিকা দেৱৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়❤❤ ইমান ধুনীয়া গীতবোৰ উপহাৰ দিয়াৰ বাবে মহেন্দ্ৰ হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ 🙏🙏 তেওঁৰ কুশল তথা দীৰ্ঘায়ো কামনা কৰিলোঁ🙏🙏
@nirugogoi4576
@nirugogoi4576 7 ай бұрын
তেখেতৰ গীত বোৰে অন্তৰ চুই যআয় ভাল লাগে
@user-ct7ie3zy5o
@user-ct7ie3zy5o 8 ай бұрын
সদিচ্ছাৰ একান্ত শুভকামনাৰে সৈতে পূজ্যস্পদ শিল্পীগৰাকীলৈ যাঁচিছো সশ্ৰদ্ধ নমন আৰু আন্তৰিক অভিবাদন....
@DighontoBorah-ng8he
@DighontoBorah-ng8he 4 ай бұрын
আপোনি সুন্দৰ মন্তব্য আগবঢ়াইছে
@mithunpegu5935
@mithunpegu5935 6 ай бұрын
মহেন্দ্ৰ দাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ
@dilipsarma3020
@dilipsarma3020 15 күн бұрын
আচলতে মহেন্দ্ৰ হাজৰিকা সঁচা অৰ্থত বিশ্বজনীন দিতিয় ভুপেন হাজৰিকা ।দিঘাযু কামনা কৰিলো
@gobindaborah5210
@gobindaborah5210 8 ай бұрын
প্ৰিয়শিল্পী জনৰ সুস্বাস্থ্য কামনা কৰিলো
@anjaliborah4614
@anjaliborah4614 8 ай бұрын
❤ ময়ো যোৰহাটৰ। মহেন্দ্ৰ খোৰা দীৰ্ঘায়ু হ ওক ,সু স্বাস্থ্যৰে থাকক । আপোনাৰ গান বিচাৰি বিচাৰি শুনো ।বৰ ভাল পাওঁ
@PodumGogoi-pn2ke
@PodumGogoi-pn2ke 8 ай бұрын
জনতাৰ শিল্পী জনৰ মনৰ কথা বোৰ জানিবলৈ পায় ভাল লাগিল,
@arpanaborah973
@arpanaborah973 8 ай бұрын
এই মহান যুৱ শক্তি যুগযুগান্তলৈ আমাৰ হৃদয়ত আজীৱন তেখেতে কোৱাৰ দৰেই সজীৱ হৈ থকি সমাজ পোহৰ কৰি ৰাখক এইয়া আমাৰ কামনা আৰু কাতৰ অনুৰোধ ।মোৰ বয়স কিমান সেইয়া ডাঙৰ কথা নহয় এখেতৰ গানত মন জাগত হৈ অতিত বৰ্তমান বিচাৰি আনিব পাৰি ।মই যোৰহাটৰ এখন সৰু এচুকত পৰি থকা ধুলিকনা মাথো ,কিন্তু এই মহেন্দ্ৰ হাজৰিকাৰ গানে ধুলিকনাকো বতাহত সজিব কৰে ।এখেত যুগ যুগান্তৰলৈ থাকি উঠি অহা প্ৰজন্মৰ শক্তি হৈ গৈ থাকক ।
@phuleswarrzbnc8003
@phuleswarrzbnc8003 8 ай бұрын
❤❤ ভাল লাগে আপোনাৰ গান ❤❤ ভগৱানে আপোনাক সদায় ভালে ৰাখক তাৰে কামনা কৰিলো ।
@lakheswarbora4825
@lakheswarbora4825 8 ай бұрын
ভগৱানে আপোনাাক দীৰ্ঘায়ু ও শক্তি দিয়েযেন ।
@hemantahazarika9715
@hemantahazarika9715 8 ай бұрын
এওঁলোকক আমি প্ৰকৃত শিল্পীৰ সন্মান দিব পাৰো,, আচলতে অসমৰ কৃষ্টি আৰু সৃষ্টিৰ ভড়াঁলত এওঁলোকৰ সৃষ্টিবোৰেই ৰৈ যায়,, তথাকথিত গায়কৰ কথা নকওঁৱেই,,,
@madhukantakhakhlari1476
@madhukantakhakhlari1476 6 ай бұрын
Very very thanks bohut bhallagil agoloi aru akha karilu.
@pranabchutiaofficial895
@pranabchutiaofficial895 5 ай бұрын
আজি ৰাতি প্ৰায় ২বাজি ৫৫ মিনিত পাৰ হৈছে হৰ্থাৎ তুপনিৰ পৰা সাৰ পালো আৰু ইউতিবত ৰাশীফল চাবলৈ মনগলত অন কৰাৰ মাত্ৰ কেইটামান দাদাৰ এই অনুষ্ঠানটি দেখি চাবলৈ মনগল আৰু হেপাহপলোৱাই উপভোগ কৰিলো। জনতাৰ শিল্পী জনক সছাকৈ বহুত ভালপাও, ভাল লাগিল,,,,,
@kamalphukan1365
@kamalphukan1365 6 ай бұрын
সুন্দৰ 🙏 সাম্প্ৰতিক জাতীয় জীৱনৰ অনন্য কন্ঠ স্বনামধন্য হৃদয়ৰ শিল্পী মহেন্দ্ৰ হাজৰিকাদৱলৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ , দীৰ্ঘায়ু কামনা কৰিছোঁ,আৰু সাক্ষাৎ গ্ৰহণ কৰা সাংবাদিক বন্ধুলৈও মৰম তথা জাতীয় উষ্ম অভিবাদন নিবেদন কৰিলোঁ। সাক্ষাৎকাৰ মৌলিক ধৰ্মী হৈছে ! এনেধৰণৰ অনুষ্ঠানৰ মাজেৰে জাতিৰ শিপা জীপাল কৰি ৰাখিব বুলি আশা ৰাখিলোঁ। কমল ফুকন, হাৱাজান
@brojenkhargharia15
@brojenkhargharia15 8 ай бұрын
Mohondra hajoreka asolota assam or. Asol hart thobe nomoskar dada god bless you
@Nakaliaparasouthlps
@Nakaliaparasouthlps 3 ай бұрын
80.90ৰ কালজয়ী গীত সমুহ এটিয়াও মই সুনো মহেন দাদা /
@user-vn9mv7qg4p
@user-vn9mv7qg4p 23 күн бұрын
সুন্দৰ ।।
@ranjitgogoi6973
@ranjitgogoi6973 8 ай бұрын
ভাইতি মহেন্দ্ৰই অসমীয়া কেছামাটিৰ সুৰসনআ কেইটামান গীত অসমীয়া ৰাইজলৈ আগবঢ়াইছে গীত কেইটা মোৰ ভাল লাগিছে। তাৰ এটি গীত গায়। শিল্পী গৰাকীৰ সুন্দৰ ভবিষ্যতৰ কামনা কৰিছোঁ। _ ভূপেন হাজৰিকা ।
@jotinbora9503
@jotinbora9503 8 ай бұрын
Nice one.From Jatin pithaguri.
@user-fm5et8wr4z
@user-fm5et8wr4z 5 ай бұрын
ভাল লাগিল ।মই কমাৰগাঁৱৰ (গোলাঘাট) দীপক বৰুৱা ।2022আৰু 2023 ৰ সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা মহেন্দ্ৰ সঙ্গীতৰ মুকলি শাখাৰ প্ৰথম বাৰ প্ৰথম আৰু দ্বিতীয়বাৰ দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলো ।
@lachitdas7038
@lachitdas7038 5 ай бұрын
মহান শিল্পী __❤
@Rubulgogoi209
@Rubulgogoi209 8 ай бұрын
মোৰ এগৰাকী প্ৰিয় শিল্পী ।
@navakantachutia5424
@navakantachutia5424 7 ай бұрын
অতি সুন্দৰ
@dharmendradeka8073
@dharmendradeka8073 8 ай бұрын
Mahendra Hazarika is very conscious artist for progressive us n great person, Now I saw your channel from Punjab.
@bulangohain3862
@bulangohain3862 6 ай бұрын
1st 🙏🙏🙏 Mahendra sir.moi pati dinat sir r eta gaan nuhunile din par nahay.sir haday healthy thakak.maram da apunak bahut bahut thanks.
@anuborphukon40
@anuborphukon40 8 ай бұрын
তেখেতৰ গীতবোৰে সচাঁই হৃদয়ত সোমাইআড়োলন স্বৃস্টি কৰি তোলে তেখেতৰ দীঘাও কামনা কৰিলো ভগবানৰ ওচৰত প্ৰাথনা' জনালো
@regonvlogs1137
@regonvlogs1137 7 ай бұрын
প্রিয় শিল্পীগৰাকীক মাজুলীৰ পৰা বহুত বহুত মৰম যাছিলোঁ...বহুত ভাল মানুহ, কেইমাহমানৰ আগত লগ পাইছিলোঁ, মোক সুধিছিল কি নাম তোমাৰ আৰু কৈছিল ৰেগন ক' আইদুন , ভালে থাকক আপুনি ❤❤❤❤
@monudekari2919
@monudekari2919 8 ай бұрын
মানুহ মানৱতা মাটি ভেটি জাতিৰ অকৃত্ৰিম (তেখেতৰ ভাষাত) সেৱক সংগীতৰ সাধক মহেন্দ্ৰ হাজৰিকাদেৱৰ সাক্ষাৎকাৰটি বৰ ভাল লাগিল ৷ তেখেতৰ সংগ্ৰামশীল জীৱনৰ এছোৱা জানিব পাৰি নথৈ কৃতাৰ্থ মানিলোঁ ৷ ৷৷ধন্যবাদ৷৷ ( গুৱাহাটীৰ পৰা )
@utpoldas5513
@utpoldas5513 8 ай бұрын
Bhut dhunia lagil dada ...
@bibek1167
@bibek1167 6 ай бұрын
Very nice
@user-ob6ej7bv2q
@user-ob6ej7bv2q 8 ай бұрын
বহুত সুন্দৰ দাদা আপোনাৰ গান আমি এনে দিন নাই যে শুনা নাই ইউটিউবত আপুনি অতি শীঘ্ৰে আইনৰ সহায় লওক আৰু আশা কৰিম আপুনি যেন ন্যায় পাই।
@MonuMBBS
@MonuMBBS 8 ай бұрын
Mahendra dada gaan huni moja lage
@utpaljaansaikia6724
@utpaljaansaikia6724 8 ай бұрын
Vl lagil ...,sai wao
@ujwaldeep8874
@ujwaldeep8874 8 ай бұрын
Mur priyo hilpi,val lagil progream tu Sai,চৰাইদেউ , সাপেখাতি
@roktimgo....8023
@roktimgo....8023 8 ай бұрын
My favourite singer ❤️🌍🌍
@mausumgogoi3276
@mausumgogoi3276 8 ай бұрын
মোৰ সকলোতকৈ ভাল লগা শিল্পী
@nikhilkrmohan4157
@nikhilkrmohan4157 6 ай бұрын
Hundar 🙏🏿🙏🏿 Krishna 🙏🏿🙏🏿
@hemantaborah2303
@hemantaborah2303 5 ай бұрын
Legend no word❤❤
@deepdhadumia9684
@deepdhadumia9684 8 ай бұрын
Mur bahut bsi prio hoi Jonatr hilpi Mahindra Hajarika dav. Moi Kuwait r pora morm jacilo Mur ghr Charaideo Borhat . Assam India.
@jnyandweeproy8152
@jnyandweeproy8152 5 ай бұрын
Dada moi aaponar great fam from Bongaigaon
@buddhaboruah3008
@buddhaboruah3008 Ай бұрын
Very verry nice❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏
@hemantaborah3953
@hemantaborah3953 18 сағат бұрын
সচাঁ অৰ্থত মহেন্দ্ৰ দাদা হৈছে ভূপেন মামাৰ দিতৃীয় অৱতাৰ । অসমৰ ৰাইজে তেওঁক ( স্বৰ্তস্ফুত / বানানটো ভুল হ'ব পাৰে )ভাৱে গণ শিল্পীৰ উপাধীৰে বিভূষিত কৰিছে । আজিৰ তাৰিখত অসমত গায়ক / গায়িকাৰ অভাৱ নাই !!!! তথাপিও মহেন্দ্ৰ দাদাৰ গীতৰ গায়ন শৈলীত এক অপৃৰ্ব মাদকতা আছে । তেখেতৰ গীতত প্ৰাণ পায় উঠে অতীত-বৰ্তমান আৰু অনাগত দিনৰ এখন সচাঁ সচাঁ যেন লগা জীয়া ছবি । শৈশৱ-কৈশোৰ- আৰু যৌৱন কালত মহেন্দ্ৰ দাদাৰ গীত শুনিয়েই দেশক ভাল পাবলৈ শিকিছিলোঁ । তেখেতৰ গীতে আমাৰ চামক ভাল পাবলৈ শিকাইছিল সমাজক । ভাল পাবলৈ শিকাইছিল মানুহক । এক আছৰিত সন্মোহিনীৰ শক্তিয়ে আজিও সমাজৰ তিনি প্ৰজন্ম কথা-সুৰৰ মায়াৰ জালেৰে আঁতি-বেৰি ৰাখিছে । অগনণ জনতাই দুপৰ নিশা অতিক্ৰমি পুৱাৰ ঢল ফাল নেমেলালৈকে উপভোগ কৰে তেখেত গীতৰ শৰাই । অতি পৰিতাপৰ বিষয় এইয়ে যে এই গৰাকী সুৰৰ যাদুকৰক বহু সময়ত অৱহেলিত হৈ আহিছে । কি ৰজা ঘৰীয়া !! কি প্ৰজা ঘৰীয়া !! অত্যাধুনীক প্ৰযুক্তিৰ প্ৰয়োগ কৰি মঞ্চত দুপৰ নিশা এঢোক গিলি লম্ফ-জম্ফ কৰি দুটা গীত গায় লাখ লাখ টকা লৈ উধাও হোৱা সকলৰ পৰিৱতে মাঁ-মাটি-আৰু মানুহৰ গীত গোৱা এইজন মহেন্দ্ৰ হাজৰিকা দাদা অনাদৰ -অৱহেলা নকৰিবলৈ মই শ্ৰী হেমন্ত বৰাই পশ্চিম কাৰ্বি আংলংৰ তৰফৰ পৰা সমগ্ৰ অসম বাসী ৰাইজক অতি বিনম্ৰভাৱে অনুৰোধ জনালোঁ । উঠি অহা চামক প্ৰেম-প্ৰকৃতি আৰু কেচাঁ মাটিৰ গোন্ধৰ চিনাকী কৰাই দিয়াৰ খাতিৰত মহেন্দ্ৰ হাজৰিকাক মনত ৰাখিবই লাগিব । জয় আ অসম ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 8 ай бұрын
বহু ত বহুত ধন্যবাদ জনালোঁ মহেন্দ্ৰ দাদাক
@amishabori6557
@amishabori6557 7 ай бұрын
অতি সুন্দৰ অনুষ্ঠান ।
@nironjonsaikia4886
@nironjonsaikia4886 7 ай бұрын
মহেন্দ হজৰীকা মোৰ এটা গানৰ লগত মোৰ হিয়া দিয়া নিয়া বহু ভাল পাও ,তেও মোৰ ভাল লগা গায়ক।
@ProdipPhukan-ko7wd
@ProdipPhukan-ko7wd 8 ай бұрын
❤ Moran , mahender da ,
@misingmimemunnidoleytaid6300
@misingmimemunnidoleytaid6300 8 ай бұрын
সচাকৈয়ে বহুত বেছি ভাল লাগিল দাদা
@kkassamdigitalgogoi7590
@kkassamdigitalgogoi7590 8 ай бұрын
Mohan Hazarika, Bhagwan Assam ka🙏🙏🙏
@rinkubornil7600
@rinkubornil7600 6 ай бұрын
অনুষ্ঠানটি ভাল লাগিল ।
@digantaborgohain8909
@digantaborgohain8909 6 ай бұрын
Very Good
@wondeerbe25
@wondeerbe25 8 ай бұрын
Jorhat juronir thai...Seponre Chunga saul...O kokai.. juye pura 83...Bilakhi bisonat...tumaloie buli bore ghor hajilu.. ....ai gaanbur hunile..deh mon jur pore...l
@phanidharsharma5923
@phanidharsharma5923 8 ай бұрын
বহুত ভাল লাগিল।
@astaraag7428
@astaraag7428 8 ай бұрын
My Favorite Artist ❤❤
@sochinkumargogoi7258
@sochinkumargogoi7258 8 ай бұрын
ভাল লাগিল মহেন্দ্ৰ ককাদেউতাৰ কথাখিনি শুনি
@rajdeepsaharia1556
@rajdeepsaharia1556 8 ай бұрын
বহুত ভাল লাগীল
@BIRAJBORAH-nr8xw
@BIRAJBORAH-nr8xw 8 ай бұрын
Karanga Gazpuria Gaon Jorhat Biraj Borah
@niranjanswargiary1082
@niranjanswargiary1082 8 ай бұрын
Bohut bhal lagil silpi gorakiloi hiyabhora ulog thakil.
@jintuhazarika240
@jintuhazarika240 8 ай бұрын
ভাল লাগিল
@user-ho6ph5tz5n
@user-ho6ph5tz5n 7 ай бұрын
😮Best singer,long live.
@hirokjyotihazarikahjh791
@hirokjyotihazarikahjh791 8 ай бұрын
Bhal lagil kotha bur huni .❤❤
@milikchandrakumar-zm8sb
@milikchandrakumar-zm8sb 7 ай бұрын
জাতি এটাৰ দিক্ দৰ্শনৰ কাম কৰিব
@sushilbharali6996
@sushilbharali6996 5 ай бұрын
From bekajan borholla jorhat district
@user-gx1zy5or6l
@user-gx1zy5or6l 7 ай бұрын
Moram sadhar Hazarika sir Very Good Lagil
@akhilgogoi1869
@akhilgogoi1869 8 ай бұрын
Val lagil
@ramensaikia5336
@ramensaikia5336 8 ай бұрын
Thanks 🙏 SeeThe kerala
@kamrupassam3683
@kamrupassam3683 8 ай бұрын
""" ইমানে ধূণীয়া----""গীত বোৰ ।
@navakantachutia5424
@navakantachutia5424 7 ай бұрын
বাস্তৱিক চেতনা আৰু বিশ্লেষণ ... ডিমা হাছাও পৰা ...
@nabajitch2932
@nabajitch2932 3 ай бұрын
🎉🎉🎉🙏🙏🙏🙏🎉🎉🎉
@user-qh9th8yq9c
@user-qh9th8yq9c 8 ай бұрын
My favourite singer
@user-mc5dw9eu7y
@user-mc5dw9eu7y 8 ай бұрын
Val Laga Bohut Nazira
@rajusarma9691
@rajusarma9691 8 ай бұрын
Precious program
@elarani137
@elarani137 8 ай бұрын
Very nice program
@user-vn1kr8ni5v
@user-vn1kr8ni5v 8 ай бұрын
মোৰ বহুত বহুত ভাল লগা গায়কক. I love you MOHENDRA HAZOREKAKA KHURA 😂
@user-yx5cg9fb1s
@user-yx5cg9fb1s 8 ай бұрын
Jiman kosto kaam Kori thakileo Mahindra hazarika gaan sunile deh,mon bhaal lagi jaai
@pabitrabhuyan5266
@pabitrabhuyan5266 8 ай бұрын
my favourite singer
@babubania9801
@babubania9801 8 ай бұрын
এই সাক্ষাৎটি উচ্চ মানদণ্ড হৈছে। মহেন্দ্ৰ হাজৰিকা স্বদেশ-প্ৰেমৰ এক অন্যান্য সিংহ পুৰুষ তাৰেই প্ৰমান আজি আকৌ এবাৰ ৰাইজে পালে!
@rinanath7476
@rinanath7476 6 ай бұрын
Prothame namesake labo about val ladies anusthan Tu aru dibo bad sai thakilo
@rajatchamuah3993
@rajatchamuah3993 7 ай бұрын
Khub vl paou tekhotok.gan buliyei nhy mnuhjonk vl paou.gotike hklu vl
@jadabdas
@jadabdas 8 ай бұрын
Lakhimpur
@mgvlogs9797
@mgvlogs9797 8 ай бұрын
Singer Dulu Gogoi... Interview dibo sun
@nirmalsaikia7594
@nirmalsaikia7594 8 ай бұрын
Mahendra.dar.gan.jia.axamia.thakemane.thakiba
@kirangogoi7118
@kirangogoi7118 8 ай бұрын
উওৰ প্ৰদেশৰ পৰা চালো
@keshabbiashya8747
@keshabbiashya8747 8 ай бұрын
Nice ❤❤
@horengogoi
@horengogoi 7 ай бұрын
I am from charaideo
@hiranyarajkhowa4119
@hiranyarajkhowa4119 8 ай бұрын
মোৰ প্ৰিয় গায়ক
@daniskonwar3313
@daniskonwar3313 5 ай бұрын
Kokaidew nethakilew hajor torai aapunar kothai kobo
@user-qh9th8yq9c
@user-qh9th8yq9c 8 ай бұрын
I Love you
@user-qh9th8yq9c
@user-qh9th8yq9c 8 ай бұрын
Jiyai thakote sahari nopowa jen anubhab hoise mor , Karan tekhetar git bor tekhetar parmison nolowakoi prasar Kori aase Sei sur bilakar bebasta prathamate lab lage ,,,,,
@manbogogoi3749
@manbogogoi3749 8 ай бұрын
সচা কথা
@ajitdutta4875
@ajitdutta4875 10 күн бұрын
অসমৰ জাতীয় শিল্পীৰ ভূপেন হাজৰিকাৰ পিছতেই মহেন্দ্ৰ হাজৰিকাৰ গীত তাতে কোনো সন্দেহ নাই, জুবিনৰ গীত বহুতো বাকী আছে , এতিয়াও চেষ্টা কৰক পাৰিব।
@UjjalDas-uk8vr
@UjjalDas-uk8vr 8 ай бұрын
Bishwanath ghat .dist- bishwanath
@Sadanandabarman282
@Sadanandabarman282 8 ай бұрын
Moy...hazarika.dak..log..karebo..bisaro..plese..numberto..dibona
@kamalboruah5431
@kamalboruah5431 8 ай бұрын
মোৰ মৰমৰ শিল্পী জন কন্যাকুমাৰী পৰা চাই আছো
@benudharborah
@benudharborah 8 ай бұрын
Hazarika appuni mur priya hilpi .kiya janu.notun gite mate ujolai akhomi aik jogai tulok notun prajonmok .akhare new bp.
@AnkurJyoti-xh8wf
@AnkurJyoti-xh8wf 2 ай бұрын
Darrang
@jimisaikia1599
@jimisaikia1599 8 ай бұрын
মই হাইদ্ৰাবাদৰ পৰা চাই আছো তেখেতৰ বিষয়ে কবলৈ মোৰ শব্দ নাই
@kumuddas1688
@kumuddas1688 8 ай бұрын
Tihu
Heartwarming moment as priest rescues ceremony with kindness #shorts
00:33
Fabiosa Best Lifehacks
Рет қаралды 13 МЛН
Became invisible for one day!  #funny #wednesday #memes
00:25
Watch Me
Рет қаралды 58 МЛН
DEFINITELY NOT HAPPENING ON MY WATCH! 😒
00:12
Laro Benz
Рет қаралды 51 МЛН
Incredible magic 🤯✨
00:53
America's Got Talent
Рет қаралды 78 МЛН
Khagen Mahanta at NRL 2004 Part I
9:29
Sanjib Hazarika
Рет қаралды 105 М.
Singer Mahendra Hazarika on Xakhyat with Ajit Kumar Bhuyan
50:58
Wolfram Physics Project: Relations to Category Theory
3:54:12
Wolfram
Рет қаралды 452 М.
ПРАНКУЕМ ЧАПИ🙈🙈🙈
0:20
Chapitosiki
Рет қаралды 8 МЛН
Didiya hume wo chidiya dila do na 🦜🦜 #shorts #comedy 😜
0:34
Sikha shorts and vlogs
Рет қаралды 81 МЛН
POR QUEEE DIVERTIDA MENTE 2 !!! #SHORTS
0:15
Figuritalo
Рет қаралды 46 МЛН
القطة الشجاعة 😭😭🐱 #shorts
0:30
7amoda Gaming
Рет қаралды 55 МЛН