No video

Gayatri Mahanta On Her Work, Love Life, Personal Life Etc. | JSS Unscripted

  Рет қаралды 404,818

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Created by:
Mustaq ahmed
...)
Anchor: Himashree Saikia
( ...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
www.facebook.c...
INSTA:
/ jumpingspiderstudios

Пікірлер: 884
@flyingbird131
@flyingbird131 5 ай бұрын
কি যে ভাল আছিল সেই দিনবোৰ❤আকৌ উভতি যাবলৈ মন যায়।গায়ত্ৰী বা,প্ৰস্তুতি বা,শ্যামন্তিকা বা,বৰষা বা,আইমি বা,মুনমি বা হত, জুপিতৰা বা,নিশিতা বা,ৰিম্পী বা আৰু সেইসময়ৰ সকলো অভিনেতা অভিনেত্ৰী ইমানেই প্রিয় যে এতিয়াৰ সকলৰ হাজাৰ অভিনয় চালেও মন নভৰে...কিবা কৃত্ৰিম যেন অনুভৱ হয় আজি কালি!
@lakhimatumung3397
@lakhimatumung3397 5 ай бұрын
'"p
@RinkuDas-mv4lz
@RinkuDas-mv4lz 4 ай бұрын
Llq
@ApurbaThakuria-nl2ip
@ApurbaThakuria-nl2ip 5 ай бұрын
সহজ সৰল কথাৰে অভিনেত্ৰী বাইদেউ গৰাকীৰ সাক্ষাৎকাৰ খুব ভাল লাগিল।
@manjubarman1855
@manjubarman1855 5 ай бұрын
এটা সময়ৰ সকলোৰে প্ৰিয় অভিনেত্ৰী।বহুত ভাল লাগে।❤
@Ghbb2
@Ghbb2 5 ай бұрын
গায়ত্ৰি বাইদেউ য়ে ইংৰাজী নজনা নহয় জানে কিন্তু কোৱা নাই কিন্তু কিছুমান ৰ ইংৰাজী ফৰফৰনি কি শুনিবা😂😂যেন ফৰেইন ত জন্ম 😂 ইংৰাজী কোৱাটো বেয়া নহয় কিন্তু মানুহক দেখাবলে কলে বেয়া লাগে 😊 সঁচাকৈয়ে সৰল মনটোৰ লগতে কথা বতৰা আৰু সৌন্দৰ্য ❤
@user-dw8jc1nd8n
@user-dw8jc1nd8n 4 ай бұрын
Mojaa
@mpkaman7
@mpkaman7 4 ай бұрын
U are absolutely right.
@bobitaborah1356
@bobitaborah1356 5 ай бұрын
অভিনেত্ৰী গৰাকী মোৰো বহুত মৰম । আশীৰ্বাদ কৰিছো সদায় আজিৰ নিচিনা কৈয়ে সুন্দৰ হৈ থাকা।
@nilutpalsaikia9957
@nilutpalsaikia9957 5 ай бұрын
আগৰ সেই জোনবাই VCD চিনেমা বোৰলৈ মনত পৰি গল 😢😢😢😢❤
@geetashrirajkhowarajkhowa133
@geetashrirajkhowarajkhowa133 5 ай бұрын
1sec u skip nokorake saisu
@anjanarabha9004
@anjanarabha9004 5 ай бұрын
Gayatri baak dekhilei জোনবাই লৈ মনত পৰি যায়।। সঁচাকৈ সেই দিনবোৰ যে ইমান মধুৰ আছিল। I love you Gayatri baa❤❤❤❤
@Gitamoni539
@Gitamoni539 5 ай бұрын
বহুত দিনৰ পিছত gaytri baak দেখি ভাল লাগিল। Agor VCD দিনৰ কথা মনত পৰি গ'ল।😢❤
@sachinsaharia1029
@sachinsaharia1029 5 ай бұрын
Hi baa বহুত দিনৰ পিছত Gayatri বা তোমাক এনেকে দেখি বহুত ভাল লাগিল আৰু vcd jonbair কথা মনত পৰি গৈছে
@TulumoniSaikia-yx1un
@TulumoniSaikia-yx1un 5 ай бұрын
​@@sachinsaharia1029mui😅
@Kaushik632
@Kaushik632 5 ай бұрын
গায়ত্ৰী বা.... আগতেও ক্ৰাচ আছিল, এতিয়াও ক্ৰাচ।❤ ইমান মৰম লাগে।😘❣️ জোনবাইৰ জোনালী সদায় প্ৰিয় ❤
@Ukha_Gayatri
@Ukha_Gayatri 5 ай бұрын
হিমাশ্ৰী বা আপোনাক বহুত বহুত ধন্যবাদ গায়ত্রী বাৰ interview দিয়াৰ বাবে। বহু দিনৰ মূৰত দেখিলো এনেদৰে। তেওঁৰ কথাবোৰ আগৰ দৰেই আছে লগতে মৰম লগা হাঁহিটো,কথাবোৰ আগৰ দিনবোৰৰ কথা মনত পৰিলে।। গায়ত্রী বাক আৰু বিচাৰো আগৰ অভিনেত্রীৰ ৰূপত । তেওঁৰ পৰা শিকিব লগা কথা বহু আছে। অভিনয়ৰ ক্ষেত্ৰৰ লগতে কিছুমান দিশত তেওঁক অনুসৰণ কৰো মই। তেওঁ লগতে পৰিয়ালবৰ্গলৈও মৰম যাচিলোঁ লগতে আটাইৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো❤❤❤❤❤❤
@Trishna-uk3zx
@Trishna-uk3zx 4 ай бұрын
Right ❤
@gyanrima
@gyanrima 5 ай бұрын
বাইদেও আপোনাৰ আগৰ VCD বোৰ সঁচাকৈ চাই বহুত ভাল লাগিছিল এতিয়াও সেই জোনবাই লৈ মনত পৰি যায়
@Bhabensaikia26
@Bhabensaikia26 5 ай бұрын
ভাল লাগিল বহু দিনৰ পাছত মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ কথাবোৰ শুনি । তেওঁৰ দীৰ্ঘায়ো কামনা কৰিলো । সাংসাৰিক জীৱন মধুৰ হওক । ❤
@porishmitaborah5726
@porishmitaborah5726 5 ай бұрын
দিন বন্ধু ছবিখনত গায়ত্ৰী বায়ে কৰা দৃশ্যটিলে মনত পৰি গ'ল।। এক খুব জনপ্ৰিয় আৰু ভাল ছবি আচলতে দিনবন্ধু।। ভাল লাগিল তেওঁৰ মুখখন স্ক্ৰীনত দেখা পায় ❤
@pmcraftandcreations4381
@pmcraftandcreations4381 5 ай бұрын
Thnq so much Gayatri baa k anedore onar babe...val lagil interview tu..
@kabyashreemahanta885_
@kabyashreemahanta885_ 5 ай бұрын
Most awaited video 😢❤❤ কিমান যে বিচাৰি ফুৰো বাৰ সাক্ষাৎকাৰ ❤
@KumudSaikia-cq5pm
@KumudSaikia-cq5pm 5 ай бұрын
বহু দিনৰ মূৰত আপোনাক দেখা পালো।জোনবাইৰ দিনৰ কথা মনত পৰি গ'ল। বহুত বহুত ধন্যবাদ থাকিল।
@pujaborah8652
@pujaborah8652 5 ай бұрын
Maje maje kiba odvud question kori die !! Gayatri baa amazing personality ❤
@manashborah9894
@manashborah9894 5 ай бұрын
😂 hosake
@monoranuvutiandabegmukunda1677
@monoranuvutiandabegmukunda1677 5 ай бұрын
মোৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰী হৈছে গায়ত্ৰী মহন্ত বা ❤
@user-kv8fg9bi8i
@user-kv8fg9bi8i 5 ай бұрын
মোৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰীগৰাকী❤lots of love Gayatri Baa❤
@bishaljyoti4593
@bishaljyoti4593 5 ай бұрын
"জোনবাই"লৈ মনত পৰি গ'ল। অকন সময়ৰ কাৰণে শৈশৱলৈ গুচি গʼলো ।। বহুত ভাল লাগিল
@barasha96
@barasha96 5 ай бұрын
In assamese film industry Gayatri Mahanta Ba mr fvrt actress. Not bcz of looks not bcz of acting but as a human being she is so good n she has a pure soul that I’m telling you from my personal experience when I met her once ❤
@stardarrangcreation9263
@stardarrangcreation9263 5 ай бұрын
আমাৰ সোনালী শৈশৱ "গায়ত্ৰী মহন্ত বাইদেউ" আৰু" জোনবাই " গায়ত্ৰী বা আমাৰ আৱেগ সৰুৰে পৰাই যেন বহুত মৰম তেওঁলৈ লগতে ভাল পাও তেওঁৰ অভিনয়। আকৌ মানুহ গৰাকী আজি দেখি মনত পৰিল জোনাই, পখিলা, ............সোনোৱালি দিনবোৰলৈ ইমান সহজ সৰল মনৰ অধিকাৰি আটাইতকৈ মোহময়ী অভিনেত্ৰী গায়ত্ৰী বা আপোনালৈ থাকিল হিয়া ভৰা আশীৰ্বাদ । এটা সময় আছিলে আপোনাৰ ভিচিডি চোৱাৰ বাবে আমি গাঁৱত লৰাবোৰে আনৰ পৰা চিডি ভাৰা কৰি আনি চাইছিলো তেতিয়া প ইচা নাছিলে আমি আনৰ বাহৰ তলৰ পৰা খৰি চোৰ কৰি বেচি যিপইচা পাইচিলো তাৰে ডিক্স আনিছিলো আৰু কেতিয়াবা চোৰ ধৰা পৰি কোব খাইছিলো😂 তথাপিও গায়ত্ৰী বাৰ অভিনয় চাইছিলো এয়া আছিল আমাৰ সোনালী সময় যি আমাক বিহু , নৃত্য, অভিনয় বাহতে উপহাৰ দিছিলে সেয়া যেন অমৃত তুল্য আমি আছিলো সেই সময়ৰ প্ৰজন্ম জি সময়ত জোনাবাই বুলি ক'লে ভোক লগা নাছিল। এতিয়াৰ পজন্ম ই আগৰ সেই মোল বুজি নাপাই শেষত ক ও আপুনি মোৰ সৰুৰে পৰা প্ৰিয় এতিয়াও প্ৰিয় আৰু সদাই প্ৰিয় হয় থাকিবা " পাহাৰৰে ধুনিয়া ছোৱালী জনি Nice gayatri mam stay happy always 💕 আৰু চেনেলৰ গৰাকীলৈ ধন্যবাদ থাকিল ভাল কাম কৰি থকাৰ বাবে। মোৰ ঘৰ মঙ্গলদৈত হয় আপোনাৰ লগত যোগাযোগ হোৱাৰ ব্যৱস্থা এটা দিব কাৰন আপোনাৰ আগত সত্য কাহিনী এটা জনাব লগা আছিলে (মোৰ)
@monishatamuly791
@monishatamuly791 5 ай бұрын
বহুত দিনৰ পিছত দেখিবলৈ পায় ভাল লাগিল। আকৌ অভিনয় মানে জোনবাই জোনালী গৰাকীক চাবলৈ মন গৈছে
@PodmoMoran-mc3mr
@PodmoMoran-mc3mr 5 ай бұрын
Gayatri baar hahi tu bor moromiyal ❤ atitor junbai jnik akou dekhilu val lagil❤❤
@purobeegogoi1343
@purobeegogoi1343 5 ай бұрын
Gayatri k dekhi VCD r jugoloi monot pori gol. Bhal lagil kothakhini huni. Thank you priyom
@Minivlogwithmaina
@Minivlogwithmaina 5 ай бұрын
আইমী বৰুৱা আৰু গায়ত্ৰী মহন্ত মোৰ সকলোতকৈ প্ৰিয়❤️❤️❤️
@kusumsarma6702
@kusumsarma6702 5 ай бұрын
তই bjp তাৰমানে😂
@pratikshasarma2539
@pratikshasarma2539 5 ай бұрын
Mentality Tu val lagil tur 😂😂​@@kusumsarma6702
@nilishaika5262
@nilishaika5262 5 ай бұрын
Apuni. Tarmane. B J P
@babluboruah4833
@babluboruah4833 5 ай бұрын
সীমান্ত শিখৰ কত 😂
@momikalita6467
@momikalita6467 5 ай бұрын
আনৰ লগত তুলনা বিহীন বা জনী... কথা বোৰ জানিব পাই বহুত ভাল লাগিল...নিজে যি সে মতে নিজক ৰাখিব পৰা টো আজিৰ দিনত বহুত ডাঙৰ কথা,বাই নিজক ৰাখিছে প্রতি টো কথা এ ইমান সহজ সৰল ভাৱে কৈছে.... কথা বোৰ শুনি জীৱন টো এ সহজ যেন লাগিল❤❤❤❤😘😘😘😘😘😘😘😘😘
@pujahazarika5456
@pujahazarika5456 5 ай бұрын
Mur sokut prithivr ataitkoi dhunia baa joni 😘❤️... "Gayatri Mantra" teo r homan kunu nasil ru ketiau nulai... Baa r homan dhunia kunu aji loike nasil ru kunue hbo nuare ketiau ❤❤
@PurabiMalakar702
@PurabiMalakar702 5 ай бұрын
বহুত ভাল লাগিল দেই ভিডিওটো চাই ৷ গায়ত্ৰী বাৰ কথাবিলাক শুনি থাকিবৰ মন যায় ৷ তোমাৰ Interview বিলাক চাই ভাল লাগে ৷
@himanisarania633
@himanisarania633 5 ай бұрын
উফফ finally প্ৰিয় মানুহগৰাকী🥺❣❣❣
@user-et4cg6bq9g
@user-et4cg6bq9g 5 ай бұрын
Gayotri ba bohut dhuniya, simple, aru bohut besi sonmaniyo mohila agoraki lots of love from jorhat baa
@Meghalirajbongshi16
@Meghalirajbongshi16 5 ай бұрын
মোৰ মাই সদায় কয় গায়ত্ৰি মহন্তৰ interview চাও দে চোন । মই বিচাৰি পোৱা নাছিলো । নাছিলেই interview এটাও । Finally আজি পালোঁ ।
@arunhazarika5296
@arunhazarika5296 5 ай бұрын
বা ৰ কাম আৰু চাব মন থাকি গল । হঠাৎ নাইকীয়া হৈ ...... আকৌ দেখা পাই ভাল লাগিল ।
@karishmagogoi8997
@karishmagogoi8997 5 ай бұрын
গায়ত্ৰী বা, আপুনি মোৰ বহুত প্ৰিয় ❤❤ বহুত মৰম আপোনালৈ। আগতে আপোনাক চাই সাজু - কাচো আৰু বৰ ভাল লাগে ।
@upasanarajbongshi7415
@upasanarajbongshi7415 5 ай бұрын
Bhut val lagile aji vdo tu sai❤❤❤❤❤❤....bar kthabur je eman mrm loga❤❤❤❤
@RinkiBoruah-pz3qu
@RinkiBoruah-pz3qu 5 ай бұрын
বহুত ভাল লাগিল চাই। বা বহুত ধুনীয়া। জোনবাই খনৰ এটা সংলাপ মোৰ ভাল লাগে যা মিলিব একদম পাভযোৰা । বা অভিনয় চাই ভাল লাগে ।
@nimishaduttabhuyan9542
@nimishaduttabhuyan9542 5 ай бұрын
বৰ ভাল লাগিল অনুষ্ঠান টো। গায়ত্ৰী বহুত দিনৰ পিছত দেখিবলৈ পাই খুব ভাল লাগিল ❤❤
@dimpygogoi2848
@dimpygogoi2848 5 ай бұрын
Bohut dinor murot apunak dekhilu Gayatri Baideo ❤❤❤...apunaloi bohut morom ❤❤
@BidishaBorthakur-ql2nh
@BidishaBorthakur-ql2nh 5 ай бұрын
Aji he val lagise .emn dinor murot Gayatri Mahanta. Mur favourite ❤❤❤❤❤❤
@rimpibegum7020
@rimpibegum7020 5 ай бұрын
পলে পলে উৰে মন , জীৱন তৃষ্ণা,দেউতা দিয়া বিদায় সকলোবোৰ এ ভাল লাগিছিল ❤ বা ❤
@arunabailung3805
@arunabailung3805 5 ай бұрын
গায়ত্ৰী বা কথা বোৰ বহুত বহুত ভাল লাগিল ❤️❤️
@junakbora1556
@junakbora1556 5 ай бұрын
Bht dnr pist vl lga mnuh egoraki dekhilu mntu vl lgi gol n thnq u himashree tmr vdo bur bht vl lge
@gogoiswali1499
@gogoiswali1499 5 ай бұрын
Baa k bhut miss korisu thanks you baa baa k mota karona ❤❤
@manjimagogoidas9847
@manjimagogoidas9847 5 ай бұрын
প্ৰিয় অভিনেত্ৰী গৰাকী এনেকৈয়েই থাকক। বহুত ভাল লাগিল।
@jahanarabegum2137
@jahanarabegum2137 5 ай бұрын
Bahut bhal lagil Gayatri baa aponak dekha pai❤❤❤❤l love you so much baa❤❤❤❤❤❤❤❤❤❤❤❤
@user-hf7nc4qm7j
@user-hf7nc4qm7j 5 ай бұрын
Bohut bohut val lagil aapuner interview ❤❤❤ Sai.
@GitumoniKochari-bz7hx
@GitumoniKochari-bz7hx 5 ай бұрын
Bohut Val lagil Gayatri baa dekhi eman morom loga aru khula antrar.
@sagorikadas6145
@sagorikadas6145 5 ай бұрын
জোনবাই লৈ মনত পৰি গল ... শৈশৱলৈ মনত পৰিল আগতে কিমান যে চাইছিলো ❤️❤️❤️
@geetanjaleemudoi7500
@geetanjaleemudoi7500 5 ай бұрын
Nice interview ❤ Thanks ❤ My favourite ❤
@bonditatalukdar
@bonditatalukdar 5 ай бұрын
❤❤ বহুত মৰম তোমালৈ গায়ত্ৰী বা .. বহুত ভাল লাগে তোমাক
@bableedas6168
@bableedas6168 5 ай бұрын
এজনী অভিনেত্ৰী হিচাবত আপুনি বহুত ধুনিয়া বা ❤... হিন্দী চিনেমা কেইজনী এ পাত্তা নাপায় অ
@JINTUBAISHYA-eq9wg
@JINTUBAISHYA-eq9wg 5 ай бұрын
all time favourite actress aimee ba and gayatri mahanta ba ❤❤
@user-ck9ve3dp8w
@user-ck9ve3dp8w 5 ай бұрын
Must needed interview.....so much of love to you baa.....Junbai used to be a emotion❤
@nabajyotidas2873
@nabajyotidas2873 5 ай бұрын
Uff finally Gayatri ba ❤☺️☺️☺️☺️apunak dekhilei junbair kotha he monole ahe prothome😍😍love from dhekiajuli
@jeemonigogoi3455
@jeemonigogoi3455 5 ай бұрын
All time Favourite Gayatri mahanta baa❤🫂❤️
@IftikarHussain-cr3wn
@IftikarHussain-cr3wn 5 ай бұрын
So sweet Gayatri baideu, ❤ love you.
@jilmilsonowalofficial
@jilmilsonowalofficial 5 ай бұрын
বহু বছৰৰ মূৰত গায়ত্ৰী বাক দেখি, কথাবোৰ জানি খুবেই ভাল লাগিল❤❤❤ মোৰ অতিকৈ প্ৰিয় গায়ত্ৰী বা ❤❤❤
@biswajyotiarandhara9402
@biswajyotiarandhara9402 5 ай бұрын
বহুত ভাল লাগিল গায়ত্ৰী বাক দেখি বহু অপেক্ষা অন্তত,,, ইমান মৰম লগা বা 😘 সচাই জোনবাই দিনৰ পৰাই তেওঁক ভাল পাওঁ আৰু নমৰা লৈকে ভাল পাই যাম ❤ লগতে পৱিত্ৰ দাকো ভাল লাগে লগ পাইছোঁ শিৱসাগৰ কাৰেং ঘৰত তেওঁ বহুত সহজ সৰল মানুহ ❤ মজ্জা লাগিল মুঠতে 🥰🤗
@jachingfaphukon3469
@jachingfaphukon3469 5 ай бұрын
Bht bsi vl lge gayatri baak..horu porai mur priyo❤❤
@biswavolg1562
@biswavolg1562 5 ай бұрын
দুই গৰাকী আলোচনা ভাল লাগি।আৰু আগলৈকে এনে দৰে vidio di যাব।
@Dharitee
@Dharitee 5 ай бұрын
বহুত দিনৰ পিছত গায়ত্ৰী বাক দেখি ভাল লাগিল ❤❤❤
@memorycreations229
@memorycreations229 5 ай бұрын
For the first time I have watched your podcast, only because of her❤ lot's of love ba😊
@nirmitakharghoria5527
@nirmitakharghoria5527 5 ай бұрын
Phenomenal episode 👍Loved it ❤
@dishadas9259
@dishadas9259 5 ай бұрын
Utpal das dar life story ru love story loi ahiba sun
@NoorConstructionVlogs
@NoorConstructionVlogs 4 ай бұрын
Always favourite ❤❤
@anamikarabha952
@anamikarabha952 5 ай бұрын
Baideor maat khub vaal lage baa.bht dinor pist dekhilu Val lagil❤
@sonitsaikia1884
@sonitsaikia1884 Ай бұрын
হিমাশ্ৰী আপোনাৰ ভিডিওবোৰ চাই বৰ ভাল লাগে, গায়ত্রীৰ জীৱনটো সুখ-শান্তিৰে ভৰি পৰক।
@abhijitlahon9099
@abhijitlahon9099 5 ай бұрын
Junbair flimr demfool joni eta homyor nostalgic🎉
@priyasaikia3075
@priyasaikia3075 5 ай бұрын
মোৰ প্ৰিয় মৰম লগা বা জনী ❤️। বহুত সহজ সৰল সদায় এনেকৈ থাকিব বা। চাই থাকিলে চাই থাকিব মন যায ।❤❤❤
@devajanisarmah3549
@devajanisarmah3549 5 ай бұрын
প্ৰিয় অভিনেত্ৰী গৰাকী । কথাবোৰ বহুত ভাল লাগিল ।
@dikshambora4104
@dikshambora4104 5 ай бұрын
Baa r intrvw xsake agte sabole puai nslu..uff aji sai bhuttt bsi vl lgl..Gayatri baa ❤
@MausumiGogoi-zi3lj
@MausumiGogoi-zi3lj 5 ай бұрын
ভাল লাগিলে গায়এী বালৈ৷অসমীয়া উচ্চাৰণ ধুনীয়াকৈ ইমান ধুনীয়াকৈ কয়
@user-vl5zb2cb6z
@user-vl5zb2cb6z 5 ай бұрын
Bohut bhall lagil kothabur huni..Kritimota ni Sidha sidhi.Morom logaa
@azgorhussain2311
@azgorhussain2311 Ай бұрын
Very intaresting interviews ,and i wish all success here life ! Thanks
@user-ru4nr3he5m
@user-ru4nr3he5m 5 ай бұрын
Favourite actor Mur hosakoi aagor gaytri baa joni a hoi ase ❤emn j vl lagil kotha bur.
@user-zu6fo1nr1k
@user-zu6fo1nr1k 5 ай бұрын
All time favourite ❤
@Jyotiyadav_015
@Jyotiyadav_015 5 ай бұрын
I love you गायत्री baa,apunar interview rajosthanor porai sai asu❤❤
@wooodlandd
@wooodlandd 5 ай бұрын
Very positive she is , rare quality in today's world
@hiyakumari4506
@hiyakumari4506 5 ай бұрын
সচাকৈ ভাল লাগিল গায়ত্রী বাৰ কথা বোৰ শুনি
@ushanath6842
@ushanath6842 5 ай бұрын
Mahanta baa apuni bohut dhuniya hoi❤❤
@user-re6sz5jg6m
@user-re6sz5jg6m 5 ай бұрын
My all time favorite ❤
@saronthaiboro8828
@saronthaiboro8828 Ай бұрын
Tmr channel baaa interview bur maje maje sai thaku. Kin2 eitu mur first comment. Gayatri Mahanta r karone. Kiba eta val lagise khula monor pora freely kotha bur koi, aku ohongkar nai jen lagil.
@barnalihazarika851
@barnalihazarika851 5 ай бұрын
গায়ত্ৰী তোমাৰ অভিনয় চাবলৈ ৰৈ আছোঁ । মই জামুগুৰিৰ শলগুৰিৰ এতিয়া বিশ্বনাথ চাৰিআলিত । তুমি এদিন আহিছিলা মোৰ ঘৰলৈ । তেতিয়া তুমি কলেজত পঢ়ি আছিলা । বৰ মৰমলগা আছিলা আজিও মৰম লগা হৈ আছা । কুশলে থাকা ❤।
@babluboruah4833
@babluboruah4833 5 ай бұрын
আপোনাক এতিয়া চিনি পায় নে ফোন কৰি খবৰ লৈ থাকে ন
@LiliBorah-tq7vk
@LiliBorah-tq7vk 5 ай бұрын
My all time favourite actress❤❤
@priyankapathak4520
@priyankapathak4520 5 ай бұрын
Xosake Gayatri baa apuni bohut bohut beci dhunia...iman morom loga
@manashborah9894
@manashborah9894 5 ай бұрын
Dutamn question huni ki sai asu nisina lgile 😂 questions bilak agotiyake olp bhabibo lge..... Majote kisumn ji ti hudhise advut dharanr 😂😂 But Gayatri baaa amazing 💖
@DimpyDutta
@DimpyDutta Ай бұрын
Bohut val pao aponak.
@bijumedhi1935
@bijumedhi1935 5 ай бұрын
ভিডিও টো চাই বহুত ভাল লাগিল আৰু সচাঁই জমনি, বহুত হাঁহিলো কথা বিলাক শুনি। ❤
@sweetymech8119
@sweetymech8119 5 ай бұрын
Bohut val lagil Sai...kotha tu Apunak nai kua. Baru dei...atya apuni video bonale nhoi..atya gutei keta podcast t ake hbo...
@JSSUnsscripted
@JSSUnsscripted 5 ай бұрын
🤣
@tulugogoi388
@tulugogoi388 5 ай бұрын
Love you গায়ত্ৰী baa...golaghator pora.❤❤❤❤.vobar dore nhy baa..eman dhuniyakoi koise...🥰🥰🥰
@barnalisarkar6197
@barnalisarkar6197 5 ай бұрын
Eman bhal lage kotha bur xula buli ktha ......adin muku matiba bhut ktha ase muru bhut ktha ase mont আশা আছে ❤❤
@parishmitaborah7881
@parishmitaborah7881 4 ай бұрын
আটাইতকৈ ভাল লগা অভিনেত্ৰী গৰাকী ❤
@sumitradeb8538
@sumitradeb8538 5 ай бұрын
বহুত ভাল লাগিল আমাৰ মাজত সদায় এনেকৈ থাকিব ❤❤
@himasrikashyap7877
@himasrikashyap7877 5 ай бұрын
Aaimi baa aru gaitre baa my crush ❤❤ Bahut dinor pisot dekha paiso bahut vl lagise ❤️ junbaii khn bahut saiso❤
@user-hq7gn5mx6y
@user-hq7gn5mx6y 5 ай бұрын
My all time favourite Gayatri Baa❤ apunar nisina dhunia actress Assamese industry t ajiloi k kuno nai❤❤❤ thank you so much teok mata krne....imn dhunia teo❤❤❤❤❤❤❤
@surabisaikia6357
@surabisaikia6357 5 ай бұрын
Mur vll loga ba joni ❤😘bht dinor pora wait kori asilu gayatri baa
@MunmiSaikia-ic5uw
@MunmiSaikia-ic5uw 5 ай бұрын
Bohut val lagil Gayatri bar kotha huni...
@kanaklatadas960
@kanaklatadas960 5 ай бұрын
Full interview salo...bohut val lagil,, apuni vale thakok hodai.god bless you..❤❤
@geetaboro2689
@geetaboro2689 5 ай бұрын
My all time favourite ❤❤
@gitusingha5734
@gitusingha5734 5 ай бұрын
My all time favourite baa❤
@sunurani2251
@sunurani2251 5 ай бұрын
Bhut vl dei baa jni❤ bhut besi vl lagil sai
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 21 МЛН
OMG what happened??😳 filaretiki family✨ #social
01:00
Filaretiki
Рет қаралды 13 МЛН
Assamese Podcast Ft. Shyamontika Sharma || Untold Story, Relationship, Childhoods || #Ep.5
58:26
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 105 М.