No video

এক দম্পতীৰ সংগ্ৰামৰ কাহিনী | Angatha

  Рет қаралды 614,344

UPARJAN

UPARJAN

Күн бұрын

এক দম্পতীৰ সংগ্ৰামৰ কাহিনী | Angatha
গুৱাহাটীৰ হেঙাৰাবাৰীৰ এটি ভাৰাঘৰৰ পৰাই তেওঁলোকে আৰম্ভ কৰিলে ৯০ টকাত ঘৰে ঘৰে ভাত যোগান ধৰা এক ব্যৱসায়ৰ ৷
ভাতৰ যোগান ধৰি থাকোতেই তেওঁলোকে গম পালে গ্ৰাহকৰ মাজত আচাৰৰ জনপ্ৰিয়তাৰ কথা ৷
ভাতৰ ব্যৱসায় সেয়ে দম্পতীয়ে আৰম্ভ কৰিলে আচাৰৰ ব্যৱসায় ৷ মাত্ৰ দুই কেজি জলীকীয়া আচাৰেই হ’ল ব্যৱসায়ৰ শুভাৰম্ভনি ৷ আচাৰৰ নাম দিলে অঙঠা ৷
এতিয়া সেই আচাৰ কোম্পানী “ অঙঠা " সকলোৰে মুখে মুখে ৷ ৰাজ্যৰ লগতে দেশে বিদেশে ৱিক্ৰী হৈ আহিছে অঙঠা আচাৰ ৷
মাত্ৰ ডেৰশ টকাৰে আচাৰৰ ব্যৱসায় আৰম্ভ কৰি এতিয়া প্ৰতি মাহে ১৫ লাখৰো অধিক টকাৰ আচাৰ বিক্ৰী কৰা এই দম্পতী হ’ল বাবাতু বৰুৱা আৰু পাপৰি বৰুৱা৷
বাবাতু বৰুৱাই অঙঠা পৰিচালনাত প্ৰতিটো ক্ষণ ব্যয় কৰাৰ পৰিবৰ্তে পাপৰি বৰুৱা উৰফে বেহাবাৰী আউত প’ষ্টৰ মনি বৌৱে গুৰুত্ব দিয়ে অঙঠাৰ প্ৰচাৰ আৰু প্ৰসাৰত ৷
আহকচোন এই দম্পতীৰ পৰা জানো ব্যৱসায়ত আগবাঢ়ি যোৱাৰ মূলমন্ত্ৰ

Пікірлер: 466
@protikhyadutta.6398
@protikhyadutta.6398 2 жыл бұрын
মনিবৌৰ অভিনয় যেনেদৰে মনোমোহা তেনেদৰে জীৱনশৈলীও আৰ্কষণীয় ।আপোনালোক সমাজৰ দাপোনস্বৰূপ বিশেষকৈ নিবনুৱা সমাজৰ পথপ্ৰৰ্দশক ।
@debajanisvlogs528Hz
@debajanisvlogs528Hz 2 жыл бұрын
বহুত ভাল লাগিল , অঙঠা ৰ পৰিয়াললৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছো।
@jaganathlalung7272
@jaganathlalung7272 2 жыл бұрын
সচাকৈ মনিবৌ ৰ জীৱন সগ্ৰ্যামৰ কাহিনী ৰ বিষয়ে আজিহে গম পালো👍 আঙঠা গ্ৰ্যুপলৈ বহু ত ধন্যবাদ থাকিল
@INDRA-kf3eg
@INDRA-kf3eg 2 жыл бұрын
মনি বৌৰ ব্যৱসায়তো আজিহে জানিলো দেই বেষ্ট অফ লাক
@monjitlahon3861
@monjitlahon3861 2 жыл бұрын
গোটেই অসমৰ নিবনুৱা যুৱচামৰ বাবে স্বাবলম্বিতাৰ এক উৎকৃষ্ট উদাহৰণ, বেহাৰ বাৰীৰ মনি বৌ আৰু ভিনিদেউৰ, তেখেত লোকক অন্তৰে শুভেচ্ছা থাকিল।🙏🙏
@jyotismitasharmavlog7075
@jyotismitasharmavlog7075 2 жыл бұрын
Bahut val lagil moni ba and vindaw.
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 жыл бұрын
বৰ ভাল লাগিল এই সৰবৰহী দম্পতী হালৰ আত্মসাধনাৰ বাঙ্ময় ৰূপ.."মনি বৌ' বেহাৰবাৰী আউট প'ষ্ট বিখ্যাত এটি চৰিত্ৰ। আমি তেওঁলোকৰ সৰ্বাঙ্গীন উন্নতি কামনা কৰিছোঁ।
@jitumonibora2874
@jitumonibora2874 2 жыл бұрын
বৰ ভাল লাগিল আপোনালোকৰ কৰ্মোদ্যম দেখি।সচাকৈ আপোনালোক প্ৰেৰণাৰ উৎস।আগবাঢ়ি যাওক।
@user-rl2sg1ev6z
@user-rl2sg1ev6z 2 жыл бұрын
আপোনালোকৰ এই ব্যৱসায়টো যেন এদিন সমগ্ৰ বিশ্বই চিনাকি পাই । তাৰেই কামনা কৰিলোঁ ভগৱানৰ ওচৰত । পাপৰি বৌ আৰু দাদা , আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলো ।
@amaldekabaruah5009
@amaldekabaruah5009 2 жыл бұрын
Xx,
@AssameseVloggerDG
@AssameseVloggerDG 2 жыл бұрын
সচাকৈ বৰ ভাল লাগিল পাপৰি বা আৰু বাবাটো দাৰ আচাৰৰ ব্যৱসায়ৰ আৰৰ কাহিনী টো জানিব পাৰি। দুয়োজনলৈ শুভেচ্ছা থাকিল। আন দহজন লোকক এওঁলোকৰ কাহিনীটোয়ে নিশ্চয় অনুপ্ৰাণিত কৰিব। ভাল লাগিল ভিদিঅ'টো চাই।
@imdadali9519
@imdadali9519 2 жыл бұрын
ভাল লাগিল মনি বৌ।আৰু আগবাঢ়ি য়াওক এইয়ে কামনা কৰিলো।ইমদাদ আলি।শিৱসাগৰ।
@dhansirivlogs1427
@dhansirivlogs1427 2 жыл бұрын
অতি সুন্দৰ অনুষ্ঠান , মই উপাৰ্জন অনুষ্ঠান টি নিয়মীয়াকৈ চাওঁ
@rajendasofficial7121
@rajendasofficial7121 2 жыл бұрын
বঢ়িয়া, বহু শুভেচ্ছা জনালোঁ
@chinimaibora7626
@chinimaibora7626 18 күн бұрын
মনী বৈ দুই জনলৈ বহুত বহুত আন্তৰিক ধন্যবাদ জনালো।
@rupdhannath6894
@rupdhannath6894 2 жыл бұрын
Moni bour business sodai আগুৱাই যাওক ,তাকে কামনা কৰিলোঁ
@manujborgohain5163
@manujborgohain5163 2 жыл бұрын
ব্যৱসায়ৰ উন্নতি দেখি ভাল লাগিল
@kabinchdas4924
@kabinchdas4924 2 жыл бұрын
Aug bhari jak
@nitirajkhowa6521
@nitirajkhowa6521 2 жыл бұрын
বৰ ভাল কামত আগ বাঢ়ি ছে আৰু আগুৱাই ৰাওক👌👌👌
@tennysonsaikia2738
@tennysonsaikia2738 2 жыл бұрын
Papori Borah is really the pride of Nagaon. She is an amazing actress.And now she has transformed herself into a business woman which is really praiseworthy.
@gendhalibhakatgaonrupali1207
@gendhalibhakatgaonrupali1207 Жыл бұрын
)
@ranjitahazarika2383
@ranjitahazarika2383 2 жыл бұрын
ধন্যবাদ তোমালোকলৈ ঈশ্বৰে আগোৱাই নিয়া।
@miraandnabajit3081
@miraandnabajit3081 2 жыл бұрын
Xundor sharing vl lagile sai please stay connected
@pritishnamahanta3063
@pritishnamahanta3063 2 жыл бұрын
আপোনালোকৰ ব্যৱসায় যেন আৰু আগ বাঢ়ি যাওক তাৰ কামনা কৰিলো
@assamemes1110
@assamemes1110 2 жыл бұрын
Babatu Dadai mur hopun tuai aag bohai ni ase..montu bohut bhal lagise...jibonor atai udessho ...101 asomiya lora suwali hongstapon diyar aru bahiror khini deri hol jodiou fullstop diyar....ai video tu dekhi bohut utkha palu...akha koru murou ji Entrepreneur huwar hopun hunkalei pur hoi jen🙏🏼🕉️☯️
@nitulsaikia6652
@nitulsaikia6652 2 жыл бұрын
সুন্দৰ পদক্ষেপ পপী বাবু আগোৱাই যোৱা
@shamira2829
@shamira2829 2 жыл бұрын
এইদৰে অসমতো উদ্যোগ গঢ়ি উঠিলে অসমৰ মানুহ আৰু বেলেগ ৰাজ্যত যাব লাগে
@sangitasonowal7396
@sangitasonowal7396 2 жыл бұрын
Bohut vl lagil apunalukor kothabur janibo pai, kin2 eyar pokhikhan diyar bibostha kora jabo neki tar bikhaya jonabosun, mur hikiboloi bohut mon asa..plz jonabosun
@hiradevi3608
@hiradevi3608 2 жыл бұрын
বৰ ভাল লাগিল। আপোনালোক আগবাঢ়ি যাওক
@arupbaruah699
@arupbaruah699 2 жыл бұрын
বহুত ভাল লাগিল।বৰুৱা দম্পতীৰ 'অঙঠা' জিলিকি থাকক।'বেহাৰবাৰীৰ আউটপোষ্ট 'ৰ চিনাকি চৰিত্ৰ মণি বৌ ' বেহাৰবাৰীৰ আউটপোষ্ট 'ত উজলি থকাৰ দৰে জীৱন যুঁজতো উজলি থকাৰ কামনা কৰিলোঁ।বহুত বহুত শুভেচ্ছা জনালোঁ।
@purnimagogoi5415
@purnimagogoi5415 2 жыл бұрын
মনিবৌক দেখি ভাল লাগিল৷আপোনালোক আৰু আগুৱাই যাওক
@kaberisaikiakhatoniar2698
@kaberisaikiakhatoniar2698 2 жыл бұрын
Kotha khini xuni bor bhal lagil. All the best dada aru moni bou. 👍👍👍👍
@nomigohain393
@nomigohain393 2 жыл бұрын
Bandhun gut a majja ajiha gom paisu bast of luck aguai joya nowboicha r pora morom jasisu
@sanjibkumarnayak9686
@sanjibkumarnayak9686 2 жыл бұрын
বহুত ভাল প্ৰচেষ্টা, নিশ্চয় সফল হব
@mamubaruah7390
@mamubaruah7390 2 жыл бұрын
Bor dhunia ......aag bahi jua
@natunlahar9870
@natunlahar9870 2 жыл бұрын
বহুত ভাল লাগিল।
@geetakalita1806
@geetakalita1806 2 жыл бұрын
মণি বৌ বহু ত বহুত শুভেচ্ছা থাকিল
@devojanibora9556
@devojanibora9556 Жыл бұрын
শুভেচ্ছা থাকিল দুয়োজনলৈ আগলৈ ও সুন্দৰ ভাৱে আগোৱাই যোৱা হত ।দেৰগাও ৰ মিছামৰা মৌজাৰ দুলিয়া গাওৰ পৰা ।
@binapanisengupta9162
@binapanisengupta9162 2 жыл бұрын
Tumaluk aru agg barhi jua.👍
@monikakachari1698
@monikakachari1698 2 жыл бұрын
জানি বহুত ভাল লাগিল মনি বা
@purabiborgohain5076
@purabiborgohain5076 2 жыл бұрын
"বৰ সুন্দৰ পদক্ষেপ"। আপোনালোক দুয়োলৈ অলেখ মৰম ও ধন্যবাদ থাকিল।
@kalendas1935
@kalendas1935 2 жыл бұрын
Moni bowr business moy agore porai gom pao good bless you Moni bow ❤️❤️❤️❤️ lovely thanks uparjon news 🙏
@deepborgohain422
@deepborgohain422 2 жыл бұрын
আপোনালোকৰ এই আচাৰ ব্যৱসায়টোৰ....এটা.. নিদিষ্ট নাম ৰাখি ...... প্ৰচাৰ কৰক.... গোটেই ভাৰততে.....👍 আৰু ভাল উপাৰ্জনৰ কৰিব পাৰিব.... অসম এই ব্যৱসায়ৰ কেঁচা সামগ্ৰীৰে ভৰি আছে...🙏
@RANGRANG
@RANGRANG 2 жыл бұрын
খুব ভাল লাগিল জানি, আৰু আগবাঢ়ি যাওঁক।
@pragyaprithibipurabigogoi8996
@pragyaprithibipurabigogoi8996 2 жыл бұрын
বৰ সুন্দৰ আদৰ্শ এয়া...
@porishmitaborah5726
@porishmitaborah5726 2 жыл бұрын
Val lgil Khble pm buli akha Thkil
@northeastriderkundon
@northeastriderkundon 2 жыл бұрын
বহুত বহুত শুভেচ্ছা জনালোঁ আৰু বহুত আগুৱাই যাওক আপোনালোক
@lakhyajyotisaikia335
@lakhyajyotisaikia335 2 жыл бұрын
ভাল লাগিল আপোনালোকৰ ব্যবসায়ৰ কথা জানি । আমাৰো এটি সৰু গোটে চৰবত আচাৰ জেলি জাম চচৰ ব্যবসায় আৰম্ভ কৰিছো।
@noiseassambrainers
@noiseassambrainers 2 жыл бұрын
আপোনালোক আগুৱাই যাওক ।🙏🙏🙏🙏
@pankajtamuli8970
@pankajtamuli8970 2 жыл бұрын
তলে তলে মনি বও বেপাৰ আছে , আমি গম পোৱা নাছিলোঁ , আজিহে গম পালো , পচাৰ কম হৈছে দাদা বাইদেউ , আগুৱাই যাওক আৰু
@mintutalukdar9619
@mintutalukdar9619 2 жыл бұрын
Khundor. Bohut. Val. Lagil. Sai.
@dhananjoydeka1205
@dhananjoydeka1205 2 жыл бұрын
Success ৰ আন এটা নাম ধৰ্য্য।
@mondirabezborah9457
@mondirabezborah9457 2 жыл бұрын
Bhal lagil e bahut bahut. Janibo parilu. Jrt t ahe nai achar, aamru khabo mn goise, moni bowe toiyar kara achar.
@bulbulisonowalhazarika5023
@bulbulisonowalhazarika5023 2 жыл бұрын
Bor Val lagil huni .miu acharor bibokhai krm buli agbahibo loisu
@rituborah4966
@rituborah4966 2 жыл бұрын
Bohut vl lagisy apunalukor asaro beboxai tu kotah xuni aguwae jok moiu asar Kae bohut vl pawu aru nijeu grty asar bonuwa kamu koru
@shirumonigogoi1024
@shirumonigogoi1024 2 жыл бұрын
অতি সুন্দৰ ,আপোনালোক দুইয়ো আগবাঢ়ি যাওক তাৰে কামনা কৰিছো,,
@usharaniphukan3869
@usharaniphukan3869 2 жыл бұрын
সুন্দৰ পৰিকল্পনা ।শুভেচ্ছা থাকিল।
@sunugogoigogoi6059
@sunugogoigogoi6059 2 жыл бұрын
Bohut vhl lagil huni papori ba and vindou 💖💖
@ditimonidutta3381
@ditimonidutta3381 2 жыл бұрын
আপোনালোক আৰু আগুৱাই যাওক। শুভকামনা যাছিলো।❤️
@monalishadutta5860
@monalishadutta5860 2 жыл бұрын
Hosai Apunalukor kam buror kotha huni hosai bohut anondo paisu. Moin bow Apunija emn kamor majotu Homoi uliai anor kotha vabisa Hosai apunak dhoinyo bad disu Aru agnarhi jauk. Manuhor kothat kan nidibo. Kukuror bhuka ha kam. Gotika no tenson. 🙏🙏🙏
@prasantabhatta3428
@prasantabhatta3428 2 жыл бұрын
Moni boue je husbandor logot ane sundor Kam kori ase bhabiboi nuwaru. Bohut bohut dhonyabad. Augbarhi jail. Bhoban apunalukor sohai houk . Ayehe adorsho jibon
@juliborman6507
@juliborman6507 2 жыл бұрын
Congratulations 🎊..and ur acting is mind blowing ..keep it up💐💐
@harapradipdas
@harapradipdas 2 жыл бұрын
So lovely, great job. Keep it up. And best of luck both of u. God Bless u.
@montichutia2008
@montichutia2008 2 жыл бұрын
মণি বৌৰ সুন্দৰ কাৰ্যকলাপ ভাল লাগিল বাবা দা
@amit-qb8jk
@amit-qb8jk 2 жыл бұрын
Best of luck 15 lakh noi 1cr hok as a Assam boy I fill proud
@bishnugogoi6263
@bishnugogoi6263 2 жыл бұрын
Moni bou aaguai jaouk❤❤🙏
@Kaushikeditzshorts
@Kaushikeditzshorts 2 жыл бұрын
মইনা কলিজাৰ এই বা💯💯💯👍👍
@rebotisaikia661
@rebotisaikia661 2 жыл бұрын
ভৱিষ্যতে যাতে আৰু আগবাঢ়ি যায় ৷ধন্যবাদ
@rajasri159
@rajasri159 2 жыл бұрын
Bou ❤️❤️❤️bhindeu r kothabor o vl lagil .... Bou bohut talented de... Amar pathsala t npam nk bour bnoa aasar...
@myhome1996
@myhome1996 2 жыл бұрын
👏👏👏 Bhout bhal lagil sai apna lokor story'suni
@mrrangku7901
@mrrangku7901 2 жыл бұрын
Bor dhunia hoise aru aagbarhi jaok moi lakhimpur hatilungr hoi bhut val lagil
@hemantaphukon7578
@hemantaphukon7578 2 жыл бұрын
ভাল লাগিল মণিবৌ
@dhanahmed702
@dhanahmed702 2 жыл бұрын
ভাল লাগিল, আগুৱাই যাওক এঢাপ এঢাপকৈ 🙏🙏
@purabivolgs4433
@purabivolgs4433 2 жыл бұрын
অতি সুন্দৰ। আৰু আগুৱাই যাব বুলি আশা কৰিলো
@mousumiborthakur3425
@mousumiborthakur3425 2 жыл бұрын
Hosake bor val lagil dei ....❤❤💝💝
@anisaikia8348
@anisaikia8348 2 жыл бұрын
পাপৰিৰ পৰিয়াললৈ শুভেচ্ছা জনালো ।
@gitikitchenvlogs8671
@gitikitchenvlogs8671 2 жыл бұрын
বহুত ভাল লাগিল চাই শুভেচ্ছা থাকিল 😘👍🤗
@satyajitkalita3605
@satyajitkalita3605 2 жыл бұрын
Papori tumi again juwe best of luck from Krishna kalita dibrugarh
@mainabarman4477
@mainabarman4477 2 жыл бұрын
মনি বৌৰ ব্যবসায় সদায় আগুৱাই যাওক এয়ে কামনা ভগৱানৰ শ্রী চৰনত 🙏
@gayatriboruah8585
@gayatriboruah8585 2 жыл бұрын
Val lagil dada bow aguwai jaok
@anupomgohain2837
@anupomgohain2837 2 жыл бұрын
ভাল খৱৰ , সুন্দৰ হওক সফল হওক ।
@dailyroutine2687
@dailyroutine2687 2 жыл бұрын
বহুত ভাল লাগিল দেই
@harshikasworld3687
@harshikasworld3687 2 жыл бұрын
Bahut val lagil
@dipanjalimonjai6186
@dipanjalimonjai6186 2 жыл бұрын
Best of Luck for Angatha journey 👍🏼👍🏼👍🏼
@rekhadas7669
@rekhadas7669 2 жыл бұрын
বঢ়িয়া মনি বৌ ভাল লাগিল । শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগুৱাই যাওঁক ।
@prarthanadutta5263
@prarthanadutta5263 Жыл бұрын
Bhal lagil. Nije sabolombi an dujon nibonuwaku bhat dibo parise👏👏
@bikashbora5617
@bikashbora5617 2 жыл бұрын
Angatha poriyaloloi bohut huveshy jonalu....dada bow aru aguai jua .....
@hirakjyotibhuyan2056
@hirakjyotibhuyan2056 2 жыл бұрын
দাদা আৰু বৌ আপোনালোকৰ ব্যৱসায় আৰু আগবাঢ়ি যায় যেন,,,
@nilomonigogoi2121
@nilomonigogoi2121 2 жыл бұрын
সুন্দৰ
@rinagogoi4853
@rinagogoi4853 2 жыл бұрын
সচাই বশুত ভাল লাগিল আগ বাহি যোৱা
@pranabkumarbora6494
@pranabkumarbora6494 2 жыл бұрын
Hdai agborhi jauk aru bojar khn amr kribo bisarau ata posestha krise vl lgise doh jnoku agborhai niok 🙏🏻👍
@crazyshorts9191
@crazyshorts9191 2 жыл бұрын
মনি বৌ লৈ অশেষ ধনয়বাদ🤗
@purabibora2048
@purabibora2048 2 жыл бұрын
বৰ ভাল কাম কৰিছে। শুভেচ্ছা জনালোঁ।
@Nishi_000
@Nishi_000 2 жыл бұрын
Bohiya,bohut bhal lagil....
@digilearn7201
@digilearn7201 2 жыл бұрын
মণি বৌৰ ব্যৱসায়ী দেখি আপ্লুত হলো।🙏🙏🙏
@pallabivlogs426
@pallabivlogs426 2 жыл бұрын
Aru ag bahi jauk vl lagise....
@FusuriClub
@FusuriClub 2 жыл бұрын
আৰু আগুৱাই যাওক। শুভেচ্ছা থাকিল।
@leenabordoloi8045
@leenabordoloi8045 2 жыл бұрын
Bohut bhal Kam karise.sai bhal laghise.prerana paisu.love from duliajan
@hpeguentertainment3418
@hpeguentertainment3418 2 жыл бұрын
Apunar channel moi bohut sai bhal lage aru apuni agbari juwa
@ManashKaushik
@ManashKaushik 2 жыл бұрын
Great... আৰু আগুৱাই যাওক 🙏
@dilipboruah4844
@dilipboruah4844 2 жыл бұрын
Val lagil
@phuleswarrzbnc8003
@phuleswarrzbnc8003 2 жыл бұрын
উপাৰ্জনৰ প্ৰতিটো ভিদিও বাবে মই আগ্ৰহী
@aajenotunhomoi5664
@aajenotunhomoi5664 2 жыл бұрын
ভাল লাগিল মনি বৌ আপোনাৰ বিৱসাই চাই
@dannyentertainment4274
@dannyentertainment4274 2 жыл бұрын
Moni bow dekhun ai2❤️❤️🥰
@rajdeep_axhom1370
@rajdeep_axhom1370 2 жыл бұрын
jni👍🏻
@hamen03soft
@hamen03soft 2 жыл бұрын
🤍👍
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 17 МЛН
SPILLED CHOCKY MILK PRANK ON BROTHER 😂 #shorts
00:12
Savage Vlogs
Рет қаралды 50 МЛН
what will you choose? #tiktok
00:14
Анастасия Тарасова
Рет қаралды 5 МЛН
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 17 МЛН