No video

তেজপুৰ বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাস' নিৰিবিলি'ৰ স্ৰষ্টা কৌশিক নন্দন বৰুৱাৰ সৈতে আলাপ

  Рет қаралды 96,506

ৰ'দৰ সিপাৰে- Rodor Xipare

ৰ'দৰ সিপাৰে- Rodor Xipare

Күн бұрын

#tezpuruniversity #Niribili #kaushik_nandan_baruah #buddhajyotibezbaruah
'ৰ'দৰ সিপাৰে'-ৰ প্ৰথমটো ভিডিঅ' আপোনাসৱলৈ আগবঢ়াই দিলো। প্ৰথমগৰাকী অতিথি আছিল নিৰিবিলি : এটি নীৰৱ কাহিনী শীৰ্ষক তেজপুৰ বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাসৰ লেখক কৌশিক নন্দন বৰুৱা। আশাকৰো সকলোৱে আদৰিব আমাৰ এই প্ৰচেষ্টাক। স্বেয়াৰ কৰিব। নতুনকৈ খুলিছো চেনেলটো। আপোনালোকৰ সঁহাৰি পালে ৰ'দৰ সিপাৰে আৰু বহুদূৰ আগুৱাই যাবলৈ সক্ষম হ'ব।
আহি আছে আৰু বহুকেইগৰাকী বিশেষ অতিথি ৰ'দৰ সিটোপাৰৰ পৰা। অতি সোনকালেই লগ পাম আকৌ।
তেতিয়ালৈকে ভিডিঅ'টো স্বেয়াৰ কৰক আৰু আমাক উৎসাহ প্ৰদান কৰক। ধন্যবাদ সকলোলৈ ❤️❤️❤️
Follow us on social media-
'ৰ'দৰ সিপাৰে'
Facebook: / rodorxipare
Buddha Jyoti Bezbaruah
Facebook: www.facebook.c...
Instagram: ...
Kaushik Nandan Baruah
Facebook: www.facebook.c...
Instagram: ...

Пікірлер: 429
@kaushikbaruah9522
@kaushikbaruah9522 3 жыл бұрын
ইণ্টাৰভিউ দিব পৰাকৈ, নিজৰ কথাবোৰ কেমেৰাৰ আগত এইদৰে ক'ব পৰাকৈ যোগ্য হোৱা নাই এতিয়াও। তাৰ পাছতো ইমান মৰম ইমান সঁহাৰি পাহৰিব নোৱাৰিম কেতিয়াও । বহুত বহুত ধন্যবাদ বুদ্ধ । ৰ'দৰ সিপাৰে আগুৱাই যাওঁক বহুদূৰ ।
@arupborah57
@arupborah57 3 жыл бұрын
Bht bhal lagil Niribili
@manashentertainment4834
@manashentertainment4834 3 жыл бұрын
ভাল লাগিল
@-rodorxipare3758
@-rodorxipare3758 3 жыл бұрын
ধন্যবাদ কৌশিকলৈ।❤️ সকলোৰে সহযোগীতা আমাৰ কাম্য। -Team Rodor Xipare
@jyotismitadas4066
@jyotismitadas4066 3 жыл бұрын
নিৰিবিলি❤❤❤❤❤❤
@minho4785
@minho4785 3 жыл бұрын
দাদা ময়ূৰ দাৰ মৃত্যু সচাঁনে । ২ দিনত কিতাপখন পঢ়ি শেষ কৰি এতিয়া সপোনতো দেখিছো নিজক TU ৰ চৌহদত ।
@jimaniborah6917
@jimaniborah6917 Жыл бұрын
কোত আছে বাৰু অনুৰন হাজৰিকা...? এবাৰ লগ পোৱা হলে🥺 লগতে অভিমন্যু, সন্ধ্যা আৰু ময়ুৰ..... উফ্ এইকেইটা চৰিত্ৰই মোক বৰকৈ আমনি কৰি আছে 😓❤️❤️❤️,,
@inmyhotgirlera4ever
@inmyhotgirlera4ever 5 ай бұрын
They are fictional characters?ne hosai ase
@bipashaboruah8354
@bipashaboruah8354 2 жыл бұрын
অনুৰণৰ চৰিত্ৰটো বহুত ভাল লাগে অʼ।গোটেই ৰাতিটো পঢ়ি আছো।সʼচাকৈ অনুৰণৰ দৰে প্ৰেম অকল তেওঁৰ পক্ষেহে সম্ভৱ।
@Abinash30531
@Abinash30531 7 ай бұрын
কপাল লাগিব অনুৰণৰ দৰে ল'ৰাৰ প্ৰেয়সী হবলৈ_____❤😌 সন্ধ্যাৰণ❤
@ponchanonborah4291
@ponchanonborah4291 3 жыл бұрын
সন্ধ্যাইয়ো কোৱাৰ দৰে চন্দ্ৰালী বাৰ মাতটোৰ সৈতে তিলটোৰ সৈতে হাঁহিটো খুবেই ধুনীয়া।💚
@gitashreesaikia1554
@gitashreesaikia1554 Жыл бұрын
অনুৰণ❤ মোৰ কাল্পনিক পৃথিবীৰ প্রিয়তম🌚
@user-mn2lx1dx2m
@user-mn2lx1dx2m Жыл бұрын
😌... অনুৰণ 🤍
@mayurkrishnaborah7437
@mayurkrishnaborah7437 3 жыл бұрын
কৌশিক দাদাক নিৰিবিলি উপন্যাসৰ ময়ুৰ ৰ চৰিত্ৰটোৰ মাজত বিচাৰি পাওঁ।
@pragyakhidasixb3617
@pragyakhidasixb3617 2 жыл бұрын
Ekdom xocha eitu 💕
@moinasonowal6212
@moinasonowal6212 2 жыл бұрын
Ekdom xsa kotha moiu bixari paww💖
@pritisprettyworld1176
@pritisprettyworld1176 2 жыл бұрын
Moio,enekwa lge jen teowei mayur
@praptihazarika5802
@praptihazarika5802 2 жыл бұрын
Muru tenekua Lage gan huni Val pua Dada jonor hanto mukh khn aru bohut kothae moiur soritra Tur lgt Mila .....niribilir khub sue gol muk .......ateya radhar opekhyat💕
@riyabhuyan979
@riyabhuyan979 2 жыл бұрын
Seriously moiu 🥺
@nabonitabhuyannabonitabhuy3543
@nabonitabhuyannabonitabhuy3543 Жыл бұрын
অনুৰন মোৰ কাল্পনিক পৃথিৱীৰ প্ৰীয়তম ❤️ নিৰিবিলি মোৰ জীৱনৰ প্ৰথম উপন্যাস যি মন প্ৰান চুই গৈছে।।
@tridiploson4644
@tridiploson4644 3 жыл бұрын
উপন্যাসৰ বাকী চৰিত্ৰ সমূহ যেন অভিমন্যু , সন্ধ্যা, অনুৰন আদিক চন্দ্ৰালি বা দৰে দেখা পালে আৰু ভাল লাগিল হয়😀❤️❤️❤️❤️❤️❤️ নিৰীবিলি পঢ়ি খুব ভাল লাগিল ❤️❤️❤️
@limabora2163
@limabora2163 3 жыл бұрын
Thik koise plzzz zldyy lgee
@nayanmoni5199
@nayanmoni5199 3 жыл бұрын
সচাকৈ আন আন চৰিত্ৰ সমূহ চাবলৈ আশা থাকিল।
@nayanaborah2598
@nayanaborah2598 3 жыл бұрын
Hosake
@anuradhabora9128
@anuradhabora9128 2 жыл бұрын
নিৰিবিলি পঢ়ি খুবেই ভাল লাগিল ❣️❣️ নিৰিবিলি পঢ়ি ময়ো TU ৰ প্ৰেমত পৰি গৈছো ❣️❣️ মোৰ আটাইতকৈ প্ৰিয় চৰিত্ৰটো হ'ল অনুৰণ হাজৰিকা❣️❣️
@n.jeditor9408
@n.jeditor9408 2 жыл бұрын
কৌশিক দা আৰু চন্দ্ৰালি বাৰ দৰে অভিমন্যু দা , অনুৰণ দা আৰু সন্ধ্যা বা ক চাবলৈ খুব ইচ্ছা আছে। আশা কৰোঁ তেওঁলোকো দেখুৱাব পাৰিব। লগতে অনুৰাধা বা ও আছে দেই নহলে আকৌ তেখেতে বেয়া পাব । অহ পাৰিছিলো জেং ছোৱালী জনিৰ কথা মানে পখী বা কথা কৈছোঁ তেওঁক ও চাবলৈ মন আছিল।
@ankitadeka8860
@ankitadeka8860 2 жыл бұрын
হয় বহুত মন আছে চাবলৈ
@jyotishmangogoi2431
@jyotishmangogoi2431 2 жыл бұрын
@@ankitadeka8860 muru
@rumibhuyan3937
@rumibhuyan3937 2 жыл бұрын
Hoi deii mor o !!
@hrishitadutta3938
@hrishitadutta3938 Жыл бұрын
Moro
@Lb23557
@Lb23557 Жыл бұрын
Muru
@-rodorxipare3758
@-rodorxipare3758 3 жыл бұрын
'ৰ'দৰ সিপাৰে'-ৰ প্ৰথমটো ভিডিঅ' আপোনাসৱলৈ আগবঢ়াই দিলো। প্ৰথমগৰাকী অতিথি আছিল নিৰিবিলি : এটি নীৰৱ কাহিনী শীৰ্ষক তেজপুৰ বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাসৰ লেখক কৌশিক নন্দন বৰুৱা। আশাকৰো সকলোৱে আদৰিব আমাৰ এই প্ৰচেষ্টাক। স্বেয়াৰ কৰিব। নতুনকৈ খুলিছো চেনেলটো। আপোনালোকৰ সঁহাৰি পালে ৰ'দৰ সিপাৰে আৰু বহুদূৰ আগুৱাই যাবলৈ সক্ষম হ'ব। আহি আছে আৰু বহুকেইগৰাকী বিশেষ অতিথি ৰ'দৰ সিটোপাৰৰ পৰা। অতি সোনকালেই লগ পাম আকৌ। তেতিয়ালৈকে ভিডিঅ'টো স্বেয়াৰ কৰক আৰু আমাক উৎসাহ প্ৰদান কৰক। ধন্যবাদ সকলোলৈ ❤️❤️❤️
@jyotishmitasaikia3724
@jyotishmitasaikia3724 3 жыл бұрын
কি সুন্দৰ...! মই জীৱনত সম্পূৰ্ণ চাই পোৱা সাক্ষাৎকাৰ এইটোৱে প্ৰথম। কৌশিক দা,ৰ'দালি বা,কাব্ৰা দা...সকলোৰে ইমান সাৱলীল কথাবোৰ।এনে লাগিছে নিৰিবিলিত বহি আছোঁ,বতাহে কথা কৈছে। বুদ্ধ দাৰ প্ৰশ্ন নিৰ্বাচন অতুলনীয়। আটাইবোৰ প্ৰিয় মানুহ।💕
@-rodorxipare3758
@-rodorxipare3758 3 жыл бұрын
@@jyotishmitasaikia3724 ধন্যবাদ ❤️ 😀
@Nilakshi442
@Nilakshi442 10 ай бұрын
নিৰিবিলি এটি নীৰৱ কাহিনী💕 হৃদয় চুই গ'ল🥰🤗 অনুৰণ,সন্ধ্যা,অভিমন্যু আৰু ময়ূৰৰ চৰিত্ৰই মনত গভীৰভাৱে সাঁচ বহুৱালে🥰❤
@dipankarroy9273
@dipankarroy9273 Жыл бұрын
... 😢😢😢😢 .... কি বুলি বুজাওঁ বাৰু কিমান কান্দিলোঁ নিৰিবিলি পঢ়ি । এখন নতুন পৃথিৱী , কেইটিমান নতুন চৰিত্ৰ আজীৱন হৃদয়ত সজীৱ হে ৰব 🥺❤️
@jushmitasaikia5521
@jushmitasaikia5521 3 жыл бұрын
আকৌ এবাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিলোঁ।।❤️❤️ অতি সোনকালেই গৈ আছোঁ🌸❣️
@dimpalbora5573
@dimpalbora5573 2 жыл бұрын
মই পঢ়া উপন্যাস বোৰৰ ভিতৰত সকলোতকৈ সাঁচ বহুৱাই যোৱা এখন উপন্যাস কৌশিক দা কি কম মুঠতে মোৰ কব ভাষা নাই❤️ hs exm দি আমনি লগাত লগৰ টোক কিবা পঢ়িবলৈ কিতাপ খুজিছিলো সি দিছিল বৃহৎ ভলিউমৰ pdf টো ,পঢ়ি কান্দি দিছিলোঁ ....তোমাৰ ভাষাৰে কিমান ভাবুক বা প্ৰেমিক হ'ব লাগিব এনে এখন উপন্যাস লিখিবলৈ । সঁচাকৈ মই নিৰিবিলিৰ প্ৰেমত পৰিলোঁ, প্ৰেমত পৰিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ .....কি নাই উপন্যাস খনত বন্ধুত্বৰ সংজ্ঞাৰ পৰা প্ৰেমৰ সংজ্ঞালৈ ... এজন ল'ৰা আৰু এগৰাকী ছোৱালীৰ মাজৰ সম্পৰ্ক কেৱল যে প্ৰেম নহয় তাতোকৈ উপৰৰ প্ৰবিত্ৰ সম্পৰ্ক যে বন্ধুত্ব তাক ইমান সুন্দৰকৈ প্ৰমাণ সহকাৰে বুজাই দিছা উপন্যাস খনত, তাতোকৈ প্ৰেম কেনেকুৱা হ'ব লাগে তাকো ইমান সুন্দৰকৈ বুজাই দিছা ।। সচাই আচৰিত তোমাৰ লেখা , কথাৰ প্ৰতি খাপ খুৱাই জুবিন দাৰ গান কিটা উফফ্ কি সুন্দৰ ... ময়ুৰ অনুৰণ অৰ কথাৰে নিগৰা বাক্য বোৰ গাৰ নোম শিঁয়ৰাই দিছিল । কৌচিক দা আৰু কি জানানে দুটা কৈ উজাগৰি দিনে নিশাই পঢ়ি শেষ কৰিছিলোঁ ১৩৩১পেজ থকা পি.ডি.এফ টো কেনেকৈ ৰাতিপুৱাইছিল কব পৰা নাছিলোঁ ইমানেই সোমাই পৰিছিলো যে সন্ধিয়া ৰ পৰা পুৱা লৈ মা আহি ৰুম হাৰি গৈছিল হি অথচ গম নাপাওঁ ।উফফ্ কি সুন্দৰ নিদৰ্শন পঢ়ি হোৱা আজি মোৰ তিনি দিন হ'ল ,হ'লেও কাণত বাজি আছে সেই ...সন্ধ্যা,অভি ,ৰণ এমিনিটি এচিনচিয়েল আদি শব্দ বোৰ চকুৰ আগত যেন এখন মই চিনেমা চাই আছিলোঁ কিকম মানে ভাষা নাই ।।❤️ সুযোগ পালে তেজীয়ান হ'ব মোৰ দুৰ্বাৰ হেঁপাহ। সঁচাই আকৌ এবাৰ মই নিৰিবিলিৰ প্ৰেমত পৰিলোঁ।। বেয়া নাপাব কমেন্টটো দীঘলীয়া হ'ল কিন্তু মনত সাঁচিৰখা বোৰ উলিয়ায় শান্তি লাগিছে । আপোনাক এবাৰ লগ পোৱাৰ ইচ্ছাৰে লখিমপুৰৰ পৰা মৰম ।। বাকী ধন্যবাদ বুদ্ধ দা ভাল লাগিল তোমাৰ সাক্ষাৎকাৰ টো বহু কথাই শিকিলোঁ❤️❤️❤️
@pronitasonowal1263
@pronitasonowal1263 2 жыл бұрын
সচাঁকৈ নিৰিবিলি প্ৰেমত পৰি গলো ।। ভাষাৰে বুজাব নোৱাৰিম ❤️🤗
@kasturitamuliboruah193
@kasturitamuliboruah193 2 жыл бұрын
ইমান এখন সুন্দৰ উপন্যাস পঢ়িবলৈ মোক pdf টো দিয়াৰ বাবে তোমাক ধন্যবাদ ।💚💚
@blackbeauty1341
@blackbeauty1341 Жыл бұрын
Dada PDF tu pam neki
@dimpalbora5573
@dimpalbora5573 Жыл бұрын
@@blackbeauty1341 nisoii koii
@dimpalbora5573
@dimpalbora5573 Жыл бұрын
@@blackbeauty1341 email no WhatsApp no tu dibo di dim....
@khasminchoudhury7682
@khasminchoudhury7682 3 жыл бұрын
এনে অনুভৱ হয় যে মই যেন নিৰিবিলিৰ কোনোবা এটা চৰিত্ৰ , ইমান সতেজ আৰু বাস্তৱ বৰ্ণনা 💕কিছু কিছু মুহুৰ্তত চকু সেমেকি উঠিছিল । ইমান সুন্দৰ উপস্থাপন, উপন্যাসৰ লেখক তথা ইয়াৰ আঁৰৰ প্ৰত্যেক জনক ধন্যবাদ যাচিলোঁ । বহুত শুভকামনা থাকিল।
@manashpritamofficial5148
@manashpritamofficial5148 2 жыл бұрын
নিৰিলিবি: এটি নীৰব কহিনী😍 উফ পঢ়িলে বাৰে বাৰে পৰো দেখোন সন্ধ্যাৰ প্ৰেমত❣️ অনুৰণ হৱ মনযায় তেনেকোৱা কোনোবা সন্ধ্যাৰ বাবে।💓
@bhagyasreerajkhowa974
@bhagyasreerajkhowa974 3 жыл бұрын
নিৰিবিলি খন পঢ়ি সচাঁকৈয়ে কাঞ্চনৰ চহৰখনৰ প্ৰেমত পৰি গ'লো🥺❤..প্ৰতিটো চৰিত্ৰৰ মাজত যেন সোমাই পৰিছিলো🥀.কোনোবা সময়ত ওঠত হাহিঁ এটা লাগি উঠিছিল আৰু কোনোবা সময়ত চকুপানী ওলাই গৈছিল।বহুত উপন্যাস পঢ়িলো,কিন্তু এইখন যেন পৃথক 🥺..তেজীয়ান হোৱাৰ সপোন জগাই তুলিলে🌸..
@riyabhuyan979
@riyabhuyan979 2 жыл бұрын
Hsakai 🥺
@marionborpatragohain134
@marionborpatragohain134 2 жыл бұрын
জিভাৰ কথাটোৱে কৈ দিছা
@pallabiboruah2582
@pallabiboruah2582 2 жыл бұрын
উপন্যাসখনৰ আন চৰিত্ৰসমূহ যেনে সন্ধ্যা বা ,অনুৰণ দাদাক , অভিমন্যু দাদাক দেখিবলৈ বহ্ত আশা থাকিল,😌
@-rodorxipare3758
@-rodorxipare3758 2 жыл бұрын
নিশ্চয় আমি চেষ্টা কৰিম অন্যান্য চৰিত্ৰসমূহৰ সৈতেও আপোনালোকক চিনাকী কৰিবলৈ।
@lakhimiborthakur8761
@lakhimiborthakur8761 3 жыл бұрын
উপন্যাসৰ ৰূপত যেন এটি জীয়া কাহিনী পঢ়িবলৈ পালো.. উপন্যাসখনৰ প্রতিটো চৰিত্রই যেন জীৱন্ত ৰূপত চকুৰ আগত ভাহি উঠিছিল... সচাকৈয়ে বহুত বহুত ভাল লাগিল পঢ়ি... আৰু ৰ'দালী(চন্দ্রালী) বা জনী সচাকৈয়ে বৰ মৰম লগা কিন্তু ❤❤❤
@kuldeepgogoi4374
@kuldeepgogoi4374 2 жыл бұрын
অনুৰণ হ'ব নোৱাৰিলেও অভিমুন্য হৈয়ে কাৰোবাৰ মনত হাঁহি বিৰিঙাব মন যায়।
@bishnugogoi8629
@bishnugogoi8629 Жыл бұрын
"মন যায়
@saraswatisaha9645
@saraswatisaha9645 Жыл бұрын
😢😊
@dipikaborah1409
@dipikaborah1409 Жыл бұрын
সঁচাকৈ মোৰো যে অভিমন্যু ৰ নিচিনা এজন বন্ধু ৰ বহুত বেছি অভাৱ অনুভৱ কৰোঁ 🥺 আটাইতকৈ মন চুই যোৱা চৰিত্ৰ অভিমন্যু,,,,
@inmyhotgirlera4ever
@inmyhotgirlera4ever 5 ай бұрын
​@@dipikaborah1409hosakei abhimanyu also deserves a lot attention his character is literally the best😭🥺🫶
@Rajashreedas-cl1bd
@Rajashreedas-cl1bd 3 ай бұрын
Yes i need tomi a hoa mor karanay abimonyo 🥲
@borahjunashree
@borahjunashree 2 жыл бұрын
নিৰিবিলি পঢ়িলো । সঁচাকৈ সাংঘাতিক ধুনীয়া এখন উপন্যাস ।এখন জীয়া উপন্যাস । উপন্যাসখন পঢ়ি যাওঁতে সকলো দৃশ্য মোৰ চকুৰ আগত যেন ভাহি উঠিছিল ।প্ৰতিটো চৰিত্ৰই ইমানেই ধুনীয়া যে ক'বলৈ ভাষা নাই ।অভিমন্যু, অনুৰণ,সন্ধ্যা ময়ূৰ,চন্দ্ৰ বা,হিমাদ্ৰী বা ,বকুল দা ,অনুৰাধা আদি সকলো চৰিত্ৰই বহুত ধুনীয়া। বেদান্ত দা হঁতৰ গান দুটাও শুনিলো ।বহুত ধুনীয়া মাতটো । আৰু আমাৰ জুবিন দাৰ গানকেইটা ,উফ ......।অভিসন্ধ্যাৰ নিষ্পাপ বন্ধুত্ব ,সন্ধ্যাৰণৰ প্ৰেম সঁচাই বহুত ধুনীয়া।TU ৰ campus ৰ বৃন্দাবন স্বৰূপ 'নিৰিবিলি' ,'Essential', 'KFC,' 'গোবিন',' 'মহামায়া ' 'KBR','CSB' community hall আদি নেদেখাকৈও যেন সঁচাই ধুনীয়া লাগিছে । আটাইতকৈ ধুনীয়া ঠাইডোখৰ কাঞ্চনজংঘা ৰ সন্মুখৰ নাহৰজোপাৰ ওচৰৰ পুলটো।উপন্যাসখনৰ শব্দবোৰ সঁচাকৈ ইমানেই হৃদয়স্পৰ্শী যে দুখ লগা সময়খিনি চকুপানী ৰখাব নোৱাৰাকৈ কান্দিছো আৰু হাঁহি উঠা সময়কণত পেট বিষাই যোৱাকৈ হাঁহিছো ।উপন্যাসখন পঢ়ি যাওঁতে এনেকুৱা লাগিছে যেন মইও TU t আছো আৰু যেন এই উপন্যাসখনৰ দৃশ্যবোৰ নীৰৱে উপভোগ কৰিছো। ময়ূৰ ঢুকোৱাখিনিত বহুত কান্দিছো ।সঁচাই যেন ময়ূৰ "জোন হৈ ৰুণজুণ নাম লৈ যেন অভিমন্যু ৰ কাষতে ৰ'লা তুমি ''। সঁচাকৈ প্ৰেমত পৰিলো TU ৰ,প্ৰেমত পৰিলো কাঞ্চন নগৰীৰ ।সঁচাকৈ কৌশিক দা আপুনি বৰ্তমান যুৱপ্ৰজন্মলৈ শ্ৰেষ্ঠ উপহাৰ আগবঢ়াছে । বহুত বহুত ধন্যবাদ ।
@Rajashreedas-cl1bd
@Rajashreedas-cl1bd 3 ай бұрын
I fill that😊
@NIRIBILI2025
@NIRIBILI2025 2 ай бұрын
কাঞ্চনজংঘাৰ সন্মুখৰ সেই পুলটো...উফ্ কি কাহিনী।❤
@rimabora481
@rimabora481 7 ай бұрын
সঁচাকৈ হৃদয়ত যেন এতিয়াও অনুৰণ ৰ সুৰ বাজি আছে ❤✨
@shinchannnn4075
@shinchannnn4075 3 жыл бұрын
Uff নীৰিবিলি পঢ়ি তেজপুৰ University লগতে অনুৰন আৰু অভিমন্যু প্ৰেম ত পৰি গৈছো কৌশিক দা । বহুত শিকালে নিৰীবিলি এই । আৰু ৰদালি বা তুমি সঁচা এই বহুত মৰমলগা ।
@proyaseeborah3172
@proyaseeborah3172 3 жыл бұрын
নিৰিবিলি য়ে মোকো তেজপুৰ ইউনিভার্সিটি ৰ প্ৰেমত পেলাই দিলে। ইয়াৰ পৰিৱেশৰ বৰ্ণনা বৰ মনোমোহা। I also wanna go to Tajpur University . ☺
@paporitamyli5003
@paporitamyli5003 3 жыл бұрын
Same Muru 🤗😪
@jabedakhter6
@jabedakhter6 Жыл бұрын
Same to you
@kangkanagogoi2447
@kangkanagogoi2447 3 жыл бұрын
কৌশিক দাৰ 'নিৰিবিলি'ৰ দৰে 'ৰাধা' ও যেন সেউজীয়া হওক ❤️💚
@kangkanagogoi2447
@kangkanagogoi2447 3 жыл бұрын
আৰু পাৰিলে অভিমন্যু, সন্ধ্যা, অনুৰণ, সিদ্ধাৰ্থ, শিখা, ময়ূৰ আৰু আন সকলো চৰিত্ৰবোৰৰ বিষয়ে জনাব চোন l
@saraswatisaha9645
@saraswatisaha9645 Жыл бұрын
কেতিয়া প্ৰকাশ পাব ''ৰাধা'' নে প্ৰকাশ পালে দাদা মই আপোনাক অনুৰোধ জনালোঁ যদি এতিয়ালৈকে ''ৰাধা'' প্ৰকাশ পোৱা নাই তেনেহ'লে দয়া কৰি আমাক ক'ব আৰু প্ৰকাশ পালেও ক'ব.......🙏🙏
@kakalikalita4864
@kakalikalita4864 Жыл бұрын
"ৰাধা" ৰ বাবে ও অপেক্ষা কৰি আছো। কেতিয়া প্ৰকাশ পাব "ৰাধা" জনাব দাদা
@nilakshi5274
@nilakshi5274 2 жыл бұрын
ভাবিলেই ভাল লগা, পঢ়িলেও হেঁপাহ নপলোৱা 💚নিৰিবিলি 🌿সঁচাকৈয়ে ই এক আবেগ💚💚অভিমন্যু, সন্ধ্যা, অনুৰণ 💚💚বিশেষকৈ ময়ূঁৰ
@rishigogoi7078
@rishigogoi7078 2 жыл бұрын
নিৰিবিলি খন সদায় বুকুৰ নিভৃত কোণত সজীৱ হৈ থাকিব 🥰🥺 সন্ধ্যা আৰু অনুৰণকো দেখা পোৱাৰ হাবিয়াস ❤️❤️❤️🥺
@pankajdutta9809
@pankajdutta9809 3 жыл бұрын
তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰি গলো নিৰিবিলি পঢ়ি ❣️❣️just wao kowshik bro 💕
@nibeditaborah7939
@nibeditaborah7939 Жыл бұрын
সন্ধানুৰণ❤ নামটো শুনিলেই মুখত হাঁহি এটি উলাই আহে। কিমান মনত ভালপোৱা আৰু আবেগ অনুভূতি থাকিলে এনেকৈ জীয়া কাহিনী লিখিব পাৰে ।🥺❤সঁচাকৈয়ে বাৰু এই উপন্যাস এটা সচাঁ কাহিনী নি?
@moromiboruah5801
@moromiboruah5801 2 жыл бұрын
দাদা আপোনাৰ লিখনিৰ যাদু আছে।কিতাপ পঢ়াৰ আমেজ সৰুপৰাই আছে কিন্তু এইখন চাগে মোক আকৰ্ষণ অধিক কৰিলে❤️,এনেকুৱা এটা অৱস্থা হল যে মই ৰাতি শোৱাৰ পৰা সাৰ পাইয়ো পঢ়িবলৈ লৈছিলোঁ❤️,আৰু লিখি যোৱা দাদা আমি পঢ়িবলৈ সাজু🤗
@riyagogoi7763
@riyagogoi7763 2 жыл бұрын
সন্ধ্যা বা সদায় সন্ধ্যাই বৰ মন যায় তেওঁৰ প্ৰকৃত নামটো জানিবলৈ এবছৰ পিছত পঢ়িলোঁ মই এনে লাগিল যেন বহুত দেৰি হ'ল মোৰ ইমান বেয়াকৈ প্ৰেমত পৰিছো নহয় বাৰে বাৰে তেজীয়ান হবলৈ মন গৈছে । মইয়ো বিহু নাচি বহুত ভাল পাওঁ এইবাৰো বহুত নাছিলোঁ অনুষ্ঠানবোৰত সন্ধ্যা বাইও বহুত ভাল পাইছিল বিহু এনেকুৱা লাগিছে যেন সন্ধ্যা বাৰ কিবা এটা আছে মোৰ ওচৰত কিন্তু বাকীবোৰ নাই নতুনকৈ আকৌ জিয়াবলে মন গৈছে সন্ধ্যাৰ ৰূপ লৈ, লগতে অভিমন্যু দাৰ দৰে বন্ধু আৰু অনুৰণ দাৰ দৰে খুব মৰম কৰা এজন প্ৰেমিকক বিচাৰো । ফুল মইও বহুত ভাল পাওঁ কিন্তু কেতিয়াও সৰাফুল বুটলা নাছিলোঁ (শেৱালি ফুলৰ বাহিৰে) । বৰষুণ মইও ভাল পাওঁ কিন্তু তিতাৰ সাহস নাই সন্ধ্যা বাৰ দৰে, চৰিত্ৰ বোৰৰ মাজত ইয়ানেই সোমাই পৰিছো যে ৰিনা বা , বিদিশা বা হতক লগ পাবৰ মন গৈছে । ৰোমটোত সোমাই চাব মন আছে যত সন্ধ্যা বা বিদিশা আৰু পখী বাৰ স্মৃতি আছে । মন গৈছে সোৱণশিৰীৰ চঞ্চল জনী হবলৈ । লিখি শেষ নহব সেইবাবে সামৰিলোঁ । মাত্ৰ এটাই অনুৰোধ যদি কোনোবাই মোৰ এই মনৰ অৰ্থহীন কথাবোৰ পঢ়িছে তেন্তে সন্ধ্যা ৰাগিনী বাৰ প্ৰকৃত নামটো জনাব । শেষত , নিৰিবিলিৰ চৰিত্ৰ সমূহৰ অনুৰাগী মইজনী
@dimple_devi
@dimple_devi 14 күн бұрын
Sadly ai characters bur kalponik 😢
@joishreeborahjoya3925
@joishreeborahjoya3925 2 жыл бұрын
অতি শীঘ্ৰে গৈ আছোঁ মইয়ো❤️🌺🥀 মই তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিছো❤️💫🌈 মই নিৰিবিলি পঢ়ি আছোঁ বৰ্তমান । বহুত বহুত বেছি ভাল লাগিছে সুন্দৰ ❤️ সচা প্ৰেম ❤️💫 সচাই বহুত আচৰিত কাহিনী ❤️🔥🥀🌺
@bhairavhazarika8502
@bhairavhazarika8502 3 жыл бұрын
দাদা সঁচাকৈয়ে প্ৰেমত পৰিলো নিৰিবিলি ৰ। কোনোবা সময়ত হৃদয়ে উচুপি উঠে । বহুত ভাল লাগিল নিৰিবিলি ৰ চৰিত্ৰ সমুহ। হাঁহি- কান্দোন,বিশ্বাসঘাতকতা ভৰপূৰ উপন্যাস খন। দাদা,তেজীয়ান হোৱাৰ আশা এটা আছে। ধন্যবাদ ❤ Love from Jorhat❤❤
@bikibharali5240
@bikibharali5240 2 жыл бұрын
সন্ধ্যা -অনুৰণৰ দৰে নিভাঁজ আৰু নিষ্কলুষ প্ৰেম আৰু সন্ধ্যা -অভিমন্যুৰ দৰে অমায়িক নিঃস্বাৰ্থ বন্ধুত্ব আজিৰ সমাজত সঁচাই অৱশ্যকীয়। কৌশিক দা ..তোমাক অশেষ ধন্যবাদ নিৰিবিলিৰ ৰূপত এইখিনি কথা সমাজৰ আগত ব্যক্ত কৰা বাবে .... এটা কথা সঁচা দাদা...তোমাৰ এই কিতাপখন পঢ়ি হয়তো ভাগিব ধৰা বহুতো প্ৰেম আৰু বন্ধুত্বৰ সম্পৰ্ক জীপাল হৈ পৰিছে নতুন ৰূপত । প্ৰেম আৰু বন্ধুত্বৰ প্ৰকৃত মূল্য বুজি নোপোৱা আৰু বন্ধুত্বক যোগ্য সন্মান দিব নজনা বহুজনে নিৰিবিলি পঢ়ি যথেষ্ট কথা শিকিব পৰিছে । এইয়াই গ্ৰন্থখনিৰ সাৰ্থকতা..... বহুত বহুত ধন্যবাদ তোমালৈ আৰু আশা কৰোঁ ভৱিষ্যতে যাতে এনেকুৱা অন্য বহুতো গ্ৰন্থ তোমাৰ পৰা উপহাৰ হিচাপে লাভ কৰো🙏🥰🌺🌺🌺
@nasiruddinsarkar794
@nasiruddinsarkar794 Жыл бұрын
যোৱাকলি নিৰিবিলি পঢ়ি শেষ কৰিলোঁ সিক্ত নয়ন আৰু ওঠত হাঁহি বিৰিঙাকৈ 🥺 অনুৰন, সন্ধ্যা আৰু অভিমন্যুক চিনাকি কৰি দিব প্লিচ 🙏🙏🙏🙏
@monikurmi3155
@monikurmi3155 Жыл бұрын
বহুতো উপন্যাস পঢ়িলো কিন্তু নিৰিবিলি ব্যতিক্ৰম।নিৰিবিলি হৃদয়ত সাচ বহি গল। আজিও নিৰিবিলিৰ প্ৰতিটো দৃশ্য চকুৰ আগত ভাহি ফুৰে। ৰাধা লৈ অতি আগ্ৰহৰে বাট চাই আছো।
@anishasaikia3320
@anishasaikia3320 3 жыл бұрын
কবলৈ বহুত কিবা কিবি আছে .... কিন্তু এটাই কম "নিৰিবিলি '" এক আবেগ হৈ ৰʼল।❤️
@pranabjyotichetia3155
@pranabjyotichetia3155 2 жыл бұрын
"নিৰিবিলি " খন অলপ দিনৰ আগতে পঢ়িছিলোঁ। কৌশিক দাদা ৰ বিষয়ে জানিব মন গৈ আছিল। আজি ভিডিঅ' টো পাই ভাল লাগিল। সঁচাকৈ নিৰিবিলি পঢ়ি বহু আৱেগিক হৈ গৈছিলো। নিৰিবিলি খন চিৰদিনৰ বাবে এখন প্ৰিয় উপন্যাস হিচাপে থাকিব। নিৰিবিলিয়ে TU ৰ প্ৰেমত পৰিবলৈ বাধ্য কৰালে। দাদালৈ অশেষ শুভেচ্ছা জনালোঁ। আশা ৰাখিছোঁ অনাগত দিনত এনে মধুৰ লেখনি আমাক উপহাৰ দিব।  কেতিয়াবা লগ পাম বুলিও সপোন ৰাখিছোঁ।  A lot of love from Lakhimpur ❤️❤️
@adcreation1918
@adcreation1918 3 жыл бұрын
♥️নিৰিবিলি ♥️ থাকি গল হৃদয়ৰ একুনত ❤️ উচুপাই উঠালে ♥️
@Sunsuni785
@Sunsuni785 3 жыл бұрын
কালিৰে পৰা আজিলৈকে মাত্ৰ দুদিনতে পঢ়ি শেষ কৰিও যেন এতিয়াও নিৰিবিলিৰ মাজতে ডুব গৈ আছোঁ মইজনী ❤️নিৰিবিলিৰ নিৰব কাহিনীয়ে শিকাই গল নিস্বাৰ্থ প্ৰেম, সঁচা বন্ধুত্ব, বিশ্বাস আৰু ত্যাগৰ প্ৰকৄত সংজ্ঞা ❤️প্ৰতিটো চৰিত্ৰই যেন এটা স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ ❤️ কেতিয়াবা যদি দুচকুত চকুলো আকৌ কেতিয়াবা ওঁঠত হাঁহি বিৰিঙাই মনৰ ভিতৰতে সাচি ৰখা সেউজীয়া কাহিনীবোৰ আকৌ এবাৰ জিলিকি উঠিল, যেন নিৰিবিলিৰ নিৰৱধি ঢৌত লহৰ খেলি ❤️❤️ধন্যৱাদ কৌশিক দা, আমাক এনে এখন সুন্দৰ উপন্যাস উপহাৰ দিয়াৰ বাবে 💖💖💖
@chitraranjandas828
@chitraranjandas828 Жыл бұрын
তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়াৰ বহুত ইচ্ছা আছে। এই ইচ্ছাক আৰু জিপাল কৰি তুলিলে আপোনাৰ উপন্যাস খনে দাদা ।ইয়াৰ বাবে বহুত বহুত ধন্যবাদ দাদা।উপন্যাস খনত থকা মনোৰম কাহিনীবোৰে প্ৰেমেৰে আবেগিক কৰি মোক দি মন মতলিয়া কৰি তুলিছে,যাৰ বাবে এতিয়া বেছিকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিছো। অশেষ অশেষ ধন্যবাদ☺☺☺
@domilabora7182
@domilabora7182 Жыл бұрын
মই এতিয়ালৈকে পঢ়া উপন্যাস ৰ ভিতৰত নিৰিবিলি আটাইতকৈ ভাল লাগিল🥰। সঁচাকৈ ইমান এখন সজীৱ উপন্যাস💚 । চৰিত্ৰ বোৰ চকুৰ আগত ভাঁহি থকা যেন লাগে। কোনোবাখিনিত যদি হাঁহি উঠে আকৌ কোনোবাখিনিত চকুপানী ৰখাবই নোৱাৰি। এতিয়া ৰাধা লৈ অপেক্ষা মাথোঁ❤️।
@pritibarman5578
@pritibarman5578 Жыл бұрын
অনুৰণ 🥺💖
@Gauravjyotibora123
@Gauravjyotibora123 3 жыл бұрын
সঁচা বন্ধুত্বৰ অন্য নাম অভিমন্যু। সঁচাই বহুত বেছি ধুনীয়া লাগিল পঢ়ি।
@shristipriya3069
@shristipriya3069 3 жыл бұрын
নিৰিবিলিয়ে সচাকৈয়ে মোক তেজপুৰ বিশ্ববিদ্যালয়লৈ আজুৰি নিছে। অভিমন্যু, অনুৰণ, সন্ধ্যা বৰ ভাল লাগিল।
@mr.localboy7839
@mr.localboy7839 2 жыл бұрын
সচাকৈয়ে মোক এই কাহিনী টোৱ তেজপুৰ💚🌹🌿 বিশ্ববিদ্যালয় খনলৈ আকৌ এৱাৰ প্ৰেমত😣😊 পেলাইছে❤😊 ইমান ধুনীয়া কাহিনী🥀🌺🍁 গৈ আছো😌
@jimigogoi6790
@jimigogoi6790 3 жыл бұрын
নিৰিবিলি এখন উপন্যাস নহয় এটা জীয়া কাহিনীহে। এই উপন্যাসখনে বন্ধুত্ব প্ৰেম সকলো শিকাইছে। হয়টো এইখন পঢ়িয়েই মই Tezpur University ৰ প্ৰেমত পৰি গৈছো। যেন Tezpur University লৈ যোৱাটো মোৰ সপোন হৈ পৰিছে। বহুত বহুত ভাল লাগিল এই উপন্যাসখন পঢ়ি। বহুতো কথা শিকিব পৰিলোঁ। উপন্যাসখনে হাঁহিবও শিকালে কান্দিবও শিকালে আৰু বৰ্তমানৰ লগত জীয়াবলেও শিকালে❤️।
@dhanjitnath8871
@dhanjitnath8871 8 ай бұрын
ইমান ধুনীয়া লাগিল পঢ়ি চন্দ্ৰলৈ বাক দেখাৰ নিচিনা কৈ সন্ধ্যা অনুৰণ ময়ুৰ গোটেই বৰক এবাৰ দেখাৰ বৰ হেপাহ আছিল❤❤❤
@sjdcollections3293
@sjdcollections3293 2 жыл бұрын
এনে লাগে যেন niribili এটি সঁচা কাহিনী
@debajanikhaund-yu8qj
@debajanikhaund-yu8qj Жыл бұрын
প্ৰতিটো চৰিত্ৰই মনত সাঁচ বহুৱাই গ'ল।তাৰ ভিতৰত অণুৰণ আৰু অভিমন্যুক বহুত বেছি ভাল লাগিল ❤।শেষৰ ফালে বহুত কান্দিলো।মুঠতে ক'বলৈ ভাষা নাই।
@farhasuhana9646
@farhasuhana9646 2 жыл бұрын
"নিৰিবিলি" বহুত কথাই শিকালে উপন্যাস খনে... আগুৱাই যাওঁক দাদা❤
@PujaGogoi-oy2vf
@PujaGogoi-oy2vf Ай бұрын
Moi vakhare bujabo nuaru koushik daa... Apuni ki dise amar majot. Bahut besi val lagil niribili pohi.. pohi apuna bikhoye janibo aru janib mon goise
@dipalihazarika4494
@dipalihazarika4494 3 жыл бұрын
Niribili pohi niribilir premot porilu xosakoi❤❤😍😍
@himashreeborah1594
@himashreeborah1594 2 жыл бұрын
নিৰিবিলি পঢ়ি অনুৰনৰ ‌ প্ৰেমত পৰি গৈছো🌚❤️
@dishasaloi2130
@dishasaloi2130 Жыл бұрын
সঁচা কৈ ইমান ধুনীয়া লিখিছে তেওঁ, পঢ়ি থাকোতে এনেকুৱা লাগিছিল যে সঁচা কৈ নিজৰ লগতে ঘতি আছে এইবোৰ ❤️🌺 নিজে সোমাই পৰিছিলো tezpur University ত।। Next এখনৰ কাৰণে ৰৈ আছোঁ।।😊 আকৌ।।🥺🥀
@panchamitabora7758
@panchamitabora7758 2 жыл бұрын
নিৰিবিলি এ যেন তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পেলাইছে মোক ভবিষ্যতে যোৱাৰ আষাৰে ❤️
@hrishitadutta3938
@hrishitadutta3938 Жыл бұрын
সচাই এই উপন্যাসখন বহুত ভাল লাগিল ❤️❤️😍❤️❤️ এক সুন্দৰ হৃদয় চুই যোৱা আবেগ
@koreandramalovers4562
@koreandramalovers4562 2 жыл бұрын
নিৰিবিলিৰ প্ৰেমত পৰিলো আৰু বিশেষ কৈ অভিমন্যু ৰ বন্ধু ত্বক বৰ ভালো লাগিল
@sdrishtisaikia6357
@sdrishtisaikia6357 2 жыл бұрын
নিৰিবিলি 💕সচাই এক বিশেষ অনুভৱ 🌺❣️
@lakhijyotineog2696
@lakhijyotineog2696 3 жыл бұрын
নিৰিবিলি ❤️❤️❤️ কৌশিক দা🔥🔥 চন্দ্ৰালী বা বহুত বহুত মৰম তোমালৈ.... ধন্যবাদ বুদ্ধ দা😍
@ajarjun2285
@ajarjun2285 Жыл бұрын
সাক্ষাৎকাৰটো মই কেইবাবাৰো চালোঁ প্ৰতিবাৰেই হৃদয় চুই গৈছে কৌশিকদাৰ কথাবোৰ । লগতে বুদ্ধদালৈ মৰম জাচিলো ❤️
@rijumonigogoi4820
@rijumonigogoi4820 2 жыл бұрын
এক হৃদয় চুই যোৱা আৱেগ ❤️❤️
@borshahazarika8715
@borshahazarika8715 3 жыл бұрын
Aji phi complete krisu moi niribili ...emn dhunia mne vakhare bujabo nuaru..knduai dila ..ru tezpur university t phibo mn gusi goise..anuran dar pemt pri goisu🥺❤❤
@shilpibormudoi4573
@shilpibormudoi4573 2 жыл бұрын
যোৱাকালি "নিৰিবিলি" পঢ়ি শেষ কৰিছোঁ। আজি "নিৰিবিলি" ৰ স্ৰষ্টাৰ এই সাক্ষাৎকাৰটি চাবলৈ পায় খুব আনন্দিত হৈছোঁ। হয়টো কম বয়সীয়া জীৱনত এতিয়ালৈকে মই পঢ়া উপন্যাস সমূহৰ ভিতৰত কৌশিক দাদাই সকলোতকৈ সৰু ঔপন্যাসিক আৰু দাদাৰ এই উপন্যাস খনেই বৰ্তমান মোৰ প্ৰিয় উপন্যাস। "নিৰিবিলি" পঢ়ি বহুত কিবা কিবি শিকিলো, বুজিলো, উচুপিলো, মাজে মাজে হয়টো হাঁহি এটিও উলমি ৰৈছিল ওঁঠৰ কোণত। নজনাকৈয়ে প্ৰেমত পৰিছিলোঁ "অনুৰণ" নামৰ চৰিত্ৰটিৰ। আহি থকা দিনবোৰত অধিক সাহসেৰে আগুৱাই যাবলৈ সাহস পাইছোঁ "সন্ধ্যা" নামৰ চৰিত্ৰটিৰ পৰা। "অভিমন্যু" সঁচা বন্ধুত্বৰ পৰিচয়। কৌশিক দাদাৰ মাজত কৰবাত যেন "ময়ূৰ" চৰিত্ৰটিৰ উমান পাঁও। সপোন নগৰী "কাঞ্চন চহৰ"ৰ প্ৰেমত পৰিলোঁ, তেজীয়ান হোৱাৰ উৎসাহ দুগুণে বাঢ়িল। চেষ্টা কৰিম ময়ো যাতে এদিন এই সেউজীয়া খিনিৰ কাষৰ পৰা পাওঁ। অ' আৰু এটা কথা ধুনীয়া তিলটিৰ সৈতে মিচিকি হাঁহিৰ চন্দ্ৰালী বা ওৰফে ৰ'দালি বা সঁচাকৈ বৰ মৰমলগা। Thank you so much to team "ৰ'দৰ সিপাৰে"❤।
@RupakDasOfficial
@RupakDasOfficial 2 жыл бұрын
Shilpi 💕💕 .....
@-rodorxipare3758
@-rodorxipare3758 2 жыл бұрын
অশেষ ধন্যবাদ 🌼
@shilpibormudoi4573
@shilpibormudoi4573 2 жыл бұрын
@@-rodorxipare3758 আপোনাক স্বাগতম💐।
@shilpibormudoi4573
@shilpibormudoi4573 2 жыл бұрын
@@RupakDasOfficial yeah... 💖
@pratimadutta9052
@pratimadutta9052 2 жыл бұрын
সচাঁই এক বিশেষ অনুভৱ পালো নিৰিবিলিত❤️
@janmonimoran4462
@janmonimoran4462 Жыл бұрын
নিৰিবিলি পঢ়ি মই নিজৰ ভৰিত থিয় দিবলৈ হিকিছো । নিজৰ ওপৰত আত্মবিশ্বাস আহিল।আপোনালৈ অশেষ ধন্যবাদ নিৰিবিল ক আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে।
@ranjanasharmah879
@ranjanasharmah879 2 жыл бұрын
খুব ভাল লাগিল পঢ়ি... প্ৰতিটো চৰিত্ৰই চকুত ভাঁহি আহিছিল... আপোনাৰ উপন্যাসৰ প্ৰেমত পৰিলোঁ সঁচাকৈ...!
@prabaljeetbhuyan370
@prabaljeetbhuyan370 Жыл бұрын
নিৰিবিলিৰ পাতত কল্পনা কৰাৰ দৰেই চন্দ্ৰালী বা সচাই সুন্দৰ । হু-বহু উপস্থাপন চন্দ্ৰালী বাৰ ♥️
@Assamesevlog68490
@Assamesevlog68490 3 жыл бұрын
ইমান সুন্দৰ উপন্যাস খন আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে ধন্যবাদ
@purbidas5636
@purbidas5636 6 ай бұрын
আছোঁতো মই এই কথাষাৰে অনুৰণৰ প্ৰেমত পেলালে ❤
@chinupathak2664
@chinupathak2664 Жыл бұрын
বুদ্ধ তোমাৰ প্ৰচেষ্টা সলাগীব লগীয়া । নিৰিবিলি ৰ বিষয়ে গম পালোঁ । জানি বৰ সুখী হলোঁ । ৰ'দালিক এখন চি ডি ৰ মুকলি অনুষ্ঠানত লগহে পাইছিলোঁ চিনাকী নহলোঁ। যি কি নহওক নিৰিবিলি ছপা ৰূপত পঢ়াৰ ইচ্ছা জাগিছে । লেখক গৰাকীলৈ অলেখ অভিনন্দন জনালোঁ ।
@-rodorxipare3758
@-rodorxipare3758 Жыл бұрын
শীঘ্ৰেই গ্ৰন্থ আকাৰে প্ৰকাশ পাব নিৰিবিলি।
@Bhaswatidas04
@Bhaswatidas04 2 жыл бұрын
সঁচাকৈ প্ৰেমত পৰি কলো এই কাহিনীটোৰ। পঢ়ি এনেকুৱা লাগিছিল যেন মই ও ইয়াৰ এটা অংশ। সন্ধ্যা অনুৰণৰ নীৰৱ প্ৰেম আৰু অভিমন্যু সন্ধ্যা, ময়ুৰৰ বন্ধুত্ব। বহুত কথা শিকালে এই কাহিনীটোৱে। এই দুদিনত পঢ়ি ৰাতি ৰাতি বহু চকুপানী তুকিলো। এইখন সদায় প্ৰিয় হৈ ৰব।
@user-bu3wj6nt6d
@user-bu3wj6nt6d 2 жыл бұрын
নিৰিবিলি এ সচাঁকৈয়ে প্রেমত পেলালে tejpur university ৰ । কিবা যে এক বেলেগ অনুভূতি। ভাল লাগিল দাদা আপোনাৰ এই উপন্যাস খন , চুই গ'ল অন্তৰখন "নিৰিবিলি" ৰ প্ৰতিটো পৃষ্ঠাই । কোনোবা খিনিত উচুপি উঠিছিলো আৰু কোনোবা খিনিত মুখত বিৰিঙি উঠিছিল হাঁহি। 😌💚✨ভাল লাগিল video টোৰ জৰিয়তে আপোনাক লগ পাই। ধন্যবাদ দাদা ইমান ধুনীয়া উপন্যাস এখন আগবঢ়োৱা ৰ বাবে । লগতে আপোনালৈ থাকিল বহুত শুভ কামনা। 💚✨
@kukisvlogs2799
@kukisvlogs2799 Жыл бұрын
"Niribili" ufff ei xobto tu xunile atiya jen montu vaal lagi jai..ketiau pahoribo nuwaru kahinitu..dinot prae time napau ketiaba raati puwai jai kimn j kandilu time palei pohu.. bhttt val loga akhon upoinyakh agoloiu anekuwa upoinyakh pohibo pam buli akha thakil dada..anuron,sandhya,abhik ketiau napahoru..Mayuror mritru aru abhir farewell e bhttt konduale..2nd part2 pohiboloi bhtttt agrohi❤️❤️❤️
@dimpid3432
@dimpid3432 2 жыл бұрын
সঁচাকৈ নিৰিবিলি পঢ়াৰ পিছত *অনুৰণ * নামটো শুনিলেই মুখলৈ কব নোৱাৰাকৈয়ে এটি হাঁহি নিগৰি আহে ।
@chiranjitadas2551
@chiranjitadas2551 3 жыл бұрын
এক চুই যোবা আবেগ !!❤☺
@saratbora5999
@saratbora5999 2 жыл бұрын
লেখক জনৰ নামটো জানি ভাল লাগিল। মই পঢ়া WhatsAppৰ pdf টোত লেখক জনৰ নাম উল্লেখ নাই হলে।প্ৰথমে মই কৌশিক দাক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁ ইমান সুন্দৰ এখন উপন্যাস লিখি উলিয়ালে,যাৰ বাবে আমি উপন্যাস খন পঢ়িবলৈ পালো। পঢ়ি থাকোতে উপন্যাস খনৰ কাহিনী টোৰ লগতে চৰিত্ৰ সমূহৰ উপস্থাপনে হৃদয়ৰ এক নিজান কোনত সাচ বহুৱাই গৈছিল।সচাকৈ ৰুন জুনে কোৱা দৰে তিলটোৰে সৈতে চন্দ্ৰালী বাক দেখিবলৈ বহুত ধুনীয়া লাগিছে। শেষত এটাই আশাকৰোঁ আগলৈয়ো যাতে কৌশিক দায়ে এই দৰে উপন্যাস লিখি যায়......।
@Love333thelife
@Love333thelife 3 ай бұрын
Pdf tu dbo nki bru mne book khn pua nai
@arpitakalita4880
@arpitakalita4880 Жыл бұрын
নিৰিৱীলি❤ এক শান্তি ❤❤এক আৱেগ ❤।। এতিয়া মাত্র এটায়ে সপোন তাত পঢ়া।। ❤❤
@mithulaskar409
@mithulaskar409 10 ай бұрын
অনুৰণ, অভিমন্যু ময়ূৰ আৰু সন্ধ্যা সিদ্ধার্থ দাক লগ পাবৰ বৰ ইচ্ছা আছে। অনুৰণৰ প্ৰেম মোৰ অতি প্ৰিয়৷ অভিমন্যুৰ বন্ধুত্বৰ আৰু ময়ূৰৰ ভাতৃত্ব উফ কবলে ভাষা নাই ৷ চৰিত্ৰ কেইটা চিনাকি হ'বলৈ বৰ মন ৷
@kankanaaaaa
@kankanaaaaa Жыл бұрын
নিৰিবিলি: এটি নীৰৱ কাহিনী উপন্যাস খন এখন প্ৰাপ্তি...... হয়তো মই এতিয়ালৈকে যিমান বিলাক উপন্যাস পঢ়িছোঁ.....নিৰিবিলি এক অন্যতম। বহুত ভাল লাগিল পঢ়ি.... ইমান এখন ধুনীয়া উপন্যাস.... আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ... চৰিত্ৰ যদিও কাল্পনিক তথাপি যেন সচাকৈ অনুভৱ কৰিছো 🥰🙏🏻✨ ধন্যবাদ কৌশিক দা ...... আগুৱাই যাওক আপুনি
@boisalidutta7679
@boisalidutta7679 2 жыл бұрын
নিৰিবিলিয়ে সচাকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পেলাই দিলে মোক ❤️ কৌশিক দা আগুৱাই যোৱা তুমি আৰু নতুন নতুন লিখনি আগবঢ়ায় যোৱা আমালৈ
@tribalboyz6820
@tribalboyz6820 2 ай бұрын
এনেকুৱা এখন উপন্যাস আমালৈ আগবঢ়াই দিয়া বাবে বহুত বহুত ধন্যবাদ । অণুৰন , অভিমান্যু , সন্ধ্যা আৰু ময়ুৰ আৰু লগতে বহুকেইগৰাকি এনেকুৱা এটা চৰিত্ৰই মোক ভাল পাবলৈ শিকালে আৰু এনেকুৱা লাগিছিল মানুহে যেদ , হিংসা সকলো পাহৰি এজনে আনজনক মৰম ভালপোৱা বিলাই ফুৰিছে । উপন্যাসখন পঢ়ি থাকোতে মই নিজকে TU দেখিছো । পঢ়ি থাকিলে ভোক পিয়াহ নলগা নিৰিবিলি আৰু অসীমত যাৰ হেৰাল সীমা দুচকুত মৰমৰ অশ্ৰুু বোৱাই থৈ গ'ল ।।❤
@monujmohan4138
@monujmohan4138 2 жыл бұрын
নিৰিবিলিত কৌশিক দাদাৰ শব্দৰ গাঠনি ইমান ধুনীয়া ভাষাৰে বুজাব নোৱাৰি 👍👍👍।
@simusaikia1
@simusaikia1 2 жыл бұрын
নিৰিবিলি য়ে শিকালে জীৱন কি বন্ধুত্ব কি আৰু সঁচা ভালপোৱা কি .... মোৰ ভাল লগা উপন্যাস বোৰৰ ভিতৰত ই অন্যতম❤হৃদয় চুই চোৱা
@hobbyhazarika5674
@hobbyhazarika5674 2 жыл бұрын
Sandhya abhimanyu ru anuron k sao sao lgse abar interview lbo sun dada😍😘😘♥️♥️♥️
@heenafirdous6502
@heenafirdous6502 Жыл бұрын
কৌশিক দা তুমাৰ এই "নিৰিবিলি" য়ে যেন মোক শিকালে "প্ৰেম" যেন এক বাখ্যাহীন অধ্যায় লাগিলে হেয়া বন্ধুত্ব য়ে হওঁক আৰু লাগিলে দুটি আত্মাৰ মিলন হওঁক 🥺💓..
@borshabora7025
@borshabora7025 2 жыл бұрын
Niribili Is Love ♥️✨ Thank you so much Koushik Daa Amak Enekua Ekhon Upoinax Aag Bohua Babe 🦋💕 Waiting For "RADHA" 😍💗
@assamesepoemankitaneog5712
@assamesepoemankitaneog5712 Жыл бұрын
সঁচাকৈ দাদা তোমাৰ নিৰিবিলি: এটি নীৰৱ কাহিনী উপন্যাসখন পঢ়ি বহুত ভাল লাগিল। চকু পানী ওলায় গ'ল পঢ়ি 🥰🥰♥️
@supratimdutta1143
@supratimdutta1143 3 жыл бұрын
আকৌ এবাৰ নিৰিবিলি ৰ প্ৰেমত।❤️
@susmitaborah6383
@susmitaborah6383 3 жыл бұрын
বহুত উপন্যাস পঢ়িছোঁ বেলেগ বেলেগ অভিজ্ঞতা হৈছে কিন্তু ❤️ নিৰিবিলি ❤️এ মোক বেলেগ এটা অনুভৱ কৰাই দিলে,,,,,,,। আকৌ অনুৰন ৰ চৰিত্ৰ এটা বিচাৰোঁ মই তোমাৰ অহা উপন্যাস ত ,,,কৌশিক দা
@gayatreedutta5342
@gayatreedutta5342 2 жыл бұрын
সঁচাকে "নিৰিবিলি : এটি নীৰৱ কাহিনী" পঢ়ি বহুত ভাল লাগিল ❤️
@priyakhigogoi1222
@priyakhigogoi1222 3 жыл бұрын
Sandya ba ,Anuran da, Abimanyu da k dekha pua hole aru besi Val lagil hoi...😌
@borahjunashree
@borahjunashree 2 жыл бұрын
সঁচাকৈ ‌তিল থকা হাঁহিমুখীয়া বা জনী ইমান মৰম লগা
@kukikalpitaborah1459
@kukikalpitaborah1459 3 жыл бұрын
আপোন মানুহ আপোন কথা💚 কাঞ্চন 🌸🌸🌸🌸🌸🌸🌸🌸
@trishnadeka3497
@trishnadeka3497 Жыл бұрын
Niribilir premt br beya koi prilo kaushik da.. 😊
@Krishnamoninath92
@Krishnamoninath92 Жыл бұрын
Pdf tu ase niki..?
@chandrimadeka1677
@chandrimadeka1677 Жыл бұрын
ইমান ধুনীয়া উপন্যাস দাদা ।এই ধুনীয়া উপন্যাসখন আমাক দিয়া বাবে ধন্যবাদ।
@prayashineog9125
@prayashineog9125 Жыл бұрын
প্ৰেম ত পৰি গলোঁ কি যে সুন্দৰ লেখনী এবাৰ পঢ়িললে এৰিব মন নাযায়❤ ভাল পাওঁ উপন্যাস পঢ়ি 💓
@sudeshnakalita4601
@sudeshnakalita4601 Жыл бұрын
নিৰিবিলি যে সঁচাকৈ অন্তৰ চুই গল ❤️
PBB GEN 11 August 29, 2024 Part 4
14:31
AM Vlogs
Рет қаралды 1 М.
Happy birthday to you by Tsuriki Show
00:12
Tsuriki Show
Рет қаралды 12 МЛН
Dad Makes Daughter Clean Up Spilled Chips #shorts
00:16
Fabiosa Stories
Рет қаралды 3,1 МЛН