No video

'ৰেন মৌ'ত আইচেংফাৰ স'তে 'অসম গণ পৰিষদ' দলৰ নেতা শ্ৰীযুত মণিমাধৱ মহন্ত

  Рет қаралды 6,293

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi Nawaz
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Ravi Shankar, Nayan Bordoloi
Make-Up - Manash Rabha
Audio Assist - Biplob Gogoi

Пікірлер: 53
@aichengfaboruah
@aichengfaboruah 5 ай бұрын
#SeriesOfPoliticalVdoContent Episode No : 4 'ৰেন মৌ'ত আজি আমাৰ সন্ধিয়া ৬ বজাৰ অতিথি "অসম গণ পৰিষদ" দলৰ নেতা শ্রীযুত মণিমাধৱ মহন্ত ডাঙৰীয়া ...! ২০২৪ ৰ লোকসভা নিৰ্বাচন যিহেতু তেনেই সমাগত আৰু আমি সকলোৱেই জ্ঞাত যে ৰাজনীতি সমাজনীতিৰেই এটি অংশ, গতিকে সেই কথাৰ সংগতি ৰাখি আমি 'ৰেন মৌ'ত প্রস্তুত কৰিছোঁ Political Video Content ৰ এটি Series ...! বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও সন্মানীয় ব্যক্তি আমাৰ অতিথি হৈ আহিব ... ! আজি আগবঢ়াইছোঁ এই Series ৰ চতুর্থটো খণ্ড...সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ...! Stay Tuned Jaatra with Aichengfa 🙏
@KhagenKrGayan
@KhagenKrGayan 5 ай бұрын
অসমৰ ৰাজনীতিত অনন্য ভাবমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা মণিমাধৱ মহন্তদেৱৰ ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি সমাজ জীৱনৰ মহত্বপূৰ্ণ দিশ সমূহ জনগনৰ মাজত "যাত্ৰা" জৰিয়তে সুন্দৰ ৰূপত অৱলোকিত কৰা বাবে আইচেঙফা বৰুৱা ডাঙৰীয়ানী ধন্যবাদৰ পাত্ৰ। লগতে মণিমাধৱ মহন্তদেৱে প্ৰতিটো প্ৰশ্নৰ উত্তৰ সাৱলীলভাৱে উপস্থাপন কৰি অনুষ্ঠানটো উপভোগ্য কৰিছে। শ্ৰদ্ধাৰ মণিমাধৱ মহন্তদেৱক আমি যিভাৱে জানো বা বুজো এই অনুষ্ঠানৰ জৰিয়তে আৰু অধিক ৰূপত তেওঁৰ দৰ্শন, চিন্তাধাৰা, সমাজ চেতনা, মানৱীয় প্ৰমূল্য বিকশিত কৰিছে বুলি ক'ব পাৰি। তেখেতৰ যাত্ৰা তীব্ৰ গতিৰ শুভাযাত্ৰা হোৱাৰ কামনা আৰু শুভেচ্ছা আমাৰ সদায় থাকিব। অসমৰ আঞ্চলিক ৰাজনীতিত তেখেতে দৃঢ় পদক্ষেপ ল'ব বুলি আমি অত্যন্ত আশাবাদী।
@kamallochandas6175
@kamallochandas6175 5 ай бұрын
বিশাল ব্যক্তিত্ব আৰু সুন্দৰ নিকা মনৰ অধিকাৰী মনি দা।সহজ সৰল কথাবোৰ শুনি বৰ ভাল লাগিল,আপুনি আগুয়াই যাওঁক ঈশ্বৰে মঙ্গল কৰক
@sushmitakaushik314
@sushmitakaushik314 5 ай бұрын
Dada your mind set opens up a new world of possibilities. Your view point on growth, economy and self independency brings new path of growth in youths. Much appreciated your optimistic view. Your powerful words strives to became what we are.
@HirakJyotiBorah-lg6jm
@HirakJyotiBorah-lg6jm 5 ай бұрын
বহুত বহুত ভাল লাগিল মনি দা❤❤❤❤
@dhrubajyotikonwar2262
@dhrubajyotikonwar2262 5 ай бұрын
দাদা আপোনালৈ শুভেচ্ছা জনাইছোঁ 🙌
@HirakJyotiBorah-lg6jm
@HirakJyotiBorah-lg6jm 5 ай бұрын
আমাৰ সকলোৰে মৰমৰ মণি দা❤❤❤❤❤
@mizanurrahmanmizaan
@mizanurrahmanmizaan 5 ай бұрын
Great personality ❤
@BijusVlogs-ox1go
@BijusVlogs-ox1go 5 ай бұрын
কলিয়াবৰৰ এজন যুৱ প্ৰজন্মৰ মাজৰ এজন ম'ই আৰু এজন কলিয়াবৰৰ মোৰ প্ৰথম পছন্দৰ ব্যক্তি জন হ'ল শ্ৰীযুত মনি মাধৱ মহন্ত দাদা। ❤
@mayurkrishnamahanta6201
@mayurkrishnamahanta6201 5 ай бұрын
মোৰ মোৰ জীৱনত লগ পোৱা ভাল লগা ব্যক্তি সকলৰ মাজত মণি দাদা অন্যতম। এক শতাংশ অহংকাৰ নথকা ব্যক্তি। দাদাৰ দৰে ব্যক্তি যদি ৰাজনীতিলৈ আহে সঁচাকৈ মূল্যবোধৰ ৰাজনীতি সম্ভব। ভগৱানক প্ৰাথনা কৰিছোঁ দাদাক সুস্থ সৱল হৈ থাকক আৰু অসমৰ ৰাজনীতিত এক ভোটা তৰা হৈ চিৰকাল জিলিকি ৰওঁক।
@nilakshigayan9797
@nilakshigayan9797 5 ай бұрын
Great Personality moni daa
@kaliabortaekwondoacademyas5591
@kaliabortaekwondoacademyas5591 5 ай бұрын
মনি দা বহুত ভাল লাগিল অনুষ্ঠানটো আপোনাৰ কিতাপখন পঢ়িবলৈ মন আছিল।
@mayurkrishnamahanta6201
@mayurkrishnamahanta6201 5 ай бұрын
দাদাৰ দৰে এজন সৎ ব্যক্তি অসমৰ ৰাজনীতিত অতি প্ৰয়োজন ।
@abulkashemahmed3135
@abulkashemahmed3135 5 ай бұрын
Nice Description
@galibahmed4153
@galibahmed4153 5 ай бұрын
Moni Madhab Mahanta the People Leader...We are Always with You Moni Da 🙏
@pranjyotinath996
@pranjyotinath996 5 ай бұрын
মণি মাধৱ মহন্ত অসমৰ ৰাজনীতিৰ এক উজ্জ্বল নক্ষত্ৰ ।
@Pujapinkiborah
@Pujapinkiborah 5 ай бұрын
Amar Kaliabor r Moni da 🔥🔥🔥
@manishadeka6600
@manishadeka6600 5 ай бұрын
Aichengfa বা,চায় আছো।ৰাজনীতিৰ বিষয়ে জ্ঞান বৰ বেছি নাই।বৰ বেছি আগ্ৰহীও নহয়।কিন্তু পৰোক্ষভাৱে হ'লেও আমি ৰাজনীতিৰ সৈতে জড়িত হৱেই যিকোনো ক্ষেত্ৰত।আপোনাৰ এই segment ৰ episode কেইটা চাইছো,কাৰণ "যাত্ৰা" ৰ "ৰেন মৌ"মোৰ বাবে সদায় বিশেষ।চাবই লাগিব,আপোনাৰ মৌ বৰষা কথাবোৰ মিছ কৰা নাযায়❤️❤️❤️❤️
@bhagya6935
@bhagya6935 5 ай бұрын
Val lagil❤
@ripunjoysaikia6430
@ripunjoysaikia6430 5 ай бұрын
Love u baa❤ love u Moni da❤
@Rintu02
@Rintu02 5 ай бұрын
Moni Da ❤
@jnd374
@jnd374 5 ай бұрын
Book Bank ar maximum kitap bur moi a nisilu....Bht bht Dhoinnobaad dada..
@user-mg6ny8lf8j
@user-mg6ny8lf8j 5 ай бұрын
ভাল লাগিল
@rupabordoloi862
@rupabordoloi862 5 ай бұрын
সুন্দৰ লাগিল। কিতাপ খন পঢ়িবলৈ পাম ‌ নিশ্চয়। সদায় শুভ কামনা থাকিব।
@pulinbharaliboruah4406
@pulinbharaliboruah4406 5 ай бұрын
Moni Da ❤️
@moonnath3362
@moonnath3362 5 ай бұрын
আপোনাৰ আদৰ্শক লৈ আমি গৌৰব কৰোঁ।
@neww6220
@neww6220 5 ай бұрын
Apuni aru aguai jaok 👍
@smbcom3504
@smbcom3504 5 ай бұрын
Bohut Bohut val lagil Moni da...
@RajeshShahSonar
@RajeshShahSonar 5 ай бұрын
Moni Madhab Mahanta ❤️❤️
@RickyBhuyan-qt7qz
@RickyBhuyan-qt7qz 5 ай бұрын
Love yu monidaa
@robinsons4492
@robinsons4492 5 ай бұрын
অনাগত দিনত অসমৰ এজন সুচিন্তক হিচাপে বিবেচিত হব ।❤
@Samiron6060
@Samiron6060 5 ай бұрын
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻❤❤❤❤🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@ranjantamuly2942
@ranjantamuly2942 5 ай бұрын
Achurjya borpatra daa r lgt ata episode lage ❤
@RanaLoing-ej5ni
@RanaLoing-ej5ni 4 ай бұрын
সুন্দৰ
@mahiburrahman6140
@mahiburrahman6140 5 ай бұрын
Good
@rajubothra1558
@rajubothra1558 5 ай бұрын
Best wishes 🎉🎉
@karunav_vloger4144
@karunav_vloger4144 5 ай бұрын
@TapashjitKonwar
@TapashjitKonwar 5 ай бұрын
আজিৰ অসমে যদি একোজন অসম মাতৃৰ হকে নিস্বাৰ্থ ব্যক্তি বিচাৰে তাৰ মাজত মনি মাধৱ মহন্ত দেৱ এজন।
@HirakJyotiBorah-lg6jm
@HirakJyotiBorah-lg6jm 5 ай бұрын
❤❤❤
@monjitborah9368
@monjitborah9368 5 ай бұрын
Moni daa❤
@azaharulislam2800
@azaharulislam2800 5 ай бұрын
Moni da great personality
@Rajuzubeenda
@Rajuzubeenda 5 ай бұрын
Next Zublee Baruah ba k matiba
@user-ve1qt3uu5p
@user-ve1qt3uu5p 5 ай бұрын
Moni da ❤❤❤
@PuhorCreation3049
@PuhorCreation3049 3 ай бұрын
Aichengfa ba Papon Dak matibo sun 🙏 Please ba
@saikiadimpol6261
@saikiadimpol6261 5 ай бұрын
Ren Mou t Noyon Nilim da k lage ❤
@budheswarsaikia3103
@budheswarsaikia3103 5 ай бұрын
Nrishingha
@BitupanDihingia-ov7xv
@BitupanDihingia-ov7xv 5 ай бұрын
Diganta mohank anibo ba
@jnd374
@jnd374 5 ай бұрын
Honest man ...Moni Da🎉
@niharjy
@niharjy 5 ай бұрын
Inner line permit u lage.
@kishorboruah5481
@kishorboruah5481 5 ай бұрын
Lock east to act east
@dhrubajyotikonwar2262
@dhrubajyotikonwar2262 5 ай бұрын
💐💐💐🇮🇳🙏🙏
@anupmandal5512
@anupmandal5512 5 ай бұрын
Moni Da ❤
@PKSwild
@PKSwild 5 ай бұрын
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 28 МЛН
what will you choose? #tiktok
00:14
Анастасия Тарасова
Рет қаралды 6 МЛН
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 22 МЛН
Unlimited buffet in Pirates of grill/Assamese food Vlog/Dhruva J kalita
15:05
পানী পিঠাৰ ৰেচিপি
5:20
Trishna Deka
Рет қаралды 7 М.
BrahmaLabsPodcast featuring SHEKHARJYOTI GOSWAMI
1:00:36
Brahma Music & Entertainment
Рет қаралды 109 М.