No video

'ৰেন মৌ'ত আইচেংফাৰ স'তে আবেদনভৰা কণ্ঠৰ শিল্পী কৃষ্ণমণি নাথ EP35 ft.

  Рет қаралды 85,167

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Shyamal Gogoi, Jintu Kumar
Make-Up - Manash Rabha

Пікірлер: 291
@aichengfaboruah
@aichengfaboruah 4 ай бұрын
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
@mahibhaginvlogs8317
@mahibhaginvlogs8317 3 ай бұрын
Ba emn dhuniya koi gaise ru okmn hunibole mn thakil❤
@ranjuborah3731
@ranjuborah3731 3 ай бұрын
Nññnññ6i
@debabalagogoi9567
@debabalagogoi9567 Ай бұрын
P😊😊.lQ 1st😊😊🎉😂😂​@@mahibhaginvlogs8317
@renugohain
@renugohain 24 күн бұрын
Yb
@RajumoniRajumonidas
@RajumoniRajumonidas 3 ай бұрын
মোৰ আটাইতকৈ প্ৰিয় শিল্পী কৃষ্ণ মণি নাথ ডাঙৰীয়াৰ কন্ঠ সচাকৈ অপূৰ্ব আৰু অদ্বিতীয় । ❤🎉🎉🎉
@miranshvlogs922
@miranshvlogs922 3 ай бұрын
বহুত বহুত ধুনীয়া লাগিল ❤❤❤❤ আজিকালি দিনত এইবোৰ গান নাইকীয়া হৈ গৈছে
@kiranbora6415
@kiranbora6415 3 ай бұрын
আইচেং ফা বৰুৱা আপোনাক ধন্যবাদ।কৃষ্ণমনি নাথক আমাৰ লগত চিনাকি কৰি দিয়াৰঁবাবে।যদিও সবিশেষ নহলেও অলপ জানো ।
@raktimdas3579
@raktimdas3579 3 ай бұрын
কৃষ্ণমনি দা এজন সত আৰু মহান শিল্পী
@niranjannath9669
@niranjannath9669 3 ай бұрын
সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰিবলৈ সক্ষম হ'লো । মোৰ প্ৰিয় শিল্পী কৃষ্ণ দা.......💕❤️❤️💕❤️ যাত্ৰা " ৰণ মৌ" লৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ।
@Sarmamj
@Sarmamj 4 ай бұрын
Aichengfa tumar assamese vocabulary jibilak question kora guest burok xolagibologiya bohut notun assamese xobdo xikisu tumar interview sai .... tumar nisina interviewer assam t unique ... Aag barhi jua Love you Aichengfa 😍
@santimoni7949
@santimoni7949 4 ай бұрын
অসমৰ এজন প্ৰসিদ্ধ শিল্পী। তেখেতলৈ বহুত শ্ৰদ্ধা আৰু সেৱা। অনুষ্ঠানটি বৰ সুন্দৰ হৈছে ।
@JayantaBaruah-sg2pq
@JayantaBaruah-sg2pq 4 ай бұрын
আইছেংফা বা আপোনাক কেনেকৈ যে ধন্যবাদ দিওঁ মোৰ ভাষা নাই । মোৰ অতি কৈ প্ৰিয় শিল্পী জনক দেখা পাই । মই কম কম বুলি ভাৱি আছিলোঁ আপোনাক আৰু আজি হঠাতে দেখা পায় মই আজি নথৈ সুখী বা ❤
@Moloy-h8l
@Moloy-h8l 4 ай бұрын
মোৰ এগৰাকী হৃদয়স্পৰ্শী ব্যক্তি কৃষ্ণ মনি নাথ। অকণমানি দিনৰ পৰাই ভালপাও তেখেতৰ গান, কেৱল কোমল মিঠা সুৰৰ বাবে। প্ৰাণ ভৰি শুনু। বহুত ভাল লাগিল
@dr.anjansaikia4536
@dr.anjansaikia4536 4 ай бұрын
কৃষ্ণমনি নাথদেৱক যোৱা ১৭ জানুৱাৰী, ২০২৪ তাৰিখে চিনামৰা মহাবিদ্যালয়, যোৰহাটৰ বাৰ্ষিক 'শিলপী, শিক্ষাবিদ ডিম্বে শ্বৰ হাজৰিকা স্মাৰক ৰাজ্যিক বঁটা ভাগ দিয়া হৈছিল। আপোনালৈ বহু শুভকামনাৰে
@dhrubajyotigogoi518
@dhrubajyotigogoi518 4 ай бұрын
কৃষ্ণ দাৰ গীত বহু দিনৰ পৰাই শুনি আহিছোঁ। "নল বিৰিণাৰ পাত", সোনালী ৰাতি ৰচিম ম‌ই কবিতা, সেই তেতিয়াৰ গীত সমুহ আজিও পাহৰা নাই। অনুস্থানতো বহুত ভাল লাগিল। লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ ।
@debapriyomusical.7417
@debapriyomusical.7417 4 ай бұрын
খুব সুন্দৰ পদক্ষেপ, প্ৰবীণ শিল্পী সকলক আজিৰ প্ৰজন্মই জনা উচিত। ♥️ 🎶🎉
@anujhazarika8838
@anujhazarika8838 4 ай бұрын
সুন্দৰ এটি অনুষ্ঠান উপভোগ কৰিলো। তোমাৰ এই যাত্ৰা অব্যাহত থাকক দুৰ দিগন্তলৈ.........
@MoniSankarPator
@MoniSankarPator 4 ай бұрын
আপোনাৰ " যাত্ৰা "লৈ জিতুল সোণোৱাল দাক মাতিব.…. বহুত ভাল লাগে জিতুল দাক
@KD12780
@KD12780 4 ай бұрын
বছৰত ৩০০ গান। ৩৭ বছৰত প্ৰায় ১২০০০ গান। কিন্তু শেষৰ কেইবছৰ মান কিছু কম গান আৰু কোনোবাটো বছৰত ১০০টা গান বা ৫০টা গান। গোটেইবোৰ মিলাই চালে ৭_৮ হাজাৰ মান গান হ'ব লাগে। ❤❤❤❤❤
@Bhargabdas607
@Bhargabdas607 4 ай бұрын
মোৰ আটাইতকৈ প্রিয় বিহু শিল্পী কৃষ্ণ মণি নাথ দাদা love u
@barmanlawagency3019
@barmanlawagency3019 4 ай бұрын
কৃষ্ণমনি মোৰ অন্যতম প্ৰিয় গায়ক। সৰগৰ ৰূপহী গানটো এফাকি গাব বুলি ভাবিছিলোঁ, নাগালে। প্ৰিয় গীত এইটো। এটা কথা ভাল লাগিল যে কৃষ্ণমনিয়ে গানৰ আৰৰ কথা বোৰো কৈছে। ভাল লাগিল। কবি প্ৰণব কুমাৰ বৰ্মনক ৰেণমৌত পোৱাৰ আশা ৰাখিছোঁ।
@surajitsaikia2196
@surajitsaikia2196 4 ай бұрын
এখনি বিহু মঞ্চ সফল কৰা কন্ঠশিল্পী কৃষ্ণমণি দা, প্ৰথমৰপৰা শেষলৈকে যিসমুহ গীত পৰিবেশন কৰে সঁচাই ৰাতিপুৱাই গলেও গমকে পোৱা নাযায়
@bhabanigogoi3278
@bhabanigogoi3278 3 ай бұрын
Nice.voice❤❤❤❤❤❤❤
@kalpananeog3532
@kalpananeog3532 4 ай бұрын
আইচেংফা,,, খুউব ধুনীয়া নাম, তোমাৰ নামটোৱেই যেন এটা অনুষ্ঠান, এনে লাগে। তোমাৰ ৰেইন মৌʼৰ যাত্ৰাৰ মই নিয়মীয়া সহযাত্ৰী,অৰ্থাৎ তোমাৰ অনুষ্ঠানটোৰ মই নিয়মীয়া শ্ৰোতা-দৰ্শক। বৰ ভাল লাগে, প্ৰত্যেকজন শিল্পী, কলা-কুশলীৰ লগত তোমাৰ কথোপকথন ব্যক্তিগতভাৱে মোৰ বৰ প্ৰিয়। মোৰ সম্ভৱ মোৰ লগতে চাগে আন আন সকলোৰে বাবেও তুমি সমানে প্ৰিয়। আজি মই তাহানিৰে পৰা এতিয়ালৈকে, অসমীয়া সংগীত জগতখনত তোলপাৰ লগাই থকা, বেছিভাগ অসমীয়াৰে ভাল লগা কণ্ঠশিল্পী কৃষ্ণমণি নাথৰ লগত তোমাৰ সুন্দৰ অনুষ্ঠানটো উপভোগ কৰিলোঁ। বৰ ভাল লাগিল, বহুতো গীতৰ কলি শুনাৰ লগতে, নজনা কথা বহুত জানিলো। আচলতে তুমি, তোমাৰ অনুষ্ঠানলৈ অহা সকলো অতিথিকে ইমান ধুনীয়াকৈ প্ৰশ্নবোৰ সোধা আৰু যিমান কৌশলৰে সোধা, সেইকাৰণে আচলতে তেওঁলোকেও তিমানেই সুন্দৰকৈ উত্তৰবোৰ দিবলৈ বাধ্য হয়। এতিয়া মোৰ তোমাৰ লগত আৰু এটা কথা পাতিব লগীয়া আছে। তোমাৰ অনুষ্ঠানলৈ এদিন এজন কম বয়সীয়া আৰু মোৰ ভাল লগা অতিথিক নিমন্ত্ৰণ কৰিছিলা, বৰ ভাল লাগিছিল, তেওঁৰ কথা-বতৰা, স্পষ্টবাদী আৰু নিৰ্ভিক। নামটো ত্ৰিদিব ভাগৱতী, ল'ৰাজনৰ কথা-বতৰা আৰু স্পষ্টবাদীতাখিনি আমাৰ সকলোৰে পৰিচিত, এজন সমাজকৰ্মী,সমাজসচেতক,বাকপটু, তথা কথাশিল্পী স্বৰ্গীয় দেবেন দত্ত চাৰৰ দৰে লাগে। এই চেগতে ত্ৰিদিব ভাগৱতীলৈ মোৰ ফালৰপৰা অলেখ শুভকামনা জনালোঁ দেই। তেওঁৰ কৰ্মক্ষেত্ৰবোৰত আৰু বহুত আগুৱাই যাওক অন্তৰৰে তাৰেই কামনা কৰিছোঁ। শেষত আইচেংফা, তোমালৈ মোৰ ফালৰপৰা এসোপামান মৰম, আশীৰ্বাদ আৰু অলেখ শুভকামনা জনালোঁ, তোমাৰ এই যাত্ৰা সদায় এনেদৰেই অব্যাহত থাকক, অন্তৰৰে তাৰেই কামনা কৰিছোঁ। সদায় নতুন নতুন অতিথিৰে আমাক আপ্লুত কৰি থাকা, আজিলৈ এৰিছো,,,,,,❤
@kalpananeog3532
@kalpananeog3532 4 ай бұрын
কল্পনা নেওঁগ, মালিগাঁও চাৰিআলি, গুৱাহাটী
@aichengfaboruahofficial2100
@aichengfaboruahofficial2100 4 ай бұрын
অশেষ ধন্যবাদ বাইদেউ আপোনাক ... লগতে বিহুৰ শুভেচ্ছা ! 🙏♥️
@pujapuspanjali105
@pujapuspanjali105 3 ай бұрын
এইয়াই হৈছে আমাৰ চিৰসেউজ কন্ঠ শিল্পী বহুত বহুত ধন্যবাদ বহুত ভাল লাগিল ৷ থেং কিউ আইচেংফা ,,,,,,,,,,,,,,,,
@user-mj2mt7ph7t
@user-mj2mt7ph7t 3 ай бұрын
All song bihu nice and❤ may god bless you in a long time🌹❤ new new news di thakiba, and matiba,
@jyotishrajbongshi3271
@jyotishrajbongshi3271 4 ай бұрын
মোৰ অতি প্ৰিয় কন্ঠশিল্পী জনৰ লগত আজি ভন্টি আইচেংফাৰ যাত্ৰা সচাকৈয়ে খুব সুন্দৰ হৈছে |
@tskgamer2612
@tskgamer2612 4 ай бұрын
আমি পানীতোলা বৰচাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনত গীত পৰিবেশন কৰিবৰ কাৰণে তেখেতক আমন্ত্ৰণ জনাইছিলো ৷ আমি আমন্ত্ৰণ জনাবৰ কাৰণে তেখেতৰ ঘৰলৈ গৈছিলোঁ ৷ সেই বছৰতে ঢেঁকী দে ঢেঁকী দে অ মোৰে লাহৰী গীত টো জনপ্ৰিয় হৈছিল ৷ তেখেতক লগ পাই কথা পাতি ভাল লাগিছিল সচাকৈয়ে এজন সহজ সৰল ভদ্ৰ প্ৰকৃত শিল্পী ৷তেখেতে অনুষ্ঠান পৰিবেশন কৰিবলৈ মাননি ত কৈ ৰাইজৰ মাজত আহি গীত পৰিবেশন কৰাত হে গুৰুত্ব দিছিল ৷ সেই সময়ৰ কথাবোৰ আজিও স্মৃতি হৈ আছে ৷ তেখেতে সংগীত ৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাওক ৰাইজক নতুন গীত উপহাৰ দি যাওক তাকে আন্তৰিকতাৰে কামনা কৰিছোঁ ৷
@user-mj2mt7ph7t
@user-mj2mt7ph7t 3 ай бұрын
ৰাস্তা/পথ দীঘলীয়া হক যাত্রা ৰে মৌ... আইচেংফা বা.... সুন্দর লাগে কথা /বতৰা বোৰ... আগলৈকে আশা থাকিল... চাবলৈ
@user-mj2mt7ph7t
@user-mj2mt7ph7t 3 ай бұрын
যাত্রা ৰেন মৌ ত আইচেংফাৰ কথা বতৰা শুনি ভাল লাগে।
@allthebest6611
@allthebest6611 4 ай бұрын
ভাল লাগিছে ৷ মানস ৰবিনক আমন্ত্ৰণ কৰিব পাৰে !
@dipumpbora7904
@dipumpbora7904 4 ай бұрын
বহুত বেছি ভাল লাগে কৃষ্ণ দা ❤❤❤❤ পুৰণি বিহু কেইটা শুনিলে কিবা এটা ভাল লগে , যিমান সময় সলনি হলেও ৯০ দশকৰ গান কেইটা নিচিনা হব নোৱাৰে ❤ গোলাঘাট ❤❤
@Khang-Khach-AS-06
@Khang-Khach-AS-06 4 ай бұрын
কৃষ্ণ দা'ৰ নিচিনা এটা কন্ঠ অসমত কিন্ত দিত্বীঅ এজনৰ নাই,সেয়া ধূৰুপ।বিহু বহুতে গাই,কিন্তু বাবা দা অনন্য,
@bhaskarkalita935
@bhaskarkalita935 4 ай бұрын
Podcast with true sense. I think Jatra is in number 1.
@Parthaagari
@Parthaagari 4 ай бұрын
Yes......
@aimbot6951
@aimbot6951 4 ай бұрын
@nityaborah1922
@nityaborah1922 4 ай бұрын
বা তোমাৰ কথাখিনি বৰ ভাল লাগে বা
@himakshidas2691
@himakshidas2691 4 ай бұрын
Bht bht vl lgil.krishna dak anekoi dekha pai.teu amar xokolure hridoiot Jiai ase.love from Nagaon❤️❤️
@KoushikDeka-zr1fw
@KoushikDeka-zr1fw 3 ай бұрын
খুবে ভাল লাগিছে আজি video 2 চাই ❤❤❤😊😊😊
@minakhigogoi9757
@minakhigogoi9757 4 ай бұрын
Val lagil bohut.
@user-eo7cn8ed9b
@user-eo7cn8ed9b 3 ай бұрын
Apunar onusthan tu aji first saisu. Hosake Val lagil. Iman hohoj vabe kotha bilak alusona korise. Ru krishna dar interview iman dhuniake loise. Tekhet bohut hohoj horol . Val lage ... Teur gaan video bilak Sai bohut val lage. First moina sorai moina mat firstor pora gutei keita khondor video saisu. Thank you dei iman hundor onusthan eti solai juar babe. Huvessa thakil 👍 agoloike Jen enekoi aagbarhi jauk hodai .
@Moran-vv2pb
@Moran-vv2pb 4 ай бұрын
Love from Arunachal Pradesh... one of my favourite singer...aapuni hodai happy aru health thaka❤
@jayantahazarika1210
@jayantahazarika1210 4 ай бұрын
আমাৰ মৰমৰ শিল্পীজনৰ নজনাকৈ থকা কিছু কথা জানি ভাল লাগিল আৰু যাত্ৰা অনুস্থানতি বৰ সুন্দৰ অনুস্থান হৈছে এনেদৰে আৰু আগোৱাই যাওক লগতে ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আপোনাৰ যাত্ৰাৰ পৰিয়ালটিলৈ ধন্যবাদ।
@Gautam-xn9ls
@Gautam-xn9ls 4 ай бұрын
A person truly from the nature ,a legend , a unsung hero/Singer. Not an artificial character
@bohemian5964
@bohemian5964 4 ай бұрын
Someday invite Jitul Sonowal da please ❤
@Rijuwanasaikia
@Rijuwanasaikia 4 ай бұрын
বৰ ভাল লাগিল৷গোটেই বহাগ মাহটো গান গোৱাৰ পিছত পাবলৈ আৰু কিটো থাকিল৷এই বাক্যশাৰীয়ে মন চুই গ'ল৷আপোনাৰ অনুষ্ঠানটিৰ অতিথিসকলৰ দ্বাৰা জীৱনত আগুৱাই যোৱাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ কথা শিকিছোঁ৷
@biswajitchetia1828
@biswajitchetia1828 4 ай бұрын
বাইদেউ ❤❤❤লগতে কওঁ যে ভাবি ভাবি আছো কৃষ্ণ দা অনুপম দা হতৰ দৰে সেই দিনবোৰৰ শিল্পী সকলৰ আগমন কেতিয়া ঘটিব। সৌভাগ্যক্ৰমে পালো গৈ। মৌচম দা আহিল। যাত্ৰা" ৰেন মৌ" ৰ মই নিয়মীয়া দৰ্শক । গতিকে সদায় বাট চাই ৰওঁ এই খণ্ডটিলৈ। অসমৰ ভিতৰতে মোৰ আটাইতকৈ প্ৰিয় আৰু ভালপোৱা অনুষ্ঠান "যাত্ৰা ৰেন মৌ" । ।বাই লৈ বহুত বহুত শুভেচ্ছা যাচিলো ।আৰু আগবাঢ়ি যাওঁক।। ❤️❤️❤️ডিব্ৰুগড়ৰ পৰা মৰম দিলো লগতেবিহুৰ ওলগ জনালোঁ।
@indianpercussionist6080
@indianpercussionist6080 4 ай бұрын
Monor kotha kole ..
@hitutpalboruah
@hitutpalboruah 4 ай бұрын
On of the best episode. No 1 episode
@janmonibora2626
@janmonibora2626 Ай бұрын
বহুত ভাল পালো , অনুষ্ঠানটো । ককাইদেউ কুশলে থাকক সদায়ে । যাত্ৰা ৰ ৰ্দীঘায়ো কামনা কৰিলো ।
@arupgogoi2883
@arupgogoi2883 4 ай бұрын
Dadar gan bilak ajiu val laga aru gan lagada
@snsvlogs6023
@snsvlogs6023 3 ай бұрын
আপুনি সদায় ভালে থাকক দাদা ভগৱানে ভালে ৰাখক এটা দশক যিটো কেতিয়াও আৰু ঘূৰাই নাপাওঁ। আপুনি আমালৈ আগবঢ়াই দিয়া প্ৰতিটো গীত বিশেষকৈ বিহু গীত সমূহ মই প্ৰায়ে শুনু বহুত ভাল লাগে। আৰু বা আপোনাৰ যাত্ৰাত তেখেতক মাতি অনাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ।
@manishadeka6600
@manishadeka6600 4 ай бұрын
সুন্দৰ ব্যক্তিত্বৰ এগৰাকী শিল্পী কৃষ্ণমণি নাথ।তেখেতৰ গান বহুত প্ৰিয়❤️❤️❤️।কণ্ঠটো ব্যতিক্ৰম,বৰ ভাল পাওঁ‌।
@bkp9774
@bkp9774 4 ай бұрын
গাঁৱলীয়া এইটো কৃষ্ণমণি, চিধা, সহজ সৰল লৰা, আমাৰ অতি মৰমৰ, ভগবান প্ৰদত্ত কন্থথৰ অধিকাৰী। চব সঁচা কথা কয় আছে। কলঙৰ এপাৰে তেওঁৰ ঘৰ আৰু সিপাৰে তেওঁৰ~~~ ঘৰ 😊😊😊😊
@putulgogoi9954
@putulgogoi9954 4 ай бұрын
ঘোষিকা বাইদেউ গৰাকী প্ৰেমত পৰিলোঁ ❤
@rambalram2610
@rambalram2610 4 ай бұрын
সঁচাকৈ আইছেঙ ফাঁ বাইদেউক বৰ ধুনীয়া লাগিল এই খণ্ড টোত...❤❤❤
@amigogoi6053
@amigogoi6053 4 ай бұрын
Voice❤❤❤❤❤
@jayantagoswami128
@jayantagoswami128 4 ай бұрын
পাৰিলে এই বিহুৰ বতৰত অনুপম শইকীয়া দা এবাৰ মাতিব,তেওঁৰ মৰমজান,গছকত ভাঙি যাওঁ যঁতৰ,সেইদিনবোৰ আজিও মনত দোলা দি যায়।।
@JayantaBaruah-sg2pq
@JayantaBaruah-sg2pq 4 ай бұрын
ৰেণ মৌ লৈ পাৰে যদি অতি সোনকালে মানস ৰবীন ককাইক আনিবলৈ চেষ্টা কৰক আছেংফা বা। আপোনালৈ অনুৰোধ জনালোঁ
@barunkalita5985
@barunkalita5985 4 ай бұрын
Ajon bhal axomia...bhal lagil.
@najimasultana5286
@najimasultana5286 4 ай бұрын
Dada mata babe Buhut vl lagil ba..no.1 show ❤
@manashgogoi9132
@manashgogoi9132 4 ай бұрын
Anusthantu apunalukor pryea sau.bohut val lage.hokolut koi khogen gogoi r onusthan tu Sai Sai u hepah nopolai
@tapankalita4577
@tapankalita4577 3 ай бұрын
Aapuni bahut dhunia hoi aru krishna daa mur bahut favorite hoi
@bitulsaikia786
@bitulsaikia786 4 ай бұрын
মজ্জা । এইটো প্ৰগ্ৰেমৰ কাৰণে বহুত দিনৰ পৰা ৰৈ আছিলোঁ।
@KalesharMishong
@KalesharMishong Ай бұрын
congratulation to yatrar renmou aichengfa madam .apunar dhunia mukhmondolor logote mitha huria konthor michikiyai hanhire bhora mukhor matbur jen moinar mat huni birat bhal lage . Onnya chuwaliir dore kotha kuar dhoronbur hompurno prithok .
@sangitgogoi1509
@sangitgogoi1509 4 ай бұрын
বাইদেউ বহুত ভাল লাগিল মই এদিন কৈছিলো আপোনাৰ যাত্ৰাত এখেতক দেখা পাম বুলি 🙏
@tarunsaikia235
@tarunsaikia235 4 ай бұрын
ভাল লাগিল। আগবাঢ়ি যোৱাৰ আশাৰে।
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 4 ай бұрын
খুব ভাল লাগিল ভিডিঅ'টো চাই। তেখেতৰ কণ্ঠটো সঁচাকৈ ব্যতিক্ৰম,গীতটো শুনাৰ লগে লগে গম পাও কৃষ্ণ দায়ে গাইছে বুলি। ভাল লাগে শুনি,ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সদায় কুশলে ৰাখক 🙏🏻🙏🏻🙏🏻
@digantadeka7201
@digantadeka7201 4 ай бұрын
Ei manuhtok bor val pao❤❤❤
@shikhadas5536
@shikhadas5536 4 ай бұрын
বহুত ভাল লগা মানুহ জন,বহুত ভাল পাইছিলোঁ সেই সময়ৰ বিহু গীত
@user-cj9sx9ro4j
@user-cj9sx9ro4j 4 ай бұрын
আয়ৌ দেহি কলে বৰ মৰম লাগে বা তোমাক❤😊
@abhilekhasom5488
@abhilekhasom5488 4 ай бұрын
Krishna দা কথা বোৰ শুনিবলৈ প্ৰয়াত নিপন গোস্বামী sir ৰ দৰে একে লাগে।
@abhijit142
@abhijit142 4 ай бұрын
আইও আইছেংফা বাজনী ইমানহ্ল ধুনীয়া লাগিছে। কথাবোৰ যে আইও শুনিলে গা শাত পৰি যায়।
@dodiksha586
@dodiksha586 4 ай бұрын
আইচেংফা বা আপুনি বৰ ধুনীয়া অসমীয়া কয় আৰু অনুষ্ঠানবোৰো ভাল লাগে। এইখণ্ডত ৪০ বছৰ বুজাবলৈ কিন্তু ৪০টা দশক বুলি ক'লে। ৪ দশক হ'ব লাগে নেকি! কথাটো মন কৰিবচোন। বহুত মৰম যাচিলোঁ বা❤❤
@aichengfaboruahofficial2100
@aichengfaboruahofficial2100 4 ай бұрын
ওঁ, হঠাৎ চাৰিৰ ঠাইত চল্লিশ বুলি ওলাই গ'ল অনিচ্ছাকৃতভাৱে...অজানিতে হোৱা ভুলৰ বাবে ক্ষমাপ্রার্থী !
@mukulchsarma4145
@mukulchsarma4145 4 ай бұрын
Aisengfa, Apunar Yatra 'SUPERB.' Kenekoi eman dhuniakoi host kore !
@prankuldutta1636
@prankuldutta1636 3 ай бұрын
One of my favourite singers....
@Pranjal-gz8yx
@Pranjal-gz8yx 4 ай бұрын
Hosa dei , hridoi sui gol❤
@Kalpanadevi-km8bv
@Kalpanadevi-km8bv 4 ай бұрын
Dhamaka 🔥💯 hoi Amar baba mama❤❤❤❤❤❤❤❤❤❤😊
@dipankarkalita6260
@dipankarkalita6260 Ай бұрын
Krishnamani daa r gaan hunile mon tu pulokito hoy❤❤❤
@MrinmoyJyotiNat
@MrinmoyJyotiNat 4 ай бұрын
❤❤❤ Krishna daa
@ChandraPhukon-ig3cs
@ChandraPhukon-ig3cs 3 ай бұрын
❤❤❤❤Do potharote I love song
@DibyajyotiBaruah-lz2mm
@DibyajyotiBaruah-lz2mm 6 күн бұрын
কৃষ্ণ দা এজন বিহুৱা ৷ সোনমইনা, বৰদলৈছিলা ,শোৱনশিৰি , সোনপখিলি কেছেটৰ পৰাই তেওঁৰ বিহু গান শুনিছো ৷
@prakritirvlogs1463
@prakritirvlogs1463 4 ай бұрын
I love krishnamoni dada
@debojitahomrk6645
@debojitahomrk6645 4 ай бұрын
বৰ ভাল লাগিল প্ৰথম ৰ পৰা শেষলৈ চালো ❤❤❤
@prassanajittamuli7766
@prassanajittamuli7766 4 ай бұрын
আইচেংফা, তোমাৰ "এই ৰেণ মৌ" যাত্রা অবিৰত ভাবে চলি থাকক।তোমাৰ প্ৰতিটো খন্ধই মোৰ অন্তৰ চুই যায়। আজিৰ খন্ধ আৰু খগেণ গগৈ ৰ লগত কথোপখিনি বহুত ভাল লাগিল। বিশেষকৈ তোমাৰ মুখৰ "আই*** দেহী টো সোণত সুৱগা চৰাই। #নৱ বৰ্ষৰ শুভেচ্ছা যাঁচিলো।#
@dibyahazarika3408
@dibyahazarika3408 4 ай бұрын
মোৰ অতিকৈ প্ৰিয় আইচেংফা বা💚
@user-uq7hr9er3x
@user-uq7hr9er3x 4 ай бұрын
Kishnomoni dar bikhoya eimankhini jani bohut val lagil ❤❤
@barnalidevi5878
@barnalidevi5878 4 ай бұрын
Straight forward dada❤❤❤❤❤
@RubboruahSOUNDofSOUL
@RubboruahSOUNDofSOUL 4 ай бұрын
2007 son tu bor modhumoy asil.. xei xomoyor geet buru bukut bajisil❤❤❤
@bedantaborah4868
@bedantaborah4868 4 ай бұрын
বৰ ভাল লাগিল সুন্দৰ অনুষ্ঠানটো চাই ❤
@DikshitaDeka-dt6mm
@DikshitaDeka-dt6mm 4 ай бұрын
Baaa tumi iman dhuniyaaaaa❤
@user-ew3nb1lk8w
@user-ew3nb1lk8w 4 ай бұрын
ভাল লাগিল
@bituponhandique7338
@bituponhandique7338 4 ай бұрын
খুউব সুখি মানুহ এজন❤
@NipulBordoloi-ul1sb
@NipulBordoloi-ul1sb 4 ай бұрын
❤❤❤❤❤❤❤❤mojaaaaaaaaaaaaa ❤❤❤❤love you krishna da
@purobeegogoi1343
@purobeegogoi1343 4 ай бұрын
Bohut bhal lagile dei. Mur oti priyo tekhet. Thank you❤❤❤
@adityanath6817
@adityanath6817 4 ай бұрын
My favourite singer
@binudevi2806
@binudevi2806 4 ай бұрын
অনুষ্ঠানটো বৰ ভাল লাগিল
@aanshu4422
@aanshu4422 4 ай бұрын
Hundar ❤bohuttt vl lagill kotha bur
@udiptakumardutta4705
@udiptakumardutta4705 4 ай бұрын
I love this episode bhut vl lagil ba
@mgvlogs9797
@mgvlogs9797 4 ай бұрын
আইচেংফা বা আপুনি যে কয় " আইঅ দেহি বুলি" শুনি খুওৱ ভাল লাগে।।। নাম মানৱ গগৈ গোলাঘাট।
@hemantaphukan6394
@hemantaphukan6394 4 ай бұрын
Love you Krishna da
@seemaranisarmah1751
@seemaranisarmah1751 2 ай бұрын
আইচেংফা তোমাৰ মাৰ মই ছাত্ৰী। D D R Collage ৰ অনুষ্ঠান বোৰত তোমাক গান গাৱলৈ মাতে, তেতিয়া তুমি প্ৰাথমিক বিদ্যাল়ত । তোমাৰ নামটো ৰ অর্থ পদুমফুল বুলি গম পাইছিলো। ভাজনি বাইদেউৱে আমাৰ অনাৰ্চ পাইছিল। বাইদেউ বৰ মৰমিয়াল আৰু সহজ সহজ ব্যক্তি। তুমিও বৰ মৰম লগা আৰু মিঠা মুখিয়া। তোমাৰ অনুষ্ঠান বোৰ চাই বৰ ভাল লাগে । তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিলোঁ।
@niranjangogoi3959
@niranjangogoi3959 4 ай бұрын
সুন্দৰ কন্ঠ
@user-ob6ej7bv2q
@user-ob6ej7bv2q 4 ай бұрын
Very nice episode
@santanapayeng7927
@santanapayeng7927 3 ай бұрын
Bhal lagil bohut
@jyotirupanath9661
@jyotirupanath9661 4 ай бұрын
Bohut vl lagil❤
@tiwavlogerboy1362
@tiwavlogerboy1362 27 күн бұрын
Bhut dhuniya lagil... proud to be nagaonya❤
@user-ul9kn6yj8p
@user-ul9kn6yj8p 4 ай бұрын
Aru Krisnomoni Nath dak aner babe bahut dhanybad
@DEBAJIT.PATHAK
@DEBAJIT.PATHAK 2 ай бұрын
কৃষ্ণ মণি নাথ ❤
@hitutpalboruah
@hitutpalboruah 4 ай бұрын
Great..one off the most beautiful episode ❤
@khagenhandique1257
@khagenhandique1257 4 ай бұрын
Bohut. Vall lagel
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 10 МЛН
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 56 МЛН
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 20 МЛН
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 10 МЛН