No video

'ৰেন মৌ'ত আইচেংফাৰ স'তে "ভাৰতীয় জাতীয় কংগ্ৰেছ" দলৰ (অসমৰ) মাননীয় সাংসদ শ্রীযুত প্রদ্যুৎ বৰদলৈ

  Рет қаралды 14,901

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also, press the bell icon to stay updated with our latest uploads.
CREDITS:
Host & Concept : Aichengfa Boruah
Direction, Music & Audio Production : Xulfi Nawaz
Video Edit : Dolly Das
Camera : Nihar Ranjan, Nayan Bordoloi, Ravi Shankar
Make Up : Manash Rabha
all rights reserved © Jaatra

Пікірлер: 59
@aichengfaboruah
@aichengfaboruah 5 ай бұрын
#SeriesOfPoliticalVdoContent Episode No : 3 'ৰেন মৌ'ত আজি আমাৰ সন্ধিয়া ৬ বজাৰ অতিথি "ভাৰতীয় জাতীয় কংগ্ৰেছ" দলৰ অসমৰ মাননীয় সাংসদ শ্রীযুত প্রদ্যুৎ বৰদলৈ ডাঙৰীয়া ...! ২০২৪ ৰ লোকসভা নিৰ্বাচন যিহেতু তেনেই সমাগত আৰু আমি সকলোৱেই জ্ঞাত যে ৰাজনীতি সমাজনীতিৰেই এটি অংশ, গতিকে সেই কথাৰ সংগতি ৰাখি আমি 'ৰেন মৌ'ত প্রস্তুত কৰিছোঁ Political Video Content ৰ এটি Series ...! বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও সন্মানীয় ব্যক্তি আমাৰ অতিথি হৈ আহিব ... ! আজি আগবঢ়াইছোঁ এই Series ৰ তৃতীয়টো খণ্ড...সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ...! Stay Tuned Jaatra with Aichengfa 🙏
@manjugohain6786
@manjugohain6786 5 ай бұрын
বৰদলৈৰ ছাৰৰ প্ৰশ্নৰ উত্তৰ সমূহ শুনি থাকি ইমানেই ভাল লাগে সঁচাই অতুলনীয় । ছাৰ আমাৰ মাজৰ পৰা আতঁৰি যোৱাৰ বাবে দুখ লাগে । মিকি নহওক নগাঁও বাসীৰ ৰাইজৰ ভাগ্য ভাল । তেখেতক সকলো ৱে ভোট দি পুনৰ নিৰ্বাচিত কৰাটো আপোনা লোকৰ দ্বায়িত্ব বুলি আশা কৰিলো । জয় আই অসম ।
@user-pt3vb3ul8n
@user-pt3vb3ul8n 5 ай бұрын
Sir, এজন অতি ভাল মানুহ আৰু বাইদেউ ও খুউব সৰল। মোৰ দৰে আমাৰ দৰে পুলিচক নিজ হাতে চাহ খাবলৈ আনি দিয়ে। ছাৰৰ লগতে পৰিয়ালটিৰ দীঘায়ু কামনা কৰিলো।
@mridulsarma3894
@mridulsarma3894 5 ай бұрын
আইচেংফা অত্যন্ত প্ৰেমিক দেই...ভাল লাগে।
@Moloy-h8l
@Moloy-h8l 5 ай бұрын
অতি সুন্দৰ লাগিল। ৰাজনীতিৰ এজন অতি সহজ সৰল ব্যক্তি তেখেত
@mridulsarma3894
@mridulsarma3894 5 ай бұрын
Bordoloi sir হতৰ দৰে মানুহৰ কথা বুজি পোৱা মানুহৰ বৰ্তমান অভাৱ হৈছে।
@SikhamoniGogoi-xi4xl
@SikhamoniGogoi-xi4xl 5 ай бұрын
Val lagil sai ❤
@Khang-Khach-AS-06
@Khang-Khach-AS-06 5 ай бұрын
Video টো চোৱাত অলপ দেৰি হল, ভাল লাগিল।দল,নিৰ্বাচন নিৰ্বিশেষে অসমৰ সকলো ৰাজনিতিকেই যদি এনে শুদ্ধ উচ্চাৰণৰে নিজা বক্তব্যবোৰ আগবঢ়ালে হলে,আজিকালি কিছু ৰাজনিতিকৰ যিহে শব্দ উচ্চাৰণ!
@bobyborah28
@bobyborah28 5 ай бұрын
My fev person❤
@bidyutborah9132
@bidyutborah9132 5 ай бұрын
I love Pradyut sir n Congress party ❤
@balingogoi5827
@balingogoi5827 5 ай бұрын
বৰ সুন্দৰ হৈছে।ভাল লাগিল।
@user-sl6gi2nh4m
@user-sl6gi2nh4m 5 ай бұрын
অতিকৈ ভাল লাগিল.. বৰদলৈ চাৰক প্ৰকৃততে মোৰ এজন ব্যক্তি
@xurordeolkalabithika1129
@xurordeolkalabithika1129 5 ай бұрын
মাৰ্ঘেৰিটা সমষ্টিৰ বাবে তেখেতৰ অনুপস্থিতি এটা বৃহৎ ক্ষতি। অশ্বিনী প্ৰসাদ গগৈ
@user-fp6ud8ym5k
@user-fp6ud8ym5k 5 ай бұрын
Very interesting interview. Great job Aichengfa.
@DEENTT
@DEENTT 5 ай бұрын
He is so educated politician
@nilotpalsaikia6026
@nilotpalsaikia6026 5 ай бұрын
ৰাজনৈতিক নেতাৰ ভিতৰত আটাইতকৈ প্ৰিয় ব্যক্তি । অন্তৰৰ পৰা sir শব্দটো ওলাই আহে ।।
@phuleswarrzbnc8003
@phuleswarrzbnc8003 5 ай бұрын
যাত্ৰাৰ প্ৰতিটো ভিদিওঁ ভাল লাগে ।❤❤
@krishnahazarika6391
@krishnahazarika6391 5 ай бұрын
Val lagil Sai...pradyut sir🙏.love from Digboi
@purnanandachutia2602
@purnanandachutia2602 5 ай бұрын
Bhal lagil
@tankabahadurchetry3150
@tankabahadurchetry3150 5 ай бұрын
Super sweets speech 🙏
@CarsSupercars
@CarsSupercars 5 ай бұрын
Daylight Saving is much needed...it will save electricity too ...we need two time zones for the Northeast.
@MintuDeka-sb2hg
@MintuDeka-sb2hg 5 ай бұрын
Very nice🎉.
@Minaramgogoi-xg4qo
@Minaramgogoi-xg4qo 5 ай бұрын
Bohut val lage chenel tu . Aguwai juwa. ..❤❤❤❤❤❤
@rajapegu7723
@rajapegu7723 5 ай бұрын
My real Hero
@jnd374
@jnd374 5 ай бұрын
Dynamic leader of INC.
@abhijeetgogoi1704
@abhijeetgogoi1704 5 ай бұрын
hosa kotha koise val lagil
@digennath497
@digennath497 5 ай бұрын
কংগ্ৰেছ থাকক আৰু থাকিবই লাগিব ছাৰ গান্ধি পৰিয়াল নোহোৱা কৰক দেখিব কংগ্ৰেছ আকৌ লাহে লাহে আহিব পাৰিব ।
@mridulsarma3894
@mridulsarma3894 5 ай бұрын
Gandhi pariyale ki beya Kam karile? Leadership of Rahul Gandhi is very strong.He can speech in both languages Hindi and English very fluently.Which is very important for a political leader.
@hritizgogoi3739
@hritizgogoi3739 5 ай бұрын
Pradyut Bordoloi daangoria you once called for separate time zone for Assam and NE. Please raise this again, we will support you
@kapil912
@kapil912 5 ай бұрын
bhut educated manuh jon
@jnd374
@jnd374 5 ай бұрын
Product of JNU ❤
@tilokborgohain2041
@tilokborgohain2041 5 ай бұрын
Bhal lage manuh jonok
@jubinthakur3961
@jubinthakur3961 5 ай бұрын
Baa kamal lochanor eta episode.... 🙏🏻
@Deuka_jiwonor
@Deuka_jiwonor 5 ай бұрын
Sir r wife r kthabur bor dhunia... Kisuman politician r wife r dore patol nohoi...
@saikiadimpol6261
@saikiadimpol6261 5 ай бұрын
Ren Mou t Noyon Nilim da k lage ❤
@purabidas2186
@purabidas2186 5 ай бұрын
🎉🎉👌👌👍👍
@rajapegu7723
@rajapegu7723 5 ай бұрын
Nice
@lekhanbhuyan1098
@lekhanbhuyan1098 5 ай бұрын
Val loga manuhjon
@jaanxutiyacreation2616
@jaanxutiyacreation2616 5 ай бұрын
🎉🎉🎉
@karunav_vloger4144
@karunav_vloger4144 5 ай бұрын
Nice...🥰
@PuhorCreation3049
@PuhorCreation3049 3 ай бұрын
Aichengfa ba Papon Dak matibo sun 🙏🙏🙏 Please ba
@hritizgogoi3739
@hritizgogoi3739 5 ай бұрын
@33:00 we should all raise timezone for northeast
@NibaranNath-bx4ee
@NibaranNath-bx4ee 5 ай бұрын
কংগ্ৰেছৰ দিনত পিয়ন চাকৰিত ও মোটা অংকৰ ধন দিব লগা হৈছিল। Bogus ৰেচন কাৰ্ড বনাই দুখীয়া মানুহৰ মুখৰ ভাত কাঢ়ি লৈ তেওঁলোকে নিজে ভোগ কৰিছিল।
@AlimpyshreyamGogoi
@AlimpyshreyamGogoi 5 ай бұрын
ৰাইজৰ মানুহ
@user-ob6ej7bv2q
@user-ob6ej7bv2q 5 ай бұрын
Apcc president asolote hobo lagisil bordoloi dangoriya।
@पल्लव_चेतिया
@पल्लव_चेतिया 5 ай бұрын
মামাকো আনিব আকৌ
@jagadishsarma
@jagadishsarma 5 ай бұрын
Ba adin prile chief minister sir ok aniba and prile mp dilip Saikia sir ok aniba sn apunar ren mou program at.
@jadukarjitumoni2908
@jadukarjitumoni2908 5 ай бұрын
Magic Show r interviwe lobo neki mru
@user-es4gg5ct1k
@user-es4gg5ct1k 5 ай бұрын
আমাৰ মাৰ্ঘেৰিটাত তেওঁৰ পৰা একো নাপালোঁ,,,,
@Abhih8824
@Abhih8824 5 ай бұрын
Hosa kotha koise
@pinkitalukdar4701
@pinkitalukdar4701 5 ай бұрын
প্ৰদ্যুত বৰদলৈ বিদ্যুৎ মন্ত্ৰী হৈ থকাৰ দিনত অসমত লোড শেডিঙে ৰেকৰ্ড গঢ়িছিল। এতিয়া ধুনীয়াকৈ কথা কলেই আগৰ বিলাক মচ নাখায়।
@AssameseWatcher
@AssameseWatcher 5 ай бұрын
যি ঘনিষ্ঠ ভাৱে জানে তেওঁলোকক সুধিব, প্ৰদ্যুৎ বৰদলৈ এজন চূড়ান্ত ভাৱে প্ৰতিশোধ পৰায়ণ ব্যক্তি। মাৰ্ঘেৰিটাত বহু উদাহৰণ আছে।
@AssameseWatcher
@AssameseWatcher 5 ай бұрын
প্ৰদ্যুত বৰদলৈ ডাঙৰীয়াই কথা বিলাক খুউব সুন্দৰকৈ কয়। কিন্তু, তেওঁৰ মুখৰ পৰা উচ্চাৰিত এটাও শব্দ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ ১৫ বছৰীয়া কাৰ্যকালত বাস্তৱায়িত নকৰিলে। অসমীয়া জাতীয় সত্বা তেওঁৰ ৰক্তে ৰক্তে প্ৰৱাহিত হৈ আছে বাবেই সৰ্বপ্ৰথম বাৰৰ বাবে ঐতিহ্যমণ্ডিত পাটকাই পৰ্বতমালাত অবৈধভাৱে কয়লা খান্দিবলৈ অনুমতি দি থৈ গ'ল। যাৰ ফলত অসমৰ বুৰঞ্জীগত সমল আৰু পাহাৰত বসবাস কৰা নৃগোষ্ঠী সমূহৰ স্বকীয়তা ধ্বংসকাৰ্যৰ আৰম্ভণি কৰি থৈ গ'ল। এইয়াই তেওঁৰ জাতীয় দায়বদ্ধতাৰ উদাহৰণ। সেইয়ে তেওঁ সুদীৰ্ঘ বৰ্ষ বিধায়ক হোৱাৰ পিছতো মাৰ্ঘেৰিটা সমষ্টিৰ কথা উল্লেখ নকৰি কেৱল নগাওঁৰ কথাহে উল্লেখ কৰিছে।
@babuldeka6255
@babuldeka6255 5 ай бұрын
Taka dilay jab poya acil atiya nahaba.. Good. Bjp
@technicalmrraju6459
@technicalmrraju6459 5 ай бұрын
আপুনি ডাঙৰক সন্মান নকৰে নেকি ,?ভৰি ওপৰত ভৰি তুলি বাৰ্তা কৰিছে.. প্ৰতিটো video ভৰি তুলি কথা পাতে ..
@nayanjyotibaishya8483
@nayanjyotibaishya8483 5 ай бұрын
তোমাৰ কংগ্রেছৰ বাবে এতিয়ালৈ আমি নিঠৰুৱা হলো। বিজেপি ৰ বাহিৰে গতি নাই,, 3:24 মুখৰ মিঠা কথাই পেট নুপুৰাই
@xoulff753
@xoulff753 5 ай бұрын
Vote to BJP ko hi jayega 👍
@dhunukonwar4605
@dhunukonwar4605 5 ай бұрын
Gidakhua
what will you choose? #tiktok
00:14
Анастасия Тарасова
Рет қаралды 6 МЛН
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Паша Осадчий
Рет қаралды 3,7 МЛН
🩷🩵VS👿
00:38
ISSEI / いっせい
Рет қаралды 27 МЛН