'ৰেন মৌ'ত আইচেংফাৰ স'তে অভিনেত্ৰী প্রস্তুতি পৰাশৰৰ জীয়াৰী প্রাজনা প্রজাক্তা (হিয়া) EP 21 ft. Hiya

  Рет қаралды 309,286

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Direction & Audio - Xulfi
Video Edit - Dipankar Saharia
Cinematography - Ravi Sankar, Josy Saikia, Jintu Kumar
Make-Up - Binita Das

Пікірлер: 445
@aichengfaboruah
@aichengfaboruah 7 ай бұрын
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏
@JayaBorgohaingogoi
@JayaBorgohaingogoi 7 ай бұрын
বহুত ভাল লাগিল, ৰৌন মৌ জৰিয়তে ৰিয়াৰ বাতালাপ চাই সছায়ে বহুত ভাল পালো , তেওৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।
@pallab-ix5lz
@pallab-ix5lz 7 ай бұрын
Congratulations baa ❤
@ranjanagoswami1741
@ranjanagoswami1741 6 ай бұрын
আন্তৰিক অভিনন্দন জনালো।
@hirabhuyan2573
@hirabhuyan2573 5 ай бұрын
Maramar Hiya tomaloi bahut2 maram thakil. Tomar ujjwal bhabishyat kamana korilo.
@angusmitagogoi3676
@angusmitagogoi3676 6 ай бұрын
Eman gohin, eman smart, eman besi talented tumi hiya... Kotha bur j eman dhunia koi koisa. Bohut dangor manuh hoba tumi. Bhagawane hodai akhirbaad korok
@reetaborbora7763
@reetaborbora7763 7 ай бұрын
মই অভিভূত। ইমান পৰিপক্কতা এই কুমলীয়া বয়সতেই সততে বিৰল। আমাৰ ভৱিষ্যত প্ৰজন্মৰ শুভ দিনৰ চিহ্ন। খুব ভাল লাগিল। ভাষা নাই প্ৰশংসাৰ। অন্তৰৰ পৰা আশীৰ্বাদ থাকিল মাজনী। ❤
@priyankasahariah321
@priyankasahariah321 7 ай бұрын
যি মূলা বাঢ়ে তাৰ দুপাততে চিন।ইমান কম বয়সতে ইমান গাম্ভীৰ্যপূৰ্ণ কথা।বুজন শক্তি মানিবলগীয়া। Best Episode বুলি ক'বলগীয়া ❤❤
@KabyashreeBora-lp7yn
@KabyashreeBora-lp7yn 7 ай бұрын
কণমানি হিয়াজনী ডাঙৰ হ'ল❤ তোমাৰ কথা ই মন চুই গ'ল 😊 ভগৱানে তোমাক আৰ্শীবাদ কৰক❤ স্পষ্টবাদী হিয়াজনী, মাকৰ দৰেই ❤
@anuraagpriyammusic3017
@anuraagpriyammusic3017 7 ай бұрын
এতিয়া হিয়াক কোনগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে পঢ়াই তেওঁলোককহে চাব মন গৈছে ৷ কিয়নো হিয়াক পঢ়োৱা ছাৰ-বাইদেউসকলেও নিশ্চয় Talented হ’ব ৷ এই episode টো সঁচাই Amazing❤❤❤
@nabamallikaburagohaineverg8014
@nabamallikaburagohaineverg8014 7 ай бұрын
খুব সুন্দৰ। হিয়াৰ মানসিকতা বয়সতকৈ বহু বেছি পৰিপক্ক। তোমাৰ পৰা ভৱিষ্যতলৈ বহু বেছি আশা কৰিম। বহু বহু মৰম আৰু শুভকামনা তোমালৈ হিয়া।
@amibhuyan112
@amibhuyan112 6 ай бұрын
❤❤❤❤
@nomitagogoi8932
@nomitagogoi8932 7 ай бұрын
হিয়া তুমি ইমান ধুনীয়াকৈ ভাবিব জানা ক'ব জানা। মই নিশ্চিত তুমি ডাঙৰ মানুহ হোৱাৰ লগতে ভাল মানুহো হ'বা। বহুত মৰম তোমালৈ লগতে তোমাক ইমান ধুনীয়াকৈ সজাই তোলা তোমাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ। প্ৰস্তুতিবা আৰু ভিনদেউ আপোনালোকক সেৱা জনাইছোঁ হিয়াক হীৰাৰ দৰে জিলিকাই তোলাৰ বাবে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@kasiyolipuhor7292
@kasiyolipuhor7292 7 ай бұрын
এয়াৰ আমাৰ ভৱিষ্যত প্ৰজন্ম। ভগৱানে তোমাৰ মঙ্গল কৰক। পৰিয়ালটিলৈ আন্তৰিক ধন্যবাদ সমাজৰ বাবে এগৰাকী আত্মবিশ্বাসী ছোৱালী উপহাৰ দিয়া বাবে ৷
@pujaranibora7895
@pujaranibora7895 7 ай бұрын
বহুত বহুত মৰম তোমালৈ হিয়া❤❤তোমাৰ কথা ই মন চুই গৈছে, ভগৱান তোমাৰ সদায় সহায় হওক❤❤❤
@user-gl8kd8cz5t
@user-gl8kd8cz5t 7 ай бұрын
বহুত মৰম হিয়ালৈ❤😘 মাক চাই জীয়েক একদম। ভুল কোৱা নাই হয়তো।❤
@gyandeepnath3600
@gyandeepnath3600 7 ай бұрын
এই episode টোৰ বাবে আইচেংফা বা আৰু সমূহ “ৰেন মৌ” বাসীলৈ বহুত বহুত ধন্যবাদ । এনেকুৱা অতিথি আৰু মাতিব লাগে । হিয়াৰ কথা কʼবলৈ গʼলে সঁচাকৈ তাইৰ চিন্তাধাৰা , তাইৰ পছন্দবোৰ আচৰিত হৈ গʼলো
@assamisemusic2951
@assamisemusic2951 7 ай бұрын
হিয়া তোমাৰ কথাবোৰ মোৰ শুনি হেঁপাহ পলুৱা নাই শুনিয়েই থাকিব মন গৈছে ,তোমাৰ চিন্তা বহুত গভীৰ আৰু দূৰদৰ্শী,আগবহি যোৱা আগলৈ তাৰে কামনা কৰিছোঁ।
@amiyamoran6608
@amiyamoran6608 7 ай бұрын
খুউব ধুনীয়াকৈ চালোঁ। ভাল লাগিল। হিয়া সদায় এনেদৰে থাকিবা দেই। বহুত মৰম তোমালৈ। "মোৰো এটা সপোন আছে" এই কিতাপখন পঢ়িবা দেই পাৰিলে ভাল পাবা।
@jitenrabha9674
@jitenrabha9674 6 ай бұрын
মই সহযাত্ৰীয়ে কৈছোঁ। ইমান সৰু বসয়তে ইমান পৰিপক্কতাৰে কথাবোৰ কৈছে, বহুত ভাল লাগিল। ইয়াৰ শ্ৰেয় নিশ্চিত ভাৱে মই প্ৰস্তুতি বাক দিব বিচাৰো।
@rupjyotibora3601
@rupjyotibora3601 7 ай бұрын
বহুত ভাল লাগিল, হিয়াৰ কথাবোৰে সচাকৈ অন্তৰ চুই ইমান সৰু ছোৱালী জনীৰ ইমান ডাঙৰ ডাঙৰ উত্তৰ বোৰ দিছে৷৷৷ সচাকৈ বহুত ভাল লাগিল
@miksmanai
@miksmanai 7 ай бұрын
She is blessed child,so matured ,so intelligent, just like Manash sir and Prastuti ma'am ❤❤Keep shining Hiya..
@priyojonorbandhun
@priyojonorbandhun 7 ай бұрын
আইচিঙফা মই পাগল হৈগলো।ইমান কান্দিলো কথাবোৰ শুনি তাক ভাষাৰে বুজাব নোঁৱাৰো এটা বজাৰ পৰা দুবাৰ চালো ভাবাচোন তুমি প্ৰশ্নটো কৰাৰ পিছত উত্তৰটো দুবাৰ শুনো ভাবা ? ইমান সৰুতে এনেকুৱা উত্তৰ দিছে। ডাঙৰ হৈ কি হ'ব।হিয়ালৈ🎉যাঁচিলো।শুভৰাত্ৰি।আকৌ এদিন মাতিবা হেপাহেই নপলালে ।
@narupdas9488
@narupdas9488 7 ай бұрын
সকলো লৰা ছোৱালীয়ে যদি এনেকৈ ভাবিলে হয়। তেতিয়া বহুত আগ বাঢ়ি গলে হয়।ভাল লাগিল video to sai❤
@poriburagohain7983
@poriburagohain7983 6 ай бұрын
Val lagil, hiya pura administrative liner manuh as her father, lots of love and blessings ❤❤
@ManjumaBegum-wk2xo
@ManjumaBegum-wk2xo 7 ай бұрын
ইমান সৰুতে ইমান ধুনীয়া মনোভাৱ,চিন্তাধাৰা সচাঁই বহুত ভাল লাগিল,আগুৱাই যোৱা আৰু সফল হোৱা।
@sanchitadevi6199
@sanchitadevi6199 7 ай бұрын
ইমান ভাল লাগিল হিয়াৰ কথাখিনি,, শুনি থাকিব মন যোৱা 😘😘
@user-eg6zg6mx7g
@user-eg6zg6mx7g 6 ай бұрын
Ajiloke anekua interview sai pua nai bht xundar episode.... keep smiling always hiya ..God bless you allways ❤
@neehansabihrahman1294
@neehansabihrahman1294 6 ай бұрын
Mur age 29 years hoise but konmani jonir pora bohut kotha janilu,bujilu aru xikilu.So, Hiar bhobiswat monor jukhare huar kamonare..Lots of love from Dhing(Bechamari).Rajashree Aunty .
@porideka6066
@porideka6066 7 ай бұрын
মইও 8th ot পঢ়ি আছোঁ ....হিয়া age r a হৈ but...she is very smart more than me ...... I like your motivation.... Tumar kotha bur vl lgise deii❤❤.....
@bristikashyap8366
@bristikashyap8366 7 ай бұрын
She's undoubtedly brilliant❤ Prastuti Parasar is indeed a proud mother❤ Hiyaa tumi aagbarhi juwa tumar lokhyot 💌
@Birenmannoi8786
@Birenmannoi8786 7 ай бұрын
সাংঘাতিক ছোৱালী মাকৰ আদৰ্শ আগুৱাই যোৱা শুভেচ্ছা থাকিল
@mums6258
@mums6258 7 ай бұрын
God!!!! She is indeed a well mannered, super talented and matured one. Hatts off to her upbringing. Keep going girl, more power to u
@snehatmikavlog.253
@snehatmikavlog.253 7 ай бұрын
ইমান matured কথাবোৰ বহুত ভাল লাগিল।মৰম দিলো তোমালৈ আগুৱাই যোৱা বেতা
@lakhyadharnath8709
@lakhyadharnath8709 4 ай бұрын
কিয় জানো 'হিয়াৰ' কথাবোৰ শুনি চকুপানী ওলাই গ'ল....হয়তো চাগে আনন্দ আৰু অক্নান্ত অনুভৱ ...যি অনুভৱে শিকাই যায় জীৱনৰ মহত্ত্ব । ভগৱানে শক্তি দিয়ক ।
@moushumidas8461
@moushumidas8461 7 ай бұрын
In today's time she is the perfect girl any mommy would love to have as a daughter . Not only well mannered but she is so talented.... Keep growing 🎉
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 7 ай бұрын
খুব ভাল লাগিল কথোপকথন টো শুনি, অলপ সৰু হৈ থাকোতেই প্ৰস্তুতী বাৰ ভিডীঅত হিয়াক দেখিছিলো,আজি সেই কণমানি জনীয়ে ইমান গুৰু গম্ভীৰ কথা কৈছে, সঁচাকৈ খুব ভাল লাগিল। বহুত মৰম ও শুভেচ্ছা তোমালৈ ❤❤❤
@user-if1px8hh2b
@user-if1px8hh2b 7 ай бұрын
সুন্দৰ কথাৰে আৰু সুন্দৰ শব্দৰে যাত্ৰা সহযাত্ৰীসকলক হিয়া বহুত অনুপ্ৰাণিত কৰিলে।হিয়া তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলোঁ। লগতে বহুত বহুত মৰম যাচিলো।❤️🥰
@Rumi12348
@Rumi12348 7 ай бұрын
Nam2 vul hoise hiya hoi kuwa babe beya napab vl buli vabi a koisu de 😊
@user-if1px8hh2b
@user-if1px8hh2b 7 ай бұрын
@@Rumi12348 ভুলতো আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ।
@Rumi12348
@Rumi12348 7 ай бұрын
@@user-if1px8hh2b ভুলটো সকলোৰে হয় কিন্তু ভুলটো মানি লোৱাটোহে‌ ডাঙৰ কথা। ধন্যবাদ মোৰ কথাটো বেয়া নোপোৱা বাবে।
@rashmiborbora336
@rashmiborbora336 7 ай бұрын
You are a perfect junior citizen..God bless you
@PranasaraAyurveda
@PranasaraAyurveda 4 ай бұрын
Lovely episode ❤loved every bit of it. Such a grounded and mature personality she is.
@semimasiddiqua3031
@semimasiddiqua3031 6 ай бұрын
Impress by Hiya's confidence and knowledge. She will definitely shine in future. ❤
@banasmitakalita6149
@banasmitakalita6149 7 ай бұрын
Prazna is obviously matured enough... But her mom❤❤.. Prastuti ma'am is the lady who inspired me a lot throughout my life... So a big salute to her for giving birth to such a child.... And also prastuti ma'ams husband a big salute to him too....❤❤
@kristitalukdararts
@kristitalukdararts 7 ай бұрын
খুব স্পষ্টবাদী তাই like Baa ❤... Protitu Question r Ans khub unique koi dise hiyai.. prastuti baar suwali hisape nhoi tai nijake porisoy ata ghoribo nijor kaamere in future 😊😊..
@chayanikaborah3967
@chayanikaborah3967 7 ай бұрын
Hiyaa r giyan sob bixoyote Bohol aru sposto vabe thka dekha gol...bohut val lagil❤️❤️❤️
@MrinaliTamuli
@MrinaliTamuli 7 ай бұрын
বৰ ভাল লাগিল চাই ,হিয়াজনী ইমান কম বয়সতে বহুত জ্ঞান আহৰণ কৰি সুন্দৰকৈ কথা বোৰ ক'ব পাৰে ❤❤❤
@preetishikhahandique3917
@preetishikhahandique3917 7 ай бұрын
বহুত ভাল লাগিল হিয়া তোমাৰ চিন্তাধাৰাক সহস্ৰ প্ৰণাম।আগুৱাই যোৱা,সফল হোৱা।
@shweta8056
@shweta8056 7 ай бұрын
So confident at this age ,matured mind set ..love the raising of the child ❤
@sliceoflife1600
@sliceoflife1600 7 ай бұрын
She is not wannabe... She is genuine and so comfortable in her own skin
@dhandevi3879
@dhandevi3879 7 ай бұрын
Tumar bhawishyat Jiwanar karane bahut subha kamana thakil hiya...imaan dhunia koi kotha bur kobo para aaru bhabibo para..tumar kotha bur xuni xosakoi bahut bhal lgil...no doubt tumi dangar hoi bahut bhal manuh hoba...tumar personality xosakoi manumuha... bhagawan tumar xohai howk...tumi ae manchat aako ahiba aaru tumar pora khub bhal bhal kotha xunibo paam buli axa rakhilu...aaru logote Angkor goraki loi ku bahut bahut dhanyavad thakil.
@krishnashreehandique6668
@krishnashreehandique6668 7 ай бұрын
Eman horute Eman govir kotha botora.bohut val lagile.tumaloi bohut bohut huvokamona Hiya❤
@bituparnabaruah43
@bituparnabaruah43 7 ай бұрын
Hiyadhan❤ So matured.we shall proud of her one day🎉
@MinivlogMandira
@MinivlogMandira 7 ай бұрын
Omg so so so matured at this young age. She will be a perfect youngest public speaker and motivational speaker representing Assam.
@majuli_r_deka_123
@majuli_r_deka_123 7 ай бұрын
she is very talented girl❤ aguwai jua tumi hiya vonti. Bohut bohut morom aru huvesa 🎉🎉 love from majuli❤
@kalpanachoudhury3973
@kalpanachoudhury3973 7 ай бұрын
হিয়াজনী বৰ ডাঙৰ হল আৰু বৰ সুন্দৰ কথা কৈছে আগুৱাই যোৱা🥰
@mrinalkalita7442
@mrinalkalita7442 7 ай бұрын
আপোনাৰ ঘৰ কত নো বাইদেউ
@pallabisaikia5883
@pallabisaikia5883 7 ай бұрын
Hiya bohut matured, bohut buja-well mannered suali, bohut morom dei Hiyadhan❤
@nomiboro8325
@nomiboro8325 7 ай бұрын
Prastuti baai bohut dhunia k dangor korise deii hiyak..logote prastuti baar maa deta borongoni bohut.. teuluk bohut broad minded hoi . Kokak jihetu JB college.r Principal asil .
@user-zb1pd3uc2w
@user-zb1pd3uc2w 7 ай бұрын
Vl lagil apunar jugadi mur priyo Hiya majonik log pai .baa apunak bhut bohut thanks 🙏
@user-di8yf2cc9y
@user-di8yf2cc9y 7 ай бұрын
Tomar ktha bor bhot val lagil hiya tomr ma abbah bhot laki Karn tomar dre ajni sowali powar ...
@user-di8yf2cc9y
@user-di8yf2cc9y 7 ай бұрын
@geetanjalidevi9519
@geetanjalidevi9519 7 ай бұрын
বহুত ভাল লাগিল। সকলো প্ৰশ্ন ৰ উত্তৰ ইমান পৰিপক্কতাৰে দিছে।।
@sangitadeka4220
@sangitadeka4220 7 ай бұрын
Sosake hiyar kthabre mn sui goise,,aguwai juwa hiya,bht mrm 2male❤❤
@pallabiborasaikia-bo5xr
@pallabiborasaikia-bo5xr 7 ай бұрын
Hundor,aguai jua Hiya, aru jatra program tu sai Val lagil.
@gitumanichoudhury8332
@gitumanichoudhury8332 6 ай бұрын
So sweet ❤️❤️ বৰ মৰম লগাকৈ কথাখিনি কৈছে বহুত ভাল লাগিল শুনি 🥰🥰
@mridushmaandeuri
@mridushmaandeuri 6 ай бұрын
আজিৰ Episodeটো চোৱাৰ পাছত 'হিয়া' অসমৰ ৰাইজৰ বাবে 'হিয়াৰ আমঠু' হৈ ৰ'ব...💚
@priyagohain1595
@priyagohain1595 6 ай бұрын
🙏❤️apunr lgtai apunr jarta..sai bhut vl lgy...adin log pabo bhut mon ase....apuni bhut mromlogakoi khotha bur huda...bhut sweet...🥰moi Mondita Chetia from tinsukiya
@rinkiriyaofficial6611
@rinkiriyaofficial6611 7 ай бұрын
ইমান সৰুতে ইমান ধুনীয়া ধুনীয়া শব্দ,সচাই তুমি এনেদৰেই পঢ়া শুনা বৰ্তাই ৰাখা, ভাল হ'ব তোমাৰ
@tulikakhanikar2941
@tulikakhanikar2941 6 ай бұрын
Best wishes hiya.. god bless you 🧿😘
@rupadas8239
@rupadas8239 7 ай бұрын
Baa gitawali baar jiyori manak matiba sn❤❤❤hiyar ktha blak xuni bor vl lgl. Aguai joa hiya 2mi❤❤❤❤much love
@evagoswami8826
@evagoswami8826 7 ай бұрын
হিয়া লৈ বহুত মৰম দিছো দেই। লগতে বহুত শুভ কামনা জনাইছোঁ।
@bananihaloi4709
@bananihaloi4709 7 ай бұрын
Bhut Val monor swali ...best of luck for future hiya😘😘
@arhisreshthachangmai9218
@arhisreshthachangmai9218 6 ай бұрын
সঁচাই বৰ ভাল লাগিল....মইটো প্ৰস্তুতি বাৰ vlog আৰু প্ৰয়াসী ৰ vlog চাইয়েই হিয়াক খুব ভাল পাওঁ....আশীৰ্বাদ থাকিল....আগুৱাই যোৱা অসমক উজ্বলাই তোলা 😊❤
@user-ol1ho8nv8u
@user-ol1ho8nv8u 7 ай бұрын
Hiya tumar kothai mon sui gol....bhut bhut morm tumly.❤❤
@8019
@8019 7 ай бұрын
Manuhe jeeyek k besi adorise maa kotkoi 👌👌 great job hiya go ahead 🥰
@NikunjaDutta-fh8hw
@NikunjaDutta-fh8hw 3 ай бұрын
বহুত ভাল লাগিল তুমি বিচৰা ধৰনেৰে আগুৱাই যোৱা আশীৰ্বাদ কৰিছো।
@DebojaniSaikiaSaikia
@DebojaniSaikiaSaikia 7 ай бұрын
Angur lata ma'am nd teer konmani jonik anibo sun baa. Apunar show protitu ye saw Khub vl lge logote apunaku Emn morom lage
@rosemmm8054
@rosemmm8054 6 ай бұрын
Bohut val lagise... God bless u dear hiya..
@duluhazarika5832
@duluhazarika5832 7 ай бұрын
Xoru suwali jonir vitorkhon bohu gun gorimare xomridho bohut vl lagil Isennfak bhout dhanyawad
@RumiBoruah324
@RumiBoruah324 7 ай бұрын
Hiya loi bohut morom. ..emn dhuniakoi ktha bur koise ❤❤
@utpalborah4223
@utpalborah4223 7 ай бұрын
Bohut bohut Vaal lagile Hiya tumer kotha bilak...hossai tumi bohut dangor manuh hoba...👍👍
@user-jt8nn4xd3l
@user-jt8nn4xd3l 7 ай бұрын
So adorable & talented Hiya🥰🥰🥰 lots of love dear❤️❤️❤️
@bumonibaruah1697
@bumonibaruah1697 6 ай бұрын
আগুৱাই যোৱা,,, সফল হোৱা। অনুষ্কা তৰঙগিনী বৰুৱাক মাতিবচোন ।
@TulikaSenapatiborah-yy8qm
@TulikaSenapatiborah-yy8qm 7 ай бұрын
Etiya jenekoi prastuti bar sowali bli hiyak sini pai...... Edin hiyar mak bli prastuti bak sini pab lagib jen lagise... Hiyar show sai...
@RanuKakati-st7cb
@RanuKakati-st7cb 7 ай бұрын
Bhut Val lagile hiyar kotha bor huni ❤❤gukhani joni aru aguyai jauok ❤❤
@leenamech824
@leenamech824 7 ай бұрын
Emman dhunia mnor gyani sawli . good bless you.
@manmithakuria1118
@manmithakuria1118 6 ай бұрын
Best episode...... Love you Hiya❤❤❤❤❤❤❤❤❤❤
@utpalakalitabharali755
@utpalakalitabharali755 6 ай бұрын
Bahut vhal lagil ba. Hiyary ujol vhobishot kamona korilu... Maar kotha bur bahut vhal pau Tumi Hiya maar ekdom saa tur dore❤❤❤ 1:13:08
@banasmritaborah7491
@banasmritaborah7491 7 ай бұрын
Suwali joni smart and open spoken...bhal lagil
@FarbinSultana-sq7lg
@FarbinSultana-sq7lg 6 ай бұрын
Moi atia 23 years old kin2 mur iman xini gyan nai jixini hiyar ase hiya 15 yearst jiman xini mature moi atia loike hobo para nai aji hiyar pora bahut kotha xikilu hiyar future xosake bahut val hobo hiya god bless you sis tumar Xokulu xupun pur hok
@monjilboruah7382
@monjilboruah7382 7 ай бұрын
বৰ ভাল লাগিল হিয়া, তোমাৰ উপলব্ধি ক প্ৰণাম 👏আগুৱাই যোৱা,সফল হোৱা
@santanubaishya402
@santanubaishya402 7 ай бұрын
ভিডিও টো চাই একেবাৰতে শেষ কৰিব নোৱাৰিলোঁ তিনি বাৰে চাইহে শেষ কৰিছোঁ।শেষত হিয়ালৈ বহুত বহুত শুভেচ্ছা যাচিলোঁ
@mitalisaikia4066
@mitalisaikia4066 7 ай бұрын
খুৱ স্পষ্টবাদী। দেশৰ ভবিষ্যত।ইমান সৰুতেই বহুত বুজন।ভালে ৰাখক
@molinadas9009
@molinadas9009 7 ай бұрын
Hiya tumi moromor...hiya..vogobane aaru Aaguai niyok.. ❤
@molinadas9009
@molinadas9009 7 ай бұрын
Priyodorson Dekak matibosun naam gukha path kore j bor val pabo Raije..❤
@nirathengal1872
@nirathengal1872 2 ай бұрын
প্ৰশ্ন চাই উত্তৰ বোৰ ইমান ধুনীয়াকৈ কৈছে তাই বয়সত কৈ চিন্তা ধাৰণা বিলাক ডাঙৰ মানুহ দৰে ভাল লাগিল হীয়া ❤❤
@hridoyjdas4098
@hridoyjdas4098 7 ай бұрын
I am shock, how she is too matured then her age❤😮
@user-cf4gf7ez9q
@user-cf4gf7ez9q 7 ай бұрын
She is very smart.❤️❤️ Love from Jorhat.❤️❤️
@madhusmitagogoi4167
@madhusmitagogoi4167 7 ай бұрын
Impressive personality…such a lovely and beautiful girl inside out..all the best for your future hiya ❤️
@BarsaRuhi
@BarsaRuhi 7 ай бұрын
বা তুমি please Pongkhi বৰদলৈ youtuber Pongkhi production তাইক আনা না তাই এগৰাকী বিধৱা আৰু এগৰাকী এটা সন্তানৰ মাতৃ তাই মানুহৰ বহুত বেয়া বিবহাৰত জীয়াইছে বহুত দুখ লাগে আশা কৰিলোঁ বা
@santimoni7949
@santimoni7949 2 ай бұрын
বহুত আগবাঢ়ি যাব হিয়া। বহুত শুভেচ্ছা থাকিল💐💕
@mrinaldutta3949
@mrinaldutta3949 6 ай бұрын
Aichenfa lots of love
@anki85
@anki85 7 ай бұрын
oh God, this little girl is too much matured than me. i am now 20,but i can't even think like her, talk like her. I think she is talented, matured and also a confident girl
@music_n_poetry
@music_n_poetry 7 ай бұрын
As a star kid she is very talented, smart and disciplined..... God bless her.....❤❤❤❤
@user-pl8ql3bv8k
@user-pl8ql3bv8k 7 ай бұрын
Hiyar kotha bur xuni bohut vaal lagil.
@chandanagogoi2299
@chandanagogoi2299 7 ай бұрын
She is honest and matured than her age 👍👍 God bless Her
@AsmaBegum-xi6ev
@AsmaBegum-xi6ev 7 ай бұрын
Munuha koi nohoi maak sai suwali ❤amr hiya always rock ❤god bless you hiya tmi hodai vle thaka ..aru smrthua ❤....i am your new subscriber ❤Vl lagise vedio tu saii
@paporidowarah5428
@paporidowarah5428 7 ай бұрын
Hiya....such a brilliant girl 💓
طردت النملة من المنزل😡 ماذا فعل؟🥲
00:25
Cool Tool SHORTS Arabic
Рет қаралды 23 МЛН
黑天使遇到什么了?#short #angel #clown
00:34
Super Beauty team
Рет қаралды 48 МЛН
How I Did The SELF BENDING Spoon 😱🥄 #shorts
00:19
Wian
Рет қаралды 37 МЛН
هذه الحلوى قد تقتلني 😱🍬
00:22
Cool Tool SHORTS Arabic
Рет қаралды 54 МЛН
طردت النملة من المنزل😡 ماذا فعل؟🥲
00:25
Cool Tool SHORTS Arabic
Рет қаралды 23 МЛН