'ৰেন মৌ'ত আইচেংফাৰ স'তে বিশিষ্ট জনপ্রিয় অভিনেত্রী জেৰিফা ৱাহিদ

  Рет қаралды 131,315

Jaatra

Jaatra

11 күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Jintu Kumar, Dipankar Saharia, Vedant
Make-Up - Binita Das

Пікірлер: 563
@Kaushik632
@Kaushik632 8 күн бұрын
জেৰিফা বাক চিনেমা ত চাবলৈ কোনে কোনে বিচাৰে? লাইক কৰিব।👍👍👍👍
@manalisharoychoudhury8443
@manalisharoychoudhury8443 10 күн бұрын
জেৰিফা ৱাহিদ ৰ সুন্দৰ আৰু স্পষ্ট কথাবোৰ শুনি বৰ ভাল লাগিল। নিকা সমাজ এখন গঢ়াত তেওঁলোকৰ অৱদান ৰ নিশ্চয় প্ৰয়োজন আছে।
@AnkurJoyti123
@AnkurJoyti123 7 күн бұрын
অসমৰ আটাইতকৈ ধুনীয়া দেখা অভিনেত্ৰী দুগৰাকী হৈছে জেৰিফা বা আৰু মৃদুলা বা❤️। বহুত বেছি প্ৰিয় জেৰিফা বা আৰু মৃদুলা বা❤️
@kankanakeot4947
@kankanakeot4947 9 күн бұрын
জেৰিফা বাৰ মনটো পৰিষ্কাৰ কাৰণে কথাবোৰ সুন্দৰ আচলতে.... ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ জীৱনলৈ যাতে কেতিয়াও দুষ আহিবলৈ নিদিয়ে ঈশ্বৰে.... কেৱল সুখ সমৃদ্ধিৰে ভৰি পৰক আপোনাৰ জীৱন......আপুনি কোৱাৰ দৰেই সঁচাকৈ আপুনি আজীৱন প্ৰিয় হৈ থাকিব আমাৰ মাজত, কেৱল প্ৰিয় অভিনেত্ৰী হিচাপেই নহয় ! এটা আদৰ্শবান সত্তা হিচাপেও ।
@himasribora35
@himasribora35 10 күн бұрын
তেখেতৰ প্ৰতিটো কথাই অন্তৰ চুই গ'ল মোৰ আজি।।ভালে থাকক সদায় আৰু নেদেখাজনে শক্তি দিয়ক আপোনাক এনেকৈ আগুৱাই যাবলৈ🙏🏻🫰🏻💐
@pratikshyaborah
@pratikshyaborah 8 күн бұрын
অধ্যয়নপুষ্ট, মেধাৱী, নিৰ্ভীক, স্পষ্টবাদী লগতে ধুনীয়াও -- জেৰিফা বাইদেউৰ পূৰ্বৰ ইন্টাৰভিউ বিলাক চালেও ব্যতিক্ৰমী কিবা এটা বিচাৰি পাওঁ। এই অনুষ্ঠানটোৱে মানুহগৰাকীক আৰু অলপ জনাত সুবিধা কৰি দিলে। তাৰ বাবে ইমান সুন্দৰ অনুষ্ঠান এটা চলাই নিয়াৰ বাবে আইচেংফা বাকো আন্তৰিক ধন্যবাদ।
@dhunurumurlife6151
@dhunurumurlife6151 5 күн бұрын
Hello Tumi muru frd hba ni moiu back krim tumk
@nayanmonidutta7369
@nayanmonidutta7369 4 күн бұрын
ইমান স্পষ্টবাদী, সৰল মনৰ অধিকাৰী জেৰিফা বা জনীৰ কথাবোৰে বুকুৰ কোনোবাখিনিত চুই গ'ল❤ ভালে থাকক সদায়☺️
@pankajbaruah4690
@pankajbaruah4690 2 күн бұрын
জেৰিফা ৱাহিদ সঁচাকৈ ষ্ট্ৰং মানসিকতাৰ এগৰাকী অভিনেত্ৰী, সঁচাকৈ ইমান গহীন গম্ভীৰ কথাবোৰে মোক তেখেতৰ প্ৰতি বৰ আকৰ্ষিত কৰিলে, আপোনালৈ বহুত শোভকামনা থাকিল,God bless you.
@joshi3116
@joshi3116 3 күн бұрын
খুব relate কৰিব পাৰিছো জেৰিফাবাৰ সৈতে। খুব স্পষ্টবাদী আপুনি। জীৱনৰ বিষয়ে বহুকেইটা দৃষ্টিভংগী আপোনাৰ পৰা জানিব পাৰিছো ।‌খুব ভাল লাগিল আপোনাৰ কথাবোৰ।
@swarnabhajani6884
@swarnabhajani6884 Күн бұрын
সমাজ বাস্তৱৰ সুন্দৰ নিৰীক্ষণ আৰু বিশ্লেষণ ফুটি উঠিছে জেৰিফা ৱাহিদৰ কথাত শুভেচ্ছা জনালোঁ‌ শুভ দিনৰ বাবে।
@tarulatamahantadas6256
@tarulatamahantadas6256 6 күн бұрын
প্ৰথমৰ পৰা শেষলৈ একে বহাই চালো কাৰণ জেৰিফাৰ কথাবোৰে মোক বৰকৈ মোহিত কৰিলে ।প্ৰত্যেক টো কথাই যুক্তিসংগত। জেৰিফা আগবাঢ়ি যোৱা ,আশাবোৰ পূৰণ হওঁক ।
@Sum672
@Sum672 9 күн бұрын
বাৰে বাৰে প্ৰেমত পৰিব পৰা এটি ব্যক্তিসত্ত্বা - জেৰিফা ৱাহিদ! আপোনাৰ সৰলতা, স্পষ্টতা আৰু অনুভৱী বাৰ্তালাপৰ জবাব নাই।❤🌻
@mercydowari3784
@mercydowari3784 9 күн бұрын
খুউৱ ভাল লাগিল,,, ইমান সময় কেনেকৈ গ'ল সচাঁকৈয়ে গম নাপালো,, জেৰিফা বা ৰ বিষয়ে আগতে ইমানবোৰ কথা কেতিয়াও জনা নাছিলোঁ,,আগৰ পৰা তেওঁক এগৰাকী অভিনেত্ৰী হিচাপেহে ভাল পাই আহিছিলো,, তেওঁৰ পৰা আমাৰ শিকিব লগীয়া বহুত খিনি কথা আছে‌,,,তেওঁৰ যি স্পষ্টতা আৰু সৰলতাৰ মনোভাৱক সচাঁকৈয়ে সন্মান কৰাৰ লগতে সলাগিব লগীয়া,, তেওঁ সদায় আমাৰ আৰ্দশ হৈ ৰওক,, তেওঁলৈ বহুতো মৰম আৰু শুভকামনা,,❤️❤️
@anjumanideka782
@anjumanideka782 5 күн бұрын
সঁচাকৈ ইমান ভাল লাগিল,চাই থাকিবৰ মন যায়।বিশেষ কৈ জেৰিফা ৱাহিদ ৰ কথা খিনি বৰ বেছি ভাল লাগিল।
@nibeditakalita3980
@nibeditakalita3980 5 күн бұрын
গোটেই অনুষ্ঠানটো অকণমানো বিৰতি নোলোৱাকৈ চালো । কাদম্বৰী , অগ্নিসাক্ষী , দেউতা দিয়া বিদায়ৰ দৰে সহজ সৰল আঁকি যোৱা ছবি কেইখন আজি ওচৰতে চোৱা যেন লাগিলে । আপোনাৰ পৰা সাহস বহুত শিকিব লগা আছে বা কুশলে থাকক । লগতে মৰমৰ কথাৰে নদী বোৱাই দিয়া আইচেংফা বা জনীলৈ ও মৰম । ❤❤❤
@mritunjoys6579
@mritunjoys6579 8 күн бұрын
Bohut besi highly intellectual personality.. Khubei besi Down to earth . Bohut bhal lagil.
@babitadeka8849
@babitadeka8849 8 күн бұрын
একদম প্ৰথমৰ পৰা শেষলৈকে চালো অনুস্থানটো বৰ ভাল লাগিল। দুয়োগৰাকী মোৰ খুবেই প্ৰিয় ❤
@riturekhabaruah2750
@riturekhabaruah2750 3 күн бұрын
আইচেংফা বৰুৱা, আপোনাৰ ভাষা আৰু শৈলী যথেষ্ট শক্তিশালী, অতি মাৰ্জিত কথা বাৰ্তা, শুনি ভাল লাগে, চায়ো ভাল লাগে 👍
@juthikatalukdar1387
@juthikatalukdar1387 3 күн бұрын
One actress I admire in our industry....she is thoughtful... beauty with brain❤
@Rose-ps8fj
@Rose-ps8fj 4 күн бұрын
Interview লোৱা গৰাকীৰ যে কথা বোৰ প্ৰশ্ন বোৰ ইমান গম্ভীৰ ইমান ধুনীয়া❤
@poetastermouchumidevi2378
@poetastermouchumidevi2378 Күн бұрын
বহুত ভাল পালো চাই ৷ জেৰিফা বাৰ জীৱন সমৃদ্ধ কথাবোৰ ৷ আইচেংফা বা সদায়ে প্ৰিয় ৷
@krishnarani1180
@krishnarani1180 9 күн бұрын
Not only a legendary Assamese actress, she is a graceful lady. Really loved the conversation 🫰
@dhunurumurlife6151
@dhunurumurlife6151 5 күн бұрын
Hello Tumi muru frd hba ni moiu back krim
@dhirumani9340
@dhirumani9340 Күн бұрын
দুয়ো গৰাকীৰ ব্যক্তিত্ব সচাকৈ প্ৰসংশনীয় ❤❤❤ Interview লোৱা গৰাকীৰয়ো সুন্দৰ কথনভংগী আৰু দিয়া গৰাকীৰ তোহ কথাই সুকীয়া ৷ খুব সুন্দৰ interview ❤❤❤❤
@pranpratimbordoloi397
@pranpratimbordoloi397 5 күн бұрын
মৃদুলা বৰুৱা, মলয়া গোস্বামী আদি শ্ৰদ্ধেয় অভিনেত্ৰী সকলৰ পিছৰ জেনেৰেচনৰ অভিনেত্ৰী সকলৰ ভিতৰত জেৰিফা ৱাহিদ কালজয়ী অভিনেত্ৰী আৰু মহান ব্যক্তিত্ব বুলি একে আষাৰে ক’ব পাৰি ৷ পৰিচালকেই হওক বা অভিনেতা/ অভিনেত্ৰী বা আন কলা-কুশলী, যিসকল লোকে সৎ পৰিশ্ৰম তথা দুৰ্দান্ত অভিনয়েৰে অসমীয়া চিনেমাক নতুন আয়তন দিছিল তাৰ ভিতৰত নিঃসন্দেহে জেৰিফা ৱাহিদ অন্যতম বাটকটীয়া ৷ কলেজৰ দিনত তেখেতে আমাতকৈ এটা শ্ৰেনী ওপৰত একে বিষয়তে মেজৰ লৈ একেখন কলেজত পঢ়িছিল ৷ তেতিয়া এদিনো কথা পাতি বা মাতি নোপোৱা নম্ৰ-ভদ্ৰ, মেধাৱী আৰু ব্যক্তিত্বশালী ছোৱালীজনী আমি শ্ৰদ্ধা কৰিছিলো ৷ ভাল ছাত্ৰ-ছাত্ৰীৰ উদাহৰণ দি শিক্ষক সকলে সদায় আমাৰ ওপৰ শ্ৰেণীৰ জেৰিফা ৱাহিদৰ কথা কৈছিল ----৷ আজিৰ মননশীল প’ডকাষ্টটো চাই তেখেতৰ বিষয়ে ভালকৈ জানিলো ৷ জেৰিফা ৱাহিদে প্ৰমাণ কৰি দেখুৱাইছে - "The greatest glory in living lies not in never falling, but in rising every time we fall." আন্তৰিক শ্ৰদ্ধাৰে শুভেচ্ছা জনালো ৷
@bandanatalukdar941
@bandanatalukdar941 10 күн бұрын
Kotha khini e mon sui gol baa...apuni bahut nijok hokti hali kori rakhibo sesta korise...khub vl..nedekha jone apunk aguai juat aru hokti diok baa...lv u❤❤
@BhitashreeSaikia-dt1rl
@BhitashreeSaikia-dt1rl 9 күн бұрын
সংকোচবিহীনভাৱে প্ৰতিটো কথাৰ যুক্তিসম্পন্ন আৰু ধুনীয়া বক্তব্য।🦋🦋 অশেষ ধন্যবাদ জেৰিফা বা 🤍🤍আৰু আইচেংফা বা🖤🤎ভালকৈ থাকিবা দেই🦋🦋🦋🦋🦋
@himadrinayanmonihazarika1208
@himadrinayanmonihazarika1208 Күн бұрын
সৰল, স্পষ্ট একোটা ব্যক্তিসত্বা। এগৰাকী মৰমলগা, ধুনীয়া মানুহ লগতে আইচেংফা বালৈও বহু মৰম❤।
@aparajitasarmabaruah8986
@aparajitasarmabaruah8986 9 күн бұрын
আজিলৈকে ইমান স্পষ্ট কথা কেতিয়াও শুনা নাই।। শুনিলে শুনি থাকিব পৰা কথা।। ধন্যবাদ ৰেন মৌ
@jurikalita1502
@jurikalita1502 9 күн бұрын
ইমান সুন্দৰ এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছো
@tulikatalukdar630
@tulikatalukdar630 9 күн бұрын
আয়ো ইমান মৰম লগা কথা,শুনিলে যেন শুনি থাকিম । বহুত বহুত মৰম তোমালৈ বা ,ভালে থকা সদায় ❤
@ilakshidekabordoloi4510
@ilakshidekabordoloi4510 4 күн бұрын
Very impressive interview Jarifa❤..i know you as a lawyer.i met you at JB law college & G H. C .so i know how dedicated are you..wishing you a very successful future.you so are so strong. .Feeling very bad for your parent.hope you will overcome & move on your for your near future.love you dear❤❤
@jyotikadekamusicworld3003
@jyotikadekamusicworld3003 5 күн бұрын
জেৰিফা বাৰ কথাবোৰ বৰ ভাল লাগিল একেবাৰে শেষৰলৈকে চালোঁ ৷ অভিনয়ৰ লগতে জীৱনটোও খুুউব সুন্দৰকৈ আত্মউপলব্ধি কৰিব পৰাৰ কাৰণেই কথাবোৰ অতি সাৱলীল লাগিল ৷
@birajsonowal8447
@birajsonowal8447 9 сағат бұрын
Ba joni bhut qute ...val lgixa bhut dinr pasot dakhi ...❤❤❤❤ Horu pora tiyr movie sai dangr hoisu ru ami dangr hoi ahisu ba joni horu hoi ase sehara tu bhut qute baa.,❤❤
@priyankagogoi5617
@priyankagogoi5617 10 күн бұрын
কিমান যে ভাল পাও জেৰিফা বাক শব্দ নাই কবলৈ । আগুৱাই যাওঁক সদায় ভগোৱানে ভালে ৰাখক।❤❤❤❤❤
@dhunurumurlife6151
@dhunurumurlife6151 5 күн бұрын
Hello Tumi muru frd hba ni moiu back krim
@madhurimasarmah6767
@madhurimasarmah6767 10 күн бұрын
ইমান বেছি স্পষ্টতা,সততাৰে কথাবোৰ প্ৰকাশ কৰিছে কি ক'ম ।🌼💚
@anupamgogoi6244
@anupamgogoi6244 10 күн бұрын
ভাল লাগিল..🎉 মহেন্দ্ৰ হাজৰিকাক এবাৰ মতিব বুলি আশা থাকিল।❤
@user-uw5rj5ql9t
@user-uw5rj5ql9t 9 күн бұрын
Salute..Baa.. tumak.Ajir generation k apunar dore voice eta laage.
@MurssanaBorah
@MurssanaBorah 8 күн бұрын
সচাকৈয়ে খুব ভাল লাগিল। মূল্যবোধ আজিৰ সময়ত হেৰাই গৈছে তথাপিও প্ৰয়োজনীয় কথাবোৰে অন্তৰ চুই গ'ল।
@alpanasarmagoswami8165
@alpanasarmagoswami8165 8 күн бұрын
For the first time I am watching Jerifa's interview. Got to know many things about her personality. Her opinion about many things n issues, like about life, about cinema, about some present negative changes of our society . All these things are really really true, that she is saying in this interview . Very nice.
@user-yf4wu7yq1q
@user-yf4wu7yq1q 2 күн бұрын
Khub besi bhal lagil....A highly intellectual , thoughtful and graceful personality....nice ideologies. May She shine more and more....❤
@jollyrajkhowa4683
@jollyrajkhowa4683 9 күн бұрын
Always so elegant.. beautiful n graceful.......she is so cultured and smart... Wishing you all the happiness in life Jerifa
@Kim_lily81
@Kim_lily81 7 күн бұрын
দুয়োগৰাকী নাৰী মনৰ পৰাই সুন্দৰ ❤ যাত্ৰা পৰিয়াললৈ শুভ কামনা জনাইছোঁ 🎉
@dhunurumurlife6151
@dhunurumurlife6151 5 күн бұрын
Hello Tumi muru frd hba ni moiu back krim tumk
@dhanjitapathak8326
@dhanjitapathak8326 3 күн бұрын
প্ৰত্যেকটো মন্তব্য এ সুন্দৰ, এয়ে পৰিচয় ভাল ব্যক্তিত্বৰ।
@ipsita_bh
@ipsita_bh 9 күн бұрын
জেৰিফা বা মোৰ প্ৰিয় অভিনেত্ৰী ।চিনেমা হলত প্ৰথম চিনেমাখন চাইছিলো জুবিন গাৰ্গ আৰু জেৰিফা বা লগতে প্ৰস্তুতি বা অভিনয় কৰা ছবি "তুমি মোৰ মাথোঁ মোৰ "আছিল।আজিৰ অনুষ্ঠানটি চাই থাকোঁতে মোৰ মনলৈ চিনেমা খনৰ এটি গানৰ কলি হঠাৎ মনলৈ আহি গ'ল।সচাকৈয়ে উপভোগ কৰিলোঁ।দুয়ো জনী মৰমিয়াল বালৈ মৰম দিলোঁ ।❤❤❤❤❤(কি যে পালোঁ তোমাক বুকুতে সাঁচি থলো তোমাক দুনয়নতে সামৰিলোঁ দিঠকে সপোনে ....তুমি মোৰ মাথোঁ মোৰ )
@Pallabibrh
@Pallabibrh 7 күн бұрын
Bohut dinor murot eta bhal loga interview salu. Thank you Ren Mou
@manishadeka6600
@manishadeka6600 8 күн бұрын
জেৰিফা ৱাহিদ বাৰ চিনেমা চাইছো বহুত।সুন্দৰ আৰু শক্তিশালী ব্যক্তিত্ব তেখেতৰ।বহুত ভাল লাগিল চায়। ভাল লগাৰ আৰু ঢেৰ কাৰণ আছে আইচেংফা বা😊।আৰম্ভনিতে যে আপুনি Entry মাৰিলে চিনেমাৰ টিকেটৰ কথা কৈ,ভাল লাগিল।আপোনাক দেখিলেই মোৰ ভাল লাগে। জেৰিফা বা অধিবক্তা বুলি জনা নাছিলো,আজি জানিলো।ভাল লাগিল।কাৰণ ময়ো শিক্ষকতা নকৰা হ'লে ওকালতিয়েই কৰিলোহেতেন😀।ময়ো আইনৰ শ্নাতক বা।অধিবক্তা সকললৈ আকৰ্ষণ এটা সদায় আছে। শেষত কওঁ‌-"যাত্ৰা"ৰ প্ৰতিটো খণ্ডই কিবা নহয় কিবা শিকায়।আজিও তাৰ ব্যতিক্ৰম নহ'ল।বৰ গভীৰ আৰু জীৱনমুখী কথা কিছুমান কৈ গ'ল জেৰিফা বাই।সুখী থাকক তেখেত।সদায় প্ৰিয় আমাৰ।
@himadrigogoi2242
@himadrigogoi2242 8 күн бұрын
বহুত ভাল লাগিল । সৰুৰে পৰা দেখা জেৰিফা ৱাহিদ নামৰ অভিনেত্ৰী গৰাকীৰ ব্যক্তিসত্বাক মই সন্মান জনাইছো🎉🙏 ঈশ্বৰে তেখেতক সদায় এনেকৈ সুন্দৰ মনৰ অধিকাৰী কৰি ৰাখক🙏🎉🎉🥰
@parishmitaozahnew1447
@parishmitaozahnew1447 3 күн бұрын
সাক্ষাৎকাৰটো আৰু দীঘলীয়া হোৱা হ’লে ভাল আছিল। যুক্তিপূৰ্ণ কথাখিনি শুনি বৰ ভাল লাগিল আৰু আইচেংফা বাৰ দৰে কৌশলপূৰ্ণভাৱে কোনেও প্ৰশ্ন সুধিব নোৱাৰে ❤ সুস্থ ৰুচিবোধসম্পন্ন তেওঁৰ অতিথিসকল ❤
@krishnashreehandique6668
@krishnashreehandique6668 8 күн бұрын
Manuh gorakik usor r pora log pabo mon goise aru bohut kotha patibo mon goise..bohut bohut morom apunalukloi..❤from sivasagar
@raininath8023
@raininath8023 2 күн бұрын
How beautifully she speaks.....such an amazing actress❤
@lipikaranigogoi6865
@lipikaranigogoi6865 9 күн бұрын
জেৰিফা, খুবেই প্ৰিয় এগৰাকী নাৰী , প্ৰিয় এগৰাকী অভিনেত্ৰী,, সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী,,, কথাখিনি বৰ ভাল লাগিল,,,এসোপা মৰম ,, সদায় ভালে থাকক তেওঁ ❤❤❤
@sanghamitrabora119
@sanghamitrabora119 8 күн бұрын
Two beautiful ladies.....Bor bhal lagil ❤❤❤
@RitrishaBoruah
@RitrishaBoruah 9 күн бұрын
আপোনাৰ পৰা আমাক এখন ধুনীয়া অসমীয়া চিনেমা লাগে❤
@kaverigogoi7726
@kaverigogoi7726 9 күн бұрын
The best polite actress of her generation.....loved it to the core....Wishes to Jerifa and Jatra..
@himadrisonowal4017
@himadrisonowal4017 5 күн бұрын
ইমান যে সাহসী জেৰিফা বাহজনী অ😰বহু সৰুৰ পৰাই জেৰিফা বাৰ চিনেমা চাইছো।কিন্ত জনা নাছিলো তেওঁ যে ইমান আৱেগিক।খুৱ স্পষ্ট,খুৱ সততাৰে ভৰা এগৰাকী নাৰী।বহুত ভাল লাগিল অনুষ্ঠানটি চাই।
@nripenborah1612
@nripenborah1612 Сағат бұрын
বহুত ভাল লাগিল।সুন্দৰ মনৰ অধিকাৰী। কিবা এটা শিকিব লগীয়া কথা কৈ গৈছে।।
@nitumonikalita5568
@nitumonikalita5568 9 күн бұрын
She is actual actress in Assamese film industry ❤ Very innocent and kind hearted she is.
@mousumichoudhury7409
@mousumichoudhury7409 8 күн бұрын
আজিৰ এপিছোডটো বহুত ভাল লাগিল। জেৰিফা বাৰ কথা বোৰ শুনিলে শুনি থাকিবলৈ মন যায়।❤❤❤
@KarabiBarmanKalita
@KarabiBarmanKalita 9 күн бұрын
খুৱ সাহসী , স্পষ্টবাদী ,অনুভৱী মনৰ মৰমৰ অভিনেত্ৰীগৰাকী । ভাল লাগিল ।
@letsplaywithbj.260
@letsplaywithbj.260 3 күн бұрын
❤❤❤❤❤❤❤❤" ইমান স্পষ্টাবাদী"...
@kaustovmonisaikia429
@kaustovmonisaikia429 8 күн бұрын
Eman hundor kotha koise.bahut,bahut bhal lagile,hodae enedore thakok jeripha.
@amarkalita1360
@amarkalita1360 10 күн бұрын
Waw, what a multi talented actress❤always favorite😍💕
@manjulaborah1351
@manjulaborah1351 9 күн бұрын
আহি থকা দিনবোৰ ভাল হওক, শুভেচ্ছা থাকিল ❤🎉
@abinashlifeandvlogs6581
@abinashlifeandvlogs6581 9 күн бұрын
অভিনেত্ৰী হিচাপে আগৰ পৰাই ভাল লাগে । Interview টো চোৱাৰ পিছত বহুত ভাল লাগিল ব্যক্তিগত ভাৱে। ইমান স্পষ্টভাবে সকলো বোৰ কথা কৈ গৈছে। ভগৱানে শক্তি দিয়ক আপোনাক ।
@moramisaikia8566
@moramisaikia8566 10 күн бұрын
Mur favourite actress... beautiful ..bhut val lagile ajir episode tu..emn hundor koi jerifa mame kotha bilak koise...
@sunitadas5724
@sunitadas5724 Күн бұрын
বহুত বেছি ভাল লাগিল ❤️ প্ৰিয় অভিনেত্ৰী ❤
@Morrissica.1978
@Morrissica.1978 4 күн бұрын
Jerifa baa....m just overwhelmed...
@smritanjaliboragi8416
@smritanjaliboragi8416 9 күн бұрын
বৰ ভালপাওঁ তোমাক জেৰিফা । তোমাৰ দৰে মোৰো হৈছিল দেউতাৰ ক্ষেএত । মোৰো দেউতা গ'লগৈ । মা আছে কিন্তু অসুস্থ । ভালে থাকা তুমি ।
@chinu__2000
@chinu__2000 8 күн бұрын
The 1st crush of my life. When I was 4 years old I watched hiya diya niya
@user-cf1tg5ki2y
@user-cf1tg5ki2y 5 күн бұрын
জেৰিফা বা সঁচাই বহুত ভাল লাগিছে আপোনাৰ কথাবোৰ শুনি আৰু আপোনালৈ বহুত মৰম থাকিল ❤❤❤
@rashmirekhasaikia160
@rashmirekhasaikia160 7 күн бұрын
ইমান ভাল লগা ব্যক্তিত্ব।তেওঁৰ পৰা দৰ্শকে বহু আশা কৰে।বহুত মৰম আৰু শুভেচ্ছা থাকিল এই শক্তিশালী ব্যক্তিত্বৰ গৰাকীলৈ❤️🙏
@user-ln2fr6kc7p
@user-ln2fr6kc7p 9 күн бұрын
Iman je Val lgl jerifa bar video 2 Sai.... akou anibasn jerifa bak...
@MayadGogoi
@MayadGogoi 8 күн бұрын
Straight forward personality .❤❤❤
@pritirekhagogoi5652
@pritirekhagogoi5652 8 күн бұрын
বৰ সুন্দৰ ❤ বৰ সুন্দৰ। ধুনীয়া চিন্তা, ধুনীয়া কথা
@deepashreedutta7925
@deepashreedutta7925 10 күн бұрын
অভিনেত্ৰী হিচাবে আপোনাক সন্মান তো আগৰেপৰাই কৰো ।এতিয়া আপোনাৰ স্পটবাদিতাই সন্মান দুগুণে বঢ়াই দিলে।
@yutikagogoiburhagohain8765
@yutikagogoiburhagohain8765 8 күн бұрын
দুয়োগৰাকীৰ মাজত যথেষ্ট মনৰ,আদৰ্শৰ মিল থকা যেন লাগিল। কেইবাবাৰো চালোঁ। অত্যন্ত ভাল লগা এটি অনুষ্ঠান।
@tingkalbora8315
@tingkalbora8315 4 күн бұрын
She is such an inspiration...watched her interview last time in Ojantric and now in Jatra...Her straightforwardness and view about life makes her indifferent...❤
@chandramadevi2832
@chandramadevi2832 8 күн бұрын
বহুত ভাল লাগিল❤
@user-md1qh4bj4p
@user-md1qh4bj4p 2 күн бұрын
Bht vl lagil program tu......jde pare borokha baku anibo
@mostakrasul8226
@mostakrasul8226 7 күн бұрын
Grade one interview I have ever Witnessed... Jerifa Owahid , she is Such a Talented and courageous Actress.. Very proud of her.
@geetanjalisaikia5327
@geetanjalisaikia5327 8 күн бұрын
আজি প্ৰথম বাৰ ইমান দিঘলীয়া interview এটা চালো❤ জেৰিফা বা সদায় প্ৰিয়❤️ ভগৱানে আপোনাক সদায় ভালে ৰাখক লগতে আইচেংফা বা লৈও বহুত বহুত মৰম❤
@lakshmirani1811
@lakshmirani1811 8 күн бұрын
কেৱল অভিনয় সাৱলীল নহয় কথা বতৰা বোৰো ইমান ধুনীয়া সাৱলীল ❤❤
@MANASHJYOTICHUTIA-xh3nq
@MANASHJYOTICHUTIA-xh3nq 10 күн бұрын
Really liked the straight forward attitude..one of the best
@assamesechanneljcb8643
@assamesechanneljcb8643 9 күн бұрын
Tears rolled down from my eyes,you are very strng Jerifa baa
@MurssanaBorah
@MurssanaBorah 8 күн бұрын
সচাকৈয়ে খুব ভাল লাগিল। মূল্যবোধ আজিৰ সময়ত হেৰাই গৈছে তথাপিও প্ৰয়োজনীয় কথাবোৰে অন্তৰ চুই গ'ল। 1:49:23
@dimpygogoi2848
@dimpygogoi2848 2 күн бұрын
She is always my favourite ❤❤
@bidyarakhol139
@bidyarakhol139 4 күн бұрын
Jerifa baa baru dhuniya ai... Apuni ou kom dhuniya nhoi dei baa... Ata tymt apunar soku keitar krne moi pgla asilu.. atiyaw sai thaku.... Bht dhuniya lge😍😍😍
@sabihakhatun1793
@sabihakhatun1793 2 күн бұрын
খুব ভাল লাগিল চাই বহুত ধুনীয়া কথা বতৰা
@hirennath2081
@hirennath2081 5 күн бұрын
সুন্দৰ এটা অনুষ্ঠান। আপোনালোকৰ দুই গৰাকী ব্যক্তিত্ব সঁচাই বৰ সুন্দৰ। মই skip নকৰাকৈ অনুষ্ঠান চাইছিছো।
@jemimaahmed4151
@jemimaahmed4151 2 күн бұрын
She is such a kind hearted person ❤️
@manuwarahazarika3020
@manuwarahazarika3020 7 күн бұрын
জেৰিফা বাৰ সুন্দৰ সুন্দৰ গঠন মূলক কথাবোৰে মোৰ মনটো একেবাৰে ভৰপূৰ কৰি তুলিলে। সুন্দৰ আৰু নিভাজ মনৰ মানুহবোৰেহে সুন্দৰ সুন্দৰ কথা কব জানে। বহুত ভাল লাগিল কথোপকথন খিনি। সদায় হাহিৰে জীৱনটো আগুৱাই লৈ যাওক। দোৱা কৰিছোঁ ।আপুনি অকলশৰীয়া নহয় বা।❤❤। মৰিগাঁও।
@user-nw2bl7ie9u
@user-nw2bl7ie9u 9 күн бұрын
Bht bht bhal lagil❤ jerifa ba always God bless ❤
@nitaparashar7638
@nitaparashar7638 10 күн бұрын
খুউব ভাল লাগিল , দুয়োগৰাকী প্ৰিয় নাৰীৰ আলাপ আৰু আপোনালোকৰ চিন্তা-চেতনা খিনিয়ে আমাক সমৃদ্ধ কৰিলে , এই যাত্ৰা অবিৰত হওঁক , অলেখ শুভকামনা জনালোঁ ।
@karabibhuyan8320
@karabibhuyan8320 10 күн бұрын
মই ভাল পোৱা এগৰাকী অভিনেত্ৰী , এই অনুষ্ঠানৰ জৰিয়তে তেখেতক ওচৰতে পোৱা যেন লাগিল ।
@bulbulkhanam6404
@bulbulkhanam6404 5 күн бұрын
Very very nice conversation… I salute you jerifa Wahid
@kalpanachoudhury3973
@kalpanachoudhury3973 8 күн бұрын
খুব ভাল লাগিল দে জেনিফাৰ কথাবোৰ শুনি 😍
@VitaliGogoi-eb3hp
@VitaliGogoi-eb3hp 3 күн бұрын
she is largely realistic❤ love it
@itsmeeveable
@itsmeeveable 8 күн бұрын
ইমান ষ্পষ্ট,গাম্ভীৰ্যপূৰ্ণ কথোপকথন,খুবেই ভাল লাগিল ৷ Best Interview
@RijumaniBaruah-dg2ql
@RijumaniBaruah-dg2ql 9 күн бұрын
Jerifa baa my favorite❤ ei episode to no1 ek second o miss nokorilu emn vl lgil
@kooparnikashdekapuru7890
@kooparnikashdekapuru7890 9 күн бұрын
Very well spoken .. True n brave speaker
Жайдарман | Туған күн 2024 | Алматы
2:22:55
Jaidarman OFFICIAL / JCI
Рет қаралды 1,8 МЛН
When You Get Ran Over By A Car...
00:15
Jojo Sim
Рет қаралды 29 МЛН
마시멜로우로 체감되는 요즘 물가
00:20
진영민yeongmin
Рет қаралды 29 МЛН
WRONG NUMBER ৰ পৰা আৰম্ভ হৈ RIGHT NUMBER লৈ || Assamese Love Story In Kotha Studio
53:09