No video

'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্ৰিয় অভিনেত্রী-গায়িকা- নৃত্যপটীয়সী সৃজনী ভাস্ব মহন্ত

  Рет қаралды 42,692

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi Nawaz
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Josy Saikia, Suprov T Phukan, Ifty Sarwar
Make-Up - Manash Rabha

Пікірлер: 221
@aichengfaboruah
@aichengfaboruah 2 ай бұрын
এই খণ্ডটি মোৰ বাবে 'বিশেষ' আছিল...! মৰমৰ সৃজনীজনীক ইমান মৰম দিয়াৰ বাবে আপোনালোক প্রতিগৰাকী শ্রদ্ধেয় সহযাত্রীলৈ অশেষ অন্যবাদ জ্ঞাপন কৰিছোঁ...লগতে আমাৰ 'যাত্রা'ৰ প্রতি থকা মৰম আৰু উছাহখিনি দেখিও অভিভূত হৈ পৰিছোঁ... এই মৰম সদায়েই কাম্য, আপোনাসৱো সদায় কুশলে থাকক দেই ! ✨💚🙏
@chandandeka6388
@chandandeka6388 Ай бұрын
Hei , pagol huwa episode diyak . mentally problem r manuh ajoni r interview... Pagol hiwa episode
@ajantaborgohain2545
@ajantaborgohain2545 Ай бұрын
😊
@AshrafulIslam-mp5fc
@AshrafulIslam-mp5fc Ай бұрын
OMG! What an unfiltered interview! বুজি পোৱা নাই ছোৱালী জনী সচাঁকৈয়ে ইমান সাহসী নে আচলতে তাই আজঁলী! এনে ধৰণৰ sensitive ল'ৰা ছোৱালী বোৰ দেখিলে মনটো সেমেকি উঠে ভাৱি যে তেওঁলোকৰ বাবে আগন্তুক জীৱনে আতাইতকৈ বেছি আঘাত সাজু কৰি ৰাখিছে। মানুহ,সমাজ, কিম্বা জীৱনে তেওঁলোকক এতিয়া লৈকে যিমান আঘাত কৰিছে, আচলতে জীৱন যে তাতোকৈ বেছি ভয়ানক! এইযে সমাজৰ শোষিত নিষ্পেষিত মানুহ খিনিৰ কথা তেওঁ লোকে চিন্তা কৰে, তেওঁলোকক সহায় কৰিব বিচাৰে; কিন্তু তেওঁ লোকে যেতিয়া উপলব্ধি কৰে যে এই শোষিত মানুহ বোৰৰ মাজতো আছে অজস্ৰ ভয়ানক তেজপীয়া তেতিয়া তেওঁলোক ভাঙি পৰে। বৰ আঘাত পায়। সেই সময়ত তেওঁ লোকৰ হৃদয় থান বান হৈ পৰে। যাহʼক, তাৰ বাবেও এনে সুন্দৰ মনৰ মানুহবোৰে নিজকে প্ৰস্তুত হৈ থাকক। তেওঁৰ ভাষাৰেই "আমাৰ ভাল হ'ব....." বুলি এটা আশাৰে তেওঁক অলেখ মৰম ও শুভেচ্ছা যাচিছোঁ।
@pallavisharma40574
@pallavisharma40574 2 ай бұрын
মোৰ বুকুৰ আপোন হৈ পৰিল সৃজনী,,,, এই স্পষ্টতাই,, এই সাহস,,, এই অকপটে,, ইমানখিনি মানুহ বুজি পাব খোজা আৰু সচা কৰ্ম কৰাৰ হেপাহ থকা এইজনীয়েই মোৰ দৰে এগৰাকী মা'কৰ বাবে গৌৰব কৰিব পৰা জী। ❤❤❤ ভগৱানক প্ৰাৰ্থনা কৰিছো গোসানীজনী যাতে কেতিয়াওঁ থমকি ৰব লগা নহওঁক কেতিয়াওঁ।। লগতে আইচেংফা লৈকো অশেষ ধন্যবাদ জনালো এনে এটা অনুষ্ঠান আমালৈ আগবঢ়োৱা বাবে।। ভালে কুশলে থাকিবা❤❤❤😊😊
@lovelyborah5965
@lovelyborah5965 2 ай бұрын
আজিৰ খণ্ডটো যেন 'দুই স্বতন্ত্ৰ সত্বাৰ অনন্য গোলক' ! সৃজনীৰ প্ৰতিটো চিন্তা,প্ৰতিটো দৃষ্টিভংগী আলোচনাৰ অৱকাশেৰে ভৰা। অতি উচ্চ মানদণ্ডৰ । এদিন এই কথাবোৰ উপলব্ধি কৰিব পৰাকৈ এখন সমাজ হ'ব।বৰ ভাল লাগিল। বৰ ভাল লাগিল। একেলগে গাম যেন "আমাৰ ভাল হ'ব.."♥️
@manishadeka6600
@manishadeka6600 2 ай бұрын
ব্যতিক্ৰমী অনুষ্ঠান "যাত্ৰা"ত আজি এগাৰাকী ব্যতিক্ৰমী সত্বা-সৃজনী ভাস্ব মহন্ত ...ভাল লাগিছে বা আজিৰ অনুষ্ঠানটো।সৎ সাহসী, এগৰাকী নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰা শক্তিশালী ব্যক্তিত্ব সৃজনী ভাস্ব মহন্ত।
@swarnabhajani6884
@swarnabhajani6884 2 ай бұрын
সৃজনীৰ কথাবোৰ গুৰুত্বপূৰ্ণ। চিন্তাৰ অৱকাশ আছে । ভাল লাগিল সৃজনী। কুশল হওক।
@rinasaxom1242
@rinasaxom1242 2 ай бұрын
অপলক নেত্ৰে সৃজনীক চালো আৰু একে বহাতে গোটেই কথাবোৰ গোগ্ৰাসে গিলিলো । ইমান অভিজ্ঞ আৰু চিন্তাশীল কথাবোৰ ! ভালে থাকা মাাজনী । যাত্ৰাৰ ৰেংমৌলৈ অফুৰন্ত শুভকামনা
@kalpanahazarika311
@kalpanahazarika311 2 ай бұрын
সৃযনিৰ মন্তব্য বোৰ শুনি নঠৈ সুখি হলোঁ ৷ বশুত দিন আছে জীৱনত , এতিয়াই ইমান সুদ্ধ চিন্তা ভাৱনাৰে আগুৱাইছা৷ শুভেচ্ছা থাকিল অসমিয়াৰ উদ্দীপক ৰ তালিকাত ৷
@geetanjalihandique2278
@geetanjalihandique2278 2 ай бұрын
মানুহৰ চিন্তা চেতনাক জাগ্ৰত কৰিব পৰা এই অনুষ্ঠানটো বৰ ভাল লাগিল। আইচেংফা আৰু সৃজনী দুয়োলৈ মৰম জনালোঁ।
@smritanjaliboragi8416
@smritanjaliboragi8416 2 ай бұрын
সৃজনীক বাৰে বাৰে চাবলৈ মন যায় । বৰ মৰম লগা আৰু সচাঁ কোৱা এজনী ছোৱালী । ভাল পাওঁ তোমাক সৃজনী , ভালে থাকা ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 2 ай бұрын
অতি সুন্দৰ। মাৰ্জিত ব্যৱহাৰেৰে সহজেই আনক আপোন কৰি লব পৰা এগৰাকী মৰমলগা ছোৱালী। বহুমুখী প্ৰতিভাসম্পন্ন সৃজনী ভাস্ব মহন্ত। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। সৃজনী তুমি আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ থাকা। তাকেই আন্তৰিক শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।❤❤❤❤❤
@dhrubikadeka4417
@dhrubikadeka4417 Ай бұрын
সৃজনী..বৰ সহজ সৰল সাধাৰণ মৰম লগা ছোৱালী ।অনুষ্ঠান টো চাই বৰ ভাল লাগিল।।
@kolponabhattacharyya979
@kolponabhattacharyya979 2 ай бұрын
এক ৰ্নিভীক কণ্ঠ ।প্ৰথমে আইচেংফাক ধন্যবাদ ইমান সুন্দৰকৈ কথাবোৰ কৈছা ।সৃজনী সদাই সৃষ্টিশীল ।মৰম দিছো ধুনীয়া সৃজনীজনীক ।
@poetastermouchumidevi2378
@poetastermouchumidevi2378 Ай бұрын
আপোনালোক দুয়োজনীৰ কথা বাৰ্তাই বহুত দিশ উন্মোচন কৰি গ’ল ৷ মননশীল এটা অনুষ্ঠান ৷
@jahnabisaikia3266
@jahnabisaikia3266 Ай бұрын
খুব ভাল লাগিল ৷ সৎ সাহসী মৰম লগা দুয়োগৰাকী ৷ অনাগত দিনবোৰ সদায় ভাল হ'ব ৷
@littlewonderap
@littlewonderap 2 ай бұрын
অনুষ্ঠানটি বৰ ভাল লাগিলে.... সৎ সাহসী এগৰাকী নৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা শক্তিশালী ব্যক্তিৰ সৃজনী ভাস্ব মহন্ত । আগন্তুক দিনবোৰ লৈ শুভেচ্ছা যাঁচিলোঁ।
@kasturiburagohain4349
@kasturiburagohain4349 2 ай бұрын
Episode tu sai khub val lagil Aisengfa..Srijani ru moi JNU r ek eketa department r( Centre for International Politics, Organisation and Disarmament). Srijanir supervisor Dr. Santana Khanikar mur khub val bandhobi. Kintu Srijanik moi personally last month he log puar hubidha palu Dilli Hut t ek Bihur onusthanot.. eta oti horbangohundar byoktitvar goraki teu. Hei ekei byoktitvar protifolon ajir ei interview tu dekhilu. Aag barhi jua Srijani.. xubhessa thakil.. dhanyabad Aisengfa ei hundar jatrar hohojatri huar hubidha khini kori diya babe🙏
@Rational37140N
@Rational37140N 2 ай бұрын
Srijani is exceptionally clear with thoughts and strong but one of the reason behind it cause She is a daughter of an IPS plus she belongs from a societal hierarchy which has enjoyed privileges. If similar thing has been done or spoken by someone underprivileged or surpassed. There would have been trolling abuses etc.
@bornaliborahdas3366
@bornaliborahdas3366 2 ай бұрын
সৃজনীক আজি নতুন ৰূপত আৱিস্কাৰ কৰিলো।আজি বেছি মৰম বাঢ়িল সৃজনীলৈ বহুতো শুভকামনা আগুৱাই যোৱা❤❤
@user-ju4mx1ve6c
@user-ju4mx1ve6c 2 ай бұрын
এয়াহে Smart girl.... .... Bht vl lgl ajir interview to
@madhusmritasaikia1670
@madhusmritasaikia1670 2 ай бұрын
সঁ‌চাকৈয়ে এক অপূৰ্ব সুন্দৰ সময় কটালোঁ। ৰেন মৌৰ সহযাত্ৰী হোৱাৰ সাৰ্থকতা অনুভৱ কৰিলোঁ।
@abhibadanhazarika8016
@abhibadanhazarika8016 Ай бұрын
Bhal lagil interview tu sai..ketiaba kisuman kotha kuatkoi anubhov kori bhal lage .ei interview tu thik tenekua asil.much love Aichengfa ba❤️
@santimoni7949
@santimoni7949 2 ай бұрын
ইমান মৰমলগা ছোৱালী । বহুত ভাল লাগিল । প্ৰকৃত মানুহ হোৱাৰ দিশে... বহুত বহুত শুভেচ্ছা ।🎉❤💐
@farm_food_and_travel
@farm_food_and_travel 2 ай бұрын
বহুত ভাল লাগিল কথা-বতৰা খিনি। তেওঁ সকলো কথা বৰ নৰমলগাকৈ কৈছে, শুনিয়ে থাকিব মন আছিল। সৃজনী ভাস্ব মহন্তৰ লগত আৰু এটা episode পাম বুলি আশা থাকিল। ❤
@nilotpalsaikia6026
@nilotpalsaikia6026 2 ай бұрын
1st tym seen her interview. I have feel that it's not an interview, it's a conversation with two young lady who is talk with honest and gently. Really love this .By the way "যাত্ৰা" long live.
@AnjanJyotiDas-rc3ym
@AnjanJyotiDas-rc3ym 2 ай бұрын
এক নিৰ্ভীক কন্ঠ। নিজৰ পৰিচয়, নিজে থিয় দিব পৰাকৈ পৰিস্ফূতঃ কৰি তুলিব পৰা ব্যক্তিত্ব। মানুহ আছে এই ধৰাত, সেয়ে মানুহৰ জন্ম হ'ব আহি থকা দিনত। নামটোৰ অৰ্থবহ হওঁক, শুভকামনা সৃজনী।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 2 ай бұрын
সৃজনীৰ পৰা অনাগত দিনতো আৰু বহুত ধূনীয়া ধূনীয়া গান উপহাৰ পাম বুলি আশা কৰিলো। সৃজনী তুমি তোমাৰ সৃজনীশীল প্ৰতিভাৰে উজলি উঠক তাকেই কামনা কৰিলো। সৃজনীৰ মনৰ মানুহ জ্যোতিৰ্ময়ৰ লগত প্ৰেমৰ সম্পকে এটি সাক্ষাৎকাৰ গ্ৰহণ কৰিলে ভাল হয়।
@letsdoit15purbani
@letsdoit15purbani 2 ай бұрын
খুব সুন্দৰ অনুষ্ঠান... সৃজনি আৰু আইছেংফালৈ শুভেচ্ছা আৰু অভিনন্দন।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 2 ай бұрын
অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হৈছে। শৈক্ষিক দিশতো যথেষ্ট পৰিমাণে অধ্যয়ন আছে।
@divyapakhis4278
@divyapakhis4278 Ай бұрын
Bold Brave girl.....Kiba ata val lagil...Amar projonmoi prerona puwa kotha...❤ MAA Kamakhya Devi bless you #Srijani..
@EkakshiDeka-wr9fv
@EkakshiDeka-wr9fv 2 ай бұрын
ভাল লাগিল সৃজনীজনীক ৷ ইমান নিৰ্ভীক সাহসী ৷ তুমি আগুৱাই যোৱা। ❤❤
@alakanandarajbangshi1890
@alakanandarajbangshi1890 2 ай бұрын
❤❤ অভিনৱ ব্যতিক্রমী অনুষ্ঠান। আইচেংফা আগৰেপৰাই খুবেই প্ৰিয। আজিৰ অনুষ্ঠান টোৱে বেলেগ এটা মাত্রা দিলে। সৃজনীৰ স্পষ্ট সাবলীল আৰু যোগাত্মক দৃষ্টি ভংগীয়ে বহু নতুন দিশ উন্মোচন কৰিলে। সকলোকে শুভেচ্ছা জনালো
@hiranyarajkhowa4119
@hiranyarajkhowa4119 2 ай бұрын
❤❤❤ সৃজনীমূলক, সৃজনীশীল আৰু সৃষ্টিশীলতাৰ সুন্দৰ সমাহাৰ মৰমলগা ভতিজী সৃজনী ভাস্ব মহন্ত। আগুৱাই যোৱা মনৰ হেঁপাহেৰে। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। তোমাৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। ধন্যবাদ।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@gunakantabaruah1988
@gunakantabaruah1988 Ай бұрын
ভাল লাগিল
@mritunjoys6579
@mritunjoys6579 2 ай бұрын
Need a continuation... Part 2❤❤ It's a knowledgeable, honest and sincere podcast. Guest is very much knowledgeable,tallented and simple. Bhal lagil.
@SwapnaliTalukdar
@SwapnaliTalukdar 2 ай бұрын
What a real personality...really overwhelmed...Thank you Aiisengpha for inviting her.
@moonmisarmah9300
@moonmisarmah9300 25 күн бұрын
বৰ ভাল লাগিল,, সৃজনীৰ কথাখিনি, নামটো ৰ সৈতেও কামখিনি মিল আছে,, বহুত স্পষ্টবাদী,, এনেকৈ মন থাকিলেও কথা ক'ব নোৱাৰে
@TapanDas-bx3bw
@TapanDas-bx3bw Ай бұрын
Talented , excellent and honest. I like the interview.
@chimpineog6730
@chimpineog6730 Ай бұрын
Hundor
@sabitadss9705
@sabitadss9705 2 ай бұрын
Bht vl lagil,anekua mnr jdi amr gutei generation hlhtn tente atia g bur hoi ase ,xeibur ketia o nhlhtn.bht dangor ktha ata koise srijoniye j amr future k loi moi xongkito.xosa ktha aikhar.❤❤❤ srijoni
@sabitarajbangshi8991
@sabitarajbangshi8991 2 ай бұрын
ইমান ভাল লাগিল স্ৰিজনী তোমাৰ অন্তৰৰ পৰা ওলোৱা কথাবোৰ শুনি । বহুত আৰ্শীবাদ থাকিল তোমালৈ। আগবাঢ়ি যোৱা তোমাৰ নিজৰ চিন্তাৰে। তুমি যে কলা ভয় লাগে ভৱিষ্যতৰ কথা ভাবি।মন চুই গ'ল ❤।
@Futoni
@Futoni 2 ай бұрын
Ufff such a empowered Interview♥️ I wish all the Young girls are like these Women.. Both these Women are ‘Modern’ in truest sense!
@nonirupachetia9611
@nonirupachetia9611 2 ай бұрын
I love her transperancy..... স্বচ্ছতাই মানুহক বুজাত সহায় কৰে....👌
@Lakhyajit_daS
@Lakhyajit_daS 2 ай бұрын
এজন IPS ৰ জীয়ৰী হৈয়ো ইমান বেছি সাধাৰণ.. একদম মাটিৰ মানুহ.. অহংকাৰ বোলা বস্তুটো একেবাৰেই নাই.. বহুত ভাল লাগিল ❤️ সৃজনী বা লৈ শুভেচ্ছা.. বহুতৰ বাবে প্ৰেৰণা হওঁক।
@mitaleechangkakoty-wx4su
@mitaleechangkakoty-wx4su 2 ай бұрын
Bohut val lgil episode tu. ru ata episode lge ...emn khula monor...❤❤
@dr.dhritidas2254
@dr.dhritidas2254 2 ай бұрын
Such a wonderful conversation between two ladies and a lady who is speaking her heart out.. In a way she is representing my life . Thank you and God bless you . And thank you to Jatra too ❤
@prosantasarmah4586
@prosantasarmah4586 26 күн бұрын
Outstanding srijanee.Feel proud of you
@heem_leenaa
@heem_leenaa 2 ай бұрын
Xokolue bujibole sesta korile prithibikhon bohut xohoj hoi thakil heten. Khub besi bhal lagile episode tu..❤
@sangeetaboruah6758
@sangeetaboruah6758 2 ай бұрын
It takes courage to publicly reveal about one's own sexuality. The host became hesitant but you didn't stop. Asserting one's own identity with little fear is something I liked about you Srijani ba!
@nomiboro8325
@nomiboro8325 2 ай бұрын
কথা বোৰ, অনুভৱ বোৰ মোৰ জীৱনৰ লগত যথেষ্ট মিলিছে। ❤❤ বহুত ভাল লাগিল চাই
@syedaasminadewan208
@syedaasminadewan208 2 ай бұрын
Such a well spoken lady she is Her words beautifully defines her beauty of knowledge and art And also her way of justifying is really nice Thank you Jaatra for such a beautiful episode❤❤
@DIPTIHAZARIKA_
@DIPTIHAZARIKA_ 2 ай бұрын
Ajir onusthan ti sai xosai khub val lagil . Sklu ktha eman xundorkoi koise .Manuhe bhut xikib logia ktha koise
@allenbrooks8361
@allenbrooks8361 2 ай бұрын
A brilliant interview with a wonderful young lady who not only is beautiful both inside out, but one who has grace, guts and tenacity to put forward her thoughts and views with clarity and poise. Listening to her made me belive that all is not lost. Blessings 🙌
@Rijuwanasaikia
@Rijuwanasaikia 2 ай бұрын
বৰ সাহসী ছোৱালী৷সুন্দৰ অনুষ্ঠান,উগভোগ কৰিলোঁ৷দুয়োগৰাকীৰ ব্যক্তিত্বই মোক আকৰ্ষিত কৰে পূৰ্বৰ পৰাই
@rupabarmanborgohain1143
@rupabarmanborgohain1143 2 ай бұрын
Really enjoyed the interview.Such a principled and talented young lady. Viewing the interview feels like there hope and positivity amongst the new generation.
@junmonigohain16
@junmonigohain16 2 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠানটি❤❤। দুয়োগৰাকীলৈ মৰম যাচিলো ❤️❤️।
@mallikadas8005
@mallikadas8005 2 ай бұрын
Such a kind hearted and at the same time very bold and straightforward young lady.......God bless her
@allthebest6611
@allthebest6611 2 ай бұрын
উচ্চ খাপৰ এটা সাক্ষাৎকাৰ ❤ ৷ সমাজৰ বাবে পজিটিভ ৷ দুয়োলৈ ধন্যবাদ ৷ #আৰু এচােম পডকাস্টৰ নামত ভূত অন্ধবিশ্বাস এইসোপা প্ৰচাৰ চলাই সমাজত কুসংস্কাৰ বিয়পাই আছে ৷
@pompideka8605
@pompideka8605 2 ай бұрын
Most relatable podcast I can relate... thank you srijani for giving us such a beautiful time and such your creative work...
@pulakeshdas8518
@pulakeshdas8518 Ай бұрын
A pure interview .
@jurmalaya30
@jurmalaya30 Ай бұрын
It's a beautiful interview...
@ranjanasaikia2831
@ranjanasaikia2831 Ай бұрын
Aji bohut val lagil episode to sai
@pulakeshdas8518
@pulakeshdas8518 Ай бұрын
Fantastic . Inerview for ages .
@surjitkrthakur5538
@surjitkrthakur5538 2 ай бұрын
I like the young lady for her out spoken views. May God bless her 🙏.
@pranitaroybhuyan6186
@pranitaroybhuyan6186 Ай бұрын
ভাল লাগিল। সৃজনীৰ প্ৰেমত পৰিলোঁ। আইচেংফাৰো telent আজি প্ৰকাশ হ'ল। ভাল লাগিল। এনেকুৱা episode আৰু লাগে।
@minakshidevi7064
@minakshidevi7064 2 ай бұрын
খুব ভাল লাগিল এই খণ্ড টি চাই।❤
@mamaniroy12345
@mamaniroy12345 2 ай бұрын
খুব ভাল লাগিল , সৃজনীলৈ বহুত মৰম দিলোঁ
@user-eq9fu2qj3n
@user-eq9fu2qj3n 2 ай бұрын
সমাজখনৰ ওপৰত যেন আপুনি গৱেষণা কৰি আছে এনে লাগিছে বৰ ভাল লাগিল শুনি থাকিবলৈ মন যায়
@BNG3250
@BNG3250 Ай бұрын
Most honest and pure soul.I wish her success in life.
@anubhadas3565
@anubhadas3565 2 ай бұрын
What an excellent jaatra. Such a lovely girl. Best wishes
@minakshidas860
@minakshidas860 2 ай бұрын
Beleg bhal loga suali ejoni logote bhal loga anushthan eta salu mon bhori gol❤
@ankurarandhara4787
@ankurarandhara4787 2 ай бұрын
মই ইমান শিক্ষিত নহয়, এই podcast টোৰ পৰা বহুত নজনা কথা শিকিলো। আৰু লগতেই সৃজনী বা লৈ বহুত বহুত মৰম ( সদায়েই থাকিব), তোমাৰ ব্যক্তিত্ব লগতেই কাম বোৰ বহুত প্ৰিয়❤️❤️❤️ যাত্ৰালৈও বহুত মৰম আৰু সাহস❤❤ ।
@mrigankagoswami4553
@mrigankagoswami4553 2 ай бұрын
বৰ ভাল লাগিল আলোচনা খিনি। সুন্দৰ অনুষ্ঠান
@minakshidas3254
@minakshidas3254 2 ай бұрын
It's a nice programme. Have enjoyed this conversation.
@poridowarah4375
@poridowarah4375 2 ай бұрын
Bohut bhal lagil ❤
@kalpanakataky9092
@kalpanakataky9092 Ай бұрын
One of my favourite episode। srijonik bor lage।isengfa ku bor Val Lage dei
@kalpanakataky9092
@kalpanakataky9092 Ай бұрын
ভাল লাগে হব লাগিছিল
@krishnagogoi301
@krishnagogoi301 2 ай бұрын
অ বা আমাৰ উজনিৰ কণ্ঠশিল্পী ৰমেন দানহ আৰু ৰিদিপ ৰংকিত এওঁলোকক মাতিব দেই, তেওঁলোকৰ গীত বিলাকত আহোমৰ নিভাজ সুগন্ধি বিয়পি পৰে যেন অনুভৱ হয় ❤ আশাৰে ৰৈ আছোঁ।
@kalpanagohain2963
@kalpanagohain2963 2 ай бұрын
বহুত ভাল লাগিল
@mamonidevi617
@mamonidevi617 2 ай бұрын
Xundor episode nojona kotha janilu 2 gorakilei dhayanobad jonalu
@samiranborah9646
@samiranborah9646 16 күн бұрын
Brave girl More power to you Srijani baa❤
@namitaphukan1481
@namitaphukan1481 Ай бұрын
Bhal lagil sai huni
@dhrubaDJS
@dhrubaDJS Ай бұрын
One of the best podcast I hve ever seen.👌🏻
@user-wv5eh9mw2g
@user-wv5eh9mw2g 2 ай бұрын
The unfilterd interview.really no word to express my feelings.tq jatra
@kakulibharali3875
@kakulibharali3875 2 ай бұрын
Great ❤lots of love to the power girl
@funusenapoti9220
@funusenapoti9220 2 ай бұрын
আইচেংফা ৰেইন মৌ ৰ এই খণ্ডটি খুব ভাল লাগিল ।
@srutarthabhagabati-vl7gz
@srutarthabhagabati-vl7gz 2 ай бұрын
Bhal lagil. Best wishes to her ❤❤
@lenin4780
@lenin4780 2 ай бұрын
ভাল লাগিল।
@manashpratimgoswami5770
@manashpratimgoswami5770 2 ай бұрын
সম্পূৰ্ণকৈ চালোঁ৷কি পালোঁ অকণমান বেলেগ ধৰণেৰে জনাম৷ভালে থাকক৷ব্যতিক্ৰমী ব্যক্তিত্ব৷
@sushilkonwar7012
@sushilkonwar7012 2 ай бұрын
ইমান সৰৱ কিয় -- ইমান নতুনত্ব -- তোমাক লাগে কিয় -- ভাবি লৈ অসন্তুষ্টি কিয় --- তোমাক সন্তুষ্টি -- দিয়ে কোনে -- অতীত ক পাহৰি যাবলৈ --- চেষ্টা কৰিবা -- জীৱন যুদ্ধত -- জয়ী হবলৈ -- কাক মনত পেলাবা --- মা দেদিক ----
@mawmita
@mawmita 2 ай бұрын
Lovely Srijani! So proud of you.
@runudutta3212
@runudutta3212 Ай бұрын
দুয়ো জনীলৈকে বহুত মৰম শুভাশিষ থাকিল।
@anamikahazarika4825
@anamikahazarika4825 2 ай бұрын
বহুত বেছি ভাল লাগিল সৃজনীৰ সাহসী মনতো ❤❤❤❤❤
@chimrim
@chimrim 2 ай бұрын
You have really touched somewhere a deep core of my heart.....
@feelinglostinthecloud1033
@feelinglostinthecloud1033 2 ай бұрын
We want one more episode with her please❤
@barnalisaikia5777
@barnalisaikia5777 2 ай бұрын
Went on a beautiful journey with Srijani and Yatra
@user-pj2iz3vc6m
@user-pj2iz3vc6m 2 ай бұрын
বহুত podcast চালোঁ বহুত বহুত interview চালোঁ কিন্তু তুমি আইচেংফা বা তুমি সচাই বহুত বেলেগ ।।।💐 যাত্ৰা ৰ খগেন দাৰ interview ৰ পৰা সহযাত্ৰী হয় ৰলু আজি ৰ লৈকে আৰু আগৰলৈকে সহযাত্ৰী হয় ৰম ।।।আগুৱাই যাওক এই যাত্ৰা❤❤ লগতে আজিৰ interview বুজি পোৱাটো সচাকৈ কৈছোঁ এবাৰত ভালকৈ বুজি পোৱাটো বহুত টান ।তিনিবাৰ মান ঋপিত চাই বুজিলোঁ ।।। কোন হয় আমি কি হয় আছে আজিৰ অসম কি ।। বা আজিৰ generation কি চিন্তা ধাৰা কি ??? অদ্ভুত অদ্ভুত অদ্ভুত তোমাৰ interview ভাল লাগিল
@Dipanjali-ed6ww
@Dipanjali-ed6ww 2 ай бұрын
Beautiful ❤️ Bahut bhal lagil
@jharnaburagohain2539
@jharnaburagohain2539 2 ай бұрын
Need more of this type of grown up interaction session.
@violinanath1805
@violinanath1805 2 ай бұрын
Wahhh ki dhunia
@dhan__13
@dhan__13 2 ай бұрын
59:00 মিনিটৰ পিছত বিষয় টো যেন সলনি কৰা যেন লাগিল। সৃজনী বাইদেউ যিটো আমাৰ চৰকাৰ খনৰ বিষয়ে কব বিচাৰিছিল সেইয়া আধাতে সামৰা যেন অনুভৱ হ'ল। সৃজনী বাইদেউৰ পৰা বহুতো নজনা কথা শিকিলোঁ। বাইদেউ আপুনি যিদৰে আগুৱাই যাব বিচাৰিছে তেনেকৈ আগুৱাই যাওঁক। আপোনালৈ অশেষ মৰম যাচিলোঁ💚
Мы сделали гигантские сухарики!  #большаяеда
00:44
艾莎撒娇得到王子的原谅#艾莎
00:24
在逃的公主
Рет қаралды 54 МЛН
Matching Picture Challenge with Alfredo Larin's family! 👍
00:37
BigSchool
Рет қаралды 48 МЛН
Чёрная ДЫРА 🕳️ | WICSUR #shorts
00:49
Бискас
Рет қаралды 6 МЛН
Мы сделали гигантские сухарики!  #большаяеда
00:44